Message List: 12,194
S.No Message Title Message State Created By Creation Date Status Action
4291 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 25/7/24) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৫ৰ পৰা ৩১ জুলাইলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৭-২৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা যাব পাৰে। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে আগতীয়াকৈ কৰা ফুলকবি বীজ সিঁচাৰ বাবে অনুকূল সময়। আৰলি কুঁৱৰী (Early Kuwari), পুছাকটকী (Pusa Katki) আৰু পুছা দীপালি (Pusa Deepali) আদি বীজৰ জাত সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিত বীজ সিঁচাৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে আগতীয়াকৈ কৰা ব্ৰকলি বীজ সিঁচাৰ বাবে অনুকূল সময়। আৰলি ডেনিছ জায়েন্ট ( Early Danish Giant), গ্ৰীণ বাড (Green Bud), স্পাৰ্টন আৰলি (Sparton Early), ক’ষ্টেল (Coastal) আৰু আটলাণ্টিক (Atlantic)ৰ দৰে বীজৰ জাত সংগ্ৰহ কৰিব পাৰে। বীজৰ হাৰ ৪০.০-৫৩.৩ গ্ৰাম/বিঘা। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-07-2024 Enable
4292 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 25/7/24) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৫ৰ পৰা ৩১ জুলাইলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা যাব পাৰে। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে আগতীয়াকৈ কৰা ফুলকবি বীজ সিঁচাৰ বাবে অনুকূল সময়। আৰলি কুঁৱৰী (Early Kuwari), পুছাকটকী (Pusa Katki) আৰু পুছা দীপালি (Pusa Deepali) আদি বীজৰ জাত সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিত বীজ সিঁচাৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে আগতীয়াকৈ কৰা ব্ৰকলি বীজ সিঁচাৰ বাবে অনুকূল সময়। আৰলি ডেনিছ জায়েন্ট ( Early Danish Giant), গ্ৰীণ বাড (Green Bud), স্পাৰ্টন আৰলি (Sparton Early), ক’ষ্টেল (Coastal) আৰু আটলাণ্টিক (Atlantic)ৰ দৰে বীজৰ জাত সংগ্ৰহ কৰিব পাৰে। বীজৰ হাৰ ৪০.০-৫৩.৩ গ্ৰাম/বিঘা। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-07-2024 Enable
4293 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 25/7/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৫ৰ পৰা ৩১ জুলাইলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা যাব পাৰে। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে আগতীয়াকৈ কৰা ফুলকবি বীজ সিঁচাৰ বাবে অনুকূল সময়। আৰলি কুঁৱৰী (Early Kuwari), পুছাকটকী (Pusa Katki) আৰু পুছা দীপালি (Pusa Deepali) আদি বীজৰ জাত সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিত বীজ সিঁচাৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে আগতীয়াকৈ কৰা ব্ৰকলি বীজ সিঁচাৰ বাবে অনুকূল সময়। আৰলি ডেনিছ জায়েন্ট ( Early Danish Giant), গ্ৰীণ বাড (Green Bud), স্পাৰ্টন আৰলি (Sparton Early), ক’ষ্টেল (Coastal) আৰু আটলাণ্টিক (Atlantic)ৰ দৰে বীজৰ জাত সংগ্ৰহ কৰিব পাৰে। বীজৰ হাৰ ৪০.০-৫৩.৩ গ্ৰাম/বিঘা। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-07-2024 Enable
4294 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 25/7/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৫ৰ পৰা ৩১ জুলাইলৈ, ২০২৪, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা যাব পাৰে। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে আগতীয়াকৈ কৰা ফুলকবি বীজ সিঁচাৰ বাবে অনুকূল সময়। আৰলি কুঁৱৰী (Early Kuwari), পুছাকটকী (Pusa Katki) আৰু পুছা দীপালি (Pusa Deepali) আদি বীজৰ জাত সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিত বীজ সিঁচাৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে আগতীয়াকৈ কৰা ব্ৰকলি বীজ সিঁচাৰ বাবে অনুকূল সময়। আৰলি ডেনিছ জায়েন্ট ( Early Danish Giant), গ্ৰীণ বাড (Green Bud), স্পাৰ্টন আৰলি (Sparton Early), ক’ষ্টেল (Coastal) আৰু আটলাণ্টিক (Atlantic)ৰ দৰে বীজৰ জাত সংগ্ৰহ কৰিব পাৰে। বীজৰ হাৰ ৪০.০-৫৩.৩ গ্ৰাম/বিঘা। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-07-2024 Enable
4295 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 25/7/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৫ৰ পৰা ৩১ জুলাইলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা যাব পাৰে। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে আগতীয়াকৈ কৰা ফুলকবি বীজ সিঁচাৰ বাবে অনুকূল সময়। আৰলি কুঁৱৰী (Early Kuwari), পুছাকটকী (Pusa Katki) আৰু পুছা দীপালি (Pusa Deepali) আদি বীজৰ জাত সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিত বীজ সিঁচাৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে আগতীয়াকৈ কৰা ব্ৰকলি বীজ সিঁচাৰ বাবে অনুকূল সময়। আৰলি ডেনিছ জায়েন্ট ( Early Danish Giant), গ্ৰীণ বাড (Green Bud), স্পাৰ্টন আৰলি (Sparton Early), ক’ষ্টেল (Coastal) আৰু আটলাণ্টিক (Atlantic)ৰ দৰে বীজৰ জাত সংগ্ৰহ কৰিব পাৰে। বীজৰ হাৰ ৪০.০-৫৩.৩ গ্ৰাম/বিঘা। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-07-2024 Enable
4296 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 25/7/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৫ৰ পৰা ৩১ জুলাইলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা যাব পাৰে। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে আগতীয়াকৈ কৰা ফুলকবি বীজ সিঁচাৰ বাবে অনুকূল সময়। আৰলি কুঁৱৰী (Early Kuwari), পুছাকটকী (Pusa Katki) আৰু পুছা দীপালি (Pusa Deepali) আদি বীজৰ জাত সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিত বীজ সিঁচাৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে আগতীয়াকৈ কৰা ব্ৰকলি বীজ সিঁচাৰ বাবে অনুকূল সময়। আৰলি ডেনিছ জায়েন্ট ( Early Danish Giant), গ্ৰীণ বাড (Green Bud), স্পাৰ্টন আৰলি (Sparton Early), ক’ষ্টেল (Coastal) আৰু আটলাণ্টিক (Atlantic)ৰ দৰে বীজৰ জাত সংগ্ৰহ কৰিব পাৰে। বীজৰ হাৰ ৪০.০-৫৩.৩ গ্ৰাম/বিঘা। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-07-2024 Enable
4297 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 25/7/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৫ৰ পৰা ৩১ জুলাইলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩৩-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-৭ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা যাব পাৰে। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে আগতীয়াকৈ কৰা ফুলকবি বীজ সিঁচাৰ বাবে অনুকূল সময়। আৰলি কুঁৱৰী (Early Kuwari), পুছাকটকী (Pusa Katki) আৰু পুছা দীপালি (Pusa Deepali) আদি বীজৰ জাত সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিত বীজ সিঁচাৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে আগতীয়াকৈ কৰা ব্ৰকলি বীজ সিঁচাৰ বাবে অনুকূল সময়। আৰলি ডেনিছ জায়েন্ট ( Early Danish Giant), গ্ৰীণ বাড (Green Bud), স্পাৰ্টন আৰলি (Sparton Early), ক’ষ্টেল (Coastal) আৰু আটলাণ্টিক (Atlantic)ৰ দৰে বীজৰ জাত সংগ্ৰহ কৰিব পাৰে। বীজৰ হাৰ ৪০.০-৫৩.৩ গ্ৰাম/বিঘা। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-07-2024 Enable
4298 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 25/7/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৫ৰ পৰা ৩১ জুলাইলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩১-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা যাব পাৰে। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে আগতীয়াকৈ কৰা ফুলকবি বীজ সিঁচাৰ বাবে অনুকূল সময়। আৰলি কুঁৱৰী (Early Kuwari), পুছাকটকী (Pusa Katki) আৰু পুছা দীপালি (Pusa Deepali) আদি বীজৰ জাত সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিত বীজ সিঁচাৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে আগতীয়াকৈ কৰা ব্ৰকলি বীজ সিঁচাৰ বাবে অনুকূল সময়। আৰলি ডেনিছ জায়েন্ট ( Early Danish Giant), গ্ৰীণ বাড (Green Bud), স্পাৰ্টন আৰলি (Sparton Early), ক’ষ্টেল (Coastal) আৰু আটলাণ্টিক (Atlantic)ৰ দৰে বীজৰ জাত সংগ্ৰহ কৰিব পাৰে। বীজৰ হাৰ ৪০.০-৫৩.৩ গ্ৰাম/বিঘা। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-07-2024 Enable
4299 Advisory Dhar वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, धार 23 July से 29 July के दौरान दिन में 30 और रात में 24 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। मूंगफली की अच्छी पैदावार लेने के लिए कम से कम एक निराई गुड़ाई अवश्य करें। इससे जड़ों का फैलाव अच्छा होता है साथ ही वायु का भूमि मे संचार भी बढ़ता है। और भूमि मिट्टी चढ़ाने का कार्य स्वता ही हो जाता है यह कार्य कुलपा या हस्त चलित व्हील हो से करना चाहिए। रायसनिक विधि से खरपतवार नियंत्रण हेतु पेन्डामेथलीन 38.7 प्रतिशत 750 ग्राम सक्रिय तत्व प्रति हेक्टेयर की दर से बुवाई के 3 दिन के अंदर प्रयोग कर सकते हैं I या खड़ी फसल में इमेजाथापर 100 मिलीलीटर सक्रिय तत्व प्रति हेक्टेयर को 400 से 500 लीटर पानी में घोल बनाकर बोनी के 15 से 20 दिन बाद प्रयोग कर सकते हैं । स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । इस सन्देश को दोबारा सुनने के लिये शून्य दबाए । Madhya Pradesh MP 24-07-2024 Enable
4300 Advisory Vidisha वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Vidisha ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 23 July से 29 July के दौरान दिन में 32 और रात में 25 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। सोयाबीन में लगातार अधिक बारिश होने पर उचित जल निकास की व्यवस्था करें । सोयाबीन में खरपतवार नियंत्रण करने के लिये पहली निंदाई बुआई के 15-20 दिन बाद तथा दूसरी 35-40 दिन बाद डोरा चलाकर या हस्त चलित एवं स्व-चलित निंदाई यंत्रों से करनी चाहिये । किसान साथियों सोयाबीन मे पीलापन की समस्या देखी जा रही है यह अधिक समय तक खेत मे जल भराव या खेत मे पोषक तत्वों की कमी या येलो मोजेक वायरस के कारण हो सकती है पीलापन की समस्या का कारण जानकार एवं कृषि सलाहकार से बात कर ही अनुशंसित समाधान को अपनाए । स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । इस सन्देश को दोबारा सुनने के लिये शून्य दबाए । Madhya Pradesh MP 24-07-2024 Enable