Message List: 11,333
S.No Message Title Message State Created By Creation Date Status Action
5891 Betonibaam 28-12-2023 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-12-2023 Disable
5892 Nemupathar 28-12-2023 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪, বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-12-2023 Disable
5893 Dariabheti 28-12-2023 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-12-2023 Disable
5894 Rupjan 28-12-2023 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-12-2023 Disable
5895 Darogachuba 28-12-2023 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪ বতৰ ফৰকাল হৈ থাকিব । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-12-2023 Disable
5896 Amjuli 28-12-2023 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪ বতৰ ফৰকাল হৈ থাকিব আৰু ৩ জানুৱাৰীত বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-12-2023 Disable
5897 ઘઉના પાકમો પિયત નમસ્કાર સોલીડારીડાડ અને વોડાફોન આઈડિયા ફાઉન્ડેશનના વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. આપના વિસ્તારમાં ગોઠવેલ હવામાન સ્ટેશનની માહિતીના આધારે તારીખ ૨૭ ડિસેમ્બર , 2023 થી૨ જાન્યુઆરી, ૨૦૨૪ સુધીમાં પવનની ગતિ ૧૪.૧ કિલોમીટર પ્રતિ કલાક રહેવાની સંભાવના છે.વાદળછાયું વાતાવરણ રહેવાની સંભાવના છે. વરસાદની કોઈ શક્યતા નથી.ઘઉના પાકમો વાવણી બાદ પ્રથમ પિયત ૨૧ દિવસે (મુકુટ મૂળ અવસ્થાએ) આપવું. Gujarat Gujrat 27-12-2023 Disable
5898 ઘઉના પાકમો પિયત નમસ્કાર સોલીડારીડાડ અને વોડાફોન આઈડિયા ફાઉન્ડેશનના વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. આપના વિસ્તારમાં ગોઠવેલ હવામાન સ્ટેશનની માહિતીના આધારે તારીખ ૨૭ ડિસેમ્બર , 2023 થી૨ જાન્યુઆરી, ૨૦૨૪ સુધીમાં પવનની ગતિ ૧૪.૧ કિલોમીટર પ્રતિ કલાક રહેવાની સંભાવના છે.વાદળછાયું વાતાવરણ રહેવાની સંભાવના છે. વરસાદની કોઈ શક્યતા નથી.ઘઉના પાકમો વાવણી બાદ પ્રથમ પિયત ૨૧ દિવસે (મુકુટ મૂળ અવસ્થાએ) આપવું. Gujarat Gujrat 27-12-2023 Disable
5899 irrigation in wheat crop ઘઉના પાકમો વાવણી બાદ પ્રથમ પિયત ૨૧ દિવસે (મુકુટ મૂળ અવસ્થાએ) આપવું. Gujarat Gujrat 27-12-2023 Disable
5900 દિવેલા પાકમો પિયત નમસ્કાર સોલીડારીડાડ અને વોડાફોન આઈડિયા ફાઉન્ડેશનના વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. મડાણા(ગઢ) વિસ્તારમાં રહેલ હવામાન સ્ટેશનની માહિતીના આધારે તારીખ ૨૮ ડિસેમ્બર , 2023 થી૨ જાન્યુઆરી, ૨૦૨૪ સુધીમાં પવનની ગતિ ૧૧ કિલોમીટર પ્રતિ કલાક રહેવાની સંભાવના છે.વાદળછાયું વાતાવરણ રહેવાની સંભાવના છે. વરસાદની કોઈ શક્યતા નથી. આ હવામાનને ધ્યાને લઇ દિવેલાના પાકને ઠંડીની અસરને ઘટાડવા સાંજના સમયે પિયત આપવું. Gujarat Gujrat 27-12-2023 Disable