Message List: 12,194
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 3021 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 16/12/24) | জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৩-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১১ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বাগানবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • কলম কৰাৰ পিচত চাহ গছৰ ডাল আৰু পাত বোৰ বাগানৰ ভিতৰত ৰাখিব পাৰিব লাগে । বহুতে খৰিৰ বাবে ডাল আৰু পাতৰ সৈতে ঘৰলৈ লৈ যায় । • প্ৰায় সকলোবোৰ খেতিয়কে চাহ খেতিৰ বাগান বোৰ Section হিচাপে বেলেগ কৰি নাৰাখে । সেইবাবে কলম চাইকল বিজ্ঞান সন্মত ভাবে follow কৰা নহয় যিটোৰ বাবে প্ৰায় ৮০% শতাংশ খেতিয়কেই LP বাগান নাৰাখে কাৰণ LP ৰাখিলে May /Juneৰ পৰাহে পাত ওলাব ধৰে । DS ৰ ওপৰত আকৌ ৪বছৰৰ পিচত ঘূৰি আহি DS কৰা দেখা যায় । ফলস্বৰূপে গছৰ ডাল বোৰ বহুত শকত হৈ যায় আৰু গাঁঠিও বহুত হয় । উপায়হীন হৈ শেষত মাটিৰ পৰা ১৪-১৬ ইন্চিত ১০-১২ বছৰৰ পিচত কাটিব লগা হয় আৰু বহুতে তাকে LP কলম বুলি ভাবে । সেই বাবে কম মাটি থাকিলেও তিনিটা মান section কৰি ভাগ কৰি Pruning চাইকলৰ মতে ৩-৪বছৰৰ মূৰে মূৰে কলম LP-UP-DS-UP বা LP-UP-DS-MS কলম কৰিলে পাতো গুণগত হব আৰু বেমাৰো কম হব । মানুহো কম লাগিব । অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 15-12-2024 | Enable |
|
| 3022 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 16/12/24) | জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ১১-১৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বাগানবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • কলম কৰাৰ পিচত চাহ গছৰ ডাল আৰু পাত বোৰ বাগানৰ ভিতৰত ৰাখিব পাৰিব লাগে । বহুতে খৰিৰ বাবে ডাল আৰু পাতৰ সৈতে ঘৰলৈ লৈ যায় । • প্ৰায় সকলোবোৰ খেতিয়কে চাহ খেতিৰ বাগান বোৰ Section হিচাপে বেলেগ কৰি নাৰাখে । সেইবাবে কলম চাইকল বিজ্ঞান সন্মত ভাবে follow কৰা নহয় যিটোৰ বাবে প্ৰায় ৮০% শতাংশ খেতিয়কেই LP বাগান নাৰাখে কাৰণ LP ৰাখিলে May /Juneৰ পৰাহে পাত ওলাব ধৰে । DS ৰ ওপৰত আকৌ ৪বছৰৰ পিচত ঘূৰি আহি DS কৰা দেখা যায় । ফলস্বৰূপে গছৰ ডাল বোৰ বহুত শকত হৈ যায় আৰু গাঁঠিও বহুত হয় । উপায়হীন হৈ শেষত মাটিৰ পৰা ১৪-১৬ ইন্চিত ১০-১২ বছৰৰ পিচত কাটিব লগা হয় আৰু বহুতে তাকে LP কলম বুলি ভাবে । সেই বাবে কম মাটি থাকিলেও তিনিটা মান section কৰি ভাগ কৰি Pruning চাইকলৰ মতে ৩-৪বছৰৰ মূৰে মূৰে কলম LP-UP-DS-UP বা LP-UP-DS-MS কলম কৰিলে পাতো গুণগত হব আৰু বেমাৰো কম হব । মানুহো কম লাগিব । অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 15-12-2024 | Enable |
|
| 3023 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam,16/12/24) | জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব দিনৰ উষ্ণতা প্ৰায় ২১-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বাগানবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • কলম কৰাৰ পিচত চাহ গছৰ ডাল আৰু পাত বোৰ বাগানৰ ভিতৰত ৰাখিব পাৰিব লাগে । বহুতে খৰিৰ বাবে ডাল আৰু পাতৰ সৈতে ঘৰলৈ লৈ যায় । • প্ৰায় সকলোবোৰ খেতিয়কে চাহ খেতিৰ বাগান বোৰ Section হিচাপে বেলেগ কৰি নাৰাখে । সেইবাবে কলম চাইকল বিজ্ঞান সন্মত ভাবে follow কৰা নহয় যিটোৰ বাবে প্ৰায় ৮০% শতাংশ খেতিয়কেই LP বাগান নাৰাখে কাৰণ LP ৰাখিলে May /Juneৰ পৰাহে পাত ওলাব ধৰে । DS ৰ ওপৰত আকৌ ৪বছৰৰ পিচত ঘূৰি আহি DS কৰা দেখা যায় । ফলস্বৰূপে গছৰ ডাল বোৰ বহুত শকত হৈ যায় আৰু গাঁঠিও বহুত হয় । উপায়হীন হৈ শেষত মাটিৰ পৰা ১৪-১৬ ইন্চিত ১০-১২ বছৰৰ পিচত কাটিব লগা হয় আৰু বহুতে তাকে LP কলম বুলি ভাবে । সেই বাবে কম মাটি থাকিলেও তিনিটা মান section কৰি ভাগ কৰি Pruning চাইকলৰ মতে ৩-৪বছৰৰ মূৰে মূৰে কলম LP-UP-DS-UP বা LP-UP-DS-MS কলম কৰিলে পাতো গুণগত হব আৰু বেমাৰো কম হব । মানুহো কম লাগিব । অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 15-12-2024 | Enable |
|
| 3024 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 16/12/24) | জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৩-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৮-১১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বাগানবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • কলম কৰাৰ পিচত চাহ গছৰ ডাল আৰু পাত বোৰ বাগানৰ ভিতৰত ৰাখিব পাৰিব লাগে । বহুতে খৰিৰ বাবে ডাল আৰু পাতৰ সৈতে ঘৰলৈ লৈ যায় । • প্ৰায় সকলোবোৰ খেতিয়কে চাহ খেতিৰ বাগান বোৰ Section হিচাপে বেলেগ কৰি নাৰাখে । সেইবাবে কলম চাইকল বিজ্ঞান সন্মত ভাবে follow কৰা নহয় যিটোৰ বাবে প্ৰায় ৮০% শতাংশ খেতিয়কেই LP বাগান নাৰাখে কাৰণ LP ৰাখিলে May /Juneৰ পৰাহে পাত ওলাব ধৰে । DS ৰ ওপৰত আকৌ ৪বছৰৰ পিচত ঘূৰি আহি DS কৰা দেখা যায় । ফলস্বৰূপে গছৰ ডাল বোৰ বহুত শকত হৈ যায় আৰু গাঁঠিও বহুত হয় । উপায়হীন হৈ শেষত মাটিৰ পৰা ১৪-১৬ ইন্চিত ১০-১২ বছৰৰ পিচত কাটিব লগা হয় আৰু বহুতে তাকে LP কলম বুলি ভাবে । সেই বাবে কম মাটি থাকিলেও তিনিটা মান section কৰি ভাগ কৰি Pruning চাইকলৰ মতে ৩-৪বছৰৰ মূৰে মূৰে কলম LP-UP-DS-UP বা LP-UP-DS-MS কলম কৰিলে পাতো গুণগত হব আৰু বেমাৰো কম হব । মানুহো কম লাগিব । অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 15-12-2024 | Enable |
|
| 3025 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 16/12/24) | জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বাগানবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • কলম কৰাৰ পিচত চাহ গছৰ ডাল আৰু পাত বোৰ বাগানৰ ভিতৰত ৰাখিব পাৰিব লাগে । বহুতে খৰিৰ বাবে ডাল আৰু পাতৰ সৈতে ঘৰলৈ লৈ যায় । • প্ৰায় সকলোবোৰ খেতিয়কে চাহ খেতিৰ বাগান বোৰ Section হিচাপে বেলেগ কৰি নাৰাখে । সেইবাবে কলম চাইকল বিজ্ঞান সন্মত ভাবে follow কৰা নহয় যিটোৰ বাবে প্ৰায় ৮০% শতাংশ খেতিয়কেই LP বাগান নাৰাখে কাৰণ LP ৰাখিলে May /Juneৰ পৰাহে পাত ওলাব ধৰে । DS ৰ ওপৰত আকৌ ৪বছৰৰ পিচত ঘূৰি আহি DS কৰা দেখা যায় । ফলস্বৰূপে গছৰ ডাল বোৰ বহুত শকত হৈ যায় আৰু গাঁঠিও বহুত হয় । উপায়হীন হৈ শেষত মাটিৰ পৰা ১৪-১৬ ইন্চিত ১০-১২ বছৰৰ পিচত কাটিব লগা হয় আৰু বহুতে তাকে LP কলম বুলি ভাবে । সেই বাবে কম মাটি থাকিলেও তিনিটা মান section কৰি ভাগ কৰি Pruning চাইকলৰ মতে ৩-৪বছৰৰ মূৰে মূৰে কলম LP-UP-DS-UP বা LP-UP-DS-MS কলম কৰিলে পাতো গুণগত হব আৰু বেমাৰো কম হব । মানুহো কম লাগিব । অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 15-12-2024 | Enable |
|
| 3026 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 16/12/24) | জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৩-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বাগানবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • কলম কৰাৰ পিচত চাহ গছৰ ডাল আৰু পাত বোৰ বাগানৰ ভিতৰত ৰাখিব পাৰিব লাগে । বহুতে খৰিৰ বাবে ডাল আৰু পাতৰ সৈতে ঘৰলৈ লৈ যায় । • প্ৰায় সকলোবোৰ খেতিয়কে চাহ খেতিৰ বাগান বোৰ Section হিচাপে বেলেগ কৰি নাৰাখে । সেইবাবে কলম চাইকল বিজ্ঞান সন্মত ভাবে follow কৰা নহয় যিটোৰ বাবে প্ৰায় ৮০% শতাংশ খেতিয়কেই LP বাগান নাৰাখে কাৰণ LP ৰাখিলে May /Juneৰ পৰাহে পাত ওলাব ধৰে । DS ৰ ওপৰত আকৌ ৪বছৰৰ পিচত ঘূৰি আহি DS কৰা দেখা যায় । ফলস্বৰূপে গছৰ ডাল বোৰ বহুত শকত হৈ যায় আৰু গাঁঠিও বহুত হয় । উপায়হীন হৈ শেষত মাটিৰ পৰা ১৪-১৬ ইন্চিত ১০-১২ বছৰৰ পিচত কাটিব লগা হয় আৰু বহুতে তাকে LP কলম বুলি ভাবে । সেই বাবে কম মাটি থাকিলেও তিনিটা মান section কৰি ভাগ কৰি Pruning চাইকলৰ মতে ৩-৪বছৰৰ মূৰে মূৰে কলম LP-UP-DS-UP বা LP-UP-DS-MS কলম কৰিলে পাতো গুণগত হব আৰু বেমাৰো কম হব । মানুহো কম লাগিব । অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 15-12-2024 | Enable |
|
| 3027 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 16/12/24) | জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত বাগানবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • কলম কৰাৰ পিচত চাহ গছৰ ডাল আৰু পাত বোৰ বাগানৰ ভিতৰত ৰাখিব পাৰিব লাগে । বহুতে খৰিৰ বাবে ডাল আৰু পাতৰ সৈতে ঘৰলৈ লৈ যায় । • প্ৰায় সকলোবোৰ খেতিয়কে চাহ খেতিৰ বাগান বোৰ Section হিচাপে বেলেগ কৰি নাৰাখে । সেইবাবে কলম চাইকল বিজ্ঞান সন্মত ভাবে follow কৰা নহয় যিটোৰ বাবে প্ৰায় ৮০% শতাংশ খেতিয়কেই LP বাগান নাৰাখে কাৰণ LP ৰাখিলে May /Juneৰ পৰাহে পাত ওলাব ধৰে । DS ৰ ওপৰত আকৌ ৪বছৰৰ পিচত ঘূৰি আহি DS কৰা দেখা যায় । ফলস্বৰূপে গছৰ ডাল বোৰ বহুত শকত হৈ যায় আৰু গাঁঠিও বহুত হয় । উপায়হীন হৈ শেষত মাটিৰ পৰা ১৪-১৬ ইন্চিত ১০-১২ বছৰৰ পিচত কাটিব লগা হয় আৰু বহুতে তাকে LP কলম বুলি ভাবে । সেই বাবে কম মাটি থাকিলেও তিনিটা মান section কৰি ভাগ কৰি Pruning চাইকলৰ মতে ৩-৪বছৰৰ মূৰে মূৰে কলম LP-UP-DS-UP বা LP-UP-DS-MS কলম কৰিলে পাতো গুণগত হব আৰু বেমাৰো কম হব । মানুহো কম লাগিব । অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 15-12-2024 | Enable |
|
| 3028 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 16/12/24) | জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১৩ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত বাগানবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • কলম কৰাৰ পিচত চাহ গছৰ ডাল আৰু পাত বোৰ বাগানৰ ভিতৰত ৰাখিব পাৰিব লাগে । বহুতে খৰিৰ বাবে ডাল আৰু পাতৰ সৈতে ঘৰলৈ লৈ যায় । • প্ৰায় সকলোবোৰ খেতিয়কে চাহ খেতিৰ বাগান বোৰ Section হিচাপে বেলেগ কৰি নাৰাখে । সেইবাবে কলম চাইকল বিজ্ঞান সন্মত ভাবে follow কৰা নহয় যিটোৰ বাবে প্ৰায় ৮০% শতাংশ খেতিয়কেই LP বাগান নাৰাখে কাৰণ LP ৰাখিলে May /Juneৰ পৰাহে পাত ওলাব ধৰে । DS ৰ ওপৰত আকৌ ৪বছৰৰ পিচত ঘূৰি আহি DS কৰা দেখা যায় । ফলস্বৰূপে গছৰ ডাল বোৰ বহুত শকত হৈ যায় আৰু গাঁঠিও বহুত হয় । উপায়হীন হৈ শেষত মাটিৰ পৰা ১৪-১৬ ইন্চিত ১০-১২ বছৰৰ পিচত কাটিব লগা হয় আৰু বহুতে তাকে LP কলম বুলি ভাবে । সেই বাবে কম মাটি থাকিলেও তিনিটা মান section কৰি ভাগ কৰি Pruning চাইকলৰ মতে ৩-৪বছৰৰ মূৰে মূৰে কলম LP-UP-DS-UP বা LP-UP-DS-MS কলম কৰিলে পাতো গুণগত হব আৰু বেমাৰো কম হব । মানুহো কম লাগিব । অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 15-12-2024 | Enable |
|
| 3029 | Vil2_Dabhada_Amravati_14.12.2024 | Advisory: -14.12.2024 नमस्कार शेतकरी बंधूंनो...सॉलिडरीडॅड, वोडाफोन आयडिया फाऊंडेशन यांच्या स्मार्ट ऍग्री प्रोग्राममध्ये आपले स्वागत आहे. धामनगाव रे तालुक्यातील दाभाडा येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 15 ते 22 अंश तर कमाल 21 ते 25 अंश सेल्सियस एवढे राहील. शेतकऱ्यांसाठी सूचना:- शेतकऱ्यांनी वाणानुसार वेचणी केलेला कापूस कोरड्या आणि सुरक्षित ठिकाणी साठवणूक करावा. तसेच तिसऱ्या व चौथ्या वेचणीचा कापूस वेगळा ठेवावा. कापूस वेचणी व साठवणुकीसाठी व पुढील संक्रमणाचे नुकसान टाळण्यासाठी प्लास्टिक/गोणपाटाच्या पिशविऐवजी कॉटन पिशव्याचा वापर करावा. साठवणूक केलेल्या कापसाच्या ठिकाणी १-२ कामगंध सापळे विशिष्ठ उंचावर चालावे जेणेकरून गुलाबी बोण्डअळीचे नर पतंग सापळ्यात अडकेल. सध्या हरभरा पीक हे १५-२० दिवसाचे आहे, ज्या शेतकऱ्यांनी बीजप्रक्रिया केलेली नसेल त्यांनी प्रति एकर ०.५ किलो रायझोबियम + ०.५ किलो पी.एस.बी. कल्चर तसेच १ किलो मायकोरायझा एकत्र २०० लिटर पाण्यात मिसळून मुळाभोवती आळवणी करावी व नंतर लगेच ५ ते ६ दिवसांनी जिथे १५-२०% टक्के पर्यंत मर आढळून आलेली असल्यास प्रति एकर १ ते २ किलो ट्रायकोडर्मा व्हिरीडी २०० लिटर पाण्यात मिसळून लगेच पिकाच्या मुळाभोवती ड्रेंचिंग पद्धतीने द्यावे. हरभरा पिकाला लागवडी ते ३० दिवसाच्या आत २५ किलो युरिया व ५० किलो सिंगल सुपर फॉस्फेट द्यावे व ५० किलो सिंगल सुपर फॉस्फेट साधारण लागवडीच्या ६० दिवसानंतर द्यावे. तूर पिकावर शेंगा पोखरणारी अळी व पाने गुंडाळणारी अळी असेल तर त्यांच्या व्यवस्थापनासाठी HaNPV ४५० LE ६० मिली किंवा निमार्क ५० मिली प्रति १० लिटर पाणी ह्या प्रमाणे फवारणी करावी व दुसरी फवारणी लगेच ५-६ दिवसांनी इमामेक्टीन बेन्झोएट ७-८ ग्रॅम प्रति १० लिटर पाणी ह्या प्रमाणे करावी..सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राम बद्दल असलेल्या आपल्या शंकांचे समाधान करण्यासाठी ९१५८२६१९२२ या मोबाईल क्रमांकावर संपर्क साधावा | Maharashtra | MH | 13-12-2024 | Enable |
|
| 3030 | VIL-Adilabad-Bela-14.12.2024 | VIL-Adilabad-Bela-14.12.2024 - హలో తోటి రైతులకు..సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రికల్చర్ ప్రోగ్రామ్కు స్వాగతం. ఈ వారం కనిష్టంగా బేల, ఆదిలాబాద్ వద్ద ఆటోమేటెడ్ వాతావరణ స్టేషన్ యొక్క వాతావరణ సూచన 18 నుండి 23 డిగ్రీల సెల్సియస్ మరియు గరిష్టంగా 26 నుండి 31 డిగ్రీల సెల్సియస్. రైతులకు సూచనలు:- రైతులు రకాన్ని బట్టి తీసిన పత్తిని పొడి మరియు సురక్షితమైన ప్రదేశంలో నిల్వ చేయాలి. అలాగే, మూడవ మరియు నాల్గవ పికింగ్ యొక్క పత్తిని విడిగా ఉంచాలి. పత్తి తీయడానికి మరియు నిల్వ చేయడానికి మరియు ఇన్ఫెక్షన్ నుండి మరింత నష్టాన్ని నివారించడానికి ప్లాస్టిక్/సాక్ బ్యాగ్లకు బదులుగా కాటన్ బ్యాగులను ఉపయోగించాలి. 1-2 వాసన ఉచ్చులను పత్తి నిల్వ చేసే ప్రదేశంలో నిర్దిష్ట ఎత్తులో ఉంచాలి, తద్వారా మగ గులాబీ రంగు పురుగు పురుగు ఉచ్చులో చిక్కుకుంటుంది. ప్రస్తుతం శనగ పంట 15-20 రోజులు, విత్తనశుద్ధి చేయని రైతులు ఎకరాకు 0.5 కిలోల రైజోబియం + 0.5 కిలోల పిఎస్బి వేశారు. కల్చర్ మరియు 1 కిలోల మైకోరైజాను 200 లీటర్ల నీటిలో కలిపి 5 నుండి 6 రోజుల తర్వాత వెంటనే మూలాల చుట్టూ వేయాలి, ఇక్కడ 15-20% శాతం ఉంటుంది. మరణాన్ని గుర్తిస్తే ఎకరాకు 1 నుంచి 2 కిలోల వరకు ట్రైకోడెర్మా విరిడిని 200 లీటర్ల నీటిలో కలిపి వెంటనే డ్రెంచింగ్ పద్ధతిలో పంట వేరు చుట్టూ వేయాలి. జొన్న పంటకు 25 కిలోల యూరియా, 50 కిలోల సింగిల్ సూపర్ ఫాస్పేట్ నాటిన 30 రోజులలోపు, 50 కిలోల సింగిల్ సూపర్ ఫాస్పేట్ నాటిన 60 రోజుల తర్వాత వేయాలి. కాయ తొలుచు పురుగు మరియు ఆకు వంకర పురుగు ఉన్నట్లయితే, 10 లీటర్ల నీటికి HaNPV 450 LE 60 ml లేదా నిమార్క్ 50 ml 5-6 రోజుల తర్వాత వెంటనే 10 లీటర్ల నీటికి 7-8 గ్రాముల ఇమామెక్టిన్ బెంజోయేట్ కలిపి పిచికారీ చేయాలి అలాగే, స్మార్ట్ అగ్రి అడ్వైజరీ యాప్ అప్డేటెడ్ వెర్షన్ ప్లే స్టోర్లో అందుబాటులో ఉంది మరియు మొబైల్ ఫోన్లో డౌన్లోడ్ చేసుకోవచ్చు. Solidaridad స్మార్ట్ అగ్రి ప్రోగ్రామ్లో మీ ప్రశ్నను పరిష్కరించడానికి దయచేసి మొబైల్ నంబర్ను సంప్రదించండి 7798008855 ధన్యవాదాలు! | Telangana | Telangana | 13-12-2024 | Enable |
|