Message List: 12,220
S.No Message Title Message State Created By Creation Date Status Action
11171 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jorhat, 17/11/22) জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে বন্ধাকবিৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে যিহেতু অহা সপ্তাহত বৰষুণ অহা সম্ভাৱনা নাই। বন্ধাকবিৰ কিছু জাত যেনে- Pusa Mukta, Pride of India, Drum Head আদি সংগ্ৰহ কৰিব পাৰে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 16-11-2022 Disable
11172 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 17/11/22) জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে বন্ধাকবিৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে যিহেতু অহা সপ্তাহত বৰষুণ অহা সম্ভাৱনা নাই। বন্ধাকবিৰ কিছু জাত যেনে- Pusa Mukta, Pride of India, Drum Head আদি সংগ্ৰহ কৰিব পাৰে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 16-11-2022 Disable
11173 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 17/11/22) জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে বন্ধাকবিৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে যিহেতু অহা সপ্তাহত বৰষুণ অহা সম্ভাৱনা নাই। বন্ধাকবিৰ কিছু জাত যেনে- Pusa Mukta, Pride of India, Drum Head আদি সংগ্ৰহ কৰিব পাৰে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ Assam Assam 16-11-2022 Disable
11174 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 17/11/22) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে বন্ধাকবিৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে যিহেতু অহা সপ্তাহত বৰষুণ অহা সম্ভাৱনা নাই। বন্ধাকবিৰ কিছু জাত যেনে- Pusa Mukta, Pride of India, Drum Head আদি সংগ্ৰহ কৰিব পাৰে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 16-11-2022 Disable
11175 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 17/11/22) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে বন্ধাকবিৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে যিহেতু অহা সপ্তাহত বৰষুণ অহা সম্ভাৱনা নাই। বন্ধাকবিৰ কিছু জাত যেনে- Pusa Mukta, Pride of India, Drum Head আদি সংগ্ৰহ কৰিব পাৰে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 16-11-2022 Disable
11176 கொப்புள நோய் கட்டுப்படுத்துதல் நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பான் (Wetting Agent) (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பான் உடன் 40 லிட்டர் தண்ணீருடன் கலந்து விசைதெளிப்பான் முலம் இருபுறமும் இருவரிசையும் கைத்தெளிப்பான் முலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். Tamil Nadu Tamil Nadu 16-11-2022 Disable
11177 மட்டம் உடைத்தல சைனா ரக செடிகளை தரை மட்டத்திலிருந்து 24 அ’;குல உயரத்திலும் அஸ்ஸhம் ரக செடிகளை தரை மட்டத்திலிருந்து 28 அ’;குலத்திலும் மட்டம் ஒடிக்கலாம்/ மட்டம் ஒடித்தலை ஒரே முறை செய்யாமல் மு்ன்று முறை செய்வது அவசியமாகும்/ சாpவு அதிகமாக உள்ள தோட்ட’;களில் மட்டத்தின் உயரத்தை குறைத்து கொள்ளலாம Tamil Nadu Tamil Nadu 16-11-2022 Disable
11178 கவாத்து செய்தல இளம் தேயிலையில் (1 டூ 5 வருட’;கள்) கவாத்து செய்யும் பொழுது 18 டூ 2, அ’;குலத்தில் கவாத்து செய்யலாம்/ மற்ற தோட்ட’;களில் செடியின் உயரம் மற்றும் ஆரோக்கியம் மற்றும் கடந்த முறை கவாத்து மற்றும் மட்டம் ஒடித்த உயரம் ஆகியவற்றை கணக்கில் கொண்டு கவாத்து செய்யலாம Tamil Nadu Tamil Nadu 16-11-2022 Disable
11179 உரமிடுதல் ஒரு ஏக்கா கொண்ட தோட்டத்திற்கு 60 kgs of Urea + 30 kgs of MOP = 90 kgs per acre பரப்பி விடுதல் உகந்தது Tamil Nadu Tamil Nadu 16-11-2022 Disable
11180 கொப்புள நோய் கட்டுப்படுத்துதல் நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பான் (Wetting Agent) (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பான் உடன் 40 லிட்டர் தண்ணீருடன் கலந்து விசைதெளிப்பான் முலம் இருபுறமும் இருவரிசையும் கைத்தெளிப்பான் முலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். Tamil Nadu Tamil Nadu 16-11-2022 Disable