Message List: 12,421
S.No Message Title Message State Created By Creation Date Status Action
4861 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 27/6/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুনৰ পৰা ৩ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ জুনৰ পৰা ৩ জুলাইলৈ, ২০২৪, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। প্লাকিং কৰাৰ পিছত সংক্ৰমিত স্থানত প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্পট স্প্ৰে কৰিব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰিব আৰু ২০০ L পানীত থাইওমেথোক্সাম @৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ২০০ লি. পানীৰ লগত ডেচিছ @১০০মি. লি. মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । যিকোনো কীট আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব I ঠেক নলাবোৰ পৰিষ্কাৰ কৰিব ৰাখিব । • তোলা পাত যাতে বেগত ঠেচি ভৰোৱা আৰু সযত্নে নৰখাৰ বাবে নষ্ট হৈ ৰঙা পৰি নাযায় তাৰ বাবে চকু দিব লাগে । পাত বোৰ ভাঙি নষ্ট হলে পাত তোলা মান গুনগত হলেও চাহৰ কোৱালিটি ভাল হব নোৱাৰে। • দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 26-06-2024 Enable
4862 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 27/6/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুনৰ পৰা ৩ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ জুনৰ পৰা ৩ জুলাইলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। প্লাকিং কৰাৰ পিছত সংক্ৰমিত স্থানত প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্পট স্প্ৰে কৰিব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰিব আৰু ২০০ L পানীত থাইওমেথোক্সাম @৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ২০০ লি. পানীৰ লগত ডেচিছ @১০০মি. লি. মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । যিকোনো কীট আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব I ঠেক নলাবোৰ পৰিষ্কাৰ কৰিব ৰাখিব । • তোলা পাত যাতে বেগত ঠেচি ভৰোৱা আৰু সযত্নে নৰখাৰ বাবে নষ্ট হৈ ৰঙা পৰি নাযায় তাৰ বাবে চকু দিব লাগে । পাত বোৰ ভাঙি নষ্ট হলে পাত তোলা মান গুনগত হলেও চাহৰ কোৱালিটি ভাল হব নোৱাৰে। • দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 26-06-2024 Enable
4863 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 27/6/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুনৰ পৰা ৩ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ জুনৰ পৰা ৩ জুলাইলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। প্লাকিং কৰাৰ পিছত সংক্ৰমিত স্থানত প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্পট স্প্ৰে কৰিব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰিব আৰু ২০০ L পানীত থাইওমেথোক্সাম @৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ২০০ লি. পানীৰ লগত ডেচিছ @১০০মি. লি. মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । যিকোনো কীট আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব I ঠেক নলাবোৰ পৰিষ্কাৰ কৰিব ৰাখিব । • তোলা পাত যাতে বেগত ঠেচি ভৰোৱা আৰু সযত্নে নৰখাৰ বাবে নষ্ট হৈ ৰঙা পৰি নাযায় তাৰ বাবে চকু দিব লাগে । পাত বোৰ ভাঙি নষ্ট হলে পাত তোলা মান গুনগত হলেও চাহৰ কোৱালিটি ভাল হব নোৱাৰে। • দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 26-06-2024 Enable
4864 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 27/6/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুনৰ পৰা ৩ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৭ জুনৰ পৰা ৩ জুলাইলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। প্লাকিং কৰাৰ পিছত সংক্ৰমিত স্থানত প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্পট স্প্ৰে কৰিব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰিব আৰু ২০০ L পানীত থাইওমেথোক্সাম @৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ২০০ লি. পানীৰ লগত ডেচিছ @১০০মি. লি. মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । যিকোনো কীট আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব I ঠেক নলাবোৰ পৰিষ্কাৰ কৰিব ৰাখিব । • তোলা পাত যাতে বেগত ঠেচি ভৰোৱা আৰু সযত্নে নৰখাৰ বাবে নষ্ট হৈ ৰঙা পৰি নাযায় তাৰ বাবে চকু দিব লাগে । পাত বোৰ ভাঙি নষ্ট হলে পাত তোলা মান গুনগত হলেও চাহৰ কোৱালিটি ভাল হব নোৱাৰে। • দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 26-06-2024 Enable
4865 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 27/6/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুনৰ পৰা ৩ জুলাইলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৭ জুনৰ পৰা ৩ জুলাইলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮% আৰু ৮০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। প্লাকিং কৰাৰ পিছত সংক্ৰমিত স্থানত প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্পট স্প্ৰে কৰিব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰিব আৰু ২০০ L পানীত থাইওমেথোক্সাম @৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ২০০ লি. পানীৰ লগত ডেচিছ @১০০মি. লি. মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । যিকোনো কীট আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব I ঠেক নলাবোৰ পৰিষ্কাৰ কৰিব ৰাখিব । • তোলা পাত যাতে বেগত ঠেচি ভৰোৱা আৰু সযত্নে নৰখাৰ বাবে নষ্ট হৈ ৰঙা পৰি নাযায় তাৰ বাবে চকু দিব লাগে । পাত বোৰ ভাঙি নষ্ট হলে পাত তোলা মান গুনগত হলেও চাহৰ কোৱালিটি ভাল হব নোৱাৰে। • দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 26-06-2024 Enable
4866 27-06-2024 - Kotagiri Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜூன் மாதம் 19ம் தேதி முதல் 25ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 29.3mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 23.5 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 15.1 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜூன் மாதம் 26ம் தேதி முதல் ஜூலை மாதம் 2ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 20 முதல் 22 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 16 முதல் 17 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 97 சதவீதமாகவும் மாலை நேரத்தில் 75 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடக்கு திசையில் மணிக்கு சுமார் 9 முதல் 30 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 26-06-2024 Enable
4867 27-06-2024 - Coonoor Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜூன் மாதம் 19ம் தேதி முதல் 25ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 28.4mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 23.3 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14.9 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜூன் மாதம் 26ம் தேதி முதல் ஜூலை மாதம் 2ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 18 முதல் 20 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 15 முதல் 16 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 98 சதவீதமாகவும் மாலை நேரத்தில் 70 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடக்கு திசையில் மணிக்கு சுமார் 9 முதல் 28 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 26-06-2024 Enable
4868 27-06-2024 - Gudalur Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜூன் மாதம் 19ம் தேதி முதல் 25ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் 206.2mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 25.6 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 19.3 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜூன் மாதம் 26ம் தேதி முதல் ஜூலை மாதம் 2ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 22 முதல் 24 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 19 முதல் 20 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 97 சதவீதமாகவும் மாலை நேரத்தில் 80 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு திசையில் மணிக்கு சுமார் 8 முதல் 15 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 26-06-2024 Enable
4869 VIL-2 , Nagpur, Saoner, Manegaon Nagpur-Saoner-Manegaon Advisory 26-06-2024 नमस्कार शेतकरी बंधूंनो सॉलिडरीडॅड, वोडाफोन आयडिया फाऊंडेशन आणि इंडस टॉवर्स यांच्या स्मार्ट ऍग्री प्रोग्राममध्ये आपले स्वागत आहे. सावनेर तालुक्यातील मानेगाव येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान २३ ते २७ अंश तर कमाल २७ ते ३४ अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण ढगाळ राहून पाऊस पडण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना:- शेतकरी बंधूंनी सलग दोन ते तीन दिवसात ७५ मिली. पाऊस झाल्यास सोयाबीनची व १०० मिली. पाऊस झाल्यास कापूस पिकाची पेरणी करावी अन्यथा पेरणीची घाई करू नये. शेतामध्ये मागील काही दिवसात पडलेल्या पावसाचा फायदा घेत शेत पेरणीसाठी तयार करावे. पेरणीपूर्व सर्व बियाण्यांची (विशेषत:सोयाबीनची) उगवणशक्ती घरीच तपासावी. बियाण्यांची उगवण क्षमता ७० ते ८० टक्के पर्यंत असल्यास पेरणीसाठी बियाणे वापरावे. ६०% पर्यंत उगवण असल्यास बियाण्याची मात्रा वाढवावी. यामुळे हेक्टरी झाडांची योग्य संख्या राहून चांगले उत्पादन मिळते. येणाऱ्या खरीप हंगामासाठी इतर पीक व कपाशीसाठी लागणारे बीटी तसेच सुधारीत व सरळ वाणाचे बियाणे, सेंद्रिय व रासायनिक खते तसेच बागायती कपाशी ठिंबक सिंचनावर घ्यावयाची असल्यास ठिंबक संचाची मांडणी व इतर लागणारे साहित्याचे नियोजन करावे. तसेच पेरणीपूर्व बियाण्यांना कापूस पिकासाठी अझाटोब्याक्टर व पी.एस.बी. प्रत्येकी २५ ग्रॅम व ट्रायकोडर्मा ४ ग्रॅम प्रति किलो ह्याप्रमाणे घेऊन बीजप्रक्रिया करावी. सोयाबीन पिकासाठी रायझोबियम २५ ग्रॅमची प्रति किलो ह्याप्रमाणे पेरणीपूर्व बीजप्रक्रिया करावी. कापूस व सोयाबीन पिकातील रसशोषककिडी व अळिवर्गीयकिडीच्या प्राथमिक नियंत्रणासाठी निंबोळी व दशपर्णी अर्क अगोदरच तयार करून ठेवावे. शेतकऱ्यांनी कापूस पिकांत आंतरपीक म्हणून मुंग, उडीद किंवा चवळी ह्या पिकांची लागवड करावी त्यामुळे प्राथमिक स्वरूपातील रस शोषक किडींचे नियंत्रण होईल. तसेच स्मार्ट ॲग्री ॲडव्हायझरी ॲप चे अपडेटेड व्हर्जन प्ले स्टोअर मध्ये उपलब्ध आहे ते मोबाईल मध्ये डाऊनलोड करणे सदर अपडेटेड व्हर्जन मध्ये हवामान केंद्राच्या माहितीचा तपशील समाविष्ट करण्यात आला आहे सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबाईल क्रमांक ८२०८९१४५९४ धन्यवाद! Maharashtra MH 25-06-2024 Enable
4870 મગફળીની વાવણી ન કરવી જોઈએ નમસ્કાર સોલીડારીડાડ, વોડાફોન આઈડિયા ફાઉન્ડેશન અને ઇન્ડસ ટાવરના વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. આપના વિસ્તારમાં ગોઠવેલ હવામાન સ્ટેશનની માહિતીના આધારે તારીખ 25 june થી 1 july 2024 સુધીમાં તાપમાન 28 થી 33 સેલ્સિયસ ડીગ્રી રહેવાની સંભાવના છે. પવનની ગતિ 6 થી 8 કિલોમીટર પ્રતિ કલાકની રહેવાની સંભાવના છે. વાતાવરણ અંશતઃ વાદળછાયું રહેવાની સંભાવના છે. આ હવામાન ને ધ્યાને લઇ આગામી અઠવાડિયામાં વરસાદની શક્યતા હોઈ ખેડૂતોએ ચોમાસું મગફળીની વાવણી કરવી નહિ. Gujarat Gujrat 25-06-2024 Enable