Message List: 11,290
S.No Message Title Message State Created By Creation Date Status Action
1721 6th Feb25 BP সোলিডারিডেড এবং ভোডাফোন আইডিয়া উত্তর দিনাজ পুর জেলার বিনাপুর আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ৬ই ফেব্রুয়ারি থেকে্ ১৫ই ফেব্রুয়ারি অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৩ ডিগ্রি সেন্টিগ্রেড থেকে ২৮ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৯% থেকে ৫০% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত উত্তর পূর্ব ও দক্ষিণ পশ্চিম দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ৯ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৭.৪ ডিগ্রি সেণ্টিগ্রেড থেকে ১৭.৩ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৭.২ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানের নালা বা ড্রেন পরিষ্কারের কাজ শুরু করুন এবং পোকামাকড়ের আক্রমণ নিয়ন্ত্রন করতে নীম তেল ৩০০ মিলি ও কুইনালফস ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । আনপ্রুন /এল ও এস / এল এস সেকশনে ১৫ থেকে ২০ দিনের অন্তরে এম ও পি ১% + ম্যাগনেসিয়াম সালফেট ১% স্প্রে করে যান । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 06-02-2025 Enable
1722 6th Feb25 JHR সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ৬ই ফেব্রুয়ারি থেকে্ ১৫ই ফেব্রুয়ারি অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৩ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৩ ডিগ্রি সেন্টিগ্রেড থেকে ১৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৮% থেকে ৫০% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত দক্ষিণ পূর্ব ও দক্ষিন পশ্চিম দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ৮ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । চা বাগানের নালা বা ড্রেন পরিষ্কারের কাজ শুরু করুন এবং পোকামাকড়ের আক্রমণ নিয়ন্ত্রন করতে নীম তেল ৩০০ মিলি ও কুইনালফস ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । আনপ্রুন /এল ও এস / এল এস সেকশনে ১৫ থেকে ২০ দিনের অন্তরে এম ও পি ১% + ম্যাগনেসিয়াম সালফেট ১% স্প্রে করে যান । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 06-02-2025 Enable
1723 6th Feb25 JBR সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ৬ই ফেব্রুয়ারি থেকে্ ১৫ই ফেব্রুয়ারি অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৩ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৩ ডিগ্রি সেন্টিগ্রেড থেকে ১৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪৫% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত উত্তর পূর্ব ও দক্ষিন পশ্চিম দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৪ থেকে ৯ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । চা বাগানের নালা বা ড্রেন পরিষ্কারের কাজ শুরু করুন এবং পোকামাকড়ের আক্রমণ নিয়ন্ত্রন করতে নীম তেল ৩০০ মিলি ও কুইনালফস ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । আনপ্রুন /এল ও এস / এল এস সেকশনে ১৫ থেকে ২০ দিনের অন্তরে এম ও পি ১% + ম্যাগনেসিয়াম সালফেট ১% স্প্রে করে যান । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 06-02-2025 Enable
1724 6th Feb25 BB সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ৬ই ফেব্রুয়ারি থেকে্ ১৫ই ফেব্রুয়ারি অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৩ ডিগ্রি সেন্টিগ্রেড থেকে ২৮ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৫ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৯% থেকে ৫০% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত দক্ষিন পশ্চিম দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ৯ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৭.৬ ডিগ্রি সেণ্টিগ্রেড থেকে ১৮.৭ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৮.৭ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানের নালা বা ড্রেন পরিষ্কারের কাজ শুরু করুন এবং পোকামাকড়ের আক্রমণ নিয়ন্ত্রন করতে নীম তেল ৩০০ মিলি ও কুইনালফস ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । আনপ্রুন /এল ও এস / এল এস সেকশনে ১৫ থেকে ২০ দিনের অন্তরে এম ও পি ১% + ম্যাগনেসিয়াম সালফেট ১% স্প্রে করে যান । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 06-02-2025 Enable
1725 6th Feb25 BK সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ,আগামী ৬ই ফেব্রুয়ারি থেকে্ ১৫ই ফেব্রুয়ারি অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৩ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৩ ডিগ্রি সেন্টিগ্রেড থেকে ১৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৫০% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত দক্ষিন পশ্চিম দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৩ থেকে ৮ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৭.৪ ডিগ্রি সেণ্টিগ্রেড থেকে ১৭.৯ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২৩.৭ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানের নালা বা ড্রেন পরিষ্কারের কাজ শুরু করুন এবং পোকামাকড়ের আক্রমণ নিয়ন্ত্রন করতে নীম তেল ৩০০ মিলি ও কুইনালফস ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । আনপ্রুন /এল ও এস / এল এস সেকশনে ১৫ থেকে ২০ দিনের অন্তরে এম ও পি ১% + ম্যাগনেসিয়াম সালফেট ১% স্প্রে করে যান । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 06-02-2025 Enable
1726 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 6/2/25) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 05-02-2025 Enable
1727 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 6/2/25) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জানুৱাৰী মাহত মুঠ ১৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 05-02-2025 Enable
1728 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam,6/2/25) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ১১ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। । দিনৰ উষ্ণতা প্ৰায় ২৩-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত দক্ষিণ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। বিগত জানুৱাৰী মাহত মুঠ ৪২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 05-02-2025 Enable
1729 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 6/2/25) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ১১ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। । দিনৰ উষ্ণতা প্ৰায় ২৩-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জানুৱাৰী মাহত মুঠ ৪৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 05-02-2025 Enable
1730 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 6/2/25) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ১০ & ১১ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জানুৱাৰী মাহত মুঠ ৪৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 05-02-2025 Enable