Message List: 12,194
S.No Message Title Message State Created By Creation Date Status Action
2881 6th Jan25 BB সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ০৬ই জানুয়ারি থেকে্ ১৫ই জানুয়ারি অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২১ ডিগ্রি সেন্টিগ্রেড থেকে ২৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৫ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৫০% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত উত্তর পূর্ব এবং দক্ষিন পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৩ থেকে ৭ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৬.৪ ডিগ্রি সেণ্টিগ্রেড থেকে ১৮.৮ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১০.১ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানের এল পি করার ১০-১৫ দিনের মধ্যে বাগানে অ্যালক্লাইন ওয়াস করে দিন । এবং আনপ্রুন সেকশনে এম ও পি ১ কেজী +ম্যাগনেসিয়াম সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর নিয়মিত স্প্রে করে যান ।এবং ড্রেনের কাজ শেষ করুন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ। West Bengal West Bengal 06-01-2025 Enable
2882 6th Jan25 BK সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ,আগামী ০৬ই জানুয়ারি থেকে্ ১৫ই জানুয়ারি অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২১ ডিগ্রি সেন্টিগ্রেড থেকে ২৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৫ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৫০% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত দক্ষিন পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ৭ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৭.০ ডিগ্রি সেণ্টিগ্রেড থেকে ১৮.৭ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২৩.৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানের এল পি করার ১০-১৫ দিনের মধ্যে বাগানে অ্যালক্লাইন ওয়াস করে দিন । এবং আনপ্রুন সেকশনে এম ও পি ১ কেজী +ম্যাগনেসিয়াম সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর নিয়মিত স্প্রে করে যান ।এবং ড্রেনের কাজ শেষ করুন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ। West Bengal West Bengal 06-01-2025 Enable
2883 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 6/1/25) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। যোৱা বছৰত মুঠ ১৫৮৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-01-2025 Enable
2884 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 6/1/25) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। যোৱা বছৰত মুঠ ১৭০১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-01-2025 Enable
2885 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam,6/1/25) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। যোৱা বছৰত মুঠ ২৬২৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-01-2025 Enable
2886 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 6/1/25) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা প্ৰায় ৯৮ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। যোৱা বছৰত মুঠ ২৪৮১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-01-2025 Enable
2887 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 6/1/25) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ১৯-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। যোৱা বছৰত মুঠ ২০৭৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-01-2025 Enable
2888 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 6/1/25) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ১৯-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। যোৱা বছৰত মুঠ ২১৩৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-01-2025 Enable
2889 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 6/1/25) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১৩ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। যোৱা বছৰত মুঠ ২১৭১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-01-2025 Enable
2890 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 6/1/25) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২০-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। যোৱা বছৰত মুঠ ২৪৪২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 04-01-2025 Enable