Message List: 11,290
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 1271 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 6/4/25) | জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১০ৰ পৰা ১৫ এপ্ৰিললৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১১ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত মাৰ্চ মাহত মুঠ ৭৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • প্ৰথম কিষ্টিৰ সাৰ প্ৰয়োগ UP , LOS , LS, MS বাগান বোৰত কৰিব লাগে । তাৰ আগতে মাটিৰ আৰ্দ্ৰতা (moisture content) জনাটো আৱশ্যক , শুকান ও খৰাং অৱস্হাত মাটিত moisture কম থাকে আৰু তেতিয়া সাৰ প্ৰয়োগ কৰা উচিত নহয় । দ্বিতীয়তে সাৰ দিব লগা বাগানত হাবি/অপতৃণ (weed) থাকিব নালাগে। • চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। নিয়ন্ত্ৰণ কৰিবলৈ ১০০০ মি.লি Glyphosate ২০০ লিটাৰ পানীত মিহলাই ৮-১০ চে.মি. ওখ হাবিৰ ওপৰত স্প্ৰে কৰিব লাগে। • চাহ বাগান বোৰত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু বাৰিষা আৰম্ভ হোৱাৰ আগতে নলা বোৰ পৰিস্কাৰ কৰি জমা হৈ থকা মাটি বা জাবৰ জোথৰবোৰ আতৰাই পেলাব। নলাবিলাক প্ৰয়োজন সাপেক্ষে দ কৰিব লাগে আৰু পানী বৈ যাব পৰাকৈ হেলনীয়া কৰি দিব লাগেI অন্যান্য শস্যৰ বাবে: • ৰঙা লাওৰ বীজ সিঁচা কার্য্য এপ্ৰিল মাহলৈ অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে । এক বিঘা মাটিৰ বাবে ২৫০ গ্ৰাম বীজৰ প্ৰয়োজন হয় । কৃষক সকলে ৰঙা লাওৰ কিছুমান জাত যেনে- আৰ্কা চন্দন (Arka Chandan), আৰ্কা সূৰ্য্যমুখী ( Arka Suryamukhi) আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-04-2025 | Enable |
|
| 1272 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 6/4/25) | জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা ১৯-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত মাৰ্চ মাহত মুঠ ২৫৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • প্ৰথম কিষ্টিৰ সাৰ প্ৰয়োগ UP , LOS , LS, MS বাগান বোৰত কৰিব লাগে । তাৰ আগতে মাটিৰ আৰ্দ্ৰতা (moisture content) জনাটো আৱশ্যক , শুকান ও খৰাং অৱস্হাত মাটিত moisture কম থাকে আৰু তেতিয়া সাৰ প্ৰয়োগ কৰা উচিত নহয় । দ্বিতীয়তে সাৰ দিব লগা বাগানত হাবি/অপতৃণ (weed) থাকিব নালাগে। • চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। নিয়ন্ত্ৰণ কৰিবলৈ ১০০০ মি.লি Glyphosate ২০০ লিটাৰ পানীত মিহলাই ৮-১০ চে.মি. ওখ হাবিৰ ওপৰত স্প্ৰে কৰিব লাগে। • চাহ বাগান বোৰত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু বাৰিষা আৰম্ভ হোৱাৰ আগতে নলা বোৰ পৰিস্কাৰ কৰি জমা হৈ থকা মাটি বা জাবৰ জোথৰবোৰ আতৰাই পেলাব। নলাবিলাক প্ৰয়োজন সাপেক্ষে দ কৰিব লাগে আৰু পানী বৈ যাব পৰাকৈ হেলনীয়া কৰি দিব লাগেI অন্যান্য শস্যৰ বাবে: • ৰঙা লাওৰ বীজ সিঁচা কার্য্য এপ্ৰিল মাহলৈ অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে । এক বিঘা মাটিৰ বাবে ২৫০ গ্ৰাম বীজৰ প্ৰয়োজন হয় । কৃষক সকলে ৰঙা লাওৰ কিছুমান জাত যেনে- আৰ্কা চন্দন (Arka Chandan), আৰ্কা সূৰ্য্যমুখী ( Arka Suryamukhi) আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-04-2025 | Enable |
|
| 1273 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 6/4/25) | জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৯-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত মাৰ্চ মাহত মুঠ ১৯৯ চনমি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • প্ৰথম কিষ্টিৰ সাৰ প্ৰয়োগ UP , LOS , LS, MS বাগান বোৰত কৰিব লাগে । তাৰ আগতে মাটিৰ আৰ্দ্ৰতা (moisture content) জনাটো আৱশ্যক , শুকান ও খৰাং অৱস্হাত মাটিত moisture কম থাকে আৰু তেতিয়া সাৰ প্ৰয়োগ কৰা উচিত নহয় । দ্বিতীয়তে সাৰ দিব লগা বাগানত হাবি/অপতৃণ (weed) থাকিব নালাগে। • চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। নিয়ন্ত্ৰণ কৰিবলৈ ১০০০ মি.লি Glyphosate ২০০ লিটাৰ পানীত মিহলাই ৮-১০ চে.মি. ওখ হাবিৰ ওপৰত স্প্ৰে কৰিব লাগে। • চাহ বাগান বোৰত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু বাৰিষা আৰম্ভ হোৱাৰ আগতে নলা বোৰ পৰিস্কাৰ কৰি জমা হৈ থকা মাটি বা জাবৰ জোথৰবোৰ আতৰাই পেলাব। নলাবিলাক প্ৰয়োজন সাপেক্ষে দ কৰিব লাগে আৰু পানী বৈ যাব পৰাকৈ হেলনীয়া কৰি দিব লাগেI অন্যান্য শস্যৰ বাবে: • ৰঙা লাওৰ বীজ সিঁচা কার্য্য এপ্ৰিল মাহলৈ অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে । এক বিঘা মাটিৰ বাবে ২৫০ গ্ৰাম বীজৰ প্ৰয়োজন হয় । কৃষক সকলে ৰঙা লাওৰ কিছুমান জাত যেনে- আৰ্কা চন্দন (Arka Chandan), আৰ্কা সূৰ্য্যমুখী ( Arka Suryamukhi) আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-04-2025 | Enable |
|
| 1274 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 6/4/25) | জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত মাৰ্চ মাহত মুঠ ১১৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • প্ৰথম কিষ্টিৰ সাৰ প্ৰয়োগ UP , LOS , LS, MS বাগান বোৰত কৰিব লাগে । তাৰ আগতে মাটিৰ আৰ্দ্ৰতা (moisture content) জনাটো আৱশ্যক , শুকান ও খৰাং অৱস্হাত মাটিত moisture কম থাকে আৰু তেতিয়া সাৰ প্ৰয়োগ কৰা উচিত নহয় । দ্বিতীয়তে সাৰ দিব লগা বাগানত হাবি/অপতৃণ (weed) থাকিব নালাগে। • চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। নিয়ন্ত্ৰণ কৰিবলৈ ১০০০ মি.লি Glyphosate ২০০ লিটাৰ পানীত মিহলাই ৮-১০ চে.মি. ওখ হাবিৰ ওপৰত স্প্ৰে কৰিব লাগে। • চাহ বাগান বোৰত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু বাৰিষা আৰম্ভ হোৱাৰ আগতে নলা বোৰ পৰিস্কাৰ কৰি জমা হৈ থকা মাটি বা জাবৰ জোথৰবোৰ আতৰাই পেলাব। নলাবিলাক প্ৰয়োজন সাপেক্ষে দ কৰিব লাগে আৰু পানী বৈ যাব পৰাকৈ হেলনীয়া কৰি দিব লাগেI অন্যান্য শস্যৰ বাবে: • ৰঙা লাওৰ বীজ সিঁচা কার্য্য এপ্ৰিল মাহলৈ অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে । এক বিঘা মাটিৰ বাবে ২৫০ গ্ৰাম বীজৰ প্ৰয়োজন হয় । কৃষক সকলে ৰঙা লাওৰ কিছুমান জাত যেনে- আৰ্কা চন্দন (Arka Chandan), আৰ্কা সূৰ্য্যমুখী ( Arka Suryamukhi) আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-04-2025 | Enable |
|
| 1275 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 6/4/25) | জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত মাৰ্চ মাহত মুঠ ১২৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • প্ৰথম কিষ্টিৰ সাৰ প্ৰয়োগ UP , LOS , LS, MS বাগান বোৰত কৰিব লাগে । তাৰ আগতে মাটিৰ আৰ্দ্ৰতা (moisture content) জনাটো আৱশ্যক , শুকান ও খৰাং অৱস্হাত মাটিত moisture কম থাকে আৰু তেতিয়া সাৰ প্ৰয়োগ কৰা উচিত নহয় । দ্বিতীয়তে সাৰ দিব লগা বাগানত হাবি/অপতৃণ (weed) থাকিব নালাগে। • চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। নিয়ন্ত্ৰণ কৰিবলৈ ১০০০ মি.লি Glyphosate ২০০ লিটাৰ পানীত মিহলাই ৮-১০ চে.মি. ওখ হাবিৰ ওপৰত স্প্ৰে কৰিব লাগে। • চাহ বাগান বোৰত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু বাৰিষা আৰম্ভ হোৱাৰ আগতে নলা বোৰ পৰিস্কাৰ কৰি জমা হৈ থকা মাটি বা জাবৰ জোথৰবোৰ আতৰাই পেলাব। নলাবিলাক প্ৰয়োজন সাপেক্ষে দ কৰিব লাগে আৰু পানী বৈ যাব পৰাকৈ হেলনীয়া কৰি দিব লাগেI অন্যান্য শস্যৰ বাবে: • ৰঙা লাওৰ বীজ সিঁচা কার্য্য এপ্ৰিল মাহলৈ অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে । এক বিঘা মাটিৰ বাবে ২৫০ গ্ৰাম বীজৰ প্ৰয়োজন হয় । কৃষক সকলে ৰঙা লাওৰ কিছুমান জাত যেনে- আৰ্কা চন্দন (Arka Chandan), আৰ্কা সূৰ্য্যমুখী ( Arka Suryamukhi) আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-04-2025 | Enable |
|
| 1276 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 6/4/25) | জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-২৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত মাৰ্চ মাহত মুঠ ৩৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • প্ৰথম কিষ্টিৰ সাৰ প্ৰয়োগ UP , LOS , LS, MS বাগান বোৰত কৰিব লাগে । তাৰ আগতে মাটিৰ আৰ্দ্ৰতা (moisture content) জনাটো আৱশ্যক , শুকান ও খৰাং অৱস্হাত মাটিত moisture কম থাকে আৰু তেতিয়া সাৰ প্ৰয়োগ কৰা উচিত নহয় । দ্বিতীয়তে সাৰ দিব লগা বাগানত হাবি/অপতৃণ (weed) থাকিব নালাগে। • চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। নিয়ন্ত্ৰণ কৰিবলৈ ১০০০ মি.লি Glyphosate ২০০ লিটাৰ পানীত মিহলাই ৮-১০ চে.মি. ওখ হাবিৰ ওপৰত স্প্ৰে কৰিব লাগে। • চাহ বাগান বোৰত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু বাৰিষা আৰম্ভ হোৱাৰ আগতে নলা বোৰ পৰিস্কাৰ কৰি জমা হৈ থকা মাটি বা জাবৰ জোথৰবোৰ আতৰাই পেলাব। নলাবিলাক প্ৰয়োজন সাপেক্ষে দ কৰিব লাগে আৰু পানী বৈ যাব পৰাকৈ হেলনীয়া কৰি দিব লাগেI অন্যান্য শস্যৰ বাবে: • ৰঙা লাওৰ বীজ সিঁচা কার্য্য এপ্ৰিল মাহলৈ অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে । এক বিঘা মাটিৰ বাবে ২৫০ গ্ৰাম বীজৰ প্ৰয়োজন হয় । কৃষক সকলে ৰঙা লাওৰ কিছুমান জাত যেনে- আৰ্কা চন্দন (Arka Chandan), আৰ্কা সূৰ্য্যমুখী ( Arka Suryamukhi) আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-04-2025 | Enable |
|
| 1277 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 6/4/25) | জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-২০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত মাৰ্চ মাহত মুঠ ৪৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • প্ৰথম কিষ্টিৰ সাৰ প্ৰয়োগ UP , LOS , LS, MS বাগান বোৰত কৰিব লাগে । তাৰ আগতে মাটিৰ আৰ্দ্ৰতা (moisture content) জনাটো আৱশ্যক , শুকান ও খৰাং অৱস্হাত মাটিত moisture কম থাকে আৰু তেতিয়া সাৰ প্ৰয়োগ কৰা উচিত নহয় । দ্বিতীয়তে সাৰ দিব লগা বাগানত হাবি/অপতৃণ (weed) থাকিব নালাগে। • চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। নিয়ন্ত্ৰণ কৰিবলৈ ১০০০ মি.লি Glyphosate ২০০ লিটাৰ পানীত মিহলাই ৮-১০ চে.মি. ওখ হাবিৰ ওপৰত স্প্ৰে কৰিব লাগে। • চাহ বাগান বোৰত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু বাৰিষা আৰম্ভ হোৱাৰ আগতে নলা বোৰ পৰিস্কাৰ কৰি জমা হৈ থকা মাটি বা জাবৰ জোথৰবোৰ আতৰাই পেলাব। নলাবিলাক প্ৰয়োজন সাপেক্ষে দ কৰিব লাগে আৰু পানী বৈ যাব পৰাকৈ হেলনীয়া কৰি দিব লাগেI অন্যান্য শস্যৰ বাবে: • ৰঙা লাওৰ বীজ সিঁচা কার্য্য এপ্ৰিল মাহলৈ অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে । এক বিঘা মাটিৰ বাবে ২৫০ গ্ৰাম বীজৰ প্ৰয়োজন হয় । কৃষক সকলে ৰঙা লাওৰ কিছুমান জাত যেনে- আৰ্কা চন্দন (Arka Chandan), আৰ্কা সূৰ্য্যমুখী ( Arka Suryamukhi) আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-04-2025 | Enable |
|
| 1278 | VIL2-Nagpur-Saoner-04-04-2025 | Nagpur(२) सावनेर तालुक्यातील मनेगाव येथील स्वयंचलित हवामान केंद्राप्रमाणे या आठवड्यातील हवामानाचा अंदाज असा तापमान किमान 23 ते 26 अंश तर कमाल ३८ ते ४० अंश सेल्सिअस एवढे राहील. दिनांक 5, 6 एप्रिल वगळता इतर दिवशी वातावरण ढगाळ राहण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना:- शेतकऱ्यांनी उन्हाळी मूग, भुईमूग सूर्यफूल व तीळ पिकास सकाळ व संध्याकाळ हलके ओलीत द्यावे. अगोदर पेरणी केलेल्या गहू पिकाची कापणी करून माल तयार करावा व सुरक्षित ठिकाणी ठेवावा व मळणी प्राधान्याने उरकून घ्यावी. पिकाच्या तन नियंत्रणासाठी आंतरमशागतीची कामे करावी. शेतकऱ्यांनी गहू पिकाची काढणी झाल्यानंतर पिकांचे धसकटे जाळू नये त्यामुळे जमिनीतील सेंद्रिय कर्ब व सूक्ष्म जिवाणूंचा ऱ्हास होतो, त्याऐवजी शेतकऱ्यांनी पुढील हंगामासाठी जमीन तयार करण्याच्या वेळी ते जमिनीतच पुरवावे कारण त्यात सिलिकॉन हे अन्नद्रव्य मुबलक प्रमाणात असते व त्याचा फायदा पुढील पिकासाठी होतो. संत्र्याच्या झाडाच्या खोडाजवळ गवत, पालापाचोळा, गव्हाचे तूस इत्यादींचे आच्छादन करावे. मृग बाहेरच्या संत्रा व मोसंबीच्या फळांच्या झाडांवर ठिबक सिंचन पद्धतीने सिंचन करावे. भाजीपाला पिकामध्ये सध्यस्थितीत फवारणी करू नये. भाजीपाला पिकाला सकाळ संध्याकाळ नियमित ओलीत द्यावे. काढणीला आलेला माल त्वरित तोडून मार्केटमध्ये मालाची विक्री करावी. सध्या तीळ पीक हे ५०-५५ दिवसाचे असून फुलोरा अवस्थेत आहे. तीळ पिकाच्या अधिक उत्पन्न वाढीसाठी पीक फुलावर असताना व शेंगा धरण्याच्या वेळेस २% DAP किंवा १३:००:४५ ची फवारणी करावी. तीळ पिकांत पर्णगुच्छ (फायलोडी) हा तुडतुड्या मार्फत पसरणारा विषाणूजन्य रोग आढळून आल्यास क्विनालफॉस २५% प्रवाही २० मिली ची फवारणी प्रती १० लिटर पाण्यात मिसळून करावी. तीळ पिकास जमिनीच्या मगदुराप्रमाणे १२ ते १५ दिवसाच्या अंतराने ओलीत करावे. ओलीत करताना पिक क्षेत्रामध्ये पाणी साचून राहणार नाही याची दक्षता घ्यावी. आवश्यकते नुसार २ ते ३ वेळा खुरपणी/ कोळपणी करून शेत स्वच्छ ठेवावे. तसेच स्मार्ट ॲग्री ॲडव्हायझरी आजचे अपडेटेड वर्जन प्ले स्टोअर मध्ये उपलब्ध आहे त्यामध्ये हवामान केंद्राच्या माहितीचा तपशील समाविष्ट करण्यात आला आहे. स्मार्ट ॲग्री प्रोग्राम मध्ये आपले शंका समाधान करण्यास कृपया संपर्क साधावा ८२०८९१४५९४! धन्यवाद. ही माहिती पुन्हा ऐकण्यासाठी. | Maharashtra | MH | 04-04-2025 | Enable |
|
| 1279 | Nagpur -Kalmeshwar-०४-०४-२०२५ | Nagpur(1) कळमेश्वर तालुक्यातील सावली येथील हवामान केंद्राप्रमाणे या आठवड्यातील हवामानाचा अंदाज असा तापमान किमान 23 ते 26 अंश तर कमाल ३६ ते ४० अंश सेल्सिअस एवढे राहील. दिनांक 5, 6 एप्रिल वगळता इतर दिवशी वातावरण ढगाळ राहण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना:- शेतकऱ्यांनी उन्हाळी मूग, भुईमूग सूर्यफूल व तीळ पिकास सकाळ व संध्याकाळ हलके ओलीत द्यावे. अगोदर पेरणी केलेल्या गहू पिकाची कापणी करून माल तयार करावा व सुरक्षित ठिकाणी ठेवावा व मळणी प्राधान्याने उरकून घ्यावी. पिकाच्या तन नियंत्रणासाठी आंतरमशागतीची कामे करावी. शेतकऱ्यांनी गहू पिकाची काढणी झाल्यानंतर पिकांचे धसकटे जाळू नये त्यामुळे जमिनीतील सेंद्रिय कर्ब व सूक्ष्म जिवाणूंचा ऱ्हास होतो, त्याऐवजी शेतकऱ्यांनी पुढील हंगामासाठी जमीन तयार करण्याच्या वेळी ते जमिनीतच पुरवावे कारण त्यात सिलिकॉन हे अन्नद्रव्य मुबलक प्रमाणात असते व त्याचा फायदा पुढील पिकासाठी होतो. संत्र्याच्या झाडाच्या खोडाजवळ गवत, पालापाचोळा, गव्हाचे तूस इत्यादींचे आच्छादन करावे. मृग बाहेरच्या संत्रा व मोसंबीच्या फळांच्या झाडांवर ठिबक सिंचन पद्धतीने सिंचन करावे. भाजीपाला पिकामध्ये सध्यस्थितीत फवारणी करू नये. भाजीपाला पिकाला सकाळ संध्याकाळ नियमित ओलीत द्यावे. काढणीला आलेला माल त्वरित तोडून मार्केटमध्ये मालाची विक्री करावी. सध्या तीळ पीक हे ५०-५५ दिवसाचे असून फुलोरा अवस्थेत आहे. तीळ पिकाच्या अधिक उत्पन्न वाढीसाठी पीक फुलावर असताना व शेंगा धरण्याच्या वेळेस २% DAP किंवा १३:००:४५ ची फवारणी करावी. तीळ पिकांत पर्णगुच्छ (फायलोडी) हा तुडतुड्या मार्फत पसरणारा विषाणूजन्य रोग आढळून आल्यास क्विनालफॉस २५% प्रवाही २० मिली ची फवारणी प्रती १० लिटर पाण्यात मिसळून करावी. तीळ पिकास जमिनीच्या मगदुराप्रमाणे १२ ते १५ दिवसाच्या अंतराने ओलीत करावे. ओलीत करताना पिक क्षेत्रामध्ये पाणी साचून राहणार नाही याची दक्षता घ्यावी. आवश्यकते नुसार २ ते ३ वेळा खुरपणी/ कोळपणी करून शेत स्वच्छ ठेवावे. तसेच स्मार्ट ॲग्री ॲडव्हायझरी आजचे अपडेटेड वर्जन प्ले स्टोअर मध्ये उपलब्ध आहे त्यामध्ये हवामान केंद्राच्या माहितीचा तपशील समाविष्ट करण्यात आला आहे. स्मार्ट ॲग्री प्रोग्राम मध्ये आपले शंका समाधान करण्यास कृपया संपर्क साधावा ९९२३२२४०४३! धन्यवाद. ही माहिती पुन्हा ऐकण्यासाठी. | Maharashtra | MH | 04-04-2025 | Enable |
|
| 1280 | 06-04-2025 - Kotagiri | Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மார்ச் மாதம் 26ம் தேதி முதல் ஏப்ரல் மாதம் 5ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 7.2mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 24.7 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 13.2 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஏப்ரல் மாதம் 6ம் தேதி முதல் 15ம் தேதி வரை வானம் லேசான மேகமூட்டத்துடன் காணப்படும். லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 23 முதல் 26 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 16 முதல் 17 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 98 சதவீதமாகவும் மாலை நேரத்தில் 60 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடமேற்கு மற்றும் வடகிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 10 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். கடந்த ஆண்டு செப்டம்பர் முதல் நவம்பர் மாதத்தில் கவாத்து செய்த தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். பிப்ரவரி மற்றும் மார்ச் மாதத்தில் மண் பரிசோதனை செய்ய தவறியவர்கள் இந்த மாதத்தில் மண் பரிசோதனை செய்து அதன் அடிப்படையில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 800 கிலோவும், கார அமில நிலை 4.1 முதல் 4.5 வரை உள்ள தோட்டங்களில் 600 கிலோவும், கார அமில நிலை 4.6 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். | Tamil Nadu | Tamil Nadu | 04-04-2025 | Enable |
|