Message List: 11,666
S.No Message Title Message State Created By Creation Date Status Action
3951 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 11/7/24) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১১ৰ পৰা ১৭ জুলাইলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১১ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুন মাহত মুঠ ৪১০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা কেইদিনমানত হোৱা অবিৰত বৰষুণ আৰু বানপানীৰ বাবে বেছিভাগ অন্চল বোৰত পানীৰ স্তৰ স্বাভাৱিকতে অতি উচ্চ হৈ আছে, গতিকে এই সময়ত Manuring নকৰিব। মানুৰিঙৰ দ্বিতীয় পালি টো আগষ্টৰ মাহলৈ পিছুৱাই দিয়াটো ভাল হব বা যেতিয়া অনুকূল বতৰৰ পৰিস্থিতি প্ৰচলিত হয় ৷ • বৰষুণৰ প্ৰভাবত জলমগ্ন অন্চল বোৰত নলা বোৰ সঠিক ভাবে কাম কৰিছে নে নাই চকু দিব লাগে । বাগিছাৰ ভিতৰত পানী জমা হৈ থাকিলে গছৰ বেমাৰ আৰু কীটপতঙ্গৰ আক্ৰমন হব পাৰে । পাতৰ উৎপাদনো কমি যাব পাৰে । • বানাগ্ৰষ্ট অন্চল বোৰত পাত পৰাপক্ষত নুতুলিব । পানী শুকুৱাৰ পিছত মাটি ডৰাত জমা হোৱা পলস পৰা দেখিলে কোৰেৰে পলস বোৰ অতৰাই দিব লাগে। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্ৰতি ২.৭ টন গোবৰ/পচন সাৰ, ইউৰীয়া(Urea) সাৰ ১৬.৪ কি: গ্ৰা:, একক চুপাৰ ফচফেট(SSP) ৪৭ কি: গ্ৰা: আৰু মিউৰেট অৱ পটাছ(MOP) ২৫.৪ কি: গ্ৰা:। • সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট (SSP), মিউৰেট অৱ পটাছ(MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-07-2024 Enable
3952 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 11/7/24) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১১ৰ পৰা ১৭ জুলাইলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১১ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুন মাহত মুঠ ২৮৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা কেইদিনমানত হোৱা অবিৰত বৰষুণ আৰু বানপানীৰ বাবে বেছিভাগ অন্চল বোৰত পানীৰ স্তৰ স্বাভাৱিকতে অতি উচ্চ হৈ আছে, গতিকে এই সময়ত Manuring নকৰিব। মানুৰিঙৰ দ্বিতীয় পালি টো আগষ্টৰ মাহলৈ পিছুৱাই দিয়াটো ভাল হব বা যেতিয়া অনুকূল বতৰৰ পৰিস্থিতি প্ৰচলিত হয় ৷ • বৰষুণৰ প্ৰভাবত জলমগ্ন অন্চল বোৰত নলা বোৰ সঠিক ভাবে কাম কৰিছে নে নাই চকু দিব লাগে । বাগিছাৰ ভিতৰত পানী জমা হৈ থাকিলে গছৰ বেমাৰ আৰু কীটপতঙ্গৰ আক্ৰমন হব পাৰে । পাতৰ উৎপাদনো কমি যাব পাৰে । • বানাগ্ৰষ্ট অন্চল বোৰত পাত পৰাপক্ষত নুতুলিব । পানী শুকুৱাৰ পিছত মাটি ডৰাত জমা হোৱা পলস পৰা দেখিলে কোৰেৰে পলস বোৰ অতৰাই দিব লাগে। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্ৰতি ২.৭ টন গোবৰ/পচন সাৰ, ইউৰীয়া(Urea) সাৰ ১৬.৪ কি: গ্ৰা:, একক চুপাৰ ফচফেট(SSP) ৪৭ কি: গ্ৰা: আৰু মিউৰেট অৱ পটাছ(MOP) ২৫.৪ কি: গ্ৰা:। • সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট (SSP), মিউৰেট অৱ পটাছ(MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-07-2024 Enable
3953 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 11/7/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১১ৰ পৰা ১৭ জুলাইলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুন মাহত মুঠ ৬০৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা কেইদিনমানত হোৱা অবিৰত বৰষুণ আৰু বানপানীৰ বাবে বেছিভাগ অন্চল বোৰত পানীৰ স্তৰ স্বাভাৱিকতে অতি উচ্চ হৈ আছে, গতিকে এই সময়ত Manuring নকৰিব। মানুৰিঙৰ দ্বিতীয় পালি টো আগষ্টৰ মাহলৈ পিছুৱাই দিয়াটো ভাল হব বা যেতিয়া অনুকূল বতৰৰ পৰিস্থিতি প্ৰচলিত হয় ৷ • বৰষুণৰ প্ৰভাবত জলমগ্ন অন্চল বোৰত নলা বোৰ সঠিক ভাবে কাম কৰিছে নে নাই চকু দিব লাগে । বাগিছাৰ ভিতৰত পানী জমা হৈ থাকিলে গছৰ বেমাৰ আৰু কীটপতঙ্গৰ আক্ৰমন হব পাৰে । পাতৰ উৎপাদনো কমি যাব পাৰে । • বানাগ্ৰষ্ট অন্চল বোৰত পাত পৰাপক্ষত নুতুলিব । পানী শুকুৱাৰ পিছত মাটি ডৰাত জমা হোৱা পলস পৰা দেখিলে কোৰেৰে পলস বোৰ অতৰাই দিব লাগে। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্ৰতি ২.৭ টন গোবৰ/পচন সাৰ, ইউৰীয়া(Urea) সাৰ ১৬.৪ কি: গ্ৰা:, একক চুপাৰ ফচফেট(SSP) ৪৭ কি: গ্ৰা: আৰু মিউৰেট অৱ পটাছ(MOP) ২৫.৪ কি: গ্ৰা:। • সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট (SSP), মিউৰেট অৱ পটাছ(MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-07-2024 Enable
3954 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 11/7/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১১ৰ পৰা ১৭ জুলাইলৈ, ২০২৪, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুন মাহত মুঠ ৪২৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা কেইদিনমানত হোৱা অবিৰত বৰষুণ আৰু বানপানীৰ বাবে বেছিভাগ অন্চল বোৰত পানীৰ স্তৰ স্বাভাৱিকতে অতি উচ্চ হৈ আছে, গতিকে এই সময়ত Manuring নকৰিব। মানুৰিঙৰ দ্বিতীয় পালি টো আগষ্টৰ মাহলৈ পিছুৱাই দিয়াটো ভাল হব বা যেতিয়া অনুকূল বতৰৰ পৰিস্থিতি প্ৰচলিত হয় ৷ • বৰষুণৰ প্ৰভাবত জলমগ্ন অন্চল বোৰত নলা বোৰ সঠিক ভাবে কাম কৰিছে নে নাই চকু দিব লাগে । বাগিছাৰ ভিতৰত পানী জমা হৈ থাকিলে গছৰ বেমাৰ আৰু কীটপতঙ্গৰ আক্ৰমন হব পাৰে । পাতৰ উৎপাদনো কমি যাব পাৰে । • বানাগ্ৰষ্ট অন্চল বোৰত পাত পৰাপক্ষত নুতুলিব । পানী শুকুৱাৰ পিছত মাটি ডৰাত জমা হোৱা পলস পৰা দেখিলে কোৰেৰে পলস বোৰ অতৰাই দিব লাগে। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্ৰতি ২.৭ টন গোবৰ/পচন সাৰ, ইউৰীয়া(Urea) সাৰ ১৬.৪ কি: গ্ৰা:, একক চুপাৰ ফচফেট(SSP) ৪৭ কি: গ্ৰা: আৰু মিউৰেট অৱ পটাছ(MOP) ২৫.৪ কি: গ্ৰা:। • সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট (SSP), মিউৰেট অৱ পটাছ(MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-07-2024 Enable
3955 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 11/7/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১১ৰ পৰা ১৭ জুলাইলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুন মাহত মুঠ ৬৭০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা কেইদিনমানত হোৱা অবিৰত বৰষুণ আৰু বানপানীৰ বাবে বেছিভাগ অন্চল বোৰত পানীৰ স্তৰ স্বাভাৱিকতে অতি উচ্চ হৈ আছে, গতিকে এই সময়ত Manuring নকৰিব। মানুৰিঙৰ দ্বিতীয় পালি টো আগষ্টৰ মাহলৈ পিছুৱাই দিয়াটো ভাল হব বা যেতিয়া অনুকূল বতৰৰ পৰিস্থিতি প্ৰচলিত হয় ৷ • বৰষুণৰ প্ৰভাবত জলমগ্ন অন্চল বোৰত নলা বোৰ সঠিক ভাবে কাম কৰিছে নে নাই চকু দিব লাগে । বাগিছাৰ ভিতৰত পানী জমা হৈ থাকিলে গছৰ বেমাৰ আৰু কীটপতঙ্গৰ আক্ৰমন হব পাৰে । পাতৰ উৎপাদনো কমি যাব পাৰে । • বানাগ্ৰষ্ট অন্চল বোৰত পাত পৰাপক্ষত নুতুলিব । পানী শুকুৱাৰ পিছত মাটি ডৰাত জমা হোৱা পলস পৰা দেখিলে কোৰেৰে পলস বোৰ অতৰাই দিব লাগে। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্ৰতি ২.৭ টন গোবৰ/পচন সাৰ, ইউৰীয়া(Urea) সাৰ ১৬.৪ কি: গ্ৰা:, একক চুপাৰ ফচফেট(SSP) ৪৭ কি: গ্ৰা: আৰু মিউৰেট অৱ পটাছ(MOP) ২৫.৪ কি: গ্ৰা:। • সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট (SSP), মিউৰেট অৱ পটাছ(MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-07-2024 Enable
3956 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 11/7/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১১ৰ পৰা ১৭ জুলাইলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুন মাহত মুঠ ২৭৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা কেইদিনমানত হোৱা অবিৰত বৰষুণ আৰু বানপানীৰ বাবে বেছিভাগ অন্চল বোৰত পানীৰ স্তৰ স্বাভাৱিকতে অতি উচ্চ হৈ আছে, গতিকে এই সময়ত Manuring নকৰিব। মানুৰিঙৰ দ্বিতীয় পালি টো আগষ্টৰ মাহলৈ পিছুৱাই দিয়াটো ভাল হব বা যেতিয়া অনুকূল বতৰৰ পৰিস্থিতি প্ৰচলিত হয় ৷ • বৰষুণৰ প্ৰভাবত জলমগ্ন অন্চল বোৰত নলা বোৰ সঠিক ভাবে কাম কৰিছে নে নাই চকু দিব লাগে । বাগিছাৰ ভিতৰত পানী জমা হৈ থাকিলে গছৰ বেমাৰ আৰু কীটপতঙ্গৰ আক্ৰমন হব পাৰে । পাতৰ উৎপাদনো কমি যাব পাৰে । • বানাগ্ৰষ্ট অন্চল বোৰত পাত পৰাপক্ষত নুতুলিব । পানী শুকুৱাৰ পিছত মাটি ডৰাত জমা হোৱা পলস পৰা দেখিলে কোৰেৰে পলস বোৰ অতৰাই দিব লাগে। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্ৰতি ২.৭ টন গোবৰ/পচন সাৰ, ইউৰীয়া(Urea) সাৰ ১৬.৪ কি: গ্ৰা:, একক চুপাৰ ফচফেট(SSP) ৪৭ কি: গ্ৰা: আৰু মিউৰেট অৱ পটাছ(MOP) ২৫.৪ কি: গ্ৰা:। • সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট (SSP), মিউৰেট অৱ পটাছ(MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-07-2024 Enable
3957 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 11/7/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১১ৰ পৰা ১৭ জুলাইলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু পূব দিশৰ পৰা বলিব। বিগত জুন মাহত মুঠ ৮৫৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা কেইদিনমানত হোৱা অবিৰত বৰষুণ আৰু বানপানীৰ বাবে বেছিভাগ অন্চল বোৰত পানীৰ স্তৰ স্বাভাৱিকতে অতি উচ্চ হৈ আছে, গতিকে এই সময়ত Manuring নকৰিব। মানুৰিঙৰ দ্বিতীয় পালি টো আগষ্টৰ মাহলৈ পিছুৱাই দিয়াটো ভাল হব বা যেতিয়া অনুকূল বতৰৰ পৰিস্থিতি প্ৰচলিত হয় ৷ • বৰষুণৰ প্ৰভাবত জলমগ্ন অন্চল বোৰত নলা বোৰ সঠিক ভাবে কাম কৰিছে নে নাই চকু দিব লাগে । বাগিছাৰ ভিতৰত পানী জমা হৈ থাকিলে গছৰ বেমাৰ আৰু কীটপতঙ্গৰ আক্ৰমন হব পাৰে । পাতৰ উৎপাদনো কমি যাব পাৰে । • বানাগ্ৰষ্ট অন্চল বোৰত পাত পৰাপক্ষত নুতুলিব । পানী শুকুৱাৰ পিছত মাটি ডৰাত জমা হোৱা পলস পৰা দেখিলে কোৰেৰে পলস বোৰ অতৰাই দিব লাগে। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্ৰতি ২.৭ টন গোবৰ/পচন সাৰ, ইউৰীয়া(Urea) সাৰ ১৬.৪ কি: গ্ৰা:, একক চুপাৰ ফচফেট(SSP) ৪৭ কি: গ্ৰা: আৰু মিউৰেট অৱ পটাছ(MOP) ২৫.৪ কি: গ্ৰা:। • সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট (SSP), মিউৰেট অৱ পটাছ(MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-07-2024 Enable
3958 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 11/7/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১১ৰ পৰা ১৭ জুলাইলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৯ % আৰু ৮০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত জুন মাহত মুঠ ৭০৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা কেইদিনমানত হোৱা অবিৰত বৰষুণ আৰু বানপানীৰ বাবে বেছিভাগ অন্চল বোৰত পানীৰ স্তৰ স্বাভাৱিকতে অতি উচ্চ হৈ আছে, গতিকে এই সময়ত Manuring নকৰিব। মানুৰিঙৰ দ্বিতীয় পালি টো আগষ্টৰ মাহলৈ পিছুৱাই দিয়াটো ভাল হব বা যেতিয়া অনুকূল বতৰৰ পৰিস্থিতি প্ৰচলিত হয় ৷ • বৰষুণৰ প্ৰভাবত জলমগ্ন অন্চল বোৰত নলা বোৰ সঠিক ভাবে কাম কৰিছে নে নাই চকু দিব লাগে । বাগিছাৰ ভিতৰত পানী জমা হৈ থাকিলে গছৰ বেমাৰ আৰু কীটপতঙ্গৰ আক্ৰমন হব পাৰে । পাতৰ উৎপাদনো কমি যাব পাৰে । • বানাগ্ৰষ্ট অন্চল বোৰত পাত পৰাপক্ষত নুতুলিব । পানী শুকুৱাৰ পিছত মাটি ডৰাত জমা হোৱা পলস পৰা দেখিলে কোৰেৰে পলস বোৰ অতৰাই দিব লাগে। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্ৰতি ২.৭ টন গোবৰ/পচন সাৰ, ইউৰীয়া(Urea) সাৰ ১৬.৪ কি: গ্ৰা:, একক চুপাৰ ফচফেট(SSP) ৪৭ কি: গ্ৰা: আৰু মিউৰেট অৱ পটাছ(MOP) ২৫.৪ কি: গ্ৰা:। • সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট (SSP), মিউৰেট অৱ পটাছ(MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-07-2024 Enable
3959 Latest Advisory Pedavegi Vodafone Idea Foundation, Indus Tower మరియు Solidaridad ద్వారా అమలు చేయబడిన స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. పెదవేగి క్లస్టర్ రైతులకు ప్రస్తుత సలహా. ఈ వారం అంచనా వేసిన ఉష్ణోగ్రత పగటిపూట గరిష్టంగా 30 డిగ్రీల సెల్సియస్ మరియు రాత్రి సమయాల్లో కనిష్టంగా 25 డిగ్రీల సెల్సియస్ వుండవచ్చు. అంచనా ప్రకారం వారంలో 92 శాతం వర్షపాతం నమోదయ్యే అవకాశం ఉంది. వర్షపాతం ఎక్కువగా ఉండుట వలన మొక్క ఆకులు ఈ వారం పచ్చగా మారాయి. చిన్న తోటలలో ఉలి మరియు పెద్ద తోటలలో అల్యూమినియం పోలుకు కొడవలిని బిగించి గెలలు కోయవలెను, కోత సమయంలో 5 సెంటీమీటర్ల గెల కొమ్మను మాత్రమే వదిలివేయండి. నల్లకొమ్ము పురుగు నివారణకు 20 గ్రాముల ఫోరేట్‌ గుళికలును చిల్లులు గల పాలిథిన్ సంచిలో వేసి మొవ్వు ప్రక్కఆకులో ఉంచండి లేదా నాఫ్తలీన్ బాల్స్‌ను చిల్లులు గల సంచిలో వేసి మొవ్వు ప్రక్కఆకులో ఉంచండి. పెద్ద తోటలలో (లేదా) వర్షపాతం/అందుబాటులో ఉన్న తేమ ఆధారంగా అవసరాన్ని బట్టి రోజుకు ఒక మొక్కకు 120 లీటర్ల నీరు అందించండి. ఎకరాకు 5 కిలోల యూరియా, 3 కిలోల డిఎపి మరియు 5 కిలోల MOP.తో నెలవారీ ఫర్టిగేషన్ పద్దతిలో పెద్ద తోటలకు అందించండి.3 సంవత్సరాల వరకు చిన్న తోటలలో అబ్లేషన్ సాధనంతో అబ్లేషన్ ప్రాక్టీస్ చేయండి. స్మార్ట్ అగ్రి ప్రాజెక్ట్ కింద వ్యవసాయంపై తాజా సలహాల కోసం, 7065-00-5054కు మిస్ కాల్ ఇవ్వండి మరియు ఉపయోగకరమైన సలహాలను పొందండి. మరింత సమాచారం కోసం, దయచేసి మా వ్యవసాయ సలహాదారుని ఫోన్ 9866041087 మరియు 9959944032 ద్వారా ఉదయం 10 గంటల నుండి సాయంత్రం 6 గంటల మధ్య మాట్లాడండి. ఈ సందేశాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి Andhra Pradesh Andhra Pradesh 10-07-2024 Enable
3960 Latest Advisory Venkatdrigudem Vodafone Idea Foundation, Indus Tower మరియు Solidaridad ద్వారా అమలు చేయబడిన స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. వెంకటాద్రిగూడెం క్లస్టర్ రైతులకు ప్రస్తుత సలహా. ఈ వారం అంచనా వేసిన ఉష్ణోగ్రత పగటిపూట గరిష్టంగా 30 డిగ్రీల సెల్సియస్ మరియు రాత్రి సమయాల్లో కనిష్టంగా 25 డిగ్రీల సెల్సియస్ వుండవచ్చు. అంచనా ప్రకారం వారంలో 92 శాతం వర్షపాతం నమోదయ్యే అవకాశం ఉంది. వర్షపాతం ఎక్కువగా ఉండుట వలన మొక్క ఆకులు ఈ వారం పచ్చగా మారాయి. చిన్న తోటలలో ఉలి మరియు పెద్ద తోటలలో అల్యూమినియం పోలుకు కొడవలిని బిగించి గెలలు కోయవలెను, కోత సమయంలో 5 సెంటీమీటర్ల గెల కొమ్మను మాత్రమే వదిలివేయండి. నల్లకొమ్ము పురుగు నివారణకు 20 గ్రాముల ఫోరేట్‌ గుళికలును చిల్లులు గల పాలిథిన్ సంచిలో వేసి మొవ్వు ప్రక్కఆకులో ఉంచండి లేదా నాఫ్తలీన్ బాల్స్‌ను చిల్లులు గల సంచిలో వేసి మొవ్వు ప్రక్కఆకులో ఉంచండి. పెద్ద తోటలలో (లేదా) వర్షపాతం/అందుబాటులో ఉన్న తేమ ఆధారంగా అవసరాన్ని బట్టి రోజుకు ఒక మొక్కకు 120 లీటర్ల నీరు అందించండి. ఎకరాకు 5 కిలోల యూరియా, 3 కిలోల డిఎపి మరియు 5 కిలోల MOP.తో నెలవారీ ఫర్టిగేషన్ పద్దతిలో పెద్ద తోటలకు అందించండి.3 సంవత్సరాల వరకు చిన్న తోటలలో అబ్లేషన్ సాధనంతో అబ్లేషన్ ప్రాక్టీస్ చేయండి. స్మార్ట్ అగ్రి ప్రాజెక్ట్ కింద వ్యవసాయంపై తాజా సలహాల కోసం, 7065-00-5054కు మిస్ కాల్ ఇవ్వండి మరియు ఉపయోగకరమైన సలహాలను పొందండి. మరింత సమాచారం కోసం, దయచేసి మా వ్యవసాయ సలహాదారుని ఫోన్ 9866041087 మరియు 9959944032 ద్వారా ఉదయం 10 గంటల నుండి సాయంత్రం 6 గంటల మధ్య మాట్లాడండి. ఈ సందేశాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి Andhra Pradesh Andhra Pradesh 10-07-2024 Enable