Message List: 11,309
S.No Message Title Message State Created By Creation Date Status Action
4211 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 16/5/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২২ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এতিয়া 2nd flushৰ সময় , চিঙা পাত বোৰ কুমলীয়া হৈ থাকে । গতিকে পাত তোলাৰ পিছত যাতে পাতৰ damage নহয় তাৰ প্ৰতি খুব যত্ন লব লাগে । গৰমৰ ও সূৰ্যৰ তাপৰ কাৰণে পাত সোনকালে লেৰেলি শুকাই যাব পাৰে । চাহৰ মানদণ্ড উন্নত কৰিবলৈ পাত তোলাৰ পিছত লোৱা ব্যবস্থা অতি দৰকাৰ। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-05-2024 Disable
4212 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 16/5/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২২ মেলৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এতিয়া 2nd flushৰ সময় , চিঙা পাত বোৰ কুমলীয়া হৈ থাকে । গতিকে পাত তোলাৰ পিছত যাতে পাতৰ damage নহয় তাৰ প্ৰতি খুব যত্ন লব লাগে । গৰমৰ ও সূৰ্যৰ তাপৰ কাৰণে পাত সোনকালে লেৰেলি শুকাই যাব পাৰে । চাহৰ মানদণ্ড উন্নত কৰিবলৈ পাত তোলাৰ পিছত লোৱা ব্যবস্থা অতি দৰকাৰ। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-05-2024 Disable
4213 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 16/5/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২২ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এতিয়া 2nd flushৰ সময় , চিঙা পাত বোৰ কুমলীয়া হৈ থাকে । গতিকে পাত তোলাৰ পিছত যাতে পাতৰ damage নহয় তাৰ প্ৰতি খুব যত্ন লব লাগে । গৰমৰ ও সূৰ্যৰ তাপৰ কাৰণে পাত সোনকালে লেৰেলি শুকাই যাব পাৰে । চাহৰ মানদণ্ড উন্নত কৰিবলৈ পাত তোলাৰ পিছত লোৱা ব্যবস্থা অতি দৰকাৰ। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-05-2024 Disable
4214 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 16/5/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২২ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এতিয়া 2nd flushৰ সময় , চিঙা পাত বোৰ কুমলীয়া হৈ থাকে । গতিকে পাত তোলাৰ পিছত যাতে পাতৰ damage নহয় তাৰ প্ৰতি খুব যত্ন লব লাগে । গৰমৰ ও সূৰ্যৰ তাপৰ কাৰণে পাত সোনকালে লেৰেলি শুকাই যাব পাৰে । চাহৰ মানদণ্ড উন্নত কৰিবলৈ পাত তোলাৰ পিছত লোৱা ব্যবস্থা অতি দৰকাৰ। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-05-2024 Disable
4215 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 16/5/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২২ মেলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১২ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এতিয়া 2nd flushৰ সময় , চিঙা পাত বোৰ কুমলীয়া হৈ থাকে । গতিকে পাত তোলাৰ পিছত যাতে পাতৰ damage নহয় তাৰ প্ৰতি খুব যত্ন লব লাগে । গৰমৰ ও সূৰ্যৰ তাপৰ কাৰণে পাত সোনকালে লেৰেলি শুকাই যাব পাৰে । চাহৰ মানদণ্ড উন্নত কৰিবলৈ পাত তোলাৰ পিছত লোৱা ব্যবস্থা অতি দৰকাৰ। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-05-2024 Disable
4216 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 16/5/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২২ মেলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এতিয়া 2nd flushৰ সময় , চিঙা পাত বোৰ কুমলীয়া হৈ থাকে । গতিকে পাত তোলাৰ পিছত যাতে পাতৰ damage নহয় তাৰ প্ৰতি খুব যত্ন লব লাগে । গৰমৰ ও সূৰ্যৰ তাপৰ কাৰণে পাত সোনকালে লেৰেলি শুকাই যাব পাৰে । চাহৰ মানদণ্ড উন্নত কৰিবলৈ পাত তোলাৰ পিছত লোৱা ব্যবস্থা অতি দৰকাৰ। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-05-2024 Disable
4217 15th May24 BP সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মে মাসের ১৫ তারিখ থেকে ২১ তারিখ অবধি আকাশ আংশিক মেঘলা থাকবে।তবে ১৯ শে মে থেকে ২১ শে মে পর্যন্ত হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩১ ডিগ্রি সেন্টিগ্রেড থেকে ৩৮ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৮ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল ও বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫ % এবং ৪০ % থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত উত্তর- পূর্ব ও দক্ষিণ পশ্চিম দিক থেকে প্রবাহিত হবে এবং গতিবেগ গড়ে ৩ থেকে ৮ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । বাগানে মাইট নিয়ন্ত্রনে রাখতে এক রাউন্ড ফেনাজাকুইন ২৫০ এম এল ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ৭ দিনের ব্যবধানে আরেক রাউন্ড হেক্সিথায়াজক্স ৪০ এম এল অথবা ইটোক্সাজল ৬৩ এম এল ১০০ লিটার জলে মিশিয়ে স্প্রে করুন ।এবং মশা নিয়ন্ত্রনের জন্য ডাইমেথোয়েড ১৫০ এম এল ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । লুপার নিয়ন্ত্রনের জন্য ইমামেক্টিনবেনয়েট ৪০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । ভালো বৃষ্টিপাত হয়ে থাকলে বাগানে পাতা তোলার পর ফোলিয়ার হিসাবে এক রাউন্ড ইউরিয়া-৭০০গ্রাম + ডি এ পি ৪০০ গ্রাম + পটাশ ৯০০ গ্রাম ১০০ লিটার মিশিয়ে স্প্রে করে দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 16-05-2024 Disable
4218 15th May24 JBR সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মে মাসের ১৫ তারিখ থেকে ২১ তারিখ অবধি আকাশ আংশিক মেঘলা থাকবে।তবে ১৯ শে মে থেকে ২১ শে মে পর্যন্ত হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩১ ডিগ্রি সেন্টিগ্রেড থেকে ৩৮ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৮ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল ও বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫ % এবং ৪০ % থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত উত্তর- পূর্ব ও দক্ষিণ পশ্চিম দিক থেকে প্রবাহিত হবে এবং গতিবেগ গড়ে ৩ থেকে ৮ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । বাগানে মাইট নিয়ন্ত্রনে রাখতে এক রাউন্ড ফেনাজাকুইন ২৫০ এম এল ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ৭ দিনের ব্যবধানে আরেক রাউন্ড হেক্সিথায়াজক্স ৪০ এম এল অথবা ইটোক্সাজল ৬৩ এম এল ১০০ লিটার জলে মিশিয়ে স্প্রে করুন ।এবং মশা নিয়ন্ত্রনের জন্য ডাইমেথোয়েড ১৫০ এম এল ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । লুপার নিয়ন্ত্রনের জন্য ইমামেক্টিনবেনয়েট ৪০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । ভালো বৃষ্টিপাত হয়ে থাকলে বাগানে পাতা তোলার পর ফোলিয়ার হিসাবে এক রাউন্ড ইউরিয়া-৭০০গ্রাম + ডি এ পি ৪০০ গ্রাম + পটাশ ৯০০ গ্রাম ১০০ লিটার মিশিয়ে স্প্রে করে দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 16-05-2024 Disable
4219 15th May24 JHR সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মে মাসের ১৫ তারিখ থেকে ২১ তারিখ অবধি আকাশ আংশিক মেঘলা থাকবে।তবে ১৯ শে মে থেকে ২১ শে মে পর্যন্ত হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩০ ডিগ্রি সেন্টিগ্রেড থেকে ৩৮ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড ।সকাল ও বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৮ % এবং ৩৫ % থাকবে বলে অনুমান করা হচ্ছে । এবং বাতাস প্রধানত উত্তর- পূর্ব ও দক্ষিণ পশ্চিম দিক থেকে প্রবাহিত হবে এবং গতিবেগ গড়ে ৩ থেকে ৬ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । বাগানে মাইট নিয়ন্ত্রনে রাখতে এক রাউন্ড ফেনাজাকুইন ২৫০ এম এল ১০০ লিটার জলে মিশিয়ে প্রয়োগ করুন এবং ৭ দিনের ব্যবধানে আরেক রাউন্ড হেক্সিথায়াজক্স ৪০ এম এল অথবা ইটোক্সাজল ৬৩ এম এল ১০০ লিটার জলে মিশিয়ে প্রয়োগ করুন ।এবং মশা নিয়ন্ত্রনের জন্য ডাইমেথোয়েড ১৫০ এম এল ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । ও লুপার কাঁটার পিলার নিয়ন্ত্রনের জন্য ইমামেক্টিনবেনয়েট ৪০ গ্রাম ১০০ লিটার জলে মিশিয়ে প্রয়োগ করুন । ভালো বৃষ্টিপাত হয়ে থাকলে বাগানে পাতা তোলার পর ফোলিয়ার হিসাবে এক রাউন্ড ইউরিয়া-৭০০গ্রাম + ডি এ পি ৪০০ গ্রাম + পটাশ ৯০০ গ্রাম ১০০ লিটার মিশিয়ে স্প্রে করে দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 16-05-2024 Disable
4220 15th May24 JAM সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মে মাসের ১৫ তারিখ থেকে ২১ তারিখ অবধি আকাশ আংশিক মেঘলা থাকবে।তবে ১৯ শে মে থেকে ২১ শে মে পর্যন্ত হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩০ ডিগ্রি সেন্টিগ্রেড থেকে ৩৮ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৮ ডিগ্রি সেন্টিগ্রেড ।সকাল ও বিকালের বাতাসের আপেক্ষিক আদ্রতা ৮০ % এবং ৩০% থাকবে বলে অনুমান করা হচ্ছে । এবং বাতাস প্রধানত দক্ষিণ পশ্চিম দিক থেকে প্রবাহিত হবে এবং গতিবেগ গড়ে ৫ থেকে ৭ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৬.৪ ডিগ্রি সেণ্টিগ্রেড থেকে ২৫.৬ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৬.৭ শতাংশ থাকবে বলে অনুমান করা হচ্ছে। বাগানে মাইট নিয়ন্ত্রনে রাখতে এক রাউন্ড ফেনাজাকুইন ২৫০ এম এল ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ৭ দিনের ব্যবধানে আরেক রাউন্ড হেক্সিথায়াজক্স ৪০ এম এল অথবা ইটোক্সাজল ৬৩ এম এল ১০০ লিটার জলে মিশিয়ে স্প্রে করুন ।এবং মশা নিয়ন্ত্রনের জন্য ডাইমেথোয়েড ১৫০ এম এল ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । লুপার নিয়ন্ত্রনের জন্য ইমামেক্টিনবেনয়েট ৪০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । ভালো বৃষ্টিপাত হয়ে থাকলে বাগানে পাতা তোলার পর ফোলিয়ার হিসাবে এক রাউন্ড ইউরিয়া-৭০০গ্রাম + ডি এ পি ৪০০ গ্রাম + পটাশ ৯০০ গ্রাম ১০০ লিটার মিশিয়ে স্প্রে করে দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 16-05-2024 Disable