Message List: 12,220
S.No Message Title Message State Created By Creation Date Status Action
11401 VIF2-Amravati Advisory-31-8-2022 कापूस पिकाचे किडीपासून संरक्षणासाठी रासायनिक कीटकनाशकांचा वापर कमीकरून वनस्पतीजन्य कीटकनाशकांचा वापर करावा जसे कि निंबोळी अर्क ज्यामध्ये अझाड़ीरेक्टीन, निंबीन, निंबीडीन, निंबोनीन, निंबीस्टेलॉल, मेलॅट्रियाल, असे अनेक महत्त्वाचे घटक असल्यामुळेकिडींचे नियंत्रण करण्यास मदत मिळते. हे घटक किडींच्या नियंत्रणामध्ये महत्त्वाची भूमिकानिभावतात आणि निंबोळी अर्क मावा, तुडतुडे, अमेरिकन बोंड अळी, पानेव देठ पोखरणारी अळी, फळमाशी, खोडकिडा अशा अनेक किडींवर प्रभावी आहे. ह्यामुळे रसशोषककिडींचा प्रादुर्भाव कमी करण्यास सुद्धा मदत होते. शेतामध्ये ओमनी किडींचा प्रादुर्भावआढळून आल्यास मेटारायझीअम ऍनिसोपली किंवा बिव्हेरिया बॅसियानाह्या मित्र बुरशींचा वापर करावा. गुलाबी बोन्ड अळीच्या प्रतिबंधासाठी शेतामध्ये एकरी ५ ते ६ फेरोमोन सापळे लावावे वनिरीक्षण करावे आणि रस शोषक किडींसाठी पिवळे व निळे चिकट सापळे एकरी १० ते १५ असेलावावे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्येआपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. ९१५८२६१९२२. धन्यवाद!  Maharashtra MH 30-08-2022 Disable
11402 VIF1-Amravati Advisory-31-08-2022 कापूस पिकाचे किडीपासून संरक्षणासाठी रासायनिक कीटकनाशकांचा वापर कमीकरून वनस्पतीजन्य कीटकनाशकांचा वापर करावा जसे कि निंबोळी अर्क ज्यामध्ये अझाड़ीरेक्टीन, निंबीन, निंबीडीन, निंबोनीन, निंबीस्टेलॉल, मेलॅट्रियाल, असे अनेक महत्त्वाचे घटक असल्यामुळेकिडींचे नियंत्रण करण्यास मदत मिळते. हे घटक किडींच्या नियंत्रणामध्ये महत्त्वाची भूमिकानिभावतात आणि निंबोळी अर्क मावा, तुडतुडे, अमेरिकन बोंड अळी, पानेव देठ पोखरणारी अळी, फळमाशी, खोडकिडा अशा अनेक किडींवर प्रभावी आहे. ह्यामुळे रसशोषककिडींचा प्रादुर्भाव कमी करण्यास सुद्धा मदत होते. शेतामध्ये ओमनी किडींचा प्रादुर्भावआढळून आल्यास मेटारायझीअम ऍनिसोपली किंवा बिव्हेरिया बॅसियानाह्या मित्र बुरशींचा वापर करावा. गुलाबी बोन्ड अळीच्या प्रतिबंधासाठी शेतामध्ये एकरी ५ ते ६ फेरोमोन सापळे लावावे वनिरीक्षण करावे आणि रस शोषक किडींसाठी पिवळे व निळे चिकट सापळे एकरी १० ते १५ असेलावावे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्येआपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. ९१५८२६१९२२. धन्यवाद!  Maharashtra MH 30-08-2022 Disable
11403 Disease Management in Soy सोयाबीन में जल भराव से बचने के लिए पानी की उचित निकासी की व्यवस्था करें I सोयाबीन की फसल में यदि एन्थ्राक्नोज एवं राइजोक्टोनिया ब्लाइट फफूंद जनित रोग दिखने पर इस रोग के नियंत्रण हेतु सलाह है कि टेबूकोनाझोल 625 मिलीलीटर प्रति हेक्टेयर अथवा टेबूकोनाझोल + सल्फर 1 किलोग्राम प्रति हेक्टेयर अथवा टेबूकोनाजोल + ट्राईफ्लोक्सीस्ट्रोबिन @ 350 मि.ली. प्रति हेक्टे. अथवा हैक्जाकोनोझोल 5 प्रतिशत ईसी 800 मिलीलीटर प्रति हेक्टेयर से छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818Dise Rajasthan Rajasthan User 29-08-2022 Disable
11404 Disease Management in Soy सोयाबीन में जल भराव से बचने के लिए पानी की उचित निकासी की व्यवस्था करें I सोयाबीन की फसल में यदि एन्थ्राक्नोज एवं राइजोक्टोनिया ब्लाइट फफूंद जनित रोग दिखने पर इस रोग के नियंत्रण हेतु सलाह है कि टेबूकोनाझोल 625 मिलीलीटर प्रति हेक्टेयर अथवा टेबूकोनाझोल + सल्फर 1 किलोग्राम प्रति हेक्टेयर अथवा टेबूकोनाजोल + ट्राईफ्लोक्सीस्ट्रोबिन @ 350 मि.ली. प्रति हेक्टे. अथवा हैक्जाकोनोझोल 5 प्रतिशत ईसी 800 मिलीलीटर प्रति हेक्टेयर से छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Madhya Pradesh MP 29-08-2022 Disable
11405 Drainage during monsoon प्रिय किसान साथियों, आगामी 29 अगस्त से 4 सितम्बर के दौरान लखीमपुर और हरदोई जिले में तापमान में हलकी गिरावट आयेगीI इस दौरान न्यूनतम तापमान 26 डिग्री और अधिकतम तापमान 33 डिग्री सेंटीग्रेड तक बना रहेगाI असमान में बदल छाये रहेंगे और 28 अगस्त से १ सितम्बर के दौरान वर्षा भी होगीI इस दौरान पूर्व-उत्तर दिशा से तेज हवा के झोंके भी आएंगेI किसान साथियों से अनुरोध है कि बारिश की स्थिति को देखते हुए खेतों में पानी के निकास की समुचित व्यवस्था अवश्य कर लेंI तेज हवा के झोंको से गन्ने के पेड़ों के गिरने की सम्भावना बनेगीI इससे बचने के लिए गन्ने के पौधों पर मिट्टी चढाने और बंधाई का काम प्राथमिकता से करेंI यदि गन्ने के पौधों की लम्बाई अधिक हो गयी हो तो जरुरत के अनुसार पौधों की तीसरी, चौथी या पांचवी बंधाई भी करेंI संभव हो तो कैंची बंधाई करें इससे हवा चलने या बारिश होने की स्थिति में पौधे नहीं गिरेंगेI गन्ने के पौधों की सूखी पत्तियों की छिलाई करें और उसे पौधों की लाइनों में बिछा देंI लाल सडन रोग से ग्रसित गन्नो को जड़ से उखाड़ कर खेत से बाहर जमीन के नीचे ३-४ फीट गड्ढा खोद कर दबा देंI उखाड़े गए स्थान पर प्रति एकड़ 4 किलो ट्राईकोडरमा को 100 लीटर पानी में घोलें तथा 4-5 कुंटल गोबर के खाद में मिलाकर छाये में सुखाएंI 48 घंटे बाद इस मिश्रण को लाल सडन रोग से प्रभावित गन्ने की लाइनों में डालेंI पोक्का बोइंग रोग की पहचान के बाद ७५० ग्राम मेन्कोजेब दवा को २५० लीटर पानी में घोल कर एक एकड़ की दर से खेतों में छिडकाव करेंI बिमारियों के लक्षण को ध्यान में रख कर किसान साथी सावधानी बरतेंI खेत का नियमित निरीक्षण करें पायरीला, ग्रास होपर, जैसे कीटो के साथ खर पतवार को नियंत्रित करते रहेंI जिन किसानों ने जून या जुलाई माह में सनई या ढैंचा की फसल हरी खाद के लिए लगायी थी उसे अब मिट्टी में मिला देI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 25-08-2022 Disable
11406 25 Aug 2022 Amjuli জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৪ পৰা ৩০ আগষ্টলৈ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২৭ °চে.ৰ পৰা ৩৩ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৪° চে.ৰ পৰা ২৭ ° চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ১৬ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯ % আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত বহুত হাবি বনৰে বাগান খন ভৰি পৰিব পাৰে। লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত অকনো সমস্যা নহয়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰেকৰিব। Spraying pressure ১৫ psi হব লাগে। • প্ৰগ্ৰেম অনুযায়ী দ্বিতীয় কিষ্টিৰ সাৰ প্ৰয়োগ যি সকল খেতিয়কে এতিয়াও কৰা নাই সেই সকলে এই সময়ত কৰিব লাগিব। বৰষুণ মুক্ত বতৰৰ স্থিতিত সাৰ প্ৰয়োগ কৰিব। যদি গছৰ গুৰিত এতিয়াও পানী জমা হৈ আছে তেতিয়া হলে সাৰ প্ৰয়োগ নকৰিব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাওৰ দৰে পাচলিত যদি Fruit fly, Red Pumpkin Beetle , Epilachna Beetle আদি কীট-পতংগৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে নিৰপেক্ষ বতৰৰ পৰিস্থিতি ১ মিলিলিটাৰ Malathion 50 EC @ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব পাৰে। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 24-08-2022 Disable
11407 25 Aug 2022 Tinsukia জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৩ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪ °চে.ৰ পৰা ২৬°চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বহুত হাবি বনৰে বাগান খন ভৰি পৰিব পাৰে। লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত অকনো সমস্যা নহয়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰেকৰিব। Spraying pressure ১৫ psi হব লাগে। • প্ৰগ্ৰেম অনুযায়ী দ্বিতীয় কিষ্টিৰ সাৰ প্ৰয়োগ যি সকল খেতিয়কে এতিয়াও কৰা নাই সেই সকলে এই সময়ত কৰিব লাগিব। বৰষুণ মুক্ত বতৰৰ স্থিতিত সাৰ প্ৰয়োগ কৰিব। যদি গছৰ গুৰিত এতিয়াও পানী জমা হৈ আছে তেতিয়া হলে সাৰ প্ৰয়োগ নকৰিব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাওৰ দৰে পাচলিত যদি Fruit fly, Red Pumpkin Beetle , Epilachna Beetle আদি কীট-পতংগৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে নিৰপেক্ষ বতৰৰ পৰিস্থিতি ১ মিলিলিটাৰ Malathion 50 EC @ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব পাৰে। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 24-08-2022 Disable
11408 25 Aug 2022 Darogachuba জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত অহা সপ্তাহত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনাৰ সৈতে বতৰ ডাৱৰীয়া হৈ থাকিব। সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২৯ °চে.ৰ পৰা ৩৪ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৫ °চে.ৰ পৰা ২৭ °চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ৫০ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯% আৰু ৬৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত বহুত হাবি বনৰে বাগান খন ভৰি পৰিব পাৰে। লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত অকনো সমস্যা নহয়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰেকৰিব। Spraying pressure ১৫ psi হব লাগে। • প্ৰগ্ৰেম অনুযায়ী দ্বিতীয় কিষ্টিৰ সাৰ প্ৰয়োগ যি সকল খেতিয়কে এতিয়াও কৰা নাই সেই সকলে এই সময়ত কৰিব লাগিব। বৰষুণ মুক্ত বতৰৰ স্থিতিত সাৰ প্ৰয়োগ কৰিব। যদি গছৰ গুৰিত এতিয়াও পানী জমা হৈ আছে তেতিয়া হলে সাৰ প্ৰয়োগ নকৰিব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাওৰ দৰে পাচলিত যদি Fruit fly, Red Pumpkin Beetle , Epilachna Beetle আদি কীট-পতংগৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে নিৰপেক্ষ বতৰৰ পৰিস্থিতি ১ মিলিলিটাৰ Malathion 50 EC @ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব পাৰে। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 24-08-2022 Disable
11409 25 Aug 2022 Jorhat জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত অহা ৭ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৩°চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৭° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বহুত হাবি বনৰে বাগান খন ভৰি পৰিব পাৰে। লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত অকনো সমস্যা নহয়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰেকৰিব। Spraying pressure ১৫ psi হব লাগে। • প্ৰগ্ৰেম অনুযায়ী দ্বিতীয় কিষ্টিৰ সাৰ প্ৰয়োগ যি সকল খেতিয়কে এতিয়াও কৰা নাই সেই সকলে এই সময়ত কৰিব লাগিব। বৰষুণ মুক্ত বতৰৰ স্থিতিত সাৰ প্ৰয়োগ কৰিব। যদি গছৰ গুৰিত এতিয়াও পানী জমা হৈ আছে তেতিয়া হলে সাৰ প্ৰয়োগ নকৰিব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাওৰ দৰে পাচলিত যদি Fruit fly, Red Pumpkin Beetle , Epilachna Beetle আদি কীট-পতংগৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে নিৰপেক্ষ বতৰৰ পৰিস্থিতি ১ মিলিলিটাৰ Malathion 50 EC @ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব পাৰে। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 24-08-2022 Disable
11410 25 Aug 2022 Dibrugarh জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৪ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৬ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত পশ্চিম আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বহুত হাবি বনৰে বাগান খন ভৰি পৰিব পাৰে। লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত অকনো সমস্যা নহয়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰেকৰিব। Spraying pressure ১৫ psi হব লাগে। • প্ৰগ্ৰেম অনুযায়ী দ্বিতীয় কিষ্টিৰ সাৰ প্ৰয়োগ যি সকল খেতিয়কে এতিয়াও কৰা নাই সেই সকলে এই সময়ত কৰিব লাগিব। বৰষুণ মুক্ত বতৰৰ স্থিতিত সাৰ প্ৰয়োগ কৰিব। যদি গছৰ গুৰিত এতিয়াও পানী জমা হৈ আছে তেতিয়া হলে সাৰ প্ৰয়োগ নকৰিব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাওৰ দৰে পাচলিত যদি Fruit fly, Red Pumpkin Beetle , Epilachna Beetle আদি কীট-পতংগৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে নিৰপেক্ষ বতৰৰ পৰিস্থিতি ১ মিলিলিটাৰ Malathion 50 EC @ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব পাৰে। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 24-08-2022 Disable