Message List: 12,421
S.No Message Title Message State Created By Creation Date Status Action
4971 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 20/6/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২০ৰ পৰা ২৬ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২০ৰ পৰা ২৬ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৮০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 19-06-2024 Enable
4972 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 20/6/24 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২০ৰ পৰা ২৬ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২০ৰ পৰা ২৬ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 19-06-2024 Enable
4973 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 20/6/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২০ৰ পৰা ২৬ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২০ৰ পৰা ২৬ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 19-06-2024 Enable
4974 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 20/6/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২০ৰ পৰা ২৬ জুনলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২০ৰ পৰা ২৬ জুনলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮% আৰু ৮০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-৯ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 19-06-2024 Enable
4975 ચોમાસું મગફળી પાકમાં મુંડાનું નિયંત્રણ Solidaridad, વોડાફોન આઇડિયા ફાઉન્ડેશન અને ઇનડસ ટાવર તરફ થી આવતા વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. મીઠોઇ, આહીર સિંહણ અને મોટા આંબલા ના વેધર સ્ટેશનની માહિતીના આધારે તમારા વિસ્તારમાં તારીખ 20-06-2024 થી 26-06-2024 સુધી હવામાન વાદળ છાયું રહેવાની સંભાવના છે. તારીખ 24-06-2024 થી 26-06-2024 માં વરસાદ પડવાની સંભાવના છે. ખેડૂતમિત્રોને ભલામણ કરવામાં આવે છે કે વરસાદ પછી તરત જ પુખ્ત ઢાળિયા માં પરિવર્તન પામી ને ખેતર ના શેઢા પાળા ઉપર ના લીમડા, બોરડી જેવા ઝાડ ઉપર ઉડીને જાય છે ત્યાં લીલા પાન ખાઈ છે. પહેલા વરસાદ પછી ખેતર ના શેઢા પાળા પર દવાનો છંટકાવ કરવાથી મૂંડાનું નિયંત્રણ કરી શકાય છે. Gujarat Gujrat 19-06-2024 Enable
4976 20-06-2024 - Kotagiri Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜூன் மாதம் 12ம் தேதி முதல் 18ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 42.3mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 23.5 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14.4 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜூன் மாதம் 19ம் தேதி முதல் 25ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 20 முதல் 22 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 16 முதல் 17 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 97 சதவீதமாகவும் மாலை நேரத்தில் 75 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடமேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 9 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். மே மாதத்தின் இறுதியில் 4 cm மழை கிடைத்தவுடன் கவாத்து செய்ய ஆரம்பிக்கலாம். கவாத்து செய்யும் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 12 – 14 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 14 – 16 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். கவாத்து செய்ய கத்தி அல்லது இயந்திரத்தை பயன்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு அம்மோனியம் சல்பேட் 150 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். அதிக மகசூல் தரும் தோட்டங்களில் மெக்னீசியம் சல்பேட் 50 கிலோ கலந்து இட வேண்டும். உரமிடும் பொழுது களைகள் இல்லாமல் இருக்க வேண்டும். அம்மோனியம் சல்பேட் உரம் கிடைக்காத பட்சத்தில் Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து ஒரு ஏக்கர் தோட்டத்திற்கு இட வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 19-06-2024 Enable
4977 20-06-2024 - Coonoor Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜூன் மாதம் 12ம் தேதி முதல் 18ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 15.9mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 23.8 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14.5 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜூன் மாதம் 19ம் தேதி முதல் 25ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிதமானது முதல் மிக கன மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 17 முதல் 20 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14 முதல் 15 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 98 சதவீதமாகவும் மாலை நேரத்தில் 70 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடமேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 9 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். மே மாதத்தின் இறுதியில் 4 cm மழை கிடைத்தவுடன் கவாத்து செய்ய ஆரம்பிக்கலாம். கவாத்து செய்யும் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 12 – 14 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 14 – 16 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். கவாத்து செய்ய கத்தி அல்லது இயந்திரத்தை பயன்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு அம்மோனியம் சல்பேட் 150 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். அதிக மகசூல் தரும் தோட்டங்களில் மெக்னீசியம் சல்பேட் 50 கிலோ கலந்து இட வேண்டும். உரமிடும் பொழுது களைகள் இல்லாமல் இருக்க வேண்டும். அம்மோனியம் சல்பேட் உரம் கிடைக்காத பட்சத்தில் Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து ஒரு ஏக்கர் தோட்டத்திற்கு இட வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 19-06-2024 Enable
4978 20-06-2024 - Gudalur Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜூன் மாதம் 12ம் தேதி முதல் 18ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் 33.8mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 27.4 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 19.5 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜூன் மாதம் 19ம் தேதி முதல் 25ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிதமானது முதல் மிக கன மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 21 முதல் 24 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 19 முதல் 20 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 97 சதவீதமாகவும் மாலை நேரத்தில் 75 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 12 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். மே மாதத்தின் இறுதியில் 4 cm மழை கிடைத்தவுடன் கவாத்து செய்ய ஆரம்பிக்கலாம். கவாத்து செய்யும் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 12 – 14 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 14 – 16 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். கவாத்து செய்ய கத்தி அல்லது இயந்திரத்தை பயன்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு அம்மோனியம் சல்பேட் 150 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். அதிக மகசூல் தரும் தோட்டங்களில் மெக்னீசியம் சல்பேட் 50 கிலோ கலந்து இட வேண்டும். உரமிடும் பொழுது களைகள் இல்லாமல் இருக்க வேண்டும். அம்மோனியம் சல்பேட் உரம் கிடைக்காத பட்சத்தில் Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து ஒரு ஏக்கர் தோட்டத்திற்கு இட வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 19-06-2024 Enable
4979 VIL 1-Wardha-Daroda-19-06-2024 Wardha (1)नमस्कार शेतकरी बंधूंनो...सॉलिडरीडॅड , वोडाफोन आयडिया फाऊंडेशन आणि इंडस टॉवर्स यांच्या स्मार्ट ऍग्री प्रोग्राममध्ये आपले स्वागत आहे. हिंगणघाट तालुक्यातील  दरोडा  येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 27 ते 28 अंश तर कमाल 32 ते 34  अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण ढगाळ राहून इतर  दिवशी मध्यम स्वरूपाचा पाऊस पडण्याची शक्यता आहे.शेतकऱ्यांसाठी सूचना:- शेतकरी बंधूंनी सलग दोन ते तीन दिवसात पेरणीला योग्य ७५ ते १०० मी.मी पाऊस झाल्याशिवाय पेरणीची घाई करू नये. शेतामध्ये मागील काही दिवसात पडलेल्या पावसाचा फायदा घेत शेत पेरणीसाठी तयार करावे. पेरणीपूर्व जैविकखते तसेच बुरशीनाशकांची  उपलब्धता करून घ्यावी. स्वत: उपादित चांगले बियाणे वेगळे करून पेरणीसाठी वापरावे. पेरणीपूर्व सर्व बियाण्यांची (विशेषत:सोयाबीनची) उगवणशक्ती घरीच तपासावी. बियाण्यांची उगवण क्षमता ७० ते ८० टक्के पर्यंत असल्यास पेरणीसाठी बियाणे वापरावे. यामुळे हेक्टरी झाडांची योग्य संख्या राहून चांगले उत्पादन मिळते. येणाऱ्या खरीप हंगामासाठी सर्व पीक व कपाशीसाठी लागणारे बीटी  तसेच सुधारीत  व सरळ वाणाचे बियाणे, सेंद्रियखते,  बीजप्रक्रियेसाठी लागणारे थायरम, बाविस्टीन, ट्रायकोडर्मा, जेविकखते, तसेच बागायती कपाशी ठिंबक सिंचनावर घ्यावयाची असल्यास ठिंबक संचाची मांडणी व इतर लागणारे साहित्याचे नियोजन करावे. कापूस व सोयाबीन पिकातील रसशोषक किडी व अळिवर्गीय किडीच्या प्राथमिक नियंत्रणासाठी निंबोळी व दशपर्णी अर्क अगोदरच तयार करून ठेवावे.सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922 धन्यवाद! Maharashtra MH 19-06-2024 Enable
4980 VIL 2-Wardha-Ajansara-19-06-2024 Wardha (2)-नमस्कार शेतकरी बंधूंनो...सॉलिडरीडॅड , वोडाफोन आयडिया फाऊंडेशन आणि इंडस टॉवर्स यांच्या स्मार्ट ऍग्री प्रोग्राममध्ये आपले स्वागत आहे. हिंगणघाट तालुक्यातील  अजन्सारा  येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 26 ते 27 अंश तर कमाल 33 ते 34  अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण ढगाळ राहून इतर  दिवशी मध्यम स्वरूपाचा पाऊस पडण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना:- शेतकरी बंधूंनी सलग दोन ते तीन दिवसात पेरणीला योग्य ७५ ते १०० मी.मी पाऊस झाल्याशिवाय पेरणीची घाई करू नये. शेतामध्ये मागील काही दिवसात पडलेल्या पावसाचा फायदा घेत शेत पेरणीसाठी तयार करावे. पेरणीपूर्व जैविकखते तसेच बुरशीनाशकांची  उपलब्धता करून घ्यावी. स्वत: उपादित चांगले बियाणे वेगळे करून पेरणीसाठी वापरावे. पेरणीपूर्व सर्व बियाण्यांची (विशेषत:सोयाबीनची) उगवणशक्ती घरीच तपासावी. बियाण्यांची उगवण क्षमता ७० ते ८० टक्के पर्यंत असल्यास पेरणीसाठी बियाणे वापरावे. यामुळे हेक्टरी झाडांची योग्य संख्या राहून चांगले उत्पादन मिळते. येणाऱ्या खरीप हंगामासाठी सर्व पीक व कपाशीसाठी लागणारे बीटी  तसेच सुधारीत  व सरळ वाणाचे बियाणे, सेंद्रियखते,  बीजप्रक्रियेसाठी लागणारे थायरम, बाविस्टीन, ट्रायकोडर्मा, जेविकखते, तसेच बागायती कपाशी ठिंबक सिंचनावर घ्यावयाची असल्यास ठिंबक संचाची मांडणी व इतर लागणारे साहित्याचे नियोजन करावे. कापूस व सोयाबीन पिकातील रसशोषक किडी व अळिवर्गीय किडीच्या प्राथमिक नियंत्रणासाठी निंबोळी व दशपर्णी अर्क अगोदरच तयार करून ठेवावे.सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922 धन्यवाद! Maharashtra MH 19-06-2024 Enable