Message List: 12,220
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 11041 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 22/12/22) | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ২২ৰ পৰা ২৪ ডিচেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব আৰু বৰষুণ অহা সম্ভাৱনা নাই। ২৫ৰ পৰা ২৭ ডিচেম্বৰলৈ বতৰ আংশিকভাৱে ভাবে ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়া বৰষুণ অহা সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ১৯-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব । অন্যান্য শস্যৰ বাবে: • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 21-12-2022 | Disable |
|
| 11042 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 22/12/22) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব । অন্যান্য শস্যৰ বাবে: • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 21-12-2022 | Disable |
|
| 11043 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 22/12/22) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব । অন্যান্য শস্যৰ বাবে: • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 21-12-2022 | Disable |
|
| 11044 | वैस्ट डेकोमपोसेर का उपयोग | ଚାଷୀଙ୍କୁ କ୍ଷେତରେ ଧାନ ନଡ଼ା ନ ଜଳେଇବାକୁ ପରାମର୍ଶ ଦିଆଯାଇଛି। ଏଥି ପାଇଁ ଆପଣଙ୍କ କ୍ଷେତରେ ଧାନ ଅମଳ କରିବା ପରେ ଡିକମ୍ପୋଜର ବ୍ୟବହାର କରନ୍ତୁ | ଵସ୍ତୁ ଡିକୋମ୍ପୋଜର ବ୍ୟବହାର କରି ନଡା ସମସ୍ୟାର ମୁକାବିଲା କରିବାକୁ ପରାମର୍ଶ ଦିଆଯାଇଛି | ଏହି ନଡା ବର୍ଜ୍ୟବସ୍ତୁର ସମାଧାନ କରିବାକୁ ପ୍ରଥମେ 200 ଲିଟର ଡ୍ରମ୍ କିମ୍ବା ଟ୍ୟାଙ୍କ ନିଅନ୍ତୁ | ଏହାକୁ ପାଣିରେ ଭରନ୍ତୁ, ତା’ପରେ ସେଥିରେ 2 କିଲୋଗ୍ରାମ ଗୁଡ ପକାଇ ଭଲ ଭାବରେ ମିଶାନ୍ତୁ | ସେହିଥିରେ ବେସ୍ତ ଡିକମ୍ପୋଜରର ବାକ୍ସ ଖୋଲନ୍ତୁ ଏବଂ ଏହାକୁ ପାଣି ଟାଙ୍କିରେ ଢାଳି ଦିଅନ୍ତୁ | ମନେରଖନ୍ତୁ ଯେ ଏହାକୁ କାଠରେ ବା ବାଉଁଶ ବ୍ୟବହାର କରି ମିଶ୍ରଣକୁ ମିଶାନ୍ତୁ କିନ୍ତୁ ଖାଲି ହାତ ବ୍ୟବହାର କରନ୍ତୁ ନାହିଁ | | Orissa | Orissa | 21-12-2022 | Disable |
|
| 11045 | सरसों मे कीट प्रबंधन | सरसों की फसल में हानिकारक कीटों का आक्रमण से बहुत अधिक नुकसान होता है जिसमें माहू कीट लगभग 30 से 70 % उपज में कमी करता है जब कीट का प्रकोप औसतन 25 प्रति पौधा या 10 % पोधो पर हो जाए तो इनमे से किसी एक कीटनाशक का प्रयोग करे जैसे इमिडाक्लोप्रिड 17.8 का 20 से 25 ग्राम या डायमिथोएट ३० EC या मिथाइल डिमेटोन २5 EC 1000 मिलीलीटर प्रति हेक्टेयर की दर से 600 से 800 लीटर पानी का घोल बनाकर छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Rajasthan | Rajasthan User | 21-12-2022 | Disable |
|
| 11046 | सरसों मे कीट प्रबंधन | सरसों की फसल में हानिकारक कीटों का आक्रमण से बहुत अधिक नुकसान होता है जिसमें माहू कीट लगभग 30 से 70 % उपज में कमी करता है जब कीट का प्रकोप औसतन 25 प्रति पौधा या 10 % पोधो पर हो जाए तो इनमे से किसी एक कीटनाशक का प्रयोग करे जैसे इमिडाक्लोप्रिड 17.8 का 20 से 25 ग्राम या डायमिथोएट ३० EC या मिथाइल डिमेटोन २5 EC 1000 मिलीलीटर प्रति हेक्टेयर की दर से 600 से 800 लीटर पानी का घोल बनाकर छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Rajasthan | Rajasthan User | 21-12-2022 | Disable |
|
| 11047 | लहसुन वह प्याज मे कीट प्रबंधन | पिछले सप्ताह में हुई बारिश के बाद प्याज एवं लहसुन में अधिक आंद्रता की स्थिति मे फफूंदजनित रोगों के नियंत्रण के लिए क्लोरथैलोनिल 75% 30 ग्राम तथा मैनकोज़ेब 15 ग्राम प्रति पंप का छिड़काव करें या प्रोपिकोनोझोल 25% 7 मिलीलीटर पंप का छिड़काव करेI चने की बुवाई के 30 से 40 दिनों के बाद शीर्ष कलिका की तुढ़ाई से अधिक शाखाएं बनती है एवं अधिक उत्पादन प्राप्त होता है I चने की इल्ली के पतंगे दिखने लगे हों वहां जैविक नियंत्रण के लि ए एन.पी.वी. 250 एल.ई. या नीम का तेल 1500 पीपीएम 2 मिली प्रति लीटर का उपयोग करे I यदि कीट का नियंत्रण न होने पर रायसनिक नियंत्रण के लिए क्लोरएन्ट्रानिलीप्रोल 100 से 150 मि.ली. प्रति हेक्टे. की दर से स्प्रे करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Madhya Pradesh | MP | 21-12-2022 | Disable |
|
| 11048 | Adilabad-Bela- 21-12-2022 | VIF- ADilabad-Bela- రైతులకు నమస్కారం... Solidaridad మరియు Vodafone Idea ఫౌండేషన్ ద్వారా స్మార్ట్ అగ్రి ప్రోగ్రామ్కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 17 నుండి 20 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 31 నుండి 32 డిగ్రీల సెల్సియస్గా ఉండి ఆకాశం మేఘావృతమై ఉండే అవకాశం ఉందని ఆదిలాబాద్లోని బేల వద్ద ఆటోమేటెడ్ వాతావరణ కేంద్రం వాతావరణ సూచన. రైతులకు సూచనలు కాయతొలుచు పురుగు నివారణకు ప్రత్యేక శ్రద్ధ... సింథటిక్ పైరెథ్రాయిడ్ క్రిమిసంహారకాలు ప్రభావవంతంగా ఉన్నప్పటికీ, వాటిని ఒక సీజన్లో రెండుసార్లకు మించి వాడకూడదు. అమెరికన్ బోల్వార్మ్ నియంత్రణ కోసం HNPV. ఈ బయోలాజికల్ వైరస్ హెక్టార్ 450 ఎల్.ఇ. ఈ చొప్పున సాయంత్రం పూట ఒక్కో పంపుకు 75 నుంచి 100 మి.లీ. కాలానుగుణంగా సోకిన ఆకులు, పువ్వులు, కాండం లాగి నాశనం చేయాలి. పూర్తిగా పత్తి శుభ్రముపరచు తీసుకోవడం మానుకోండి. తొలిదశలో లెమన్ గ్రాస్ సారం ఉన్న క్రిమిసంహారక మందులు వాడాలి. పవర్ పంప్ ఉపయోగిస్తున్నప్పుడు పురుగుమందుల మొత్తాన్ని మూడు రెట్లు పెంచండి. పత్తి మొక్క యొక్క ట్రంక్ దిగువన ఒక కొమ్మను కలిగి ఉంటుంది. ఆమెకు ఒకటి లేదా రెండు బోనులు ఉన్నాయి. ఇది మందంగా ఉంటుంది. మొత్తం పోషకాలలో 30 నుండి 40 శాతం వరకు గ్రహిస్తుంది. ఇది మొక్కల ఉత్పాదకతను ప్రభావితం చేస్తుంది. అటువంటి చనిపోయిన కొమ్మలను కట్టర్ సహాయంతో కత్తిరించాలి. ఇలా చేయడం వల్ల చెట్టుపై కొత్త పువ్వులు మరియు కొత్త మొగ్గలు పెరుగుతాయి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. | Telangana | Telangana | 20-12-2022 | Disable |
|
| 11049 | Adilabd-Jainad-21-12-22 | VIF- Adilabad-Jainad- రైతులకు నమస్కారం... Solidaridad మరియు Vodafone Idea ఫౌండేషన్ ద్వారా స్మార్ట్ అగ్రి ప్రోగ్రామ్కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 16 నుంచి 20 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 31 నుంచి 32 డిగ్రీల సెల్సియస్గా ఉండే అవకాశం ఉందని ఆదిలాబాద్లోని జైనాద్లోని ఆటోమేటిక్ వాతావరణ కేంద్రం వాతావరణ సూచన. రైతులకు సూచనలు కాయతొలుచు పురుగు నివారణకు ప్రత్యేక శ్రద్ధ... సింథటిక్ పైరెథ్రాయిడ్ క్రిమిసంహారకాలు ప్రభావవంతంగా ఉన్నప్పటికీ, వాటిని ఒక సీజన్లో రెండుసార్లకు మించి వాడకూడదు. అమెరికన్ బోల్వార్మ్ నియంత్రణ కోసం HNPV. ఈ బయోలాజికల్ వైరస్ హెక్టార్ 450 ఎల్.ఇ. ఈ చొప్పున సాయంత్రం పూట ఒక్కో పంపుకు 75 నుంచి 100 మి.లీ. కాలానుగుణంగా సోకిన ఆకులు, పువ్వులు, కాండం లాగి నాశనం చేయాలి. పూర్తిగా పత్తి శుభ్రముపరచు తీసుకోవడం మానుకోండి. తొలిదశలో లెమన్ గ్రాస్ సారం ఉన్న క్రిమిసంహారక మందులు వాడాలి. పవర్ పంప్ ఉపయోగిస్తున్నప్పుడు పురుగుమందుల మొత్తాన్ని మూడు రెట్లు పెంచండి. పత్తి మొక్క యొక్క ట్రంక్ దిగువన ఒక కొమ్మను కలిగి ఉంటుంది. ఆమెకు ఒకటి లేదా రెండు బోనులు ఉన్నాయి. ఇది మందంగా ఉంటుంది. మొత్తం పోషకాలలో 30 నుండి 40 శాతం వరకు గ్రహిస్తుంది. ఇది మొక్కల ఉత్పాదకతను ప్రభావితం చేస్తుంది. అటువంటి చనిపోయిన కొమ్మలను కట్టర్ సహాయంతో కత్తిరించాలి. ఇలా చేయడం వల్ల చెట్టుపై కొత్త పువ్వులు మరియు కొత్త మొగ్గలు పెరుగుతాయి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. | Telangana | Telangana | 20-12-2022 | Disable |
|
| 11050 | VIF-3-Parbhani-Pingali-21-12-2022 | Parbhani (3) परभणी तालुक्यातील पिंगळी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 16 ते 17 अंश तर कमाल 31 ते 32 अंश सेल्सियस एवढे राहील. शेतकऱ्यांसाठी सूचना बोंडअळी नियंत्रणासाठी विशेष काळजी ..., संश्लेषित पायरेथ्राईड ही किटकनाशके प्रभावी असली तरी एकाच हंगामात दोनपेक्षा अधिक वेळा त्याचा वापर करु नये. अमेरिकन बोंडअळीच्या नियंत्रणासाठी एच.एन.पी.व्ही. हे जैविक विषाणू हेक्टरी ४५० एल.ई. या प्रमाणात सायंकाळच्या वेळी प्रति पंप 75 ते 100 मिली यानुसार फवारावे. अधुनमधुन कीडग्रस्त गळालेली पाने, फुले, बोंडे वेचून नष्ट करावीत. कपाशीचा खोडवा घेण्याचे पूर्णत: टाळावे. निंबोळी अर्क असलेल्या किटकनाशकांचा सुरुवातीच्या काळात वापर करावा. पॉवर पंप वापरताना किटकनाशकांचे प्रमाण तिप्पट करावे. कापुस झाडाच्या खोडाला खालच्या बाजूस गळ फांदी असते. तिला एक किंवा दोन कैऱ्या असतात. ती जाड असते. एकूण अन्नद्रव्याचे 30 ते 40 टक्के अन्नद्रव्याचे शोषण करते. त्यामुळे झाडांच्या उत्पादकतेवर परिणाम होतो. अश्या गळ फांद्या कटरचे सहाय्याने कापाव्या. असे केल्याने झाडावर नविन फुले पात्या आणि नवित बोंडांची संख्या वाढते. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! | Maharashtra | MH | 20-12-2022 | Disable |
|