Message List: 12,424
S.No Message Title Message State Created By Creation Date Status Action
6261 14th Feb24 JHR সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ১৪ তারিখ থেকে ফেব্রুয়ারী মাসের ২০ তারিখ পর্যন্ত আকাশ মূলত পরিষ্কার ও আংশিক মেঘলা থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৪ ডিগ্রি সেন্টিগ্রেড থেকে ১৬ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৩ থেকে ১০ কিমি প্রতি ঘণ্টায় দক্ষিণ পশ্চিম ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৩০% শতাংশ থাকবে বলে অনুমান করা হচ্ছে । চা বাগানের মাটি পরীক্ষার রিপোর্ট পেয়ে থাকলে মাটির পি এইচ (pH) ঠিক করতে ডলোমাইট বা চুন ব্যবহার করুন । নুতুন কুড়িতে জাব পোকা , হাল্কা মশা,ছোট লুপার ,হাল্কা লাল পোকা দেখা দিলে কুইনালফোস ও নীম এক সাথে মিশিয়ে স্প্রে ক্রুন । আনপ্রুন /এল ও এস / এল এস সেকশনে ১৫ থেকে ২০ দিনের অন্তরে এম ও পি ১% + ম্যাগনেসিয়াম সালফেট ১% স্প্রে করে যান । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 15-02-2024 Disable
6262 14th Feb24 JAM সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ১৪ তারিখ থেকে ফেব্রুয়ারী মাসের ২০ তারিখ পর্যন্ত আকাশ মূলত পরিষ্কার ও আংশিক মেঘলা থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৫ ডিগ্রি সেন্টিগ্রেড থেকে ১৭ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৩ থেকে ১০ কিমি প্রতি ঘণ্টায় উত্তর পশ্চিম এবং দক্ষিণ পশ্চিম দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৩০% ,। মাটির নিচের ১০সেমি থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৫.৯ ডিগ্রি সেণ্টিগ্রেড থেকে ১৮.৪ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১২.৮ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । চা বাগানের মাটি পরীক্ষার রিপোর্ট পেয়ে থাকলে মাটির পি এইচ (pH) ঠিক করতে ডলোমাইট বা চুন ব্যবহার করুন । নুতুন কুড়িতে জাব পোকা , হাল্কা মশা,ছোট লুপার ,হাল্কা লাল পোকা দেখা দিলে কুইনালফোস ও নীম এক সাথে মিশিয়ে স্প্রে ক্রুন । আনপ্রুন /এল ও এস / এল এস সেকশনে ১৫ থেকে ২০ দিনের অন্তরে এম ও পি ১% + ম্যাগনেসিয়াম সালফেট ১% স্প্রে করে যান । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 15-02-2024 Disable
6263 14th Feb24 BB সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ১৪ তারিখ থেকে ফেব্রুয়ারী মাসের ২০ তারিখ পর্যন্ত আকাশ মূলত পরিষ্কার ও আংশিক মেঘলা থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৪ ডিগ্রি সেন্টিগ্রেড থেকে ১৬ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৬ থেকে ১১ কিমি প্রতি ঘণ্টায় দক্ষিণ পশ্চিম দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৩৫% ,। মাটির নিচের ১০সেমি থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৫.৯ ডিগ্রি সেণ্টিগ্রেড থেকে ১৭.৬ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৫.০ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । চা বাগানের মাটি পরীক্ষার রিপোর্ট পেয়ে থাকলে মাটির পি এইচ (pH) ঠিক করতে ডলোমাইট বা চুন ব্যবহার করুন । নুতুন কুড়িতে জাব পোকা , হাল্কা মশা,ছোট লুপার ,হাল্কা লাল পোকা দেখা দিলে কুইনালফোস ও নীম এক সাথে মিশিয়ে স্প্রে ক্রুন । আনপ্রুন /এল ও এস / এল এস সেকশনে ১৫ থেকে ২০ দিনের অন্তরে এম ও পি ১% + ম্যাগনেসিয়াম সালফেট ১% স্প্রে করে যান । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 15-02-2024 Disable
6264 14th Feb24 BK সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ১৪ তারিখ থেকে ফেব্রুয়ারী মাসের ২০ তারিখ পর্যন্ত আকাশ মূলত পরিষ্কার ও আংশিক মেঘলা থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৫ ডিগ্রি সেন্টিগ্রেড থেকে ১৭ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৩ থেকে ১০ কিমি প্রতি ঘণ্টায় দক্ষিণ পশ্চিম দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯০% থেকে ৩৫% ,। মাটির নিচের ১০সেমি থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৬.৪ ডিগ্রি সেণ্টিগ্রেড থেকে ১৬.৯ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৮.৪ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । চা বাগানের মাটি পরীক্ষার রিপোর্ট পেয়ে থাকলে মাটির পি এইচ (pH) ঠিক করতে ডলোমাইট বা চুন ব্যবহার করুন । নুতুন কুড়িতে জাব পোকা , হাল্কা মশা,ছোট লুপার ,হাল্কা লাল পোকা দেখা দিলে কুইনালফোস ও নীম এক সাথে মিশিয়ে স্প্রে ক্রুন । আনপ্রুন /এল ও এস / এল এস সেকশনে ১৫ থেকে ২০ দিনের অন্তরে এম ও পি ১% + ম্যাগনেসিয়াম সালফেট ১% স্প্রে করে যান । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 15-02-2024 Disable
6265 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 15/2/24) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২১ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 14-02-2024 Disable
6266 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 15/2/24) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২১ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 14-02-2024 Disable
6267 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 15/2/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২১ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 14-02-2024 Disable
6268 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 15/2/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২১ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 14-02-2024 Disable
6269 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 15/2/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২১ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 14-02-2024 Disable
6270 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 15/2/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২১ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 14-02-2024 Disable