Message List: 12,268
S.No Message Title Message State Created By Creation Date Status Action
1341 कटाई उपरांत सरसों की बुवाई पर सलाह Jhalawar वोडाफोन आईडिया फाउंडेशन, एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 21 September से 30 September के दौरान दिन में 34 और रात में 23 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। बारिश की संभावना बनी हुई है। खेत में मक्का ,बाजरा, मूंग ,उड़द ,तिल एवं सोयाबीन फसलों के कटने से खेत खाली हो गया हो या अधिक वर्षा के फसल ख़राब होने के कारण खेत खाली हो गया हो तो सरसों की बुवाई के लिए सितंबर का प्रथम एवं द्वितीय पखवाड़ा उपयुक्त है I सरसों की फसल के लिए 25 से 30 डिग्री सेल्सियस तापमान की आवश्यकता होती है। सरसों की खेती से अच्छी उपज के लिये रेतीली दोमट एवं हल्की दोमट मृदा अधिक उपयुक्त होती है है। भूमि क्षारीय एवं लवणीय नहीं होनी चाहिये। किसान साथियों ध्यान रहे कि खेत में जल निकासी का उचित प्रबंधन होना चाहिए। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I इस सन्देश को दोबारा सुनने के लिये शून्य दबाए I Rajasthan Rajasthan User 17-09-2025 Enable
1342 कटाई उपरांत सरसों की बुवाई पर सलाह Bundi वोडाफोन आईडिया फाउंडेशन, एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Bundi ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 21 September से 30 September के दौरान दिन में 34 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। बारिश की संभावना बनी हुई है। खेत में मक्का ,बाजरा, मूंग ,उड़द ,तिल एवं सोयाबीन फसलों के कटने से खेत खाली हो गया हो या अधिक वर्षा के फसल ख़राब होने के कारण खेत खाली हो गया हो तो सरसों की बुवाई के लिए सितंबर का प्रथम एवं द्वितीय पखवाड़ा उपयुक्त है I सरसों की फसल के लिए 25 से 30 डिग्री सेल्सियस तापमान की आवश्यकता होती है। सरसों की खेती से अच्छी उपज के लिये रेतीली दोमट एवं हल्की दोमट मृदा अधिक उपयुक्त होती है है। भूमि क्षारीय एवं लवणीय नहीं होनी चाहिये। किसान साथियों ध्यान रहे कि खेत में जल निकासी का उचित प्रबंधन होना चाहिए। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I इस सन्देश को दोबारा सुनने के लिये शून्य दबाए I Rajasthan Rajasthan User 17-09-2025 Enable
1343 कटाई उपरांत सरसों की बुवाई पर सलाह Baran वोडाफोन आईडिया फाउंडेशन, एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Baran ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 21 September से 30 September के दौरान दिन में 35 और रात में 25 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। बारिश की संभावना बनी हुई है। खेत में मक्का ,बाजरा, मूंग ,उड़द ,तिल एवं सोयाबीन फसलों के कटने से खेत खाली हो गया हो या अधिक वर्षा के फसल ख़राब होने के कारण खेत खाली हो गया हो तो सरसों की बुवाई के लिए सितंबर का प्रथम एवं द्वितीय पखवाड़ा उपयुक्त है I सरसों की फसल के लिए 25 से 30 डिग्री सेल्सियस तापमान की आवश्यकता होती है। सरसों की खेती से अच्छी उपज के लिये रेतीली दोमट एवं हल्की दोमट मृदा अधिक उपयुक्त होती है है। भूमि क्षारीय एवं लवणीय नहीं होनी चाहिये। किसान साथियों ध्यान रहे कि खेत में जल निकासी का उचित प्रबंधन होना चाहिए। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I इस सन्देश को दोबारा सुनने के लिये शून्य दबाए I Rajasthan Rajasthan User 17-09-2025 Enable
1344 कटाई उपरांत सरसों की बुवाई पर सलाह Kota वोडाफोन आईडिया फाउंडेशन, एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Kota ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 21 September से 30 September के दौरान दिन में 34 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। बारिश की संभावना बनी हुई है। खेत में मक्का ,बाजरा, मूंग ,उड़द ,तिल एवं सोयाबीन फसलों के कटने से खेत खाली हो गया हो या अधिक वर्षा के फसल ख़राब होने के कारण खेत खाली हो गया हो तो सरसों की बुवाई के लिए सितंबर का प्रथम एवं द्वितीय पखवाड़ा उपयुक्त है I सरसों की फसल के लिए 25 से 30 डिग्री सेल्सियस तापमान की आवश्यकता होती है। सरसों की खेती से अच्छी उपज के लिये रेतीली दोमट एवं हल्की दोमट मृदा अधिक उपयुक्त होती है है। भूमि क्षारीय एवं लवणीय नहीं होनी चाहिये। किसान साथियों ध्यान रहे कि खेत में जल निकासी का उचित प्रबंधन होना चाहिए। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I इस सन्देश को दोबारा सुनने के लिये शून्य दबाए I Rajasthan Rajasthan User 17-09-2025 Enable
1345 कटाई उपरांत सरसों की बुवाई पर सलाह Tonk वोडाफोन आईडिया फाउंडेशन, एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Tonk ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 21 September से 30 September के दौरान दिन में 35 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। बारिश की संभावना बनी हुई है। खेत में मक्का ,बाजरा, मूंग ,उड़द ,तिल एवं सोयाबीन फसलों के कटने से खेत खाली हो गया हो या अधिक वर्षा के फसल ख़राब होने के कारण खेत खाली हो गया हो तो सरसों की बुवाई के लिए सितंबर का प्रथम एवं द्वितीय पखवाड़ा उपयुक्त है I सरसों की फसल के लिए 25 से 30 डिग्री सेल्सियस तापमान की आवश्यकता होती है। सरसों की खेती से अच्छी उपज के लिये रेतीली दोमट एवं हल्की दोमट मृदा अधिक उपयुक्त होती है है। भूमि क्षारीय एवं लवणीय नहीं होनी चाहिये। किसान साथियों ध्यान रहे कि खेत में जल निकासी का उचित प्रबंधन होना चाहिए। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I इस सन्देश को दोबारा सुनने के लिये शून्य दबाए I Rajasthan Rajasthan User 17-09-2025 Enable
1346 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 16/9/25) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৫ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-09-2025 Enable
1347 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 16/9/25) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-09-2025 Enable
1348 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 16/9/25) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-09-2025 Enable
1349 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 16/9/25) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-09-2025 Enable
1350 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 16/9/25) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-09-2025 Enable