Message List: 12,421
S.No Message Title Message State Created By Creation Date Status Action
4181 21st Aug24 JBR সোলিডারিডেড এবং ভোডাফোন আ;ইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ,আগামী ২১ শে আগস্ট থেকে ২৭ শে আগশট অবধি আকাশ আংশিক মেঘলা থাকবে ও হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩১ ডিগ্রি সেন্টিগ্রেড থেকে ৩৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৭ % থেকে ৬০% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত পূর্ব এবং দক্ষিণ পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ১৩ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । চা বাগানে নালা পরিষ্কার রাখুন যেন নালাতে জল জমে না থাকে ।ফুজারিয়ামের সমস্যা দেখা দিলে ১৫ দিন অন্তর দুই রাইন্ড ফাঙ্গিসাইড হেক্সাকোনাজল + জিনেব স্প্রে করে দিন । কুশী বৃদ্ধির জন্য পাতা তোলার পর এক রাউন্ড ইউরিয়া ১ কেজী + জিংক সালফেট ১ কেজী ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 21-08-2024 Enable
4182 21st Aug24 BB সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ,আগামী ২১ শে আগস্ট থেকে ২৭ শে আগশট অবধি আকাশ আংশিক মেঘলা থাকবে ও হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩১ ডিগ্রি সেন্টিগ্রেড থেকে ৩৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৮ % থেকে ৬০% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত পূর্ব এবং দক্ষিণ পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৪ থেকে ২৮ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ৩২.০ ডিগ্রি সেণ্টিগ্রেড থেকে ২৯.৫ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৬.২ শতাংশ থাকবে বলে অনুমান করা হচ্ছে। চা বাগানে নালা পরিষ্কার রাখুন যেন নালাতে জল জমে না থাকে ।ফুজারিয়ামের সমস্যা দেখা দিলে ১৫ দিন অন্তর দুই রাইন্ড ফাঙ্গিসাইড হেক্সাকোনাজল + জিনেব স্প্রে করে দিন । কুশী বৃদ্ধির জন্য পাতা তোলার পর এক রাউন্ড ইউরিয়া ১ কেজী + জিংক সালফেট ১ কেজী ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 21-08-2024 Enable
4183 21st Aug24 BK সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ,আগামী ২১ শে আগস্ট থেকে ২৭ শে আগশট অবধি আকাশ আংশিক মেঘলা থাকবে ও হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩২ ডিগ্রি সেন্টিগ্রেড থেকে ৩৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৮ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫ % থেকে ৬০% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত পূর্ব এবং দক্ষিণ পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৫ থেকে ২৯ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৯.২ ডিগ্রি সেণ্টিগ্রেড থেকে ২৮.১ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২৯.৬ শতাংশ থাকবে বলে অনুমান করা হচ্ছে। চা বাগানে নালা পরিষ্কার রাখুন যেন নালাতে জল জমে না থাকে ।ফুজারিয়ামের সমস্যা দেখা দিলে ১৫ দিন অন্তর দুই রাইন্ড ফাঙ্গিসাইড হেক্সাকোনাজল + জিনেব স্প্রে করে দিন । কুশী বৃদ্ধির জন্য পাতা তোলার পর এক রাউন্ড ইউরিয়া ১ কেজী + জিংক সালফেট ১ কেজী ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 21-08-2024 Enable
4184 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu,22/8/24) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ১৫১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 21-08-2024 Enable
4185 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 22/8/24) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ৪২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 21-08-2024 Enable
4186 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 22/8/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ৪৭৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 21-08-2024 Enable
4187 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 22/8/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ৫১৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 21-08-2024 Enable
4188 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 22/8/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ২২৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 21-08-2024 Enable
4189 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 22/8/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ২৭৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 21-08-2024 Enable
4190 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 22/8/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩১-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১৭ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ১০৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 21-08-2024 Enable