Message List: 11,309
S.No Message Title Message State Created By Creation Date Status Action
4331 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 2/5/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মেলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২ৰ পৰা ৮ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 02-05-2024 Disable
4332 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 2/5/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মেলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২ৰ পৰা ৮ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত এপ্ৰিল মাহত মুঠ ২৩৪.০০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 02-05-2024 Disable
4333 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 2/5/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মেলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২ৰ পৰা ৮ মেলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-২৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত এপ্ৰিল মাহত মুঠ ৭১.৮০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 02-05-2024 Disable
4334 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 2/5/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মেলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২ৰ পৰা ৮ মেলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-২০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত এপ্ৰিল মাহত মুঠ ৫৯.২০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 02-05-2024 Disable
4335 Peg Formation નમસ્કાર સોલીડારીડાડ, વોડાફોન આઈડિયા ફાઉન્ડેશન અને ઇન્ડસ ટાવરના વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. આપના વિસ્તારમાં ગોઠવેલ હવામાન સ્ટેશનની માહિતીના આધારે તારીખ 1 May થી 6 May 2024 સુધીમાં તાપમાન 27 થી 40 સેલ્સિયસ ડીગ્રી રહેવાની સંભાવના છે. પવનની ગતિ 5 થી 10 કિલોમીટર પ્રતિ કલાકની રહેવાની સંભાવના છે. વાતાવરણ અંશતઃ વાદળછાયું રહેવાની સંભાવના છે. આ હવામાન ને ધ્યાને લઇ ઉનાળુ મગફળીના પાકમાં સૂયા બેસવાની અવસ્થાએ નિંદામણની કામગીરી કરવી નહી. પાકને જમીનના પ્રતને ધ્યાને લઇ ગરમીના દિવસોમાં ૫ થી 7 દિવસના ગાળે પિયત આપવું. જો પાણીની અછત હોય તો સૂયા બેસવા વખતે અવશ્ય પિયત આપવું. Gujarat Gujrat 01-05-2024 Disable
4336 સું પાકમાં આંતર કે મિશ્ર પાક લેવાથી થતાં ફાયદા Solidaridad, વોડાફોન આઇડિયા ફાઉન્ડેશન અને ઇનડસ ટાવર તરફ થી આવતા વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. મીઠોઇ, આહીર સિંહણ અને મોટા આંબલા ના વેધર સ્ટેશનની માહિતીના આધારે તમારા વિસ્તારમાં તારીખ 30-04-2024 થી 06-05-2024 સુધી હવામાન આંશિક વાદળ છાયું રહેવાની સંભાવના છે. આ સમયગાળા દરમ્યાન દિવસનું તાપમાન 34 થી 37 ડિગ્રી સે. અને રાત્રિ નું તાપમાન 26 થી 27 ડિગ્રી સે. અને પવનની ગતિ 18 થી 23 કિમી/કલાક રહેવાની સંભાવના છે. ખેડૂત મિત્રો ચોમાસું પાકના વાવેતર માટે બીજની ખરીદી અને તૈયારી કરતાં હશે. જો ચોમાસું પાક સાથે મિશ્ર પાક કે આંતર પાક કરવાથી અને ખેતર શેઢે પાળે છોડ નું વાવેતર કરવાથી જમીનમાં પોષકતત્વોની માત્રા જળવાઈ રહે છે, ભેજ સંગ્રહ શક્તિ વધે છે, જમીનનું થતું ધોવાણ અટકે અને ઉત્પાદનમાં વધારો થાય છે. Gujarat Gujrat 01-05-2024 Disable
4337 VIL_Adilabad Bella-01-05-2024 (Bella) నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 26 నుంచి 30 డిగ్రీల సెల్సియస్‌, గరిష్ట ఉష్ణోగ్రత 42 నుంచి 44 డిగ్రీల సెల్సియస్‌గా ఉండే అవకాశం ఉందని ఆదిలాబాద్‌లోని బేల వద్ద ఆటోమేటెడ్ వాతావరణ కేంద్రం వాతావరణ సూచన. ఈ వారం వాతావరణం పాక్షికంగా మేఘావృతమై ఉండే అవకాశం ఉంది. ఈ వారంలో 07-05-2024న వాతావరణం పాక్షికంగా మేఘావృతమై అక్కడక్కడా వర్షాలు కురుస్తాయి. రైతులకు సూచనలు: రబీ పంట పొలాలను నిస్సారంగా దున్నడం వల్ల నేల వేడి చేయడంతోపాటు కీటకాల కాలనీలు మరియు హానికరమైన శిలీంధ్రాలను నాశనం చేస్తుంది. రైతులు మట్టి నమూనాలను పరీక్షలకు పంపాలి. విత్తే ముందు: మోనోకోట్ విత్తనాలకు - ట్రైకోడెర్మా, పిఎస్‌బి, కెఎస్‌బి, అజాటోబాక్టర్ మరియు డైకాట్ విత్తనాలకు - రైజోబియం బ్యాక్టీరియాను తప్పనిసరిగా శుద్ధి చేయాలి. ప్రస్తుతం వేసవి పంటల పుష్పించే దశ నీటిపారుదలకి ముఖ్యమైనది. నీటిపారుదల అవసరం లేదా 4-6 రోజుల వ్యవధిలో రెండు లైన్ల ప్రేరణ తర్వాత ఉదయం లేదా సాయంత్రం ఏర్పాటు చేయాలి. లీఫ్‌మినర్‌లు, త్రిప్స్ మరియు అఫిడ్స్ నియంత్రణ కోసం, లాంబ్డాకిహలోథ్రిన్ 5% స్ట్రీమ్ 4 నుండి 6 మి.లీ. 10 లీటర్ల నీటికి కలిపి పిచికారీ చేయాలి. పొలంలో వ్యర్థాలను కాల్చవద్దు. వేస్ట్ డికంపోజర్ ఉపయోగించి దానిని కంపోస్ట్ చేయండి. వర్మీ కంపోస్టు బెడ్‌లను ఇంటి దగ్గర నీడలో నాటడం మంచిది. పొలంలో కట్టపై చెట్ల పెంపకానికి ప్రణాళిక రూపొందించుకోవాలి. సాలిడారిడాడ్ స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు సంబంధించి మీకు ఏవైనా సందేహాలు ఉంటే దయచేసి మమ్మల్ని సంప్రదించడానికి సంకోచించకండి. మొబైల్ నంబర్ 9158261922 ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telangana Telangana 01-05-2024 Disable
4338 VIL_Jainad-01-05-2024 (Jainad) నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 25 నుంచి 30 డిగ్రీల సెల్సియస్‌, గరిష్ట ఉష్ణోగ్రత 42 నుంచి 43 డిగ్రీల సెల్సియస్‌గా ఉండే అవకాశం ఉందని ఆదిలాబాద్‌లోని జైనాద్‌లోని ఆటోమేటెడ్ వాతావరణ కేంద్రం వాతావరణ సూచన. ఈ వారంలో 07-05-2024న వాతావరణం పాక్షికంగా మేఘావృతమై అక్కడక్కడా వర్షాలు కురుస్తాయి. రైతులకు సూచనలు: రబీ పంట పొలాలను నిస్సారంగా దున్నడం వల్ల నేల వేడి చేయడంతోపాటు కీటకాల కాలనీలు మరియు హానికరమైన శిలీంధ్రాలను నాశనం చేస్తుంది. రైతులు మట్టి నమూనాలను పరీక్షలకు పంపాలి. విత్తే ముందు: మోనోకోట్ విత్తనాలకు - ట్రైకోడెర్మా, పిఎస్‌బి, కెఎస్‌బి, అజాటోబాక్టర్ మరియు డైకాట్ విత్తనాలకు - రైజోబియం బ్యాక్టీరియాను తప్పనిసరిగా శుద్ధి చేయాలి. ప్రస్తుతం వేసవి పంటల పుష్పించే దశ నీటిపారుదలకి ముఖ్యమైనది. నీటిపారుదల అవసరం లేదా 4-6 రోజుల వ్యవధిలో రెండు లైన్ల ప్రేరణ తర్వాత ఉదయం లేదా సాయంత్రం ఏర్పాటు చేయాలి. లీఫ్‌మినర్‌లు, త్రిప్స్ మరియు అఫిడ్స్ నియంత్రణ కోసం, లాంబ్డాకిహలోథ్రిన్ 5% స్ట్రీమ్ 4 నుండి 6 మి.లీ. 10 లీటర్ల నీటికి కలిపి పిచికారీ చేయాలి. పొలంలో వ్యర్థాలను కాల్చవద్దు. వేస్ట్ డికంపోజర్ ఉపయోగించి దానిని కంపోస్ట్ చేయండి. వర్మీ కంపోస్టు బెడ్‌లను ఇంటి దగ్గర నీడలో నాటడం మంచిది. పొలంలో కట్టపై చెట్ల పెంపకానికి ప్రణాళిక రూపొందించుకోవాలి. సాలిడారిడాడ్ స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు సంబంధించి మీకు ఏవైనా సందేహాలు ఉంటే దయచేసి మమ్మల్ని సంప్రదించడానికి సంకోచించకండి. మొబైల్ నంబర్ 9158261922 ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telangana Telangana 01-05-2024 Disable
4339 VIL_2_Yavatmal (Yavatmal_2) नमस्कार शेतकरी बंधूंनो सॉलिडरीडॅड वोडाफोन आयडिया फाऊंडेशन आणि इंडस टॉवर्स यांच्या स्मार्ट ऍग्री प्रोग्राममध्ये आपले स्वागत आहे. नेर तालुक्यातील मोझर येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान २३ ते २९ अंश तर कमाल ३९ ते ४२ अंश सेल्सियस एवढे राहील. या आठवड्यात दी ०६-०५-२०२४ व ०७-०५-२०२४ रोजी वातावरण अंशत: ढगाळ राहण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना : रब्बी पिके निघालेल्या शेताची उथळ नांगरणी करावी, त्यामुळे जमीन तपण्यास मदत होवून किडींचे कोष व घातक बुरशीचा नायनाट होईल. शेतकऱ्यांनी माती नमूना परीक्षणास पाठवावा. पेरणीपूर्व : एकदल बियाण्यास- ट्रायकोडर्मा, पी एसबी, के एसबी, एझाटोबॅक्टर तर द्वीदल बियाण्यास - रायझोबियम जिवाणूंची बिज-प्रक्रीया अवश्य करावी. सध्या उन्हाळी पिकांची फुलोऱ्याची अवस्था सिंचनासाठी महत्वाची आहे. आवश्यक्तेनुसार किंवा ४-६ दिवसाच्या अंतराने प्रऱ्त्तेक दोन ओळीनंतर पहाटे किंवा संध्याकाळच्या वेळी सिंचन व्यवस्था करावी. पाने पोखरणाऱ्या अळी, तुडतुडे व फुलकिडींच्या नियंत्रणासाठी लांबडाक्यहालोत्रिन ५% प्रवाही ४ ते ६ मीली. प्रती १० लीटर पाण्यात प्रमाणे फवारणी करावी. शेतातील पऱ्हाट्या ब काडीकचरा जाळू नये. वेस्ट डीकंपोझर वापरून त्याचे कंपोस्ट खत तयार करावे. गांडुळ खताचे बेड शक्यतो सावलीत घराजवळ लावावे. शेतामधे बांधावर वृक्ष लागवडीचे नियोजन करावे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबाईल क्रमांक 9158261922 धन्यवाद! Maharashtra MH 01-05-2024 Disable
4340 VIL_1_Yavatmal (Yavatmal_1) नमस्कार शेतकरी बंधूंनो...सॉलिडरीडॅड आणि वोडाफोन आयडिया फाऊंडेशन यांच्या स्मार्ट ऍग्री प्रोग्राममध्ये आपले स्वागत आहे. घटणजी तालुक्यातील मारेगाव येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान २४ ते ३० अंश तर कमाल ३९ ते ४३ अंश सेल्सियस एवढे राहील. या आठवड्यात दी ०६-०५-२०२४ व ०७-०५-२०२४ रोजी वातावरण अंशत: ढगाळ राहण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना : रब्बी पिके निघालेल्या शेताची उथळ नांगरणी करावी, त्यामुळे जमीन तपण्यास मदत होवून किडींचे कोष व घातक बुरशीचा नायनाट होईल. शेतकऱ्यांनी माती नमूना परीक्षणास पाठवावा. पेरणीपूर्व : एकदल बियाण्यास- ट्रायकोडर्मा, पीएसबी, केएसबी, एझाटोबॅक्टर तर द्वीदल बियाण्यास - रायझोबियम जिवाणूंची बिज-प्रक्रीया अवश्य करावी. सध्या उन्हाळी पिकांची फुलोऱ्याची अवस्था सिंचनासाठी महत्वाची आहे. आवश्यक्तेनुसार किंवा ४-६ दिवसाच्या अंतराने प्रऱ्त्तेक दोन ओळीनंतर पहाटे किंवा संध्याकाळच्या वेळी सिंचन व्यवस्था करावी. पाने पोखरणाऱ्या अळी, तुडतुडे व फुलकिडींच्या नियंत्रणासाठी लांबडाक्यहालोत्रिन ५% प्रवाही ४ ते ६ मीली. प्रती १० लीटर पाण्यात प्रमाणे फवारणी करावी. शेतातील पऱ्हाट्या ब काडीकचरा जाळू नये. वेस्ट डीकंपोझर वापरून त्याचे कंपोस्ट खत तयार करावे. गांडुळ खताचे बेड शक्यतो सावलीत घराजवळ लावावे. शेतामधे बांधावर वृक्ष लागवडीचे नियोजन करावे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबाईल क्रमांक 9158261922 धन्यवाद! Maharashtra MH 01-05-2024 Disable