Message List: 12,268
S.No Message Title Message State Created By Creation Date Status Action
1291 26th Sept25 BK সোলিডারিডেড এবং ভোডাফোন আইডিয়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ,আগামী ২৬ শে সেপ্টেম্বর থেকে ৫ই অক্টোবর পর্যন্ত আকাশ আংশিক মেঘলা থাকবে তবে মাঝে মধ্যে হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে জানানো যাচ্ছে । আগামী ১০ দিনের সবোর্চ্চ তাপমাত্রা ২৭ ডিগ্রি সেন্টিগ্রেড থেকে ৩৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৯% থেকে ৬০% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত দক্ষিণ পূর্ব ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ৬ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । বাগানে এই সময়ে মশা আক্রান্ত সেকশনে পাতা তোলার সাথে সাথে আক্রান্ত শুট গুলি তুলে নিয়ে বাগানের বাইরে ফেলে দিন এবং তার পরে কুইনালফস ২৫০ মি.লি. অথবা থায়ামেথক্সাম ২৫ গ্রাম অথবা থায়াক্লোপ্রিড ১০০ মি.লি. ১০০ লিটার জলে মিশিয়ে একবার স্প্রে করতে পারেন।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 26-09-2025 Disable
1292 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 6/10/25) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ অক্টোবৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ অক্টোবৰলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-09-2025 Disable
1293 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 6/10/25) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ অক্টোবৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ অক্টোবৰলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-09-2025 Disable
1294 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 6/10/25) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ অক্টোবৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ অক্টোবৰলৈ, ২০২৫, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-09-2025 Disable
1295 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 6/10/25) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ অক্টোবৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ অক্টোবৰলৈ, ২০২৫, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-09-2025 Disable
1296 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 6/10/25) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ অক্টোবৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ অক্টোবৰলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-09-2025 Disable
1297 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 6/10/25) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ অক্টোবৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ অক্টোবৰলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-09-2025 Disable
1298 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 6/10/25) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ অক্টোবৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ অক্টোবৰলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১১ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-09-2025 Disable
1299 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 6/10/25) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ অক্টোবৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ অক্টোবৰলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ১০০ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১২ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-09-2025 Disable
1300 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 26/9/25) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৬ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • LP ,DS বাগান বোৰত পাত তোলোতে টেবুল ওখ হবলৈ দিব নালাগে , পাৰিলে যি কেইটা বাগান অহা বছৰত UP ৰখাৰ পৰিকল্পনা আছে সেইবোৰত এতিয়াৰ পৰাই এখিলা পাতৰ ওপৰত STEP UP প্লাকিং কৰিলে অহা বছৰত পাতৰ উৎপাদন বেছি হব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু তাৰপিছত নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি পাত তুলিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • শীতকালৰ বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। কৃষক সকলে অনুকুল বতৰ চাই বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। • বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি সংগ্ৰহ কৰিব পাৰে। • কৃষকসকলে বৰষুণমুক্ত সময়ত মাটি প্ৰস্তুত কৰা, সাৰ প্ৰয়োগ, স্প্ৰে কৰা, বীজ সিঁচা আদিৰ দৰে খেতিৰ কাম অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-09-2025 Disable