Message List: 11,290
S.No Message Title Message State Created By Creation Date Status Action
2181 06-12-2024 - Gudalur Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். நவம்பர் மாதம் 27ம் தேதி முதல் டிசம்பர் மாதம் 5ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் 98.7mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 26.2 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 18.4 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற டிசம்பர் மாதம் 6ம் தேதி முதல் 15ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிக லேசானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 24 முதல் 25 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 17 முதல் 19 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 65 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 14 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Ammonia Sulphate 120 கிலோ மற்றும் 30 கிலோ MOP கலந்து இட வேண்டும். நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் உடன் 40 லிட்டர் தண்ணீர் கலந்து விசைதெளிப்பான் மூலம் இருபுறமும் இருவரிசையும், கைத்தெளிப்பான் மூலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். பொதுவாக டிசம்பர் மாதத்தில் நீலகிரி மாவட்டத்தில் கடும் உறைபனி காணப்படும். இந்த சமயத்தில் மகசூல் இழப்பானது மிக அதிகமாக ஏற்படும். இதை கட்டுப்படுத்த தேயிலை செடியின் மேற்பரப்பை பரணி என்ற செடி வகையை கொண்டு மூடுவதினால் தேயிலை செடியை ஓரளவிற்கு பனி பொழிவிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 05-12-2024 Enable
2182 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 6/12/24) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে। অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-12-2024 Enable
2183 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 6/12/24) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৩-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ দিশৰ পৰা প্ৰবাহিত হব। বিগত নৱেম্বৰ মাহত মুঠ ৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে। অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-12-2024 Enable
2184 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 6/12/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত দক্ষিণ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। বিগত নৱেম্বৰ মাহত মুঠ ৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে। অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-12-2024 Enable
2185 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 6/12/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ ডিচেম্বৰলৈ, ২০২৪, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত নৱেম্বৰ মাহত মুঠ ৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে। অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-12-2024 Enable
2186 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 6/12/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২২-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। বিগত নৱেম্বৰ মাহত মুঠ ৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে। অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-12-2024 Enable
2187 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 6/12/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২২-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত নৱেম্বৰ মাহত মুঠ ৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে। অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-12-2024 Enable
2188 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 6/12/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে। অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-12-2024 Enable
2189 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 6/12/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৩-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত নৱেম্বৰ মাহত মুঠ ৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে। অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-12-2024 Enable
2190 VIL-Adilabad-Bela-04-12.2024 VIL-Adilabad-Bela-04-12.2024-హలో తోటి రైతులకు..సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రికల్చర్ ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్టంగా బేల, ఆదిలాబాద్ వద్ద ఆటోమేటెడ్ వాతావరణ స్టేషన్ యొక్క వాతావరణ సూచన 18 నుండి 23 డిగ్రీల సెల్సియస్ మరియు గరిష్టంగా 26 నుండి 31 డిగ్రీల సెల్సియస్.రైతులకు సలహాలు:- పత్తి పంటలో కాయలు పగిలి, పత్తి బయటకు వచ్చే ప్రాంతాల్లో పత్తి ఏరేందుకు రైతులు ప్రాధాన్యతనివ్వాలి. క్రమబద్ధీకరించిన పత్తిని పొడి మరియు సురక్షితమైన ప్రదేశంలో నిల్వ చేయాలి. పత్తి తీయడానికి మరియు నిల్వ చేయడానికి మరియు ఇన్ఫెక్షన్ నుండి మరింత నష్టాన్ని నివారించడానికి ప్లాస్టిక్/సాక్ బ్యాగ్‌లకు బదులుగా కాటన్ బ్యాగులను ఉపయోగించాలి. పత్తిని శుభ్రంగా ఎంచుకొని పొడి ప్రదేశంలో నిల్వ చేయాలి. లాంబ్డా సైహలోథ్రిన్ వంటి పైరెథ్రాయిడ్ క్రిమిసంహారకాలు గులాబీ రంగు కాయతొలుచు పురుగు 10 శాతం కంటే ఎక్కువ సోకిన బొల్లార్డ్‌ల ఆర్థిక నష్ట స్థాయికి చేరుకుంటే లేదా వరుసగా 3 రోజులలో ఒక్కో వాసన ఉచ్చులో 8 మాత్‌లు కనుగొనబడితే ఎకరాకు 5 % ఇసి 200 మి.లీ లేదా డెల్టామెత్రిన్ 2.8 % ఇ.సి 200 మి.లీ లేదా ఫెన్వాలరేట్ 20 % ఇ.సి 200 మి.లీ ఎకరానికి పిచికారీ చేయాలి. రైతులు విత్తే ముందు కిలో విత్తనానికి 25 గ్రా రైజోబియం, 25 గ్రా పిఎస్‌బి వేయాలి. కల్చర్ మరియు 4 గ్రాముల ట్రైకోడెర్మాను ఈ క్రింది విధంగా విత్తనశుద్ధి చేయాలి మరియు విత్తిన 8-10 రోజుల తర్వాత 15-20% శాతం ఆకుమచ్చ తెగులు గుర్తిస్తే ఎకరాకు 1 నుంచి 2 కిలోల ట్రైకోడెర్మా విరిడిని 200 లీటర్ల నీటిలో లేదా 1 కిలోల ట్రైకోడెర్మాను 100 కిలోల బాగా కుళ్లిన ఆవు పేడతో కలిపి పంట వేర్ల చుట్టూ వెంటనే డ్రెంచింగ్ పద్ధతిలో వేయాలి.అలాగే, స్మార్ట్ అగ్రి అడ్వైజరీ యాప్ అప్‌డేటెడ్ వెర్షన్ ప్లే స్టోర్‌లో అందుబాటులో ఉంది మరియు మొబైల్ ఫోన్‌లో డౌన్‌లోడ్ చేసుకోవచ్చు. Solidaridad స్మార్ట్ అగ్రి ప్రోగ్రామ్‌లో మీ ప్రశ్నను పరిష్కరించడానికి దయచేసి మొబైల్ నంబర్‌ను సంప్రదించండి 7798008855 ధన్యవాదాలు! Telangana Telangana 04-12-2024 Enable