Message List: 12,268
S.No Message Title Message State Created By Creation Date Status Action
2291 26th March25 JBR সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ২৬শে মার্চ থেকে ৫ ই মার্চ পর্যন্ত আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে জানানো যাচ্ছে ।তবে দিনের সবোর্চ্চ তাপমাত্রা ৩৩ ডিগ্রি সেন্টিগ্রেড থেকে ৩৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৮ ডিগ্রি সেন্টিগ্রেড থেকে ২২ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪৫% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত দক্ষিন পশ্চিম ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৪ থেকে ১১ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । চা বাগানে মশা ও থিপ্সের আক্রমণ বেশি থাকলে থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ৭ দিনের মধ্যে নীম তেল ব্যবহার করুন । দুর্বল সেকশনে পাতা তোলার সময় একটি পূর্ণ পাতা রেখে পাতা তুলুন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 26-03-2025 Enable
2292 26th March25 BK সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ,আগামী ২৬শে মার্চ থেকে ৫ই মার্চ পর্যন্ত আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে জানানো যাচ্ছে ।তবে দিনের সবোর্চ্চ তাপমাত্রা ৩২ ডিগ্রি সেন্টিগ্রেড থেকে ৩৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৭ ডিগ্রি সেন্টিগ্রেড থেকে ২২ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪৫% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত দক্ষিন পশ্চিম ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৩ থেকে ১০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২২.২ ডিগ্রি সেণ্টিগ্রেড থেকে ২১.৭ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৭.৩ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানে মশা ও থিপ্সের আক্রমণ বেশি থাকলে থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ৭ দিনের মধ্যে নীম তেল ব্যবহার করুন । দুর্বল সেকশনে পাতা তোলার সময় একটি পূর্ণ পাতা রেখে পাতা তুলুন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 26-03-2025 Enable
2293 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 26/3/25) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ৯৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ আৰু অপতৃণৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ শাক-পাচলি আৰু ফলমূলৰ গছৰ চাৰিওফালে জৈৱিক মাল্চ, যেনে খেৰ বা শুকান পাতৰ প্ৰয়োগ কৰিব লাগে। • জলকীয়া খেতিত ফল পচা ৰোগ (Fruit Rot) বা এন্থ্ৰাকন’জ (Anthranose) ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতি লিটাৰ পানীত Chlorothalonil @ ২ গ্ৰাম বা Azoxystrobin @ ১ মিলিলিটাৰ স্প্ৰে’ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-03-2025 Enable
2294 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 26/3/25) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব । দিনৰ উষ্ণতা প্ৰায় ৩০-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৬-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ৬৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ আৰু অপতৃণৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ শাক-পাচলি আৰু ফলমূলৰ গছৰ চাৰিওফালে জৈৱিক মাল্চ, যেনে খেৰ বা শুকান পাতৰ প্ৰয়োগ কৰিব লাগে। • জলকীয়া খেতিত ফল পচা ৰোগ (Fruit Rot) বা এন্থ্ৰাকন’জ (Anthranose) ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতি লিটাৰ পানীত Chlorothalonil @ ২ গ্ৰাম বা Azoxystrobin @ ১ মিলিলিটাৰ স্প্ৰে’ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-03-2025 Enable
2295 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 26/3/25) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২৯ আৰু ৩০ পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা ১৮-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ১৯৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ আৰু অপতৃণৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ শাক-পাচলি আৰু ফলমূলৰ গছৰ চাৰিওফালে জৈৱিক মাল্চ, যেনে খেৰ বা শুকান পাতৰ প্ৰয়োগ কৰিব লাগে। • জলকীয়া খেতিত ফল পচা ৰোগ (Fruit Rot) বা এন্থ্ৰাকন’জ (Anthranose) ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতি লিটাৰ পানীত Chlorothalonil @ ২ গ্ৰাম বা Azoxystrobin @ ১ মিলিলিটাৰ স্প্ৰে’ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-03-2025 Enable
2296 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 26/3/25) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২৯ আৰু ৩০ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৬-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ১৫৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ আৰু অপতৃণৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ শাক-পাচলি আৰু ফলমূলৰ গছৰ চাৰিওফালে জৈৱিক মাল্চ, যেনে খেৰ বা শুকান পাতৰ প্ৰয়োগ কৰিব লাগে। • জলকীয়া খেতিত ফল পচা ৰোগ (Fruit Rot) বা এন্থ্ৰাকন’জ (Anthranose) ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতি লিটাৰ পানীত Chlorothalonil @ ২ গ্ৰাম বা Azoxystrobin @ ১ মিলিলিটাৰ স্প্ৰে’ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-03-2025 Enable
2297 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 26/3/25) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৩০ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০ % আৰু ৫৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ৫৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ আৰু অপতৃণৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ শাক-পাচলি আৰু ফলমূলৰ গছৰ চাৰিওফালে জৈৱিক মাল্চ, যেনে খেৰ বা শুকান পাতৰ প্ৰয়োগ কৰিব লাগে। • জলকীয়া খেতিত ফল পচা ৰোগ (Fruit Rot) বা এন্থ্ৰাকন’জ (Anthranose) ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতি লিটাৰ পানীত Chlorothalonil @ ২ গ্ৰাম বা Azoxystrobin @ ১ মিলিলিটাৰ স্প্ৰে’ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-03-2025 Enable
2298 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 26/3/25) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৩০ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ৮২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ আৰু অপতৃণৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ শাক-পাচলি আৰু ফলমূলৰ গছৰ চাৰিওফালে জৈৱিক মাল্চ, যেনে খেৰ বা শুকান পাতৰ প্ৰয়োগ কৰিব লাগে। • জলকীয়া খেতিত ফল পচা ৰোগ (Fruit Rot) বা এন্থ্ৰাকন’জ (Anthranose) ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতি লিটাৰ পানীত Chlorothalonil @ ২ গ্ৰাম বা Azoxystrobin @ ১ মিলিলিটাৰ স্প্ৰে’ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-03-2025 Enable
2299 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 26/3/25) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ২৯ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩২ -৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পূব আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ২৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ আৰু অপতৃণৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ শাক-পাচলি আৰু ফলমূলৰ গছৰ চাৰিওফালে জৈৱিক মাল্চ, যেনে খেৰ বা শুকান পাতৰ প্ৰয়োগ কৰিব লাগে। • জলকীয়া খেতিত ফল পচা ৰোগ (Fruit Rot) বা এন্থ্ৰাকন’জ (Anthranose) ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতি লিটাৰ পানীত Chlorothalonil @ ২ গ্ৰাম বা Azoxystrobin @ ১ মিলিলিটাৰ স্প্ৰে’ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-03-2025 Enable
2300 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 26/3/25) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ২৯ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩২-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পূব আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ২২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ আৰু অপতৃণৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ শাক-পাচলি আৰু ফলমূলৰ গছৰ চাৰিওফালে জৈৱিক মাল্চ, যেনে খেৰ বা শুকান পাতৰ প্ৰয়োগ কৰিব লাগে। • জলকীয়া খেতিত ফল পচা ৰোগ (Fruit Rot) বা এন্থ্ৰাকন’জ (Anthranose) ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতি লিটাৰ পানীত Chlorothalonil @ ২ গ্ৰাম বা Azoxystrobin @ ১ মিলিলিটাৰ স্প্ৰে’ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-03-2025 Enable