Message List: 11,309
S.No Message Title Message State Created By Creation Date Status Action
4731 20th March24 BB সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মার্চ মাসের ২১ তারিখ থেকে মার্চ মাসের ২৭ তারিখ পর্যন্ত আকাশ প্রধানত পরিষ্কার ও আংশিক মেঘলা থাকবে এবং হাল্কা মাত্রায় বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৩ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৮ ডিগ্রি সেন্টিগ্রেড থেকে ২০ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৬ থেকে ১৭ কিমি প্রতি ঘণ্টায় পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯০% থেকে ৬০% ,। মাটির নিচের ১০সেমি থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২২.২ ডিগ্রি সেণ্টিগ্রেড থেকে ২১.০ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৬.২ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগানে হালোপেল্টিস বা চা মশা , থিপ্স দেখা দিলে প্রথমে কুইনালফোস ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। ১২ থেকে ১৫ দিনের ব্যবধানে আরেক রাউন্ড নীম অথবা থায়ামেথোস্কাম (প্রয়োজন অনুসারে ) ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 21-03-2024 Disable
4732 20th March24 BK সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মার্চ মাসের ২১ তারিখ থেকে মার্চ মাসের ২৭ তারিখ পর্যন্ত আকাশ প্রধানত পরিষ্কার ও আংশিক মেঘলা থাকবে এবং হাল্কা মাত্রায় বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৮ ডিগ্রি সেন্টিগ্রেড থেকে ২১ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৩ থেকে ২০ কিমি প্রতি ঘণ্টায় দক্ষিণ পশ্চিম ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯০% থেকে ৬০% ,। মাটির নিচের ১০সেমি থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২১.৩ ডিগ্রি সেণ্টিগ্রেড থেকে ২১.৬ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৫.৩ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগানে হালোপেল্টিস বা চা মশা , থিপ্স দেখা দিলে প্রথমে কুইনালফোস ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। ১২ থেকে ১৫ দিনের ব্যবধানে আরেক রাউন্ড নীম অথবা থায়ামেথোস্কাম (প্রয়োজন অনুসারে ) ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 21-03-2024 Disable
4733 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 21/3/24) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৬-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 20-03-2024 Disable
4734 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 21/3/24) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৬-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 20-03-2024 Disable
4735 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 21/3/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 20-03-2024 Disable
4736 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 21/3/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 20-03-2024 Disable
4737 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 21/3/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 20-03-2024 Disable
4738 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 21/3/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৬৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 20-03-2024 Disable
4739 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 21/3/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৪ কি: মি: বেগেৰে ঘাইকৈ পূব আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 20-03-2024 Disable
4740 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 21/3/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-১৯ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৬ কি: মি: বেগেৰে ঘাইকৈ পূব আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ Assam Assam 20-03-2024 Disable