Message List: 11,307
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 4051 | Harvesting time | નમસ્કાર સોલીડારીડાડ, વોડાફોન આઈડિયા ફાઉન્ડેશન અને ઇન્ડસ ટાવરના વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. આપના વિસ્તારમાં ગોઠવેલ હવામાન સ્ટેશનની માહિતીના આધારે તારીખ 29 May થી 4 june 2024 સુધીમાં તાપમાન 30 થી 38 સેલ્સિયસ ડીગ્રી રહેવાની સંભાવના છે. પવનની ગતિ 18 થી 20 કિલોમીટર પ્રતિ કલાકની રહેવાની સંભાવના છે. વાતાવરણ અંશતઃ વાદળછાયું રહેવાની સંભાવના છે. આ હવામાન ને ધ્યાને લઇ બાજરીનો પાક ૭૫ થી ૮૦ દિવસનો થાય ત્યારે કાપણી માટે તૈયાર થાય છે, ડુંડાને સાધારણ દબાવતા દાણા છુટા પડે તો સમજવું કે પાક કાપણી માટે તૈયાર છે. | Gujarat | Gujrat | 30-05-2024 | Enable |
|
| 4052 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 30/5/24) | জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ মে ৰ পৰা ৫ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৩০ মে ৰ পৰা ৫ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। প্লাকিং কৰাৰ পিছত সংক্ৰমিত স্থানত প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্পট স্প্ৰে কৰিব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰিব আৰু ২০০ L পানীত থাইওমেথোক্সাম @৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ২০০ লি. পানীৰ লগত ডেচিছ @১০০মি. লি. মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । যিকোনো কীট আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব I ঠেক নলাবোৰ পৰিষ্কাৰ কৰিব ৰাখিব । অন্যান্য শস্যৰ বাবে: • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 29-05-2024 | Enable |
|
| 4053 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 30/5/24) | জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ মে ৰ পৰা ৫ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৩০ মে ৰ পৰা ৫ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। প্লাকিং কৰাৰ পিছত সংক্ৰমিত স্থানত প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্পট স্প্ৰে কৰিব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰিব আৰু ২০০ L পানীত থাইওমেথোক্সাম @৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ২০০ লি. পানীৰ লগত ডেচিছ @১০০মি. লি. মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । যিকোনো কীট আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব I ঠেক নলাবোৰ পৰিষ্কাৰ কৰিব ৰাখিব । অন্যান্য শস্যৰ বাবে: • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 29-05-2024 | Enable |
|
| 4054 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 30/5/24) | জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ মে ৰ পৰা ৫ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩০ মে ৰ পৰা ৫ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৫ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। প্লাকিং কৰাৰ পিছত সংক্ৰমিত স্থানত প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্পট স্প্ৰে কৰিব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰিব আৰু ২০০ L পানীত থাইওমেথোক্সাম @৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ২০০ লি. পানীৰ লগত ডেচিছ @১০০মি. লি. মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । যিকোনো কীট আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব I ঠেক নলাবোৰ পৰিষ্কাৰ কৰিব ৰাখিব । অন্যান্য শস্যৰ বাবে: • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 29-05-2024 | Enable |
|
| 4055 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 30/5/24) | জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ মে ৰ পৰা ৫ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩০ মে ৰ পৰা ৫ জুনলৈ, ২০২৪, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। প্লাকিং কৰাৰ পিছত সংক্ৰমিত স্থানত প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্পট স্প্ৰে কৰিব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰিব আৰু ২০০ L পানীত থাইওমেথোক্সাম @৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ২০০ লি. পানীৰ লগত ডেচিছ @১০০মি. লি. মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । যিকোনো কীট আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব I ঠেক নলাবোৰ পৰিষ্কাৰ কৰিব ৰাখিব । অন্যান্য শস্যৰ বাবে: • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 29-05-2024 | Enable |
|
| 4056 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 30/5/24) | জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ মে ৰ পৰা ৫ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩০ মে ৰ পৰা ৫ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। প্লাকিং কৰাৰ পিছত সংক্ৰমিত স্থানত প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্পট স্প্ৰে কৰিব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰিব আৰু ২০০ L পানীত থাইওমেথোক্সাম @৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ২০০ লি. পানীৰ লগত ডেচিছ @১০০মি. লি. মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । যিকোনো কীট আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব I ঠেক নলাবোৰ পৰিষ্কাৰ কৰিব ৰাখিব । অন্যান্য শস্যৰ বাবে: • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 29-05-2024 | Enable |
|
| 4057 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 30/5/24) | জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ মে ৰ পৰা ৫ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩০ মে ৰ পৰা ৫ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। প্লাকিং কৰাৰ পিছত সংক্ৰমিত স্থানত প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্পট স্প্ৰে কৰিব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰিব আৰু ২০০ L পানীত থাইওমেথোক্সাম @৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ২০০ লি. পানীৰ লগত ডেচিছ @১০০মি. লি. মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । যিকোনো কীট আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব I ঠেক নলাবোৰ পৰিষ্কাৰ কৰিব ৰাখিব । অন্যান্য শস্যৰ বাবে: • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 29-05-2024 | Enable |
|
| 4058 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 30/5/24) | জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ মে ৰ পৰা ৫ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৩০ মে ৰ পৰা ৫ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ১০০ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-২৪ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। প্লাকিং কৰাৰ পিছত সংক্ৰমিত স্থানত প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্পট স্প্ৰে কৰিব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰিব আৰু ২০০ L পানীত থাইওমেথোক্সাম @৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ২০০ লি. পানীৰ লগত ডেচিছ @১০০মি. লি. মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । যিকোনো কীট আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব I ঠেক নলাবোৰ পৰিষ্কাৰ কৰিব ৰাখিব । অন্যান্য শস্যৰ বাবে: • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 29-05-2024 | Enable |
|
| 4059 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 30/5/24) | জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ মে ৰ পৰা ৫ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৩০ মে ৰ পৰা ৫ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ১০০ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-২২ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। প্লাকিং কৰাৰ পিছত সংক্ৰমিত স্থানত প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্পট স্প্ৰে কৰিব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰিব আৰু ২০০ L পানীত থাইওমেথোক্সাম @৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ২০০ লি. পানীৰ লগত ডেচিছ @১০০মি. লি. মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । যিকোনো কীট আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব I ঠেক নলাবোৰ পৰিষ্কাৰ কৰিব ৰাখিব । অন্যান্য শস্যৰ বাবে: • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 29-05-2024 | Enable |
|
| 4060 | 30-05-2024 - Kotagiri | Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மே மாதம் 22ம் தேதி முதல் 28ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 87.8mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 23.5 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 16.2 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மே மாதம் 29ம் தேதி முதல் ஜூன் மாதம் 4ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 22 முதல் 24 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 17 முதல் 18 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 100 சதவீதமாகவும் மாலை நேரத்தில் 75 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 5 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். ஏப்ரல் மாதத்தின் இறுதியில் 4 cm மழை கிடைத்தவுடன் கவாத்து செய்ய ஆரம்பிக்கலாம். கவாத்து செய்யும் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 12 – 14 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 14 – 16 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். கவாத்து செய்ய கத்தி அல்லது இயந்திரத்தை பயன்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு அம்மோனியம் சல்பேட் 150 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். உரமிடும் பொழுது களைகள் இல்லாமல் இருக்க வேண்டும். அதிக மகசூல் தரும் தோட்டங்களில் மெக்னீசியம் சல்பேட் 50 கிலோ கலந்து இட வேண்டும். தோட்டத்திற்கு Rock Phosphate இட தவறியவர்கள் 50 கிலோ Rock Phosphate உடன் 200 கிராம் Citric Acid கலந்து அரைமணி நேரம் கழித்து பிறகு இட வேண்டும். உரமிடும் பொழுது களைகள் இல்லாமல் இருக்க வேண்டும். அம்மோனியம் சல்பேட் உரம் கிடைக்காத பட்சத்தில் Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து ஒரு ஏக்கர் தோட்டத்திற்கு இட வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். | Tamil Nadu | Tamil Nadu | 29-05-2024 | Enable |
|