Message List: 11,513
S.No Message Title Message State Created By Creation Date Status Action
6281 पाले से बचाव पर सलाह Aligarh वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Aligarh जिला Tonk ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 5 December- 11 December के दौरान दिन में 23 और रात में 14 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। विश्व मृदा दिवस की सभी को शुभकामनाए ! हम सभी अपनी मिट्टी को स्वास्थ रखने संकल्प ले। सरसों की फसल में माहू (एफिड) के प्रकोप के जैविक नियंत्रण के लिये खेत में 5 से 6 पीले चिपचिपे कार्ड (जाल) अवश्य लगायें। एफिड का प्रकोप दिखने पर नीम सीड करनाल एक्सट्रेक्ट (5%) या नीम तेल (2 %)) का छिडकाव कर प्रभावी प्रबंधन कर सकते है। पिछले मे सप्ताह मौसम में होने वाले परिवर्तन को ध्यान रखकर सभी फसलों में कीट-व्याधियों को प्रकोप बढ़ने की संभावना है अतह उनका उचित प्रबन्धन सुनिश्चित करें I सरसों की फसलों पर माहू (एफिड)मुख्य कीट हैं। माहूं कीट लगभग 35 से 70 प्रतिशत तक उपज में हानि एवं 5-10 प्रतिशत तक तेल की प्राप्ति में कमी करता है। जब कीट का प्रकोप औसतन 25 कीट प्रति पौधा या 10 प्रतिशत पौधों पर हो जाए, तो निम्न से किसी एक कीटनाशक का प्रयोग जैसे इमीडाक्लोरोप्रिड (17.8 प्रतिशत) का 20-25 ग्राम या डाइमेथोएट 30 ई.सी. या मिथाइल डिमेटान 25 ई.सी. 1000 मि.ली. प्रति हैक्टर की दर से 600-800 लीटर पानी में घोल बनाकर छिड़काव करें। सरसों की फसल में माहू (एफिड) के प्रकोप के जैविक नियंत्रण के लिये खेत में 5 से 6 पीले चिपचिपे कार्ड प्रति एकड़ अवश्य लगायें एवं नीम सीड करनाल एक्सट्रेक्ट (5%) या नीम तेल (2 %) का छिडकाव कर प्रभावी प्रबंधन कर सकते है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 13-12-2023 Disable
6282 पाले से बचाव पर सलाह Bhairpur वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Bheropur जिला Tonk ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 5 December- 11 December के दौरान दिन में 24 और रात में 14 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। विश्व मृदा दिवस की सभी को शुभकामनाए ! हम सभी अपनी मिट्टी को स्वास्थ रखने संकल्प ले। सरसों की फसल में माहू (एफिड) के प्रकोप के जैविक नियंत्रण के लिये खेत में 5 से 6 पीले चिपचिपे कार्ड (जाल) अवश्य लगायें। एफिड का प्रकोप दिखने पर नीम सीड करनाल एक्सट्रेक्ट (5%) या नीम तेल (2 %)) का छिडकाव कर प्रभावी प्रबंधन कर सकते है। पिछले मे सप्ताह मौसम में होने वाले परिवर्तन को ध्यान रखकर सभी फसलों में कीट-व्याधियों को प्रकोप बढ़ने की संभावना है अतह उनका उचित प्रबन्धन सुनिश्चित करें I सरसों की फसलों पर माहू (एफिड)मुख्य कीट हैं। माहूं कीट लगभग 35 से 70 प्रतिशत तक उपज में हानि एवं 5-10 प्रतिशत तक तेल की प्राप्ति में कमी करता है। जब कीट का प्रकोप औसतन 25 कीट प्रति पौधा या 10 प्रतिशत पौधों पर हो जाए, तो निम्न से किसी एक कीटनाशक का प्रयोग जैसे इमीडाक्लोरोप्रिड (17.8 प्रतिशत) का 20-25 ग्राम या डाइमेथोएट 30 ई.सी. या मिथाइल डिमेटान 25 ई.सी. 1000 मि.ली. प्रति हैक्टर की दर से 600-800 लीटर पानी में घोल बनाकर छिड़काव करें। सरसों की फसल में माहू (एफिड) के प्रकोप के जैविक नियंत्रण के लिये खेत में 5 से 6 पीले चिपचिपे कार्ड प्रति एकड़ अवश्य लगायें एवं नीम सीड करनाल एक्सट्रेक्ट (5%) या नीम तेल (2 %) का छिडकाव कर प्रभावी प्रबंधन कर सकते है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 13-12-2023 Disable
6283 पाले से बचाव पर सलाह Jamdoli वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Jamdoli जिला Tonk ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 5 December- 11 December के दौरान दिन में 24 और रात में 14 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। विश्व मृदा दिवस की सभी को शुभकामनाए ! हम सभी अपनी मिट्टी को स्वास्थ रखने संकल्प ले। सरसों की फसल में माहू (एफिड) के प्रकोप के जैविक नियंत्रण के लिये खेत में 5 से 6 पीले चिपचिपे कार्ड (जाल) अवश्य लगायें। एफिड का प्रकोप दिखने पर नीम सीड करनाल एक्सट्रेक्ट (5%) या नीम तेल (2 %)) का छिडकाव कर प्रभावी प्रबंधन कर सकते है। पिछले मे सप्ताह मौसम में होने वाले परिवर्तन को ध्यान रखकर सभी फसलों में कीट-व्याधियों को प्रकोप बढ़ने की संभावना है अतह उनका उचित प्रबन्धन सुनिश्चित करें I सरसों की फसलों पर माहू (एफिड)मुख्य कीट हैं। माहूं कीट लगभग 35 से 70 प्रतिशत तक उपज में हानि एवं 5-10 प्रतिशत तक तेल की प्राप्ति में कमी करता है। जब कीट का प्रकोप औसतन 25 कीट प्रति पौधा या 10 प्रतिशत पौधों पर हो जाए, तो निम्न से किसी एक कीटनाशक का प्रयोग जैसे इमीडाक्लोरोप्रिड (17.8 प्रतिशत) का 20-25 ग्राम या डाइमेथोएट 30 ई.सी. या मिथाइल डिमेटान 25 ई.सी. 1000 मि.ली. प्रति हैक्टर की दर से 600-800 लीटर पानी में घोल बनाकर छिड़काव करें। सरसों की फसल में माहू (एफिड) के प्रकोप के जैविक नियंत्रण के लिये खेत में 5 से 6 पीले चिपचिपे कार्ड प्रति एकड़ अवश्य लगायें एवं नीम सीड करनाल एक्सट्रेक्ट (5%) या नीम तेल (2 %) का छिडकाव कर प्रभावी प्रबंधन कर सकते है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 13-12-2023 Disable
6284 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 14/12/23) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-12-2023 Disable
6285 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 14/12/23) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-12-2023 Disable
6286 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 14/12/23) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৬ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-12-2023 Disable
6287 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 14/12/23) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩, বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-12-2023 Disable
6288 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 14/12/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৬০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-12-2023 Disable
6289 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 14/12/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-12-2023 Disable
6290 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 14/12/23) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-12-2023 Disable