Message List: 12,424
S.No Message Title Message State Created By Creation Date Status Action
5811 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 28/3/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৮ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৩১ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। • চাহ বাগান বোৰত যাতে মাটিৰ আৰ্দ্ৰতা কমি নাযায়, ইয়াৰ বাবে নতুনকৈ ৰোপণ কৰা ঠাইবোৰত মালচিং কৰাটো অতি প্ৰয়োজনীয়। অস্থায়ী (Temporary) / স্থায়ী (Permanent) ছাঁযুক্ত গছ যেনে চিৰিছ গছ ৰোপণ সঠিক যত্নৰে অব্যাহত ৰাখিব লাগিব । ২০ x ২০ ফুট ব্যৱধানত অস্থায়ী ছাঁৰ গছ আৰু ৪০ x ৪০ ফুট দূৰত্বত স্থায়ী ছাঁৰ গছ ৰোপণ কৰিব লাগে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, গছ বোৰত লাঠি বা ৰছী সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-03-2024 Disable
5812 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 28/3/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৮ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৩১ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। • চাহ বাগান বোৰত যাতে মাটিৰ আৰ্দ্ৰতা কমি নাযায়, ইয়াৰ বাবে নতুনকৈ ৰোপণ কৰা ঠাইবোৰত মালচিং কৰাটো অতি প্ৰয়োজনীয়। অস্থায়ী (Temporary) / স্থায়ী (Permanent) ছাঁযুক্ত গছ যেনে চিৰিছ গছ ৰোপণ সঠিক যত্নৰে অব্যাহত ৰাখিব লাগিব । ২০ x ২০ ফুট ব্যৱধানত অস্থায়ী ছাঁৰ গছ আৰু ৪০ x ৪০ ফুট দূৰত্বত স্থায়ী ছাঁৰ গছ ৰোপণ কৰিব লাগে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, গছ বোৰত লাঠি বা ৰছী সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-03-2024 Disable
5813 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 28/3/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৮ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৩১ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। • চাহ বাগান বোৰত যাতে মাটিৰ আৰ্দ্ৰতা কমি নাযায়, ইয়াৰ বাবে নতুনকৈ ৰোপণ কৰা ঠাইবোৰত মালচিং কৰাটো অতি প্ৰয়োজনীয়। অস্থায়ী (Temporary) / স্থায়ী (Permanent) ছাঁযুক্ত গছ যেনে চিৰিছ গছ ৰোপণ সঠিক যত্নৰে অব্যাহত ৰাখিব লাগিব । ২০ x ২০ ফুট ব্যৱধানত অস্থায়ী ছাঁৰ গছ আৰু ৪০ x ৪০ ফুট দূৰত্বত স্থায়ী ছাঁৰ গছ ৰোপণ কৰিব লাগে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, গছ বোৰত লাঠি বা ৰছী সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-03-2024 Disable
5814 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 28/3/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৮ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৩১ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২০-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-২০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। • চাহ বাগান বোৰত যাতে মাটিৰ আৰ্দ্ৰতা কমি নাযায়, ইয়াৰ বাবে নতুনকৈ ৰোপণ কৰা ঠাইবোৰত মালচিং কৰাটো অতি প্ৰয়োজনীয়। অস্থায়ী (Temporary) / স্থায়ী (Permanent) ছাঁযুক্ত গছ যেনে চিৰিছ গছ ৰোপণ সঠিক যত্নৰে অব্যাহত ৰাখিব লাগিব । ২০ x ২০ ফুট ব্যৱধানত অস্থায়ী ছাঁৰ গছ আৰু ৪০ x ৪০ ফুট দূৰত্বত স্থায়ী ছাঁৰ গছ ৰোপণ কৰিব লাগে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, গছ বোৰত লাঠি বা ৰছী সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-03-2024 Disable
5815 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 28/3/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৮ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৩১ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৯-২২ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১৬ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। • চাহ বাগান বোৰত যাতে মাটিৰ আৰ্দ্ৰতা কমি নাযায়, ইয়াৰ বাবে নতুনকৈ ৰোপণ কৰা ঠাইবোৰত মালচিং কৰাটো অতি প্ৰয়োজনীয়। অস্থায়ী (Temporary) / স্থায়ী (Permanent) ছাঁযুক্ত গছ যেনে চিৰিছ গছ ৰোপণ সঠিক যত্নৰে অব্যাহত ৰাখিব লাগিব । ২০ x ২০ ফুট ব্যৱধানত অস্থায়ী ছাঁৰ গছ আৰু ৪০ x ৪০ ফুট দূৰত্বত স্থায়ী ছাঁৰ গছ ৰোপণ কৰিব লাগে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, গছ বোৰত লাঠি বা ৰছী সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ Assam Assam 27-03-2024 Disable
5816 VIL 2-Adilabad-Bela-27-03-2024 నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 27 నుంచి 29 డిగ్రీల సెల్సియస్‌, గరిష్ట ఉష్ణోగ్రత 40 నుంచి 41 డిగ్రీల సెల్సియస్‌గా ఉండి ఆకాశం మేఘావృతమై ఉండే అవకాశం ఉందని ఆదిలాబాద్‌లోని బేల వద్ద ఆటోమేటెడ్ వాతావరణ కేంద్రం వెల్లడించింది. ఈ వారం వాతావరణం పాక్షికంగా మేఘావృతమై ఉండే అవకాశం ఉంది. రైతులకు సలహాలు - ఆలస్యంగా విత్తిన గోధుమలు, రబీ మొక్కజొన్న/జొన్నలు, తోటలు మరియు కూరగాయలు వంటి పొలాల్లో అవసరమైన మేరకు నీరు పెట్టండి. గోధుమలను ముందస్తుగా లేదా సకాలంలో విత్తడంతోపాటు సురక్షితమైన స్థలంలో భద్రపరచాలి. ఆకస్మిక వర్షం కురిసే అవకాశం ఉన్నందున పండించిన ఉత్పత్తులను కవర్ చేయడానికి ఎల్లప్పుడూ టార్పాలిన్‌ను సిద్ధంగా ఉంచుకోండి. పొడి వాతావరణంలో చాలా ఆలస్యంగా విత్తిన గోధుమ పంటలో పాల దశలో నేల తేమ ఒత్తిడిని నివారించడానికి నీటిపారుదల చేయాలి. వేసవి వేరుశెనగ పంటలలో నేల బాష్పీభవనాన్ని నివారించడానికి 10-12 రోజుల వ్యవధిలో నీటిపారుదల చేయాలి, అయితే పొలంలో తేమ పరిస్థితులను బట్టి, వేరు కుళ్ళిపోకుండా ఉండటానికి అధిక నీటిపారుదల / నీరు త్రాగుట ఆపాలి. వేసవి పొద్దుతిరుగుడు పంటలలో, అవసరం ఆధారంగా అంతర పంటలు వేయాలి మరియు కలుపు ఉధృతిని నివారించడానికి పంటను 45 రోజుల పాటు కలుపు లేకుండా చేయాలి. పశువులకు పచ్చి మేత కోసం, సాగు నీటి లభ్యతను బట్టి పశుగ్రాస పంటలను ఎంపిక చేసి విత్తుకోవాలి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telangana Telangana 27-03-2024 Disable
5817 VIL -Adilabad-Jainad-27-03-2024 నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 27 నుండి 29 డిగ్రీల సెల్సియస్‌, గరిష్ట ఉష్ణోగ్రత 40 నుండి 41 డిగ్రీల సెల్సియస్‌గా ఉండే అవకాశం ఉందని ఆదిలాబాద్‌లోని జైనాద్‌లోని ఆటోమేటిక్ వాతావరణ కేంద్రం వాతావరణ సూచన. ఈ వారం వాతావరణం పాక్షికంగా మేఘావృతమై ఉండే అవకాశం ఉంది. 2024 మార్చి 29 మరియు 30 తేదీల్లో కొన్ని చోట్ల పిడుగులు పడే అవకాశం ఉంది. రైతులకు సలహాలు - ఆలస్యంగా విత్తిన గోధుమలు, రబీ మొక్కజొన్న/జొన్నలు, తోటలు మరియు కూరగాయలు వంటి పొలాల్లో అవసరమైన మేరకు నీరు పెట్టండి. గోధుమలను ముందస్తుగా లేదా సకాలంలో విత్తడంతోపాటు సురక్షితమైన స్థలంలో భద్రపరచాలి. ఆకస్మిక వర్షం కురిసే అవకాశం ఉన్నందున పండించిన ఉత్పత్తులను కవర్ చేయడానికి ఎల్లప్పుడూ టార్పాలిన్‌ను సిద్ధంగా ఉంచుకోండి. పొడి వాతావరణంలో చాలా ఆలస్యంగా విత్తిన గోధుమ పంటలో పాల దశలో నేల తేమ ఒత్తిడిని నివారించడానికి నీటిపారుదల చేయాలి. వేసవి వేరుశెనగ పంటలలో నేల బాష్పీభవనాన్ని నివారించడానికి 10-12 రోజుల వ్యవధిలో నీటిపారుదల చేయాలి, అయితే పొలంలో తేమ పరిస్థితులను బట్టి, వేరు కుళ్ళిపోకుండా ఉండటానికి అధిక నీటిపారుదల / నీరు త్రాగుట ఆపాలి. వేసవి పొద్దుతిరుగుడు పంటలలో, అవసరం ఆధారంగా అంతర పంటలు వేయాలి మరియు కలుపు ఉధృతిని నివారించడానికి పంటను 45 రోజుల పాటు కలుపు లేకుండా చేయాలి. పశువులకు పచ్చి మేత కోసం, సాగు నీటి లభ్యతను బట్టి పశుగ్రాస పంటలను ఎంపిక చేసి విత్తుకోవాలి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telangana Telangana 27-03-2024 Disable
5818 મગફળી પાકમો નીંદામણ નમસ્કાર સોલીડારીડાડ , વોડાફોન આઈડિયા ફાઉન્ડેશન અને ઇનડસ ટાવરના વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. આપના વિસ્તારમાં ગોઠવેલ હવામાન સ્ટેશનની માહિતીના આધારે તારીખ ૨૭ , માર્ચ, ૨૦૨૪ થી ૨ એપ્રિલ , ૨૦૨૪ દરમિયાન તાપમાન ૨૨ થી ૩૭ સેલ્સિયસ અને પવનની ગતિ ૧૦ કિલોમીટર પ્રતિ કલાક રહેવાની સંભાવના છે.આકાશ અંશતઃ વાદળછાયું રહેશે. વરસાદની કોઈ શક્યતા નથી. આ સૂકા હવામાનને ધ્યાને લઈ મગફળીના પાકને વાવણી પછી ૪૫ દિવસ સુધી નિંદામણ મુક્ત રાખવો જરૂરી છે આ માટે ૨ થી ૩ આંતરખેડ અને હાથ નિદામણ કરવા. Gujarat Gujrat 26-03-2024 Disable
5819 VIL 2-Yavatmal-Ner-27-03-2024 Yavatmal (2)-नमस्कार शेतकरी बंधूंनो. नेर तालुक्यातील मोझर येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 25 ते 29 अंश तर कमाल 30 ते 41 अंश सेल्सियस एवढे राहील. या आठवड्यात दिनांक २ एप्रिल २०२४ वगळता इतर दिवशी वातावरण अंशत: ढगाळ राहण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना – उशिरा पेरलेल्या गहू, रब्बी मका/ज्वारी, फळबागा आणि भाजीपाला यांसारख्या शेतातील पिकांमध्ये गरजेनुसार सिंचन करा. अगोदर किंवा वेळेवर पेरलेले गहू पिकाची कापणी करून सुरक्षित ठिकाणी साठवावे. अचानक पावसाच्या कोणत्याही शक्यतेसाठी कापणी केलेले उत्पादन झाकण्यासाठी ताडपत्री नेहमी तयार ठेवा. प्रचलित कोरड्या हवामानात खूप उशीरा पेरलेल्या गहू पिकामध्ये दुधाळ अवस्थेत जमिनीतील ओलाव्याचा ताण टाळण्यासाठी सिंचन करावे. उन्हाळी भुईमुग पिकांत प्रचलित जमिनीतील बाष्पीभवन टाळण्यासाठी 10-12 दिवसांच्या अंतराने सिंचन करावे, तथापि शेतातील ओलावा स्थिती पाहता, मूळकूज टाळण्यासाठी जास्त सिंचन/पाणी देणे थांबविणे. उन्हाळी सूर्यफूल पिकांत, गरजेवर आधारित आंतर- मशागतची कामे पूर्ण करावी आणि तणांचा प्रादुर्भाव रोखण्यासाठी पीक ४५ दिवसांपर्यंत तणमुक्त ठेवावे. पशुधनाच्या हिरव्या चाऱ्यासाठी, सिंचनाच्या पाण्याच्या उपलब्धते नुसार, चारा पिकांची निवड व पेरणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 26-03-2024 Disable
5820 VIL 1-Yavatmal-Ghatanji-27-02-2024 Yavatmal (1)-नमस्कार शेतकरी बंधूंनो......घाटंजी तालुक्यातील मारेगाव येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 27 ते 29 अंश तर कमाल 40 ते 41 अंश सेल्सियस एवढे राहील. या आठवड्यात दिनांक २ एप्रिल २०२४ वगळता इतर दिवशी वातावरण अंशत: ढगाळ राहण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना – उशिरा पेरलेल्या गहू, रब्बी मका/ज्वारी, फळबागा आणि भाजीपाला यांसारख्या शेतातील पिकांमध्ये गरजेनुसार सिंचन करा. अगोदर किंवा वेळेवर पेरलेले गहू पिकाची कापणी करून सुरक्षित ठिकाणी साठवावे. अचानक पावसाच्या कोणत्याही शक्यतेसाठी कापणी केलेले उत्पादन झाकण्यासाठी ताडपत्री नेहमी तयार ठेवा. प्रचलित कोरड्या हवामानात खूप उशीरा पेरलेल्या गहू पिकामध्ये दुधाळ अवस्थेत जमिनीतील ओलाव्याचा ताण टाळण्यासाठी सिंचन करावे. उन्हाळी भुईमुग पिकांत प्रचलित जमिनीतील बाष्पीभवन टाळण्यासाठी 10-12 दिवसांच्या अंतराने सिंचन करावे, तथापि शेतातील ओलावा स्थिती पाहता, मूळकूज टाळण्यासाठी जास्त सिंचन/पाणी देणे थांबविणे. उन्हाळी सूर्यफूल पिकांत, गरजेवर आधारित आंतर- मशागतची कामे पूर्ण करावी आणि तणांचा प्रादुर्भाव रोखण्यासाठी पीक ४५ दिवसांपर्यंत तणमुक्त ठेवावे. पशुधनाच्या हिरव्या चाऱ्यासाठी, सिंचनाच्या पाण्याच्या उपलब्धते नुसार, चारा पिकांची निवड व पेरणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 26-03-2024 Disable