Message List: 11,666
S.No Message Title Message State Created By Creation Date Status Action
2731 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 26/10/24) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৬ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • অহা বছৰত ৰাখিব লগা UP চেক্চন কেইটাৰ পাত তোলা টেবুলখন যাতে ওখোৰা মুখোৰা নহয় তাৰ বাবে চকু দিব লাগে । পাৰিলে বাহঁৰ কামি এডাল পাত তোলালগছৰ ওপৰত ৰাখি সমানকৈ পাত তুলিলে এই সমস্যাটো আহিব নোৱাৰে । • এই সময়তে অহা বছৰৰ বাবে ‘কলম চাইকোল’ টো বনাব লাগে যাতে নবেম্বৰৰ মাজভাগৰ পৰা কলম কটাব পাৰে । • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সময়ত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-11-2024 Enable
2732 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 26/10/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত দক্ষিণ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • অহা বছৰত ৰাখিব লগা UP চেক্চন কেইটাৰ পাত তোলা টেবুলখন যাতে ওখোৰা মুখোৰা নহয় তাৰ বাবে চকু দিব লাগে । পাৰিলে বাহঁৰ কামি এডাল পাত তোলালগছৰ ওপৰত ৰাখি সমানকৈ পাত তুলিলে এই সমস্যাটো আহিব নোৱাৰে । • এই সময়তে অহা বছৰৰ বাবে ‘কলম চাইকোল’ টো বনাব লাগে যাতে নবেম্বৰৰ মাজভাগৰ পৰা কলম কটাব পাৰে । • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সময়ত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-11-2024 Enable
2733 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 26/10/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ, ২০২৪, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৩০ অক্টোবৰত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৯-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৬ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • অহা বছৰত ৰাখিব লগা UP চেক্চন কেইটাৰ পাত তোলা টেবুলখন যাতে ওখোৰা মুখোৰা নহয় তাৰ বাবে চকু দিব লাগে । পাৰিলে বাহঁৰ কামি এডাল পাত তোলালগছৰ ওপৰত ৰাখি সমানকৈ পাত তুলিলে এই সমস্যাটো আহিব নোৱাৰে । • এই সময়তে অহা বছৰৰ বাবে ‘কলম চাইকোল’ টো বনাব লাগে যাতে নবেম্বৰৰ মাজভাগৰ পৰা কলম কটাব পাৰে । • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সময়ত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-11-2024 Enable
2734 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 26/10/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৩০ অক্টোবৰত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৯-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • অহা বছৰত ৰাখিব লগা UP চেক্চন কেইটাৰ পাত তোলা টেবুলখন যাতে ওখোৰা মুখোৰা নহয় তাৰ বাবে চকু দিব লাগে । পাৰিলে বাহঁৰ কামি এডাল পাত তোলালগছৰ ওপৰত ৰাখি সমানকৈ পাত তুলিলে এই সমস্যাটো আহিব নোৱাৰে । • এই সময়তে অহা বছৰৰ বাবে ‘কলম চাইকোল’ টো বনাব লাগে যাতে নবেম্বৰৰ মাজভাগৰ পৰা কলম কটাব পাৰে । • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সময়ত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-11-2024 Enable
2735 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 26/10/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৩০ অক্টোবৰত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৯-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • অহা বছৰত ৰাখিব লগা UP চেক্চন কেইটাৰ পাত তোলা টেবুলখন যাতে ওখোৰা মুখোৰা নহয় তাৰ বাবে চকু দিব লাগে । পাৰিলে বাহঁৰ কামি এডাল পাত তোলালগছৰ ওপৰত ৰাখি সমানকৈ পাত তুলিলে এই সমস্যাটো আহিব নোৱাৰে । • এই সময়তে অহা বছৰৰ বাবে ‘কলম চাইকোল’ টো বনাব লাগে যাতে নবেম্বৰৰ মাজভাগৰ পৰা কলম কটাব পাৰে । • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সময়ত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-11-2024 Enable
2736 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 26/10/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • অহা বছৰত ৰাখিব লগা UP চেক্চন কেইটাৰ পাত তোলা টেবুলখন যাতে ওখোৰা মুখোৰা নহয় তাৰ বাবে চকু দিব লাগে । পাৰিলে বাহঁৰ কামি এডাল পাত তোলালগছৰ ওপৰত ৰাখি সমানকৈ পাত তুলিলে এই সমস্যাটো আহিব নোৱাৰে । • এই সময়তে অহা বছৰৰ বাবে ‘কলম চাইকোল’ টো বনাব লাগে যাতে নবেম্বৰৰ মাজভাগৰ পৰা কলম কটাব পাৰে । • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সময়ত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-11-2024 Enable
2737 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 26/10/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫% আৰু ৬৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • অহা বছৰত ৰাখিব লগা UP চেক্চন কেইটাৰ পাত তোলা টেবুলখন যাতে ওখোৰা মুখোৰা নহয় তাৰ বাবে চকু দিব লাগে । পাৰিলে বাহঁৰ কামি এডাল পাত তোলালগছৰ ওপৰত ৰাখি সমানকৈ পাত তুলিলে এই সমস্যাটো আহিব নোৱাৰে । • এই সময়তে অহা বছৰৰ বাবে ‘কলম চাইকোল’ টো বনাব লাগে যাতে নবেম্বৰৰ মাজভাগৰ পৰা কলম কটাব পাৰে । • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সময়ত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-11-2024 Enable
2738 VIL-Adilabad-Jainad-04-11-2023 నమస్కారం తోటి రైతులకు..సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 21 నుండి 22 °C, గరిష్టంగా 31 నుండి 33 °C వరకు ఉంటుందని ఆదిలాబాద్‌లోని జైనాద్‌లోని ఆటోమేటెడ్ వాతావరణ కేంద్రం వాతావరణ సూచన. ఈ వారం వాతావరణం పాక్షికంగా మేఘావృతమై ఉండే అవకాశం ఉంది. ప్రస్తుత పరిస్థితుల్లో పత్తి పంటలో అంతర్గతంగా ఆకుమచ్చ తెగులు కనిపిస్తే, నివారణ చర్యగా కాపర్ ఆక్సీక్లోరైడ్ 50 డబ్ల్యుపి 10 లీటర్ల నీటికి 25 గ్రాములు చొప్పున 15 రోజుల వ్యవధిలో మొలక మొదళ్లలో పిచికారీ చేయాలి. అభివృద్ధి. టార్గెట్ లీఫ్ స్పాట్, ఆల్టర్నేరియా లీఫ్ స్పాట్, మైరోథెసిమ్ లీఫ్ స్పాట్, పత్తి పంటలో బాహ్య శిలీంధ్ర బాండ్సాడ్ నిర్వహణ కోసం, ప్రొపినెబ్ 70 WP 25-30 గ్రా లేదా అజోక్సిస్ట్రోబిన్ 18.2 % w + డైఫెనోకోనజోల్ 11.4 % w SC 10 ml ప్రతి 10 లీటర్ల నీటికి పిచికారీ చేయండి. పత్తి పంటల్లో ఉష్ణోగ్రత పెరగడం వల్ల అకస్మాత్తుగా వడలి వచ్చే అవకాశం ఉంది, దీని కోసం రైతులు 1 కిలోల మెగ్నీషియం సల్ఫేట్‌ను 100 నీటిలో పిచికారీ చేయాలి మరియు 2 శాతం డిఎపిని కాయలు అభివృద్ధి చెందుతున్న దశలో పిచికారీ చేయాలి. పత్తి పంటలో కాయతొలుచు పురుగు మరియు తెల్లదోమ ఉధృతిని గమనించినట్లయితే, ఫ్లోనికామిడ్ 50 WG @ 4 గ్రా 10 లీటర్ల నీటికి (హెక్టారుకు 200 గ్రా) లేదా డైనోట్‌ఫురాన్ 20 SG @ 3 గ్రా 10 లీటర్ల నీటికి (హెక్టారుకు 150 గ్రా) స్పష్టంగా పిచికారీ చేయండి. మరియు ప్రశాంతమైన వాతావరణాన్ని అంచనా వేయండి. కందిపప్పు నూర్పిడి పూర్తి చేసిన రైతులు నిల్వ చేసే సమయంలో పురుగులు మరియు పురుగుల నుండి విత్తనాలను రక్షించుకోవడానికి నిల్వ చేయడానికి ముందు మూడు నాలుగు రోజుల పాటు సోయాబీన్‌లను మళ్లీ ఎండలో ఆరబెట్టాలి. అలాగే, స్మార్ట్ అగ్రి అడ్వైజరీ యాప్‌ను మొబైల్‌లోని ప్లే స్టోర్ నుండి డౌన్‌లోడ్ చేసుకోవాలి, వాతావరణ స్టేషన్ సమాచారం ఈ యాప్‌లో పొందుపరచబడింది. . సాలిడారిడాడ్ స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు సంబంధించి మీకు ఏవైనా సందేహాలు ఉంటే దయచేసి మమ్మల్ని సంప్రదించడానికి సంకోచించకండి. Md. నం. 7798008855 ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telangana Telangana 04-11-2024 Enable
2739 VIL-Adilabad-Bela-04-11-2024 నమస్కారం తోటి రైతులకు..సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 21 నుండి 22 °C, గరిష్టంగా 31 నుండి 33 °C వరకు ఉంటుందని ఆదిలాబాద్‌లోని బేల వద్ద ఆటోమేటెడ్ వాతావరణ కేంద్రం వాతావరణ సూచన. ఈ వారం వాతావరణం పాక్షికంగా మేఘావృతమై ఉండే అవకాశం ఉంది. ప్రస్తుత పరిస్థితుల్లో పత్తి పంటలో అంతర్గతంగా ఆకుమచ్చ తెగులు కనిపిస్తే, నివారణ చర్యగా కాపర్ ఆక్సీక్లోరైడ్ 50 డబ్ల్యుపి 10 లీటర్ల నీటికి 25 గ్రాములు చొప్పున 15 రోజుల వ్యవధిలో మొలక మొదళ్లలో పిచికారీ చేయాలి. అభివృద్ధి. టార్గెట్ లీఫ్ స్పాట్, ఆల్టర్నేరియా లీఫ్ స్పాట్, మైరోథెసిమ్ లీఫ్ స్పాట్, పత్తి పంటలో బాహ్య శిలీంధ్ర బాండ్సాడ్ నిర్వహణ కోసం, ప్రొపినెబ్ 70 WP 25-30 గ్రా లేదా అజోక్సిస్ట్రోబిన్ 18.2 % w + డైఫెనోకోనజోల్ 11.4 % w SC 10 ml ప్రతి 10 లీటర్ల నీటికి పిచికారీ చేయండి. పత్తి పంటల్లో ఉష్ణోగ్రత పెరగడం వల్ల అకస్మాత్తుగా వడలి వచ్చే అవకాశం ఉంది, దీని కోసం రైతులు 1 కిలోల మెగ్నీషియం సల్ఫేట్‌ను 100 నీటిలో పిచికారీ చేయాలి మరియు 2 శాతం డిఎపిని కాయలు అభివృద్ధి చెందుతున్న దశలో పిచికారీ చేయాలి. పత్తి పంటలో కాయతొలుచు పురుగు మరియు తెల్లదోమ ఉధృతిని గమనించినట్లయితే, ఫ్లోనికామిడ్ 50 WG @ 4 గ్రా 10 లీటర్ల నీటికి (హెక్టారుకు 200 గ్రా) లేదా డైనోట్‌ఫురాన్ 20 SG @ 3 గ్రా 10 లీటర్ల నీటికి (హెక్టారుకు 150 గ్రా) స్పష్టంగా పిచికారీ చేయండి. మరియు ప్రశాంతమైన వాతావరణాన్ని అంచనా వేయండి. కందిపప్పు నూర్పిడి పూర్తి చేసిన రైతులు నిల్వ చేసే సమయంలో పురుగులు మరియు పురుగుల నుండి విత్తనాలను రక్షించుకోవడానికి నిల్వ చేయడానికి ముందు మూడు నాలుగు రోజుల పాటు సోయాబీన్‌లను మళ్లీ ఎండలో ఆరబెట్టాలి. అలాగే, స్మార్ట్ అగ్రి అడ్వైజరీ యాప్‌ను మొబైల్‌లోని ప్లే స్టోర్ నుండి డౌన్‌లోడ్ చేసుకోవాలి. . సాలిడారిడాడ్ స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు సంబంధించి మీకు ఏవైనా సందేహాలు ఉంటే దయచేసి మమ్మల్ని సంప్రదించడానికి సంకోచించకండి. Md. నం. 7798008855 ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telangana Telangana 04-11-2024 Enable
2740 Vil2_Dabhada_04.11.2024 Advisory:- 04/11/2024 नमस्कार शेतकरी बंधूंनो...सॉलिडरीडॅड, वोडाफोन आयडिया फाऊंडेशन यांच्या स्मार्ट ऍग्री प्रोग्राममध्ये आपले स्वागत आहे. धामनगाव रे तालुक्यातील दाभाडा येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 31 ते 33 अंश तर कमाल 20 ते 23 अंश सेल्सियस एवढे राहील. शेतकऱ्यांसाठी सूचना:- सद्य परिस्थितीत कापूस पिकात आंतरिक बोंडसड या रोगाचा प्रादुर्भाव आढळून आल्यास, त्याच्या व्यवस्थापनासाठी प्रतिबंधात्मक उपाय म्हणून कॉपर ऑक्सिक्लोराईड ५० डब्ल्यूपी २५ ग्राम प्रती १० लिटर पाणी या प्रमाणात १५ दिवसांच्या अंतराने बोंडे विकसित होण्याच्या सुरुवातीच्या वेळेस फवारणी करावी. कापूस पिकात टार्गेट लीफ स्पॉट, अल्टरनेरिया पानावरील ठिपके, मायरोथेसिम पानावरील ठिपके, बाह्य बुरशीजन्य बोंडसडच्या व्यवस्थापनासाठी प्रोपिनेब ७० डब्ल्यूपी २५-३० ग्राम किंवा अझॉक्सीस्ट्रोबिन १८.२ % डब्ल्यू+डायफेनोकोनाझोल ११.४ % डब्ल्यू एससी १० मिली प्रति १० लिटर पाण्यात मिसळून फवारणी करावी. कपाशी पिकांत वाढत्या तापमानामुळे लाल्या या आकस्मिक विकृतीचा प्रादुर्भाव वाढू शकतो त्यासाठी शेतकऱ्यांनी १ किलो मॅग्नेशियम सल्फेट १०० पाणी ह्या प्रमाणात फवारणी करावी तसेच बोंडे विकसित होण्याच्या अवस्थेत २ टक्के डीएपी ची फवारणी करावी. ज्या ठिकाणी कपाशी पिकात तुडतुडे व पांढरी माशीचा प्रादुर्भाव दिसून आल्यास फ्लॉनिकॅमिड ५० डब्ल्यूजी @ ४ ग्राम प्रती १० लिटर पाणी (२०० ग्राम प्रती हेक्टर) किंवा डिनोटेफुरान २० एसजी ३ ग्राम प्रती १० लिटर पाणी (१५० ग्राम प्रती हेक्टर) या किटकनाशकाची फवारणी स्वच्छ व शांत हवामान परिस्थितीचा अंदाज घेऊन करावी. ज्या शेतकऱ्यांची सोयाबीनची मळणी पूर्ण झालेली आहे त्यांनी सोयाबीन साठवणूकीपूर्वी पून्हा तिन ते चार दिवस उन्हात वाळवावे जेणेकरून साठवणूकी दरम्यान होणाऱ्या बूरशीं व किडीं पासून बियाण्याचे संरक्षण होईल..सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राम बद्दल असलेल्या आपल्या शंकांचे समाधान करण्यासाठी ९१५८२६१९२२ या मोबाईल क्रमांकावर संपर्क साधावा. Maharashtra MH 03-11-2024 Enable