Message List: 11,307
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 3071 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 22/8/24) | জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ৪২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 21-08-2024 | Enable |
|
| 3072 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 22/8/24) | জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ৪৭৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 21-08-2024 | Enable |
|
| 3073 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 22/8/24) | জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ৫১৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 21-08-2024 | Enable |
|
| 3074 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 22/8/24) | জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ২২৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 21-08-2024 | Enable |
|
| 3075 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 22/8/24) | জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ২৭৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 21-08-2024 | Enable |
|
| 3076 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 22/8/24) | জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩১-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১৭ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ১০৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 21-08-2024 | Enable |
|
| 3077 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 22/8/24) | জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৯ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিমদিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ২৮৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 21-08-2024 | Enable |
|
| 3078 | ચોમાસું મગફળી પાકમાં પોષક તત્વોની પૂર્તિ | Solidaridad, વોડાફોન આઇડિયા ફાઉન્ડેશન અને ઇનડસ ટાવર તરફ થી આવતા વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. મીઠોઇ, આહીર સિંહણ અને મોટા આંબલા ના વેધર સ્ટેશનની માહિતીના આધારે તમારા વિસ્તારમાં તારીખ 22-08-2024 થી 28 -08-2024 સુધી હવામાન વાદળ છાયું રહેવાનું અને અમુક વિસ્તાર માં નહિવત એવા વરસાદી ઝાંપટ પાડવાની સંભાવના છે. આ સમયગાળા દરમ્યાન દિવસનું તાપમાન 31 થી 32 ડિગ્રી સે., રાત્રિ નું તાપમાન 27 થી 28 ડિગ્રી સે. અને ભેજનું પ્રમાણ 80-85% સુધી રહેવાની સંભાવના છે. ખેડૂત મિત્રો મગફળી પાકમાં પોષક તત્વોની પૂર્તિ સાથે અને સારી ગુણવતા વાળું ઉત્પાદન મેળવવા માટે 00-52-34 100 ગ્રામ અને માઇક્રો ન્યુટ્રોન 15 ગ્રામ અને બોરોન 25 ગ્રામ મીક્ષ કરીને છંટકાવ કરવા જોઈએ. આ સંદેશ ને ફરી સાંભળવા માટે ટોલ ફ્રી નંબર 7065-00-5054 પર કોલ કરવો. | Gujarat | Gujrat | 21-08-2024 | Enable |
|
| 3079 | 22-08-2024 - Kotagiri | Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஆகஸ்ட் மாதம் 14ம் தேதி முதல் 20ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 114.8mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 24 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 16.3 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஆகஸ்ட் மாதம் 21ம் தேதி முதல் 27ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிதமானது முதல் மிக கன மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 20 முதல் 22 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 16 முதல் 17 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 100 சதவீதமாகவும் மாலை நேரத்தில் 80 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது மேற்கு மற்றும் தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 5 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பான் (Wetting Agent) (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பானை விசைதெளிப்பான் மூலம் 40 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் இருவரிசையும், கைத்தெளிப்பான் மூலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். | Tamil Nadu | Tamil Nadu | 21-08-2024 | Enable |
|
| 3080 | 22-08-2024 - Coonoor | Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஆகஸ்ட் மாதம் 14ம் தேதி முதல் 20ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 76.8mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 23.1 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 15.4 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஆகஸ்ட் மாதம் 21ம் தேதி முதல் 27ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிதமானது முதல் மிக கன மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 17 முதல் 19 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14 முதல் 15 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 100 சதவீதமாகவும் மாலை நேரத்தில் 80 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது மேற்கு மற்றும் வடமேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 6 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பான் (Wetting Agent) (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பானை விசைதெளிப்பான் மூலம் 40 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் இருவரிசையும், கைத்தெளிப்பான் மூலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். | Tamil Nadu | Tamil Nadu | 21-08-2024 | Enable |
|