Message List: 12,220
S.No Message Title Message State Created By Creation Date Status Action
11291 12-10-Amravati (1) Amravati (1) नमस्कार शेतकरी बंधूंनो... किट प्रबंधन सबंधी माहिती पुढीलप्रमाणे,  कपाशीतील आंतरिक बोंड सड रोगाच्या व्यवस्थापनासाठी, कॉपर ऑक्सिक्लोराईड ५० डब्ल्यूपी/डब्ल्यूजी २५ ते ३० ग्राम आणि त्यानंतर ७ दिवसाच्या अंतराने प्रोपीकोनाझोल २५ ईसी १० मिली प्रती १० लिटर पाण्यात मिसळून फवारणी करावी. कपाशीमध्ये रस शोषक  किडीचा प्रादुर्भाव आर्थिक नुकसान पातळीपेक्षा जास्त असेल तर, नियंत्रणासाठी फ्लॉनिकॅमिड ५० डब्ल्यूजी @ ८० ग्रॅम प्रती एकर  प्रमाणात किटकनाशकाची  फवारणी करावी. गुलाबी बोंडअळीचे निरीक्षण आणि नियंत्रण करण्यासाठी, शेतात २ कामगंध सापळे प्रती एकर लावावे. कामगंध सापळ्यामध्ये सलग ३ रात्री ६ ते ८ पतंग आढळून आल्यास किंवा प्रादुर्भाव ग्रस्त हिरवी बोंडे आढळून आल्यास प्रोफेनोफॉस ५० % ईसी ६०० मिली प्रती एकर किंवा  इमामेक्टीन बेन्झोएट 5 % एसजी 100 ग्राम प्रती एकर या प्रमाणात  फवारणी करावी. तसेच ट्रायकोग्रामा कार्ड 5 प्रती एकर या प्रमाणात लावावी. प्रकाश सांपळ्यांचा वापर करावा. कपाशी मधील नैसर्गिक पाते व फुलगळ टाळण्यासाठी एनएए (नॅप्थेलिक ऍसिटिक ऍसिड) ४ मिली प्रती 10 लिटर पाणी या प्रमाणात फवारणी करावी.  सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Maharashtra MH 11-10-2022 Disable
11292 सरसो बीज उपचार सरसों की फसल को शुरुआती अवस्था में कीट एवं रोगों से बचाव के लिए रोगमुक्त, स्वस्थ एवं प्रमाणित बीज का ही प्रयोग करें I बीज को उपचारित करके ही बुवाई करें I इसके लिए कार्बनडाज़िम फफूंदीनाशक से 2 ग्राम दवा प्रति किलो बीज की दर से बीजोपचार करे एवं मृदाजनित अन्य रोगों की रोकथाम के लिए ट्राइकोडर्मा से 10 ग्राम प्रति किलो बीज की दर से बीजोपचार करे I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Rajasthan Rajasthan User 11-10-2022 Disable
11293 रबी फसल के लिए खेत की तैयारी गेहूँ एवं चना की उन्नत खेती हेतु खेत की तैयारी करने का उचित समय है I गेहूं की खेत की तैयारी तथा सिंचाई जल उपयोगिता बढ़ाने के लिए खरीफ की फसल काटते ही एक सप्ताह के अंदर जुताई करना लाभदायक होता है I अतः पहली जुताई मिट्टी पलटने वाले हल से तथा बाद में डिस्क हैरो या कल्टीवेटर से 2-3 जुताई कर खेत को समतल एवं भुरभुरा बना लेI स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Madhya Pradesh MP 11-10-2022 Disable
11294 October 2 week advisory प्रिय किसान साथियों, आगामी 10 से 16 अक्टूबर के दौरान लखीमपुर और हरदोई जिलो के तापमान में कमी आयेगीI दिन का अधिकतम तापमान 28 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 22 डिग्री सेंटीग्रेड तक होगाI इस दौरान वायु मंडल में आर्द्रता 60 से 90 प्रतिशत तक रहेगी तथा 10 से 12 अक्टूबर के दौरान वर्षा की सम्भावना रहेगीI सप्ताह के दौरान 5 से 10 किलोमीटर प्रति घंटे की रफ़्तार से पूर्व उत्तर से दक्षिण पश्चिम दिशा की ओर हवा चलने की सम्भावना हैI जो किसान शरद कालीन गन्ने की बुवाई करना चाहते हैं तो उनसे अनुरोध है कि खेत की तैयारी के साथ मिट्टी की जाँच अवश्य करायेंI ऐसे खेतों का चुनाव करें जो थोड़े ऊँचे हों और जिसमे बारिश के समय पानी लगने की सम्भावना न होI खेत तैयार करते समय 25 टन प्रति हेक्टेयर की दर से गोबर की सड़ी खाद को भी खेत मिलायेंI बीजों के चयन में सावधानी बरतें और केवल एक आख वाले स्वस्थ बीजो को ही खेत में लगायेंI बीज वाले गन्ने की उम्र 9 माह से अधिक की नहीं होनी चाहिएI बीजों को लगाने से पहले उनका हेक्सा स्टॉप से उपचार अवश्य करेंI गन्ने की बुवाई दो लाइनों के बीच 4 से साढ़े 4 फुट की दूरी बना कर करेंI खाली स्थान पर अंतः फसल के रूप में टमाटर, लहसन, आलू, सरसों, तोरिया की बुवाई करके आमदनी को बढाया जा सकता हैI बुवाई के बाद 75 किग्रा डी.ए.पी. 25 किग्रा यूरिया और 50 किग्रा पोटाश को 25 किग्रा माइक्रो नुट्रीएंट्स के साथ मिला कर खेत में डालेंI जिन किसान साथियों के खेत अभी खाली नहीं है उनके द्वारा गन्ने की नर्सरी लगाई जा सकती हैI 25 से 30 दिनों के बाद इन पौधों की रोपाई की जा सकती हैI नर्सरी के लिए बीज अगेती किस्म के गन्ने का ही लेंI पिछले साल बोये गए गन्ने के पौधे अब परिपक्व हो रहें हैंI गन्नो का पूरा वजन लेने के लिए जरुरी है कि खेत में नमी बनी रहेI खेत का नियमित निरीक्षण करें पायरीला, ग्रास होपर, जैसे कीटो के साथ खर-पतवार को नियंत्रित करते रहेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 06-10-2022 Disable
11295 Telangana_ Text Advisory _6 Oct. 2022 జైనాద్ మండల రైతు సోదరులకు సూచన :: సోలిడరిడాడ్ వారి ఆధునిక ఆటోమేటెడ్ వాతావరన కేంద్ర సమాచారము మేరకు, గత వారం లో కురిసిన వాన 0 మిల్లీ మీటర్లు గా ఉంది. ఈ వారం సైతం వానలు కురిసే అవకాశం 75-80%గా ఉంది.ఆకాశం మేఘావృతమై ఉండడం వల్ల తెగుళ్లు సోకే ప్రమాదం ఉంది కావున పంటచేలలో రైతు సోదరులు విధిగా 600 గ్రాములు కాపర్ ఆక్సి క్లోరైడ్ మరియు 20 గ్రాముల ప్లాంటమైసిన్ అనే మందును 200 లీటర్ల నీటిలో కలుపుకొని మొదలు తడిచేలా పిచికారి చేసుకోవాలి. అవసరమైనట్లయితే 19 .19. 19. నీటిలో కరిగే ఎరువులను మరియు అగ్రోమిన్ మాథ్స్ ఫార్ములా సిక్స్ వంటి ఎరువులను ఎకరానికి రెండు కేజీల చొప్పున 200 లీటర్ల నీటిలో కలుపుకొని పిచికారి చేసుకోవాలి ఇట్లు సాలిడేరిడాడ్ ఆసియా Telangana Telangana 06-10-2022 Disable
11296 6th Oct Message সোলিডারিডাড এবং ভোডাফোন আইডিয়া এর পক্ষ থেকে আপনাদের সবাইকে জানাই শুভ বিজয়ার প্রীতি ও শুভেছা । পূজার ছুটির পর প্রথম পাতা তোলার সময় অবশ্যই সঠিক পদ্ধতি প্রয়োগ করুন এর ফলে আগামী রাউন্ডে এবং আসছে বছরে ভালো পাতা পাওয়া যেতে পারে ।পাতা তোলার সময় ক্রীপ বা ডান্টি উঠিয়ে দিন । বাগানে পোকা মাকড়ের উপদ্রব থাকলে পাতা তোলার পর এক রাউন্ড কীটনাশক ব্যবহার করতে পারেন । পাতা তোলার সময় অবশ্যই হেলোপেল্টিস বা চা মশা আক্রান্ত কুষি উঠিয়ে ফেলবেন । West Bengal West Bengal 05-10-2022 Disable
11297 6 October 2022, Jorhat বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত অহা ৭ দিনত বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ অহা সম্ভাৱনা আছে । বিগত মাহত গড়ে ২১২ মি.মি বৰষুণ হৈছে। দিনৰ উষ্ণতা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৭-৮ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টেবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব। ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব। অন্যান্য শস্যৰ বাবে: • দেৰিকৈ কৰা মূলাৰ কিছুমান জাত যেনে-Bombay Red, Jaunpuri আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় অক্টোবৰ মাহৰ পৰা নবেম্বৰ মাহৰ ভিতৰত। বীজবোৰ সাৰিৰ মাজত ২০ ছে: মি: ব্যাবধান ৰাখি সিঁচিব লাগে । • পাচলি বাগিছাত অতিৰিক্ত পানী উলিয়াবলৈ বাগিচাবোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 05-10-2022 Disable
11298 6 October 2022, Tinsukia বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ অহা সম্ভাৱনা আছে । বিগত মাহত গড়ে ২০৬ মি.মি বৰষুণ হৈছে। দিনৰ উষ্ণতা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯% আৰু ৮০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২- ৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৭-৮ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টেবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব। ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব। অন্যান্য শস্যৰ বাবে: • দেৰিকৈ কৰা মূলাৰ কিছুমান জাত যেনে-Bombay Red, Jaunpuri আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় অক্টোবৰ মাহৰ পৰা নবেম্বৰ মাহৰ ভিতৰত। বীজবোৰ সাৰিৰ মাজত ২০ ছে: মি: ব্যাবধান ৰাখি সিঁচিব লাগে । • পাচলি বাগিছাত অতিৰিক্ত পানী উলিয়াবলৈ বাগিচাবোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 05-10-2022 Disable
11299 6 October 2022, Dibrugarh বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ অহা সম্ভাৱনা আছে । বিগত মাহত গড়ে ২৬৩ মি.মি বৰষুণ হৈছে। দিনৰ উষ্ণতা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৭-৮ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টেবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব। ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব। অন্যান্য শস্যৰ বাবে: • দেৰিকৈ কৰা মূলাৰ কিছুমান জাত যেনে-Bombay Red, Jaunpuri আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় অক্টোবৰ মাহৰ পৰা নবেম্বৰ মাহৰ ভিতৰত। বীজবোৰ সাৰিৰ মাজত ২০ ছে: মি: ব্যাবধান ৰাখি সিঁচিব লাগে । • পাচলি বাগিছাত অতিৰিক্ত পানী উলিয়াবলৈ বাগিচাবোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 05-10-2022 Disable
11300 6 October 2022, Darogachuba বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি অহা ৭ দিনত ওচৰৰ অঞ্চলবোৰত, বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ অহা সম্ভাৱনা আছে । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২- ৬ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। যোৱা ছেপ্টেম্বৰ মাহত মুঠ ১০০ মি.মি বৰষুণ হৈছে। বিগত ২৯ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ মুঠ ২৪ মিলি. বৰষুণ হৈছে। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৭-৮ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টেবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব। ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব। অন্যান্য শস্যৰ বাবে: • দেৰিকৈ কৰা মূলাৰ কিছুমান জাত যেনে-Bombay Red, Jaunpuri আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় অক্টোবৰ মাহৰ পৰা নবেম্বৰ মাহৰ ভিতৰত। বীজবোৰ সাৰিৰ মাজত ২০ ছে: মি: ব্যাবধান ৰাখি সিঁচিব লাগে । • পাচলি বাগিছাত অতিৰিক্ত পানী উলিয়াবলৈ বাগিচাবোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 05-10-2022 Disable