Message List: 11,341
S.No Message Title Message State Created By Creation Date Status Action
6741 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 2/11/23) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২ৰ পৰা ৮ নৱেম্বৰলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৯-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৬-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত অক্টোবৰ মাহত মুঠ ৩৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • ফুলকবি, বন্ধাকবি, ব্রকলি আৰু ওলকবিৰ ৩০-৩৫ দিনীয়া পুলি মূল পথাৰত ৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। পুলিৰ গুৰি পচা বেমাৰৰ নিয়ন্ত্রণৰ বাবে Agrimycin অথবা Streptomycin দৰৱৰ ০.১-০.২ গ্রাম প্রতি লিটাৰ পানীত মিহলাই পুলি ৰোৱাৰ সময়ত মাটিত প্রয়োগ কৰিব লাগে । • যদি বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Emmamectin Benzoate 5% SG দৰৱৰ ৫ গ্রাম প্রতি ১০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 01-11-2023 Disable
6742 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 2/11/23) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২ৰ পৰা ৮ নৱেম্বৰলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৯-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত অক্টোবৰ মাহত মুঠ ১৩৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • ফুলকবি, বন্ধাকবি, ব্রকলি আৰু ওলকবিৰ ৩০-৩৫ দিনীয়া পুলি মূল পথাৰত ৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। পুলিৰ গুৰি পচা বেমাৰৰ নিয়ন্ত্রণৰ বাবে Agrimycin অথবা Streptomycin দৰৱৰ ০.১-০.২ গ্রাম প্রতি লিটাৰ পানীত মিহলাই পুলি ৰোৱাৰ সময়ত মাটিত প্রয়োগ কৰিব লাগে । • যদি বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Emmamectin Benzoate 5% SG দৰৱৰ ৫ গ্রাম প্রতি ১০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 01-11-2023 Disable
6743 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 2/11/23) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২ৰ পৰা ৮ নৱেম্বৰলৈ, ২০২৩, বতৰ ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৯-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত অক্টোবৰ মাহত মুঠ ১০০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • ফুলকবি, বন্ধাকবি, ব্রকলি আৰু ওলকবিৰ ৩০-৩৫ দিনীয়া পুলি মূল পথাৰত ৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। পুলিৰ গুৰি পচা বেমাৰৰ নিয়ন্ত্রণৰ বাবে Agrimycin অথবা Streptomycin দৰৱৰ ০.১-০.২ গ্রাম প্রতি লিটাৰ পানীত মিহলাই পুলি ৰোৱাৰ সময়ত মাটিত প্রয়োগ কৰিব লাগে । • যদি বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Emmamectin Benzoate 5% SG দৰৱৰ ৫ গ্রাম প্রতি ১০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 01-11-2023 Disable
6744 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 2/11/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২ৰ পৰা ৮ নৱেম্বৰলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৯-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪৫ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত অক্টোবৰ মাহত মুঠ ২২৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • ফুলকবি, বন্ধাকবি, ব্রকলি আৰু ওলকবিৰ ৩০-৩৫ দিনীয়া পুলি মূল পথাৰত ৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। পুলিৰ গুৰি পচা বেমাৰৰ নিয়ন্ত্রণৰ বাবে Agrimycin অথবা Streptomycin দৰৱৰ ০.১-০.২ গ্রাম প্রতি লিটাৰ পানীত মিহলাই পুলি ৰোৱাৰ সময়ত মাটিত প্রয়োগ কৰিব লাগে । • যদি বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Emmamectin Benzoate 5% SG দৰৱৰ ৫ গ্রাম প্রতি ১০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 01-11-2023 Disable
6745 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 2/11/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২ৰ পৰা ৮ নৱেম্বৰলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৯-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত অক্টোবৰ মাহত মুঠ ১৫৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • ফুলকবি, বন্ধাকবি, ব্রকলি আৰু ওলকবিৰ ৩০-৩৫ দিনীয়া পুলি মূল পথাৰত ৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। পুলিৰ গুৰি পচা বেমাৰৰ নিয়ন্ত্রণৰ বাবে Agrimycin অথবা Streptomycin দৰৱৰ ০.১-০.২ গ্রাম প্রতি লিটাৰ পানীত মিহলাই পুলি ৰোৱাৰ সময়ত মাটিত প্রয়োগ কৰিব লাগে । • যদি বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Emmamectin Benzoate 5% SG দৰৱৰ ৫ গ্রাম প্রতি ১০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 01-11-2023 Disable
6746 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 2/11/23) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২ৰ পৰা ৮ নৱেম্বৰলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৬-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। বিগত অক্টোবৰ মাহত মুঠ ৮৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • ফুলকবি, বন্ধাকবি, ব্রকলি আৰু ওলকবিৰ ৩০-৩৫ দিনীয়া পুলি মূল পথাৰত ৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। পুলিৰ গুৰি পচা বেমাৰৰ নিয়ন্ত্রণৰ বাবে Agrimycin অথবা Streptomycin দৰৱৰ ০.১-০.২ গ্রাম প্রতি লিটাৰ পানীত মিহলাই পুলি ৰোৱাৰ সময়ত মাটিত প্রয়োগ কৰিব লাগে । • যদি বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Emmamectin Benzoate 5% SG দৰৱৰ ৫ গ্রাম প্রতি ১০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 01-11-2023 Disable
6747 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 2/11/23) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২ৰ পৰা ৮ নৱেম্বৰলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৬-১৯ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত অক্টোবৰ মাহত মুঠ ৯৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • ফুলকবি, বন্ধাকবি, ব্রকলি আৰু ওলকবিৰ ৩০-৩৫ দিনীয়া পুলি মূল পথাৰত ৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। পুলিৰ গুৰি পচা বেমাৰৰ নিয়ন্ত্রণৰ বাবে Agrimycin অথবা Streptomycin দৰৱৰ ০.১-০.২ গ্রাম প্রতি লিটাৰ পানীত মিহলাই পুলি ৰোৱাৰ সময়ত মাটিত প্রয়োগ কৰিব লাগে । • যদি বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Emmamectin Benzoate 5% SG দৰৱৰ ৫ গ্রাম প্রতি ১০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 01-11-2023 Disable
6748 VIL - Adilabad-Bela-01-11-2023 VIL -Adilabad-Bela-01-11-2023 నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 19 నుండి 21 డిగ్రీల సెల్సియస్‌, గరిష్ట ఉష్ణోగ్రత 32 నుండి 33 డిగ్రీల సెల్సియస్‌గా ఉండి ఆకాశం మేఘావృతమై ఉండే అవకాశం ఉందని ఆదిలాబాద్‌లోని బేల వద్ద ఆటోమేటెడ్ వాతావరణ కేంద్రం వాతావరణ సూచన. ఈ వారం వాతావరణం చాలా స్పష్టంగా ఉండే అవకాశం ఉంది. రైతులకు సలహాలు - పత్తి పంటపై శిలీంధ్రాలు మరియు బాక్టీరియా ఆకు మచ్చలు, బాహ్య శిలీంధ్ర సరిహద్దు వ్యాధి నివారణకు డైఫెనోకోనజోల్ 11.4% w sc 10 ml లేదా కార్బెండజిమ్ 50 WP 20 గ్రా 10 లీటర్ల నీటికి కలిపి పిచికారీ చేయాలి. పత్తి పంటలో డహ్లియా వ్యాధి నివారణకు డైఫెనోకోనజోల్ 11.4% W SC 10 ml లేదా కార్బెండజిమ్ 50WP 20 గ్రా. పత్తికి పుష్పించే దశలో 2 శాతం యూరియా, కాయ అభివృద్ధి దశలో 2 శాతం డీఏపీ కలిపి పిచికారీ చేయాలి. పత్తిలో సహజసిద్ధమైన ఆకుమచ్చ మరియు ఆకుమచ్చ తెగులు నివారణకు ఎన్‌ఎఎ 4.5 ఎస్‌ఎల్‌ను 4 మి.లీ 10 లీటర్ల నీటికి కలిపి పిచికారీ చేయాలి. పత్తిలో అధిక శారీరక పెరుగుదలను నివారించడానికి, శుభ్రమైన మరియు ప్రశాంతమైన వాతావరణ పరిస్థితుల్లో 10 లీటర్ల నీటికి మెపిక్వాట్ క్లోరైడ్ 10 మి.లీ. తెల్లదోమ ఉధృతిని గుర్తించినట్లయితే 10 లీటర్ల నీటికి (హెక్టారుకు 1000 ml) పైరిప్రాక్సీఫెన్ 10 EC 20 ml లేదా డైఫెన్థియురాన్ 50 % WP చొప్పున 10 లీటర్ల నీటికి 12 గ్రా (హెక్టారుకు 600 గ్రా) చొప్పున శుభ్రంగా మరియు ప్రశాంతంగా ఉండండి. ప్యూపల్ దశలో మరియు ఆర్థిక నష్ట స్థాయికి చేరుకుంటుంది.వాతావరణ పరిస్థితులను అంచనా వేయాలి. పత్తి ఆకులు ఎర్రగా మారితే, 1 శాతం యూరియా + 1 శాతం మెగ్నీషియం సల్ఫేట్ కలిపి పిచికారీ చేయాలి. ఇంతకు ముందు విత్తిన పత్తి పంట కోతకు వచ్చినప్పటికీ, గ్రేడ్ మరియు రకం పత్తిని ఎంచుకొని పొడి మరియు సురక్షితమైన ప్రదేశంలో నిల్వ చేయాలి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telangana Telangana 01-11-2023 Disable
6749 VIL-Adilabd-Jainad-01-11-2023 VIL -adilabad-jainad-01-11-2023 నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 20 నుంచి 21 డిగ్రీల సెల్సియస్‌, గరిష్ట ఉష్ణోగ్రత 31 నుంచి 33 డిగ్రీల సెల్సియస్‌గా ఉండి ఆకాశం మేఘావృతమై ఉండే అవకాశం ఉందని ఆదిలాబాద్‌లోని జైనాద్‌లోని ఆటోమేటెడ్ వాతావరణ కేంద్రం వాతావరణ సూచన. ఈ వారం వాతావరణం చాలా స్పష్టంగా ఉండే అవకాశం ఉంది. రైతులకు సలహాలు - పత్తి పంటపై శిలీంధ్రాలు మరియు బాక్టీరియా ఆకు మచ్చలు, బాహ్య శిలీంధ్ర సరిహద్దు వ్యాధి నివారణకు డైఫెనోకోనజోల్ 11.4% w sc 10 ml లేదా కార్బెండజిమ్ 50 WP 20 గ్రా 10 లీటర్ల నీటికి కలిపి పిచికారీ చేయాలి. పత్తి పంటలో డహ్లియా వ్యాధి నివారణకు డైఫెనోకోనజోల్ 11.4% W SC 10 ml లేదా కార్బెండజిమ్ 50WP 20 గ్రా. పత్తికి పుష్పించే దశలో 2 శాతం యూరియా, కాయ అభివృద్ధి దశలో 2 శాతం డీఏపీ కలిపి పిచికారీ చేయాలి. పత్తిలో సహజసిద్ధమైన ఆకుమచ్చ మరియు ఆకుమచ్చ తెగులు నివారణకు ఎన్‌ఎఎ 4.5 ఎస్‌ఎల్‌ను 4 మి.లీ 10 లీటర్ల నీటికి కలిపి పిచికారీ చేయాలి. పత్తిలో అధిక శారీరక పెరుగుదలను నివారించడానికి, శుభ్రమైన మరియు ప్రశాంతమైన వాతావరణ పరిస్థితుల్లో 10 లీటర్ల నీటికి మెపిక్వాట్ క్లోరైడ్ 10 మి.లీ. తెల్లదోమ ఉధృతిని గుర్తించినట్లయితే 10 లీటర్ల నీటికి (హెక్టారుకు 1000 ml) పైరిప్రాక్సీఫెన్ 10 EC 20 ml లేదా డైఫెన్థియురాన్ 50 % WP చొప్పున 10 లీటర్ల నీటికి 12 గ్రా (హెక్టారుకు 600 గ్రా) చొప్పున శుభ్రంగా మరియు ప్రశాంతంగా ఉండండి. ప్యూపల్ దశలో మరియు ఆర్థిక నష్ట స్థాయికి చేరుకుంటుంది.వాతావరణ పరిస్థితులను అంచనా వేయాలి. పత్తి ఆకులు ఎర్రగా మారితే, 1 శాతం యూరియా + 1 శాతం మెగ్నీషియం సల్ఫేట్ కలిపి పిచికారీ చేయాలి. ఇంతకు ముందు విత్తిన పత్తి పంట కోతకు వచ్చినప్పటికీ, గ్రేడ్ మరియు రకం పత్తిని ఎంచుకొని పొడి మరియు సురక్షితమైన ప్రదేశంలో నిల్వ చేయాలి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telangana Telangana 01-11-2023 Disable
6750 VIL 4-Nagpur-Umred-01-11-2023 Nagpur (4)-नमस्कार शेतकरी बंधूंनो.. कळमेश्वर तालुक्यातील सावळी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 18 ते 20 अंश तर कमाल 31 ते 32 अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण बहुतांश स्वच्छ राहण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना –कपाशीच्या पिकावर बुरशीजन्य व जिवाणूजन्य पानावरील ठिपके, बाह्य बुरशीजन्य बोंडसड रोगाच्या व्यवस्थापनासाठी डायफेनोकोनाझोल ११.४ % डब्ल्यू एससी १० मिली किंवा कार्बेन्डाझिम ५० डब्ल्यूपी २० ग्राम प्रति १०लिटर पाण्यात मिसळून फवारणी करावी. कपाशी पिकातील दहिया रोगाच्या व्यवस्थापनासाठी, डायफेनोकोनाझोल ११.४% डब्ल्यू एससी १० मिली किंवा कार्बेन्डाझिम ५०डब्ल्यूपी २० ग्रॅम ची फवारणी करावी. कपाशी मध्ये फुलोरा अवस्थेत २ टक्के युरिया ची आणि बोंडे विकसित होण्याच्या अवस्थेत २ टक्के डीएपी ची फवारणी करावी. कपाशीमधील नैसर्गिक पाते व फुलगळ टाळण्यासाठी एनएए ४.५ एसएल ४ मिली प्रती १० लिटर पाण्यात मिसळून फवारणी करावी. कपाशीमधील अतिरिक्त कायिक वाढीसप्रतिबंध करण्यासाठी मेपीक्वेट क्लोराईड १० मिली प्रती १० लिटर पाण्यात मिसळून स्वच्छ व शांत हवामान परिस्थितीचा अंदाज घेऊन करावी. पांढऱ्या माशीचा पिल्ले अवस्थेतील प्रादुर्भाव आढळून आल्यास आणि आर्थिक नुकसान पातळी गाठत असल्यास पायरीप्रॉक्सीफेन १० ईसी २० मिली प्रती १० लिटर पाणी (१००० मिली प्रती हेक्टर) किंवा डायफेन्थियुरॉन ५० % डब्ल्यूपी १२ ग्राम प्रती १० लिटर पाणी (६०० ग्राम प्रती हेक्टर) या प्रमाणात स्वच्छ व शांत हवामान परिस्थितीचा अंदाज घेऊन करावी. कपाशीची पाने लालसर झालयास १ टक्के युरिया + १ टक्मेके माग्नेसीयम सल्टफेटची फवारणी करावी. अगोदर पेरणी के लेले कपाशी पिक वेचणीला आले आहे तरी कापूस वेचतांना प्रतवार व वाण वेचून सुकलेल्या सुरक्षित ठिकाणी साठवणूक करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! हि माहीती पून्हा ऐकण्यास शून्य दाबावे. Maharashtra MH 31-10-2023 Disable