Message List: 12,191
S.No Message Title Message State Created By Creation Date Status Action
2531 Advisory 18 Feb to 27 Feb 2025 Bilgram प्रिय किसान साथियों, फरवरी माह की 18 तारीख से फ़रवरी माह की 27 तारीख के दौरान हरदोई जिले के बिलग्राम क्षेत्र के दिन तथा रात के तापमान में कमी आयेगी | इस दौरान दिन का अधिकतम तापमान 27 से 31 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 11 से 15 डिग्री सेंटीग्रेड तक रहेगा I इस दौरान उत्तर दिशा से 2 से 10 किलोमीटर की गति से तेज हवाये चलेंगी, जिसकी वजह से वायुमंडलीय आर्द्रता 30 से 60% तक रहने की संभावना है | किसान भाई बुवारी तथा पेंडी गन्ना इस समय परिपक्वता की अवस्था में है, ऐसे में नमी बनाये रखने के लिए हल्की सिंचाई करते रहें, फ़रवरी सप्ताह में मौसम पेडी गन्ने में फुटाव के लिए ठीक रहेगा अच्छी पैदावार लेने के लिए, हमेशा गन्ने की कटाई जमीन की सतह से ही करें, किसान साथियों, मौसम गन्ना बुवाई के लिए अनुकूल रहेगा, अतः जिन किसान भाई गन्ना की बुवाई करना चाहते है कर सकते है| खेत की तैयारी की लिए 25 टन / एकड़ की दर से सड़ी गली गोबर की खाद खेत मिलाये, इसी समय 4-6 kg/एकड़ की दर से ट्राईकोडर्मा को भी मिलाये,गन्ने की बुवाई 3.5 से 4 की दूरी पर करें गन्ना बीज की उम्र 9 माह से अधिक न हो गन्ना बीज का टुकड़ा 2 आंख का ही प्रयोग करें तथा इस ½ घंटे के लिए 1 kg हेक्साटाप तथा 250 ml अमिड़ा को 1000 ली.पानी में डुबोकर रखें, बीज उपचार के लिए thiophinal mithyle का उपयोग करें, भूमि उपचार के लिए chloropyriphose 10 का उपयोग करें| बुवाई के समय 25 kg यूरिया +75kg डीएपी +50kg पोटास+ 25kg माइक्रो न्यूट्रीएंट का प्रयोग करें, गन्ने के टुकड़ो की हल्की मिट्टी से ढँक कर हल्की सिंचाई अवस्य करें गन्ने के लाइनों में सहफसल अवश्य लें| बीज निरोग तथा कीट रहित होना चाहिए| स्मार्ट एग्री कार्यक्रम की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 17-02-2025 Enable
2532 Advisory 18 Feb to 27 Feb 2025 Bharkhani प्रिय किसान साथियों, फरवरी माह की 18 तारीख से फ़रवरी माह की 27 तारीख के दौरान हरदोई जिले के भरखनी क्षेत्र के दिन तथा रात के तापमान में कमी आयेगी | इस दौरान दिन का अधिकतम तापमान 27 से 31 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 11 से 15 डिग्री सेंटीग्रेड तक रहेगा I इस दौरान उत्तर दिशा से 2 से 10 किलोमीटर की गति से तेज हवाये चलेंगी, जिसकी वजह से वायुमंडलीय आर्द्रता 30 से 60% तक रहने की संभावना है | किसान भाई बुवारी तथा पेंडी गन्ना इस समय परिपक्वता की अवस्था में है, ऐसे में नमी बनाये रखने के लिए हल्की सिंचाई करते रहें, फ़रवरी सप्ताह में मौसम पेडी गन्ने में फुटाव के लिए ठीक रहेगा अच्छी पैदावार लेने के लिए, हमेशा गन्ने की कटाई जमीन की सतह से ही करें, किसान साथियों, मौसम गन्ना बुवाई के लिए अनुकूल रहेगा, अतः जिन किसान भाई गन्ना की बुवाई करना चाहते है कर सकते है| खेत की तैयारी की लिए 25 टन / एकड़ की दर से सड़ी गली गोबर की खाद खेत मिलाये, इसी समय 4-6 kg/एकड़ की दर से ट्राईकोडर्मा को भी मिलाये,गन्ने की बुवाई 3.5 से 4 की दूरी पर करें गन्ना बीज की उम्र 9 माह से अधिक न हो गन्ना बीज का टुकड़ा 2 आंख का ही प्रयोग करें तथा इस ½ घंटे के लिए 1 kg हेक्साटाप तथा 250 ml अमिड़ा को 1000 ली.पानी में डुबोकर रखें, बीज उपचार के लिए thiophinal mithyle का उपयोग करें, भूमि उपचार के लिए chloropyriphose 10 का उपयोग करें| बुवाई के समय 25 kg यूरिया +75kg डीएपी +50kg पोटास+ 25kg माइक्रो न्यूट्रीएंट का प्रयोग करें, गन्ने के टुकड़ो की हल्की मिट्टी से ढँक कर हल्की सिंचाई अवस्य करें गन्ने के लाइनों में सहफसल अवश्य लें| बीज निरोग तथा कीट रहित होना चाहिए| स्मार्ट एग्री कार्यक्रम की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 17-02-2025 Enable
2533 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 16/2/25) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২২ৰ পৰা ২৪ ফেব্ৰুৱাৰীলৈ পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-02-2025 Enable
2534 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 16/2/25) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২২ৰ পৰা ২৪ ফেব্ৰুৱাৰীলৈ পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯১ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-02-2025 Enable
2535 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 16/2/25) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২২ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা ১২-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-02-2025 Enable
2536 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 16/2/25) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ, ২০২৫, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২২ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-02-2025 Enable
2537 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 16/2/25) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২৩ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-02-2025 Enable
2538 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 16/2/25) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২৩ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-02-2025 Enable
2539 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 16/2/25) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৭০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১৬ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-02-2025 Enable
2540 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 16/2/25) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: : ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ২৩ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-02-2025 Enable