Message List: 11,687
S.No Message Title Message State Created By Creation Date Status Action
5831 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 25/1/24) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য আৰম্ভ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-01-2024 Disable
5832 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 25/1/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৩১ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য আৰম্ভ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-01-2024 Disable
5833 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 25/1/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪, বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২০-২৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৮-১২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য আৰম্ভ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-01-2024 Disable
5834 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 25/1/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৮-১২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য আৰম্ভ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-01-2024 Disable
5835 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 25/1/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২০-২৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৮-১২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য আৰম্ভ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-01-2024 Disable
5836 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 25/1/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২২-২৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০% আৰু ৩৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য আৰম্ভ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-01-2024 Disable
5837 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 25/1/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৩১ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৩-২৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০% আৰু ৩৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য আৰম্ভ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-01-2024 Disable
5838 गेहू मे सिचाई प्रबंधन वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Nagoniya जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 23 January - 29 January के दौरान दिन में 24 और रात में 10 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की फसल मे बाली मे दूध भरने की अवस्था मे सिंचाई बहुत ही आवश्यक होती है,जिससे दानों का भराव अच्छे से होता है। इस अवस्था मे 13 अनुपात 00 अनुपात 45 NPK 5 ग्राम प्रति लीटर पानी साथ में उपयोग लाभदायक होता है। प्याज़; लहसुन मे इस समय मौसम मे बहुत ज्यादा उतार चढ़ाव से फफूंद जनित रोगों की अत्यधिक समस्या आ रही है मेंटलेक्सील मैनकोज़ेब 2 दशमलो 5 ग्राम प्रति लीटर पानी मे स्प्रे करे। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 24-01-2024 Disable
5839 गेहू मे सिचाई प्रबंधन वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Anwalikalan जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 23 January - 29 January के दौरान दिन में 24 और रात में 10 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की फसल मे बाली मे दूध भरने की अवस्था मे सिंचाई बहुत ही आवश्यक होती है,जिससे दानों का भराव अच्छे से होता है। इस अवस्था मे 13 अनुपात 00 अनुपात 45 NPK 5 ग्राम प्रति लीटर पानी साथ में उपयोग लाभदायक होता है। प्याज़; लहसुन मे इस समय मौसम मे बहुत ज्यादा उतार चढ़ाव से फफूंद जनित रोगों की अत्यधिक समस्या आ रही है मेंटलेक्सील मैनकोज़ेब 2 दशमलो 5 ग्राम प्रति लीटर पानी मे स्प्रे करे। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 24-01-2024 Disable
5840 गेहू मे सिचाई प्रबंधन वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Bagher जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 23 January - 29 January के दौरान दिन में 24 और रात में 10 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की फसल मे बाली मे दूध भरने की अवस्था मे सिंचाई बहुत ही आवश्यक होती है,जिससे दानों का भराव अच्छे से होता है। इस अवस्था मे 13 अनुपात 00 अनुपात 45 NPK 5 ग्राम प्रति लीटर पानी साथ में उपयोग लाभदायक होता है। प्याज़; लहसुन मे इस समय मौसम मे बहुत ज्यादा उतार चढ़ाव से फफूंद जनित रोगों की अत्यधिक समस्या आ रही है मेंटलेक्सील मैनकोज़ेब 2 दशमलो 5 ग्राम प्रति लीटर पानी मे स्प्रे करे। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 24-01-2024 Disable