Message List: 11,701
S.No Message Title Message State Created By Creation Date Status Action
6691 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 30/11/23) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৯/১০ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। LP ৰাখিব লগা বাগানবোৰত প্ৰথমে পূৰণা LP ডাগিৰ ২ইন্চি ওপৰত গছৰ মাজ ভাগৰ পৰা ডাল বোৰ সমানকৈ কাটি sample পাহি কৰি লৈ পিছৰ গছ বোৰ তাৰ সমানে কাটি লব লাগে । কটা ডাল বোৰ যাতে ফাটি নাযায় তাৰ বাবে যথেষ্ট যত্ন লব লাগে । LP কটাৰ পিছত কটা গছ বোৰত Blitox @ 500ml in 200 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হব পাৰে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 29-11-2023 Disable
6692 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 30/11/23) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৯/১০ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। LP ৰাখিব লগা বাগানবোৰত প্ৰথমে পূৰণা LP ডাগিৰ ২ইন্চি ওপৰত গছৰ মাজ ভাগৰ পৰা ডাল বোৰ সমানকৈ কাটি sample পাহি কৰি লৈ পিছৰ গছ বোৰ তাৰ সমানে কাটি লব লাগে । কটা ডাল বোৰ যাতে ফাটি নাযায় তাৰ বাবে যথেষ্ট যত্ন লব লাগে । LP কটাৰ পিছত কটা গছ বোৰত Blitox @ 500ml in 200 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হব পাৰে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 29-11-2023 Disable
6693 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 30/11/23) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত পূব আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৯/১০ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। LP ৰাখিব লগা বাগানবোৰত প্ৰথমে পূৰণা LP ডাগিৰ ২ইন্চি ওপৰত গছৰ মাজ ভাগৰ পৰা ডাল বোৰ সমানকৈ কাটি sample পাহি কৰি লৈ পিছৰ গছ বোৰ তাৰ সমানে কাটি লব লাগে । কটা ডাল বোৰ যাতে ফাটি নাযায় তাৰ বাবে যথেষ্ট যত্ন লব লাগে । LP কটাৰ পিছত কটা গছ বোৰত Blitox @ 500ml in 200 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হব পাৰে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 29-11-2023 Disable
6694 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 30/11/23) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩, বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৫-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত দক্ষিণ-পূব আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৯/১০ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। LP ৰাখিব লগা বাগানবোৰত প্ৰথমে পূৰণা LP ডাগিৰ ২ইন্চি ওপৰত গছৰ মাজ ভাগৰ পৰা ডাল বোৰ সমানকৈ কাটি sample পাহি কৰি লৈ পিছৰ গছ বোৰ তাৰ সমানে কাটি লব লাগে । কটা ডাল বোৰ যাতে ফাটি নাযায় তাৰ বাবে যথেষ্ট যত্ন লব লাগে । LP কটাৰ পিছত কটা গছ বোৰত Blitox @ 500ml in 200 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হব পাৰে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 29-11-2023 Disable
6695 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 30/11/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৯/১০ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। LP ৰাখিব লগা বাগানবোৰত প্ৰথমে পূৰণা LP ডাগিৰ ২ইন্চি ওপৰত গছৰ মাজ ভাগৰ পৰা ডাল বোৰ সমানকৈ কাটি sample পাহি কৰি লৈ পিছৰ গছ বোৰ তাৰ সমানে কাটি লব লাগে । কটা ডাল বোৰ যাতে ফাটি নাযায় তাৰ বাবে যথেষ্ট যত্ন লব লাগে । LP কটাৰ পিছত কটা গছ বোৰত Blitox @ 500ml in 200 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হব পাৰে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 29-11-2023 Disable
6696 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 30/11/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৫-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৯/১০ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। LP ৰাখিব লগা বাগানবোৰত প্ৰথমে পূৰণা LP ডাগিৰ ২ইন্চি ওপৰত গছৰ মাজ ভাগৰ পৰা ডাল বোৰ সমানকৈ কাটি sample পাহি কৰি লৈ পিছৰ গছ বোৰ তাৰ সমানে কাটি লব লাগে । কটা ডাল বোৰ যাতে ফাটি নাযায় তাৰ বাবে যথেষ্ট যত্ন লব লাগে । LP কটাৰ পিছত কটা গছ বোৰত Blitox @ 500ml in 200 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হব পাৰে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 29-11-2023 Disable
6697 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 30/11/23) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৯/১০ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। LP ৰাখিব লগা বাগানবোৰত প্ৰথমে পূৰণা LP ডাগিৰ ২ইন্চি ওপৰত গছৰ মাজ ভাগৰ পৰা ডাল বোৰ সমানকৈ কাটি sample পাহি কৰি লৈ পিছৰ গছ বোৰ তাৰ সমানে কাটি লব লাগে । কটা ডাল বোৰ যাতে ফাটি নাযায় তাৰ বাবে যথেষ্ট যত্ন লব লাগে । LP কটাৰ পিছত কটা গছ বোৰত Blitox @ 500ml in 200 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হব পাৰে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 29-11-2023 Disable
6698 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 30/11/23) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১৩ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৯/১০ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। LP ৰাখিব লগা বাগানবোৰত প্ৰথমে পূৰণা LP ডাগিৰ ২ইন্চি ওপৰত গছৰ মাজ ভাগৰ পৰা ডাল বোৰ সমানকৈ কাটি sample পাহি কৰি লৈ পিছৰ গছ বোৰ তাৰ সমানে কাটি লব লাগে । কটা ডাল বোৰ যাতে ফাটি নাযায় তাৰ বাবে যথেষ্ট যত্ন লব লাগে । LP কটাৰ পিছত কটা গছ বোৰত Blitox @ 500ml in 200 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হব পাৰে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 29-11-2023 Disable
6699 बेमौसम बारिश पर सलाह वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Jamli जिला Jhabua ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 28 November- 4 December के दौरान दिन में 25 और रात में 18 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 49.4 mm बारिश दर्ज हुई है। आगामी सप्ताह मे मंगलवार से शनिवार को 30-70% बारिश होने की संभावना हे। किसान साथियों पिछले सप्ताह में हुई बारिश के बाद खेत की नमी को ध्यान रखते हुए गेंहू , चना ,सरसों एवं अन्य रबी फसलों मे सिंचाई का निर्णय ले मौसम मे हुए बदलाव को ध्यान रखकर कृपया खेतों की निरंतर निगरानी करे गेहूँ मे कही कही जड़ माहु कीट का प्रकोप देखने को मिल रहा है I जड़ माहू कीट गेहूं की जड़ भाग में रहकर रस चूसता है I प्रभावित पौधे धीरे-धीरे पीले पड़ने लगते हैं I जिससे पौधा कमजोर हो जाता है I कल्ले कम निकलते हैं जिससे उत्पादन घट जाता है I इसके नियंत्रण के लिये जड़ माहु के प्रकोप प्रारंभ होते ही इमिडाक्लोप्रिड 200 S L 500 मिलीलीटर या थायोमेथाक्सोम 25 WG 250 ग्राम या क्लोथियानिडीन 50 WG 375 ग्राम प्रति हेक्टेयर का छिड़काव करें I जड़ माहु की संख्या कम करने में परभक्षी कीट जैसे लेडीबर्ड बीटल, बास्प एवं लेसविंग मदद करते है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Madhya Pradesh MP 29-11-2023 Disable
6700 बेमौसम बारिश पर सलाह वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Badveli जिला Dhar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 28 November- 4 December के दौरान दिन में 25 और रात में 18 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 47.2 mm बारिश दर्ज हुई है। आगामी सप्ताह मे मंगलवार से शनिवार को 30-75% बारिश होने की संभावना हे। किसान साथियों पिछले सप्ताह में हुई बारिश के बाद खेत की नमी को ध्यान रखते हुए गेंहू , चना ,सरसों एवं अन्य रबी फसलों मे सिंचाई का निर्णय ले मौसम मे हुए बदलाव को ध्यान रखकर कृपया खेतों की निरंतर निगरानी करे गेहूँ मे कही कही जड़ माहु कीट का प्रकोप देखने को मिल रहा है I जड़ माहू कीट गेहूं की जड़ भाग में रहकर रस चूसता है I प्रभावित पौधे धीरे-धीरे पीले पड़ने लगते हैं I जिससे पौधा कमजोर हो जाता है I कल्ले कम निकलते हैं जिससे उत्पादन घट जाता है I इसके नियंत्रण के लिये जड़ माहु के प्रकोप प्रारंभ होते ही इमिडाक्लोप्रिड 200 S L 500 मिलीलीटर या थायोमेथाक्सोम 25 WG 250 ग्राम या क्लोथियानिडीन 50 WG 375 ग्राम प्रति हेक्टेयर का छिड़काव करें I जड़ माहु की संख्या कम करने में परभक्षी कीट जैसे लेडीबर्ड बीटल, बास्प एवं लेसविंग मदद करते है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Madhya Pradesh MP 29-11-2023 Disable