Message List: 12,268
S.No Message Title Message State Created By Creation Date Status Action
1591 26-07-2025 - Gudalur Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜூலை மாதம் 16ம் தேதி முதல் 25ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் 99.8mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 23.7 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 19.1 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜூலை மாதம் 26ம் தேதி முதல் ஆகஸ்ட் மாதம் 5ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 20 முதல் 25 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 18 முதல் 19 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 98 சதவீதமாகவும் மாலை நேரத்தில் 80 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு திசையில் மணிக்கு சுமார் 9 முதல் 13 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 25-07-2025 Enable
1592 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 26/7/25) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জুলাইৰ পৰা ৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৬ জুলাইৰ পৰা ৫ আগষ্টলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-৮ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা যাব পাৰে। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-07-2025 Enable
1593 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 26/7/25) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জুলাইৰ পৰা ৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৬ জুলাইৰ পৰা ৫ আগষ্টলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা যাব পাৰে। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-07-2025 Enable
1594 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 26/7/25) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জুলাইৰ পৰা ৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ জুলাইৰ পৰা ৫ আগষ্টলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৯ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা যাব পাৰে। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-07-2025 Enable
1595 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 26/7/25) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জুলাইৰ পৰা ৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ জুলাইৰ পৰা ৫ আগষ্টলৈ, ২০২৫, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা যাব পাৰে। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-07-2025 Enable
1596 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 26/7/25) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জুলাইৰ পৰা ৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ জুলাইৰ পৰা ৫ আগষ্টলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা যাব পাৰে। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-07-2025 Enable
1597 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 26/7/25) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জুলাইৰ পৰা ৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ জুলাইৰ পৰা ৫ আগষ্টলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা যাব পাৰে। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-07-2025 Enable
1598 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 26/7/25) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জুলাইৰ পৰা ৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ জুলাইৰ পৰা ৫ আগষ্টলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০- ৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা যাব পাৰে। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-07-2025 Enable
1599 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 26/7/25) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জুলাইৰ পৰা ৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ জুলাইৰ পৰা ৫ আগষ্টলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা যাব পাৰে। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-07-2025 Enable
1600 धान की फसल पर सलाह Raisen वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Raisen ऑटोमैटिक वेदर स्टेशन के अनुसार: 23 July से 2 August के दौरान दिन में 28 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। आगामी सप्ताह मे 70-95% बारिश होने की संभावना हे। धान की फसल इस समय मे पोषक तत्व प्रबंधन पर विशेष ध्यान देना चाहिए धान की फसल में 100 कि.ग्रा.नाइट्रोजन, 60 कि.ग्रा. फास्फोरस,40 कि.ग्रा.पोटास और 25 कि.ग्रा. जिंक सल्फेट की आवश्यकता होती है। फास्फोरस, पोटास और जिंक सल्फेट की संपूर्ण मात्रा पडलिंग के समय ही डालना चाहिए। नाइट्रोजन को तीन भागों में बांट लें। नाइट्रोजन की पहली खुराक रोपाई के 6-8 दिन बाद, दूसरी खुराक रोपाई के 25-30 दिन बाद और तीसरी खुराक रोपाई के 50-60 दिन बाद देनी चाहिए। जिंक की कमी से धान की फसल में खैरा रोग होता है, जिसके नियंत्रण के लिये 1 किलोग्राम जिंक सल्फेट एवं 5 कि.ग्रा. यूरिया को 200 ली.पानी में घोलकर प्रति एकड़ छिड़काव करना चाहिए। आयरन (लोहा) एवं गंधक की कमी की पूर्ति हेतु लोहे की कमी को दूर करने के लिये 1 कि.ग्रा. फेरस सल्फेट को 200 ली. पानी में घोलकर छिड़काव करना चाहिए। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I इस सन्देश को दोबारा सुनने के लिये शून्य दबाए I Madhya Pradesh MP 24-07-2025 Enable