Message List: 11,307
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 3901 | 12th June24 JAM | সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জুন মাসের ১২ তারিখ থেকে জুন মাসের ১৮ তারিখ অবধি আকাশ সাধারণত মেঘলা থাকবে।মাঝারি থেকে ভারী ধরনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩০ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে ।সকাল ও বিকালের বাতাসের আপেক্ষিক আদ্রতা ১০০ % এবং ৮০ % থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত পূর্ব এবং উত্তর- পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৭ থেকে ১২ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৮.১ ডিগ্রি সেণ্টিগ্রেড থেকে ২৭.৯ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৯.৩ শতাংশ থাকবে বলে অনুমান করা হচ্ছে। চা বাগানে পাতা তোলার পর এক রাউন্ড ফোলিয়ার (ইউরিয়া ৮০০ গ্রাম , ডি এ পি ৫০০ গ্রাম ,এম ও পি ১ কেজি ১০০ গ্রাম ১০০ লিটার জলে ) স্প্রে করতে পারেন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 13-06-2024 | Enable |
|
| 3902 | 12th June24 BB | সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জুন মাসের ১২ তারিখ থেকে জুন মাসের ১৮ তারিখ অবধি আকাশ সাধারণত মেঘলা থাকবে।মাঝারি থেকে ভারী ধরনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩০ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে ।সকাল ও বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৯ % এবং ৭৫% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত পূর্ব এবং উত্তর- পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৭ থেকে ১০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ৩০.০ ডিগ্রি সেণ্টিগ্রেড থেকে ২৮.৮ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৪.২ শতাংশ থাকবে বলে অনুমান করা হচ্ছে। চা বাগানে পাতা তোলার পর এক রাউন্ড ফোলিয়ার (ইউরিয়া ৮০০ গ্রাম , ডি এ পি ৫০০ গ্রাম ,এম ও পি ১ কেজি ১০০ গ্রাম ১০০ লিটার জলে ) স্প্রে করতে পারেন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 13-06-2024 | Enable |
|
| 3903 | 12th June24 BK | সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী জুন মাসের ১২ তারিখ থেকে জুন মাসের ১৮ তারিখ অবধি আকাশ সাধারণত মেঘলা থাকবে।মাঝারি থেকে ভারী ধরনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩০ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে ।সকাল ও বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫ % এবং ৭৫% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত পূর্ব এবং উত্তর- পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৭ থেকে ১৫ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৮.৮ ডিগ্রি সেণ্টিগ্রেড থেকে ২৭.৩ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৯.০ শতাংশ থাকবে বলে অনুমান করা হচ্ছে। চা বাগানে পাতা তোলার পর এক রাউন্ড ফোলিয়ার (ইউরিয়া ৮০০ গ্রাম , ডি এ পি ৫০০ গ্রাম ,এম ও পি ১ কেজি ১০০ গ্রাম ১০০ লিটার জলে ) স্প্রে করতে পারেন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 13-06-2024 | Enable |
|
| 3904 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 13/6/24) | জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৩ৰ পৰা ১৯ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। • সকলো ক্ষুদ্ৰ চাহ খেতিয়কে কীটপতঙ্গ নাশক দৰব চাহ গছত প্ৰয়োগ কৰাৰ সময়ত লব লগা সজাগতা খিনিৰ কথাবোৰৰ গুৰুত্ব দিহে প্ৰয়োগ কৰা অত্যন্ত আৱশ্যক । যিহেতু সকলো দৰবেই বিষাক্ত আৰু চাহ গছৰ পাতৰ ওপৰত মাৰাৰ পিছত দৰবৰ অৱশিষ্ট খিনি ক্ৰমেও ৭/৮ দিনৰ পাছতহে তোলা কেচা চাহ পাতৰ পৰা হোৱা চাহ মানুহৰ সেৱন কৰাৰ উপযোগী হয় । বৰ্তমান সময়ত এই সমস্যাটোই গোটেই উদ্যোগটোক বেয়াকৈ বিপদত পেলাইছে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট(SSP), মিউৰেট অৱ পটাছ (MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে সাৰৰ প্ৰয়োগ আৰু ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 12-06-2024 | Enable |
|
| 3905 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 13/6/24) | জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৩ৰ পৰা ১৯ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। • সকলো ক্ষুদ্ৰ চাহ খেতিয়কে কীটপতঙ্গ নাশক দৰব চাহ গছত প্ৰয়োগ কৰাৰ সময়ত লব লগা সজাগতা খিনিৰ কথাবোৰৰ গুৰুত্ব দিহে প্ৰয়োগ কৰা অত্যন্ত আৱশ্যক । যিহেতু সকলো দৰবেই বিষাক্ত আৰু চাহ গছৰ পাতৰ ওপৰত মাৰাৰ পিছত দৰবৰ অৱশিষ্ট খিনি ক্ৰমেও ৭/৮ দিনৰ পাছতহে তোলা কেচা চাহ পাতৰ পৰা হোৱা চাহ মানুহৰ সেৱন কৰাৰ উপযোগী হয় । বৰ্তমান সময়ত এই সমস্যাটোই গোটেই উদ্যোগটোক বেয়াকৈ বিপদত পেলাইছে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট(SSP), মিউৰেট অৱ পটাছ (MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে সাৰৰ প্ৰয়োগ আৰু ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 12-06-2024 | Enable |
|
| 3906 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 13/6/24) | জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৩ৰ পৰা ১৯ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। • সকলো ক্ষুদ্ৰ চাহ খেতিয়কে কীটপতঙ্গ নাশক দৰব চাহ গছত প্ৰয়োগ কৰাৰ সময়ত লব লগা সজাগতা খিনিৰ কথাবোৰৰ গুৰুত্ব দিহে প্ৰয়োগ কৰা অত্যন্ত আৱশ্যক । যিহেতু সকলো দৰবেই বিষাক্ত আৰু চাহ গছৰ পাতৰ ওপৰত মাৰাৰ পিছত দৰবৰ অৱশিষ্ট খিনি ক্ৰমেও ৭/৮ দিনৰ পাছতহে তোলা কেচা চাহ পাতৰ পৰা হোৱা চাহ মানুহৰ সেৱন কৰাৰ উপযোগী হয় । বৰ্তমান সময়ত এই সমস্যাটোই গোটেই উদ্যোগটোক বেয়াকৈ বিপদত পেলাইছে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট(SSP), মিউৰেট অৱ পটাছ (MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে সাৰৰ প্ৰয়োগ আৰু ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 12-06-2024 | Enable |
|
| 3907 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 13/6/24) | জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৩ৰ পৰা ১৯ জুনলৈ, ২০২৪, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। • সকলো ক্ষুদ্ৰ চাহ খেতিয়কে কীটপতঙ্গ নাশক দৰব চাহ গছত প্ৰয়োগ কৰাৰ সময়ত লব লগা সজাগতা খিনিৰ কথাবোৰৰ গুৰুত্ব দিহে প্ৰয়োগ কৰা অত্যন্ত আৱশ্যক । যিহেতু সকলো দৰবেই বিষাক্ত আৰু চাহ গছৰ পাতৰ ওপৰত মাৰাৰ পিছত দৰবৰ অৱশিষ্ট খিনি ক্ৰমেও ৭/৮ দিনৰ পাছতহে তোলা কেচা চাহ পাতৰ পৰা হোৱা চাহ মানুহৰ সেৱন কৰাৰ উপযোগী হয় । বৰ্তমান সময়ত এই সমস্যাটোই গোটেই উদ্যোগটোক বেয়াকৈ বিপদত পেলাইছে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট(SSP), মিউৰেট অৱ পটাছ (MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে সাৰৰ প্ৰয়োগ আৰু ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 12-06-2024 | Enable |
|
| 3908 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 13/6/24) | জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৩ৰ পৰা ১৯ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। • সকলো ক্ষুদ্ৰ চাহ খেতিয়কে কীটপতঙ্গ নাশক দৰব চাহ গছত প্ৰয়োগ কৰাৰ সময়ত লব লগা সজাগতা খিনিৰ কথাবোৰৰ গুৰুত্ব দিহে প্ৰয়োগ কৰা অত্যন্ত আৱশ্যক । যিহেতু সকলো দৰবেই বিষাক্ত আৰু চাহ গছৰ পাতৰ ওপৰত মাৰাৰ পিছত দৰবৰ অৱশিষ্ট খিনি ক্ৰমেও ৭/৮ দিনৰ পাছতহে তোলা কেচা চাহ পাতৰ পৰা হোৱা চাহ মানুহৰ সেৱন কৰাৰ উপযোগী হয় । বৰ্তমান সময়ত এই সমস্যাটোই গোটেই উদ্যোগটোক বেয়াকৈ বিপদত পেলাইছে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট(SSP), মিউৰেট অৱ পটাছ (MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে সাৰৰ প্ৰয়োগ আৰু ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 12-06-2024 | Enable |
|
| 3909 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 13/6/24) | জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৩ৰ পৰা ১৯ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। • সকলো ক্ষুদ্ৰ চাহ খেতিয়কে কীটপতঙ্গ নাশক দৰব চাহ গছত প্ৰয়োগ কৰাৰ সময়ত লব লগা সজাগতা খিনিৰ কথাবোৰৰ গুৰুত্ব দিহে প্ৰয়োগ কৰা অত্যন্ত আৱশ্যক । যিহেতু সকলো দৰবেই বিষাক্ত আৰু চাহ গছৰ পাতৰ ওপৰত মাৰাৰ পিছত দৰবৰ অৱশিষ্ট খিনি ক্ৰমেও ৭/৮ দিনৰ পাছতহে তোলা কেচা চাহ পাতৰ পৰা হোৱা চাহ মানুহৰ সেৱন কৰাৰ উপযোগী হয় । বৰ্তমান সময়ত এই সমস্যাটোই গোটেই উদ্যোগটোক বেয়াকৈ বিপদত পেলাইছে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট(SSP), মিউৰেট অৱ পটাছ (MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে সাৰৰ প্ৰয়োগ আৰু ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 12-06-2024 | Enable |
|
| 3910 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 13/6/24) | জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৩ৰ পৰা ১৯ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩১-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৭-২৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১২ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। • সকলো ক্ষুদ্ৰ চাহ খেতিয়কে কীটপতঙ্গ নাশক দৰব চাহ গছত প্ৰয়োগ কৰাৰ সময়ত লব লগা সজাগতা খিনিৰ কথাবোৰৰ গুৰুত্ব দিহে প্ৰয়োগ কৰা অত্যন্ত আৱশ্যক । যিহেতু সকলো দৰবেই বিষাক্ত আৰু চাহ গছৰ পাতৰ ওপৰত মাৰাৰ পিছত দৰবৰ অৱশিষ্ট খিনি ক্ৰমেও ৭/৮ দিনৰ পাছতহে তোলা কেচা চাহ পাতৰ পৰা হোৱা চাহ মানুহৰ সেৱন কৰাৰ উপযোগী হয় । বৰ্তমান সময়ত এই সমস্যাটোই গোটেই উদ্যোগটোক বেয়াকৈ বিপদত পেলাইছে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট(SSP), মিউৰেট অৱ পটাছ (MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে সাৰৰ প্ৰয়োগ আৰু ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 12-06-2024 | Enable |
|