Message List: 11,341
S.No Message Title Message State Created By Creation Date Status Action
6661 गेहू मे सिचाई पर सलाह Agrod वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Agrod जिला Dewas ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह के दौरान दिन में 33 और रात में 19 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूँ की खेती में उपलब्ध पानी की समुचित प्रबंधन आवश्यक है । गेहूँ की अगेती या समय से या पछेती लगाई किस्मों के लिए पहली सिंचाई बोवनी के 20 दिनों के बाद जब जड़ व तना बनने (क्राउन रूट इनिशियेशन) के समय अनुशंसित है । अन्य क्रांतिक अवस्थायों पर सिंचाई की आवश्यकतावों पर समय समय पर जानकारी आपको उपलब्ध कराई जाएगी । खेत की नियमित निगरानी रखें । फ़सल को प्रारंभिक 30-35 दिनों तक खरपतवार मुक्त रखें । स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8-2-5-1-0-7-1-8-1-8) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Madhya Pradesh MP 08-11-2023 Disable
6662 गेहू मे सिचाई पर सलाह Mahudiya वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम महूडिया जिला Dewas ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह के दौरान दिन में 32 और रात में 20 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूँ की खेती में उपलब्ध पानी की समुचित प्रबंधन आवश्यक है । गेहूँ की अगेती या समय से या पछेती लगाई किस्मों के लिए पहली सिंचाई बोवनी के 20 दिनों के बाद जब जड़ व तना बनने (क्राउन रूट इनिशियेशन) के समय अनुशंसित है । अन्य क्रांतिक अवस्थायों पर सिंचाई की आवश्यकतावों पर समय समय पर जानकारी आपको उपलब्ध कराई जाएगी । खेत की नियमित निगरानी रखें । फ़सल को प्रारंभिक 30-35 दिनों तक खरपतवार मुक्त रखें । स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8-2-5-1-0-7-1-8-1-8) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Madhya Pradesh MP 08-11-2023 Disable
6663 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 9/11/23) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত অক্টোবৰ মাহত মুঠ ১১২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগিব • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 08-11-2023 Disable
6664 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 9/11/23) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৯ৰ পৰা ১৫ নৱেম্বৰলৈ ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত অক্টোবৰ মাহত মুঠ ৩৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগিব • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 08-11-2023 Disable
6665 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 9/11/23) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৮-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত অক্টোবৰ মাহত মুঠ ১৩৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগিব • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 08-11-2023 Disable
6666 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 9/11/23) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৮-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত অক্টোবৰ মাহত মুঠ ১০০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগিব • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 08-11-2023 Disable
6667 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 9/11/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৮-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত অক্টোবৰ মাহত মুঠ ২২৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগিব • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 08-11-2023 Disable
6668 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 9/11/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৮-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত অক্টোবৰ মাহত মুঠ ১৫৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগিব • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 08-11-2023 Disable
6669 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 9/11/23) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৬-১৯ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। বিগত অক্টোবৰ মাহত মুঠ ৮৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগিব • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 08-11-2023 Disable
6670 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 9/11/23) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৬-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু পূব দিশৰ পৰা বলিব। বিগত অক্টোবৰ মাহত মুঠ ৯৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগিব • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 08-11-2023 Disable