Message List: 12,199
S.No Message Title Message State Created By Creation Date Status Action
5841 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 29/2/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৯ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৫ মাৰ্চত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • বৰ্তমান চলিথকা অনুকুল বতৰৰ বাবে প্ৰায়বোৰ কলম কৰা চাহ গছত নতুনকৈ পুং ওলোৱা দেখা পোৱা যাব । বিশেষকৈ UP, LOS, LS, বাগান বোৰত নতুনকৈ ওলোৱা পাত বোৰ টেবুলৰ সমানকৈ তুলিব লাগে , কুমলীয়া বান্জী পাত দেখিলে পাত তোলাৰ টেবুলৰ সমানকৈ তুলিব লাগে । নতুনকৈ ওলোৱা পাত ওচৰৰ কলঘৰলৈ পঠিয়াব পাৰিলে ভাল হয় । • MS বাগানবোৰত এটা ভাঙৰ পাতৰ ওপৰত টিপিং কৰিব লাগে । DS বাগান বোৰত দুটা ডাঙৰ পাতৰ ওপৰত টিপিং কৰিব লাগে । টিপিং কৰোতে চাব যাতে পাত তোলাৰ টেবুলৰ তলত কোনেও হাত নভৰাই আৰু টেবুল খন অসমান নকৰে । • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 28-02-2024 Disable
5842 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 29/2/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৯ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ, ২০২৪, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৫ মাৰ্চত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • বৰ্তমান চলিথকা অনুকুল বতৰৰ বাবে প্ৰায়বোৰ কলম কৰা চাহ গছত নতুনকৈ পুং ওলোৱা দেখা পোৱা যাব । বিশেষকৈ UP, LOS, LS, বাগান বোৰত নতুনকৈ ওলোৱা পাত বোৰ টেবুলৰ সমানকৈ তুলিব লাগে , কুমলীয়া বান্জী পাত দেখিলে পাত তোলাৰ টেবুলৰ সমানকৈ তুলিব লাগে । নতুনকৈ ওলোৱা পাত ওচৰৰ কলঘৰলৈ পঠিয়াব পাৰিলে ভাল হয় । • MS বাগানবোৰত এটা ভাঙৰ পাতৰ ওপৰত টিপিং কৰিব লাগে । DS বাগান বোৰত দুটা ডাঙৰ পাতৰ ওপৰত টিপিং কৰিব লাগে । টিপিং কৰোতে চাব যাতে পাত তোলাৰ টেবুলৰ তলত কোনেও হাত নভৰাই আৰু টেবুল খন অসমান নকৰে । • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 28-02-2024 Disable
5843 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 29/2/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৯ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৪ মাৰ্চত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • বৰ্তমান চলিথকা অনুকুল বতৰৰ বাবে প্ৰায়বোৰ কলম কৰা চাহ গছত নতুনকৈ পুং ওলোৱা দেখা পোৱা যাব । বিশেষকৈ UP, LOS, LS, বাগান বোৰত নতুনকৈ ওলোৱা পাত বোৰ টেবুলৰ সমানকৈ তুলিব লাগে , কুমলীয়া বান্জী পাত দেখিলে পাত তোলাৰ টেবুলৰ সমানকৈ তুলিব লাগে । নতুনকৈ ওলোৱা পাত ওচৰৰ কলঘৰলৈ পঠিয়াব পাৰিলে ভাল হয় । • MS বাগানবোৰত এটা ভাঙৰ পাতৰ ওপৰত টিপিং কৰিব লাগে । DS বাগান বোৰত দুটা ডাঙৰ পাতৰ ওপৰত টিপিং কৰিব লাগে । টিপিং কৰোতে চাব যাতে পাত তোলাৰ টেবুলৰ তলত কোনেও হাত নভৰাই আৰু টেবুল খন অসমান নকৰে । • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 28-02-2024 Disable
5844 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 29/2/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৯ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৪ মাৰ্চত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • বৰ্তমান চলিথকা অনুকুল বতৰৰ বাবে প্ৰায়বোৰ কলম কৰা চাহ গছত নতুনকৈ পুং ওলোৱা দেখা পোৱা যাব । বিশেষকৈ UP, LOS, LS, বাগান বোৰত নতুনকৈ ওলোৱা পাত বোৰ টেবুলৰ সমানকৈ তুলিব লাগে , কুমলীয়া বান্জী পাত দেখিলে পাত তোলাৰ টেবুলৰ সমানকৈ তুলিব লাগে । নতুনকৈ ওলোৱা পাত ওচৰৰ কলঘৰলৈ পঠিয়াব পাৰিলে ভাল হয় । • MS বাগানবোৰত এটা ভাঙৰ পাতৰ ওপৰত টিপিং কৰিব লাগে । DS বাগান বোৰত দুটা ডাঙৰ পাতৰ ওপৰত টিপিং কৰিব লাগে । টিপিং কৰোতে চাব যাতে পাত তোলাৰ টেবুলৰ তলত কোনেও হাত নভৰাই আৰু টেবুল খন অসমান নকৰে । • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 28-02-2024 Disable
5845 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 29/2/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৯ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৭৫% আৰু ৩০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • বৰ্তমান চলিথকা অনুকুল বতৰৰ বাবে প্ৰায়বোৰ কলম কৰা চাহ গছত নতুনকৈ পুং ওলোৱা দেখা পোৱা যাব । বিশেষকৈ UP, LOS, LS, বাগান বোৰত নতুনকৈ ওলোৱা পাত বোৰ টেবুলৰ সমানকৈ তুলিব লাগে , কুমলীয়া বান্জী পাত দেখিলে পাত তোলাৰ টেবুলৰ সমানকৈ তুলিব লাগে । নতুনকৈ ওলোৱা পাত ওচৰৰ কলঘৰলৈ পঠিয়াব পাৰিলে ভাল হয় । • MS বাগানবোৰত এটা ভাঙৰ পাতৰ ওপৰত টিপিং কৰিব লাগে । DS বাগান বোৰত দুটা ডাঙৰ পাতৰ ওপৰত টিপিং কৰিব লাগে । টিপিং কৰোতে চাব যাতে পাত তোলাৰ টেবুলৰ তলত কোনেও হাত নভৰাই আৰু টেবুল খন অসমান নকৰে । • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 28-02-2024 Disable
5846 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 29/2/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৯ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৪-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮৫ % আৰু ৩০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • বৰ্তমান চলিথকা অনুকুল বতৰৰ বাবে প্ৰায়বোৰ কলম কৰা চাহ গছত নতুনকৈ পুং ওলোৱা দেখা পোৱা যাব । বিশেষকৈ UP, LOS, LS, বাগান বোৰত নতুনকৈ ওলোৱা পাত বোৰ টেবুলৰ সমানকৈ তুলিব লাগে , কুমলীয়া বান্জী পাত দেখিলে পাত তোলাৰ টেবুলৰ সমানকৈ তুলিব লাগে । নতুনকৈ ওলোৱা পাত ওচৰৰ কলঘৰলৈ পঠিয়াব পাৰিলে ভাল হয় । • MS বাগানবোৰত এটা ভাঙৰ পাতৰ ওপৰত টিপিং কৰিব লাগে । DS বাগান বোৰত দুটা ডাঙৰ পাতৰ ওপৰত টিপিং কৰিব লাগে । টিপিং কৰোতে চাব যাতে পাত তোলাৰ টেবুলৰ তলত কোনেও হাত নভৰাই আৰু টেবুল খন অসমান নকৰে । • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 28-02-2024 Disable
5847 गेहू मे कटाई पर सलाह वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Nagoniya जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 27 February - 4 March के दौरान दिन में 29 और रात में 17 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेंहु की फसल में दाने पककर सख्त हो जाएं और पत्तियाँ सुखकर टूटने लगे एवं बीज में नमी 20-25 % हो तो मानव श्रम से कटाई कर धूप में सुखाकर मढ़ाई एवं ओसाई करें । यदि आप कटाई मे कम्बाईन हार्वेस्टर का उपयोग करते समय ध्यान रहे बीज में नमी की मात्रा 14 प्रतिशत हो। फसलों की कटाई के लिए उपयुक्त समय सुबह-सुबह का है । गेहूं की कटाई के बाद बचे हुए अवशेषों/ नरवाई को खेत में ना जलाएं । जिससे जमीन में रहने वाले जीवाणु बचे रहे व मिट्टी की उर्वरकता कम न हो । रबी की फसल कटाई के बाद खाली हुए खेत में ग्रीष्मकालीन मूंग या उड़द की बुवाई हेतु खेत तैयार करें। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 28-02-2024 Disable
5848 गेहू मे कटाई पर सलाह वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Anwalikalan जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 27 February - 4 March के दौरान दिन में 29 और रात में 17 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेंहु की फसल में दाने पककर सख्त हो जाएं और पत्तियाँ सुखकर टूटने लगे एवं बीज में नमी 20-25 % हो तो मानव श्रम से कटाई कर धूप में सुखाकर मढ़ाई एवं ओसाई करें । यदि आप कटाई मे कम्बाईन हार्वेस्टर का उपयोग करते समय ध्यान रहे बीज में नमी की मात्रा 14 प्रतिशत हो। फसलों की कटाई के लिए उपयुक्त समय सुबह-सुबह का है । गेहूं की कटाई के बाद बचे हुए अवशेषों/ नरवाई को खेत में ना जलाएं । जिससे जमीन में रहने वाले जीवाणु बचे रहे व मिट्टी की उर्वरकता कम न हो । रबी की फसल कटाई के बाद खाली हुए खेत में ग्रीष्मकालीन मूंग या उड़द की बुवाई हेतु खेत तैयार करें। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 28-02-2024 Disable
5849 गेहू मे कटाई पर सलाह वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Bagher जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 27 February - 4 March के दौरान दिन में 29 और रात में 17 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेंहु की फसल में दाने पककर सख्त हो जाएं और पत्तियाँ सुखकर टूटने लगे एवं बीज में नमी 20-25 % हो तो मानव श्रम से कटाई कर धूप में सुखाकर मढ़ाई एवं ओसाई करें । यदि आप कटाई मे कम्बाईन हार्वेस्टर का उपयोग करते समय ध्यान रहे बीज में नमी की मात्रा 14 प्रतिशत हो। फसलों की कटाई के लिए उपयुक्त समय सुबह-सुबह का है । गेहूं की कटाई के बाद बचे हुए अवशेषों/ नरवाई को खेत में ना जलाएं । जिससे जमीन में रहने वाले जीवाणु बचे रहे व मिट्टी की उर्वरकता कम न हो । रबी की फसल कटाई के बाद खाली हुए खेत में ग्रीष्मकालीन मूंग या उड़द की बुवाई हेतु खेत तैयार करें। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 28-02-2024 Disable
5850 गेहू मे कटाई पर सलाह वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Khumariya जिला Bundi ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 27 February - 4 March के दौरान दिन में 29 और रात में 17 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेंहु की फसल में दाने पककर सख्त हो जाएं और पत्तियाँ सुखकर टूटने लगे एवं बीज में नमी 20-25 % हो तो मानव श्रम से कटाई कर धूप में सुखाकर मढ़ाई एवं ओसाई करें । यदि आप कटाई मे कम्बाईन हार्वेस्टर का उपयोग करते समय ध्यान रहे बीज में नमी की मात्रा 14 प्रतिशत हो। फसलों की कटाई के लिए उपयुक्त समय सुबह-सुबह का है । गेहूं की कटाई के बाद बचे हुए अवशेषों/ नरवाई को खेत में ना जलाएं । जिससे जमीन में रहने वाले जीवाणु बचे रहे व मिट्टी की उर्वरकता कम न हो । रबी की फसल कटाई के बाद खाली हुए खेत में ग्रीष्मकालीन मूंग या उड़द की बुवाई हेतु खेत तैयार करें। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 28-02-2024 Disable