Message List: 11,309
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 4601 | Advisory on Sunflower | ନମସ୍କାର ଗଜପତି ଜିଲ୍ଲା ଗୁମ୍ମl ଓ ମୋହନା ଏବଂ ଟାଙ୍ଗୀ ର ସମସ୍ତ ଚାଷୀ ମାନଙ୍କୁ ସଲିଡାରିଡlଡ ତରଫରୁ ଭୋଡlଫୋନ ଆଇଡିଆ ଓ ଇଣ୍ଡସ ଟାୱାର ସହଯୋଗ ରେ ଚାଲୁଥିବା ଆଧୁନିକ କୃଷି କାର୍ଯ୍ୟକ୍ରମ କୁ ସ୍ଵାଗତ କରାଯାଉଛି। ସୂର୍ଯ୍ୟମୁଖୀ ଅମଳ ସେତେବେଳେ କରିବା ଉଚିତ୍ ଯେତେବେଳେ ପଛରେ ଥିବା ଫୁଲ ମୁଣ୍ଡ ହାଲୁକା ହଳଦିଆ କିମ୍ବା ବାଦାମୀ ହୋଇଯାଏ ଏବଂ ତଳେ ଥିବା ପତ୍ରଗୁଡ଼ିକ ଶୁଖିବା ଆରମ୍ଭ କରେ | ସମସ୍ତ ଫୁଲ ଏକାସାଙ୍ଗରେ ଅମଳ ପାଇଁ ପ୍ରସ୍ତୁତ ନୁହଁନ୍ତି | ଦୁଇ ତିନିଥର ରେ ଅମଳ କରାଯାଇପାରିବ| ଅଧିକ ସୂଚନା ପାଇଁ ଆମ ଟୋଲ ଫ୍ରି ନମ୍ବର ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ କଲ୍ କରନ୍ତୁ। ଧନ୍ୟବାଦ୍ | Orissa | Orissa | 04-04-2024 | Disable |
|
| 4602 | Advisory on Groundnut | ନମସ୍କାର ଗଜପତି ଜିଲ୍ଲା ଗୁମ୍ମlର ସମସ୍ତ ଚାଷୀ ମାନଙ୍କୁ ସଲିଡାରିଡlଡ ତରଫରୁ ଭୋଡlଫୋନ ଆଇଡିଆ ଓ ଇଣ୍ଡସ ଟାୱାର ସହଯୋଗ ରେ ଚାଲୁଥିବା ଆଧୁନିକ କୃଷି କାର୍ଯ୍ୟକ୍ରମ କୁ ସ୍ଵାଗତ କରାଯାଉଛି।ଚିନା ବାଦାମ ଫସଲରେ ଫୁଲ ଏବଂ ଶସ୍ୟ ଭରିବା ପର୍ଯ୍ୟାୟ ଗୁରୁତ୍ୱପୂର୍ଣ୍ଣ ଅଟେ | ଯଦି ଏହି ପର୍ଯ୍ୟାୟରେ ପର୍ଯ୍ୟାପ୍ତ ଆର୍ଦ୍ରତା ନଥାଏ, ତେବେ ଏହା ଅର୍ଥନତିକ କ୍ଷତି ଘଟାଏ, ତେଣୁ ଏହି ପର୍ଯ୍ୟାୟରେ ଜଳସେଚନ କରାଯିବା ଆବଶ୍ୟକ | ଭୂତଳ ଫୁଲର ପର୍ଯ୍ୟାୟରେ, 150-200 କିଲୋଗ୍ରାମ ହାରରେ ଏକର ପିଛା ଜିପସମ ବ୍ଯବହାର କରନ୍ତୁ। ଅଧିକ ସୂଚନା ପାଇଁ ଆମ ଟୋଲ ଫ୍ରି ନମ୍ବର ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ କଲ୍ କରନ୍ତୁ। ଧନ୍ୟବାଦ୍ | Orissa | Orissa | 04-04-2024 | Disable |
|
| 4603 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 4/4/24) | জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৪ৰ পৰা ১০ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত মাৰ্চ মাহত মুঠ ৫৭.৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আমি আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে বৰষুণমুক্ত সময়ত Emmamectin Benzoate 5 SG @ ৩০ গ্ৰাম আৰু প্ৰতি বিঘা মাটিত Lambda Cyhelothrin 5 EC @ ২০-৩৩ মিলিলিটাৰ প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-04-2024 | Disable |
|
| 4604 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 4/4/24) | জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৪ৰ পৰা ১০ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত মাৰ্চ মাহত মুঠ ৬৩.৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আমি আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে বৰষুণমুক্ত সময়ত Emmamectin Benzoate 5 SG @ ৩০ গ্ৰাম আৰু প্ৰতি বিঘা মাটিত Lambda Cyhelothrin 5 EC @ ২০-৩৩ মিলিলিটাৰ প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-04-2024 | Disable |
|
| 4605 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 4/4/24) | জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৪ৰ পৰা ১০ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত মাৰ্চ মাহত মুঠ ৮১.৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আমি আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে বৰষুণমুক্ত সময়ত Emmamectin Benzoate 5 SG @ ৩০ গ্ৰাম আৰু প্ৰতি বিঘা মাটিত Lambda Cyhelothrin 5 EC @ ২০-৩৩ মিলিলিটাৰ প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-04-2024 | Disable |
|
| 4606 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 4/4/24) | জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৪ৰ পৰা ১০ এপ্ৰিললৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত মাৰ্চ মাহত মুঠ ৮৫.২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আমি আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে বৰষুণমুক্ত সময়ত Emmamectin Benzoate 5 SG @ ৩০ গ্ৰাম আৰু প্ৰতি বিঘা মাটিত Lambda Cyhelothrin 5 EC @ ২০-৩৩ মিলিলিটাৰ প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-04-2024 | Disable |
|
| 4607 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 4/4/24) | জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৪ৰ পৰা ১০ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আমি আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে বৰষুণমুক্ত সময়ত Emmamectin Benzoate 5 SG @ ৩০ গ্ৰাম আৰু প্ৰতি বিঘা মাটিত Lambda Cyhelothrin 5 EC @ ২০-৩৩ মিলিলিটাৰ প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-04-2024 | Disable |
|
| 4608 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 4/4/24) | জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৪ৰ পৰা ১০ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত মাৰ্চ মাহত মুঠ ১০৮.০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আমি আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে বৰষুণমুক্ত সময়ত Emmamectin Benzoate 5 SG @ ৩০ গ্ৰাম আৰু প্ৰতি বিঘা মাটিত Lambda Cyhelothrin 5 EC @ ২০-৩৩ মিলিলিটাৰ প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-04-2024 | Disable |
|
| 4609 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 4/4/24) | জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৪ৰ পৰা ১০ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৫, ৬, ৮ & ১০ এপ্ৰিলত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩২-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-২২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত মাৰ্চ মাহত মুঠ ১২৩.৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আমি আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে বৰষুণমুক্ত সময়ত Emmamectin Benzoate 5 SG @ ৩০ গ্ৰাম আৰু প্ৰতি বিঘা মাটিত Lambda Cyhelothrin 5 EC @ ২০-৩৩ মিলিলিটাৰ প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-04-2024 | Disable |
|
| 4610 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 4/4/24) | জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৪ৰ পৰা ১০ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৫, ৬, ৮ & ১০ এপ্ৰিলত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩১-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২২ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত মাৰ্চ মাহত মুঠ ১৪১.৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আমি আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে বৰষুণমুক্ত সময়ত Emmamectin Benzoate 5 SG @ ৩০ গ্ৰাম আৰু প্ৰতি বিঘা মাটিত Lambda Cyhelothrin 5 EC @ ২০-৩৩ মিলিলিটাৰ প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-04-2024 | Disable |
|