Message List: 12,220
S.No Message Title Message State Created By Creation Date Status Action
11261 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 20/10/22) জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২০ৰ পৰা ২৬ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ২০ৰ পৰা ২৪ অক্টোবৰলৈ বতৰ ফৰকাল হৈ থাকিব আৰু বৰষুণ অহা সম্ভাৱনা নাই । ২৫ আৰু ২৬ অক্টোবৰত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ২৬ অক্টোবৰত মধ্যমীয়া বৰষুণ অহা সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহিছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% Urea, Magnesium sulphate আৰু MOP, ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব বা নহলে অপতৃণনাশক ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ কিছুমান জাত যেনে JC-1, Pusa Purple Long, Pusa Kranti আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। • এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৮০-৯০গ্ৰাম । বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম Captaf বা Thiram 50 WP দি শোধন কৰিব লাগে। পুলিৰ মাজৰ ব্যৱধান প্ৰতিটো শাৰীত ৬০ চে.মি আৰু দুটা শাৰীৰ মাজৰ দূৰত্ব ৭৫ চে.মি. ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 19-10-2022 Disable
11262 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 20/10/22) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২০ৰ পৰা ২৬ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২০ৰ পৰা ২৪ অক্টোবৰলৈ বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব আৰু বৰষুণ অহা সম্ভাৱনা নাই । ২৫ আৰু ২৬ অক্টোবৰত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতল বৰষুণ অহা সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত ১৩ৰ পৰা ১৯ অক্টোবৰলৈ মুঠ ৭ মিলি. বৰষুণ হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহিছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% Urea, Magnesium sulphate আৰু MOP, ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব বা নহলে অপতৃণনাশক ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ কিছুমান জাত যেনে JC-1, Pusa Purple Long, Pusa Kranti আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। • এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৮০-৯০গ্ৰাম । বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম Captaf বা Thiram 50 WP দি শোধন কৰিব লাগে। পুলিৰ মাজৰ ব্যৱধান প্ৰতিটো শাৰীত ৬০ চে.মি আৰু দুটা শাৰীৰ মাজৰ দূৰত্ব ৭৫ চে.মি. ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 19-10-2022 Disable
11263 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 20/10/22) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২০ৰ পৰা ২৬ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২০ৰ পৰা ২৩ অক্টোবৰলৈ বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব আৰু বৰষুণ অহা সম্ভাৱনা নাই । ২৪ৰ পৰা ২৬ অক্টোবৰলৈ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে সামান্য পৰিমাণৰ বৰষুণ অহা সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত ১৩ৰ পৰা ১৯ অক্টোবৰলৈ মুঠ ১১ মিলি. বৰষুণ হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহিছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% Urea, Magnesium sulphate আৰু MOP, ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব বা নহলে অপতৃণনাশক ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ কিছুমান জাত যেনে JC-1, Pusa Purple Long, Pusa Kranti আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। • এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৮০-৯০গ্ৰাম । বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম Captaf বা Thiram 50 WP দি শোধন কৰিব লাগে। পুলিৰ মাজৰ ব্যৱধান প্ৰতিটো শাৰীত ৬০ চে.মি আৰু দুটা শাৰীৰ মাজৰ দূৰত্ব ৭৫ চে.মি. ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 19-10-2022 Disable
11264 सरसों में भूमि की तैयारी एवं बीजोपचार सरसों की बोवाई के लिए यह उपयुक्त समय है I खेत तैयार करने के लिए बहुत अधिक जुताई से बचें, कल्टीवेटर से आड़ी व खडी दो बार जुताई कर पाटा चलाना समुचित होगा I खरीफ की फसल से खाली खेत की नमी का लाभ लेने के लिए समय रहते खेत तैयार करें I अगर संभव हो तो रिज व फर्रो /बीबीएफ प्रणाली से बोवनी करें I सरसों में प्रारंभिक अवस्था के प्रमुख रोग एवं कीटों से बचाव के लिए मेंकोजेब 2 ग्राम या थाइरम 3 ग्राम, या मेटालेक्सिल 6 ग्राम तथा थायमिथोक्सम 5 ग्राम या इमिडाक्लोप्रिड 6 ग्राम प्रति किलो बीज की दर से बीजोपचार अवश्य करें I उसके बाद बीज को एजेटोबैक्टर कल्चर @ 10 ग्राम व पीएसबी कल्चर @ 10 ग्राम प्रति किलोग्राम बीज के हिसाब से टीकाकरण करेंI Rajasthan Rajasthan User 18-10-2022 Disable
11265 19-10-Yavatmal-Ner 19-10-22 Yavatmal (2) नमस्कार शेतकरी बंधूंनो... सॉलिडरीडॅड आणि वोडाफोन आयडिया फाऊंडेशन यांच्या स्मार्ट अॅग्री प्रोग्राममध्ये आपले स्वागत आहे. *कापूसाला चांगला भाव मिळण्यासाठी वेचणी बाबतसूचना. कापूस वेचणी करताना पूर्णपणे उमललेल्या बोंडातील कापूस वेचावा.किडक आणि कवडी कापूस चांगल्या कापसात मिसळू नये. कापूस वेचणी खालून वर वेचावा म्हणजे वाळलेली पाने कापसाला चिकटणार नाही. कापूस वेचणी करतांना डोके झाकले जाईल असा रुमाल बांधावा म्हणजे कापसात केस मिसळले जाणार नाहीत,कापूस वाहतुक करण्या आधी वाहन स्वच्छ करावे. साठवणगृह स्वच्छ करावे साठवणगृहात पुरेसा प्रकाश आणि हवा खेळती असावी. दमटपणा नसावा.साठवण गृहामधे रासायनिक खतांची, औषधांची आणि ज्वालाग्राही पदार्थांची साठवण करु नये. बोंडअळीचा प्रादूर्भाव रोखण्या करिता अॅझेडिरेक्टिन 300 ppm क्षमतेचे फावारणी करावी. तसेच लाईट ट्रॅप व ट्रायको-कार्डचा वापर करावा. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 18-10-2022 Disable
11266 19-10-Wardha-Ajansara 19-10-22 Wardha (2) नमस्कार शेतकरी बंधूंनो... सॉलिडरीडॅड आणि वोडाफोन आयडिया फाऊंडेशन यांच्या स्मार्ट अॅग्री प्रोग्राममध्ये आपले स्वागत आहे. *कापूसाला चांगला भाव मिळण्यासाठी वेचणी बाबतसूचना. कापूस वेचणी करताना पूर्णपणे उमललेल्या बोंडातील कापूस वेचावा.किडक आणि कवडी कापूस चांगल्या कापसात मिसळू नये. कापूस वेचणी खालून वर वेचावा म्हणजे वाळलेली पाने कापसाला चिकटणार नाही. कापूस वेचणी करतांना डोके झाकले जाईल असा रुमाल बांधावा म्हणजे कापसात केस मिसळले जाणार नाहीत,कापूस वाहतुक करण्या आधी वाहन स्वच्छ करावे. साठवणगृह स्वच्छ करावे साठवणगृहात पुरेसा प्रकाश आणि हवा खेळती असावी. दमटपणा नसावा.साठवण गृहामधे रासायनिक खतांची, औषधांची आणि ज्वालाग्राही पदार्थांची साठवण करु नये. बोंडअळीचा प्रादूर्भाव रोखण्या करिता अॅझेडिरेक्टिन 300 ppm क्षमतेचे फावारणी करावी. तसेच लाईट ट्रॅप व ट्रायको-कार्डचा वापर करावा. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 18-10-2022 Disable
11267 19-10-Nagpur-Saoner 19-10-22 Nagpur (2) नमस्कार शेतकरी बंधूंनो... सॉलिडरीडॅड आणि वोडाफोन आयडिया फाऊंडेशन यांच्या स्मार्ट अॅग्री प्रोग्राममध्ये आपले स्वागत आहे. *कापूसाला चांगला भाव मिळण्यासाठी वेचणी बाबतसूचना. कापूस वेचणी करताना पूर्णपणे उमललेल्या बोंडातील कापूस वेचावा.किडक आणि कवडी कापूस चांगल्या कापसात मिसळू नये. कापूस वेचणी खालून वर वेचावा म्हणजे वाळलेली पाने कापसाला चिकटणार नाही. कापूस वेचणी करतांना डोके झाकले जाईल असा रुमाल बांधावा म्हणजे कापसात केस मिसळले जाणार नाहीत,कापूस वाहतुक करण्या आधी वाहन स्वच्छ करावे. साठवणगृह स्वच्छ करावे साठवणगृहात पुरेसा प्रकाश आणि हवा खेळती असावी. दमटपणा नसावा.साठवण गृहामधे रासायनिक खतांची, औषधांची आणि ज्वालाग्राही पदार्थांची साठवण करु नये. बोंडअळीचा प्रादूर्भाव रोखण्या करिता अॅझेडिरेक्टिन 300 ppm क्षमतेचे फावारणी करावी. तसेच लाईट ट्रॅप व ट्रायको-कार्डचा वापर करावा. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 18-10-2022 Disable
11268 19-10-Amravati-Dabhada 19-10-22 Amravati (2) नमस्कार शेतकरी बंधूंनो... सॉलिडरीडॅड आणि वोडाफोन आयडिया फाऊंडेशन यांच्या स्मार्ट अॅग्री प्रोग्राममध्ये आपले स्वागत आहे. *कापूसाला चांगला भाव मिळण्यासाठी वेचणी बाबतसूचना. कापूस वेचणी करताना पूर्णपणे उमललेल्या बोंडातील कापूस वेचावा.किडक आणि कवडी कापूस चांगल्या कापसात मिसळू नये. कापूस वेचणी खालून वर वेचावा म्हणजे वाळलेली पाने कापसाला चिकटणार नाही. कापूस वेचणी करतांना डोके झाकले जाईल असा रुमाल बांधावा म्हणजे कापसात केस मिसळले जाणार नाहीत,कापूस वाहतुक करण्या आधी वाहन स्वच्छ करावे. साठवणगृह स्वच्छ करावे साठवणगृहात पुरेसा प्रकाश आणि हवा खेळती असावी. दमटपणा नसावा.साठवण गृहामधे रासायनिक खतांची, औषधांची आणि ज्वालाग्राही पदार्थांची साठवण करु नये. बोंडअळीचा प्रादूर्भाव रोखण्या करिता अॅझेडिरेक्टिन 300 ppm क्षमतेचे फावारणी करावी. तसेच लाईट ट्रॅप व ट्रायको-कार्डचा वापर करावा. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 18-10-2022 Disable
11269 19-10-Wardha-Daroda 19-10-22 Wardha (1) नमस्कार शेतकरी बंधूंनो... सॉलिडरीडॅड आणि वोडाफोन आयडिया फाऊंडेशन यांच्या स्मार्ट अॅग्री प्रोग्राममध्ये आपले स्वागत आहे. *कापूसाला चांगला भाव मिळण्यासाठी वेचणी बाबतसूचना. कापूस वेचणी करताना पूर्णपणे उमललेल्या बोंडातील कापूस वेचावा.किडक आणि कवडी कापूस चांगल्या कापसात मिसळू नये. कापूस वेचणी खालून वर वेचावा म्हणजे वाळलेली पाने कापसाला चिकटणार नाही. कापूस वेचणी करतांना डोके झाकले जाईल असा रुमाल बांधावा म्हणजे कापसात केस मिसळले जाणार नाहीत,कापूस वाहतुक करण्या आधी वाहन स्वच्छ करावे. साठवणगृह स्वच्छ करावे साठवणगृहात पुरेसा प्रकाश आणि हवा खेळती असावी. दमटपणा नसावा.साठवण गृहामधे रासायनिक खतांची, औषधांची आणि ज्वालाग्राही पदार्थांची साठवण करु नये. बोंडअळीचा प्रादूर्भाव रोखण्या करिता अॅझेडिरेक्टिन 300 ppm क्षमतेचे फावारणी करावी. तसेच लाईट ट्रॅप व ट्रायको-कार्डचा वापर करावा. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 18-10-2022 Disable
11270 19-10-Yavatmal-Ghatanji 19-10-22 Yavatmal (1) नमस्कार शेतकरी बंधूंनो... सॉलिडरीडॅड आणि वोडाफोन आयडिया फाऊंडेशन यांच्या स्मार्ट अॅग्री प्रोग्राममध्ये आपले स्वागत आहे. *कापूसाला चांगला भाव मिळण्यासाठी वेचणी बाबतसूचना. कापूस वेचणी करताना पूर्णपणे उमललेल्या बोंडातील कापूस वेचावा.किडक आणि कवडी कापूस चांगल्या कापसात मिसळू नये. कापूस वेचणी खालून वर वेचावा म्हणजे वाळलेली पाने कापसाला चिकटणार नाही. कापूस वेचणी करतांना डोके झाकले जाईल असा रुमाल बांधावा म्हणजे कापसात केस मिसळले जाणार नाहीत,कापूस वाहतुक करण्या आधी वाहन स्वच्छ करावे. साठवणगृह स्वच्छ करावे साठवणगृहात पुरेसा प्रकाश आणि हवा खेळती असावी. दमटपणा नसावा.साठवण गृहामधे रासायनिक खतांची, औषधांची आणि ज्वालाग्राही पदार्थांची साठवण करु नये. बोंडअळीचा प्रादूर्भाव रोखण्या करिता अॅझेडिरेक्टिन 300 ppm क्षमतेचे फावारणी करावी. तसेच लाईट ट्रॅप व ट्रायको-कार्डचा वापर करावा. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 18-10-2022 Disable