Message List: 11,701
S.No Message Title Message State Created By Creation Date Status Action
6891 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 16/11/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৫-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP/DS/MS ৰাখিব লগা বাগানবোৰত Bulletinত পৰামৰ্শ দিয়া সময়সীমা অনুসৰি নৱেম্বৰৰ মাজভাগৰ পৰা Pruningৰ বাবে পৰিকল্পনা আৰম্ভ কৰিব লাগিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। অন্যান্য শস্যৰ বাবে: • ব্রকলীৰ খেতিৰ বাবে ওখ, সাৰুৱা, যেথষ্ট পৰিমাণে জৈৱিক সাৰ থকা পলসুৱা মাটি নিৰ্বাচন কৰি “Green Sprouting Medium” নামৰ মধ্যমীয়া সঁচৰ বীজ বিঘাই প্রতি ৭০-৯০ গ্রাম হাৰত ফৰকাল বতৰ চাই সিঁচা অব্যাহত ৰাখিব পাৰে। পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত আঢ়ৈ ফুট আৰু প্রতিটো পুলিৰ মাজত ডেৰ ফুটৰ ব্যৱধান ৰাখিব লাগে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 15-11-2023 Disable
6892 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 16/11/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৫-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP/DS/MS ৰাখিব লগা বাগানবোৰত Bulletinত পৰামৰ্শ দিয়া সময়সীমা অনুসৰি নৱেম্বৰৰ মাজভাগৰ পৰা Pruningৰ বাবে পৰিকল্পনা আৰম্ভ কৰিব লাগিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। অন্যান্য শস্যৰ বাবে: • ব্রকলীৰ খেতিৰ বাবে ওখ, সাৰুৱা, যেথষ্ট পৰিমাণে জৈৱিক সাৰ থকা পলসুৱা মাটি নিৰ্বাচন কৰি “Green Sprouting Medium” নামৰ মধ্যমীয়া সঁচৰ বীজ বিঘাই প্রতি ৭০-৯০ গ্রাম হাৰত ফৰকাল বতৰ চাই সিঁচা অব্যাহত ৰাখিব পাৰে। পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত আঢ়ৈ ফুট আৰু প্রতিটো পুলিৰ মাজত ডেৰ ফুটৰ ব্যৱধান ৰাখিব লাগে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 15-11-2023 Disable
6893 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 16/11/23) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৬-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১৪ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP/DS/MS ৰাখিব লগা বাগানবোৰত Bulletinত পৰামৰ্শ দিয়া সময়সীমা অনুসৰি নৱেম্বৰৰ মাজভাগৰ পৰা Pruningৰ বাবে পৰিকল্পনা আৰম্ভ কৰিব লাগিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। অন্যান্য শস্যৰ বাবে: • ব্রকলীৰ খেতিৰ বাবে ওখ, সাৰুৱা, যেথষ্ট পৰিমাণে জৈৱিক সাৰ থকা পলসুৱা মাটি নিৰ্বাচন কৰি “Green Sprouting Medium” নামৰ মধ্যমীয়া সঁচৰ বীজ বিঘাই প্রতি ৭০-৯০ গ্রাম হাৰত ফৰকাল বতৰ চাই সিঁচা অব্যাহত ৰাখিব পাৰে। পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত আঢ়ৈ ফুট আৰু প্রতিটো পুলিৰ মাজত ডেৰ ফুটৰ ব্যৱধান ৰাখিব লাগে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 15-11-2023 Disable
6894 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 16/11/23) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৬-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূবদিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP/DS/MS ৰাখিব লগা বাগানবোৰত Bulletinত পৰামৰ্শ দিয়া সময়সীমা অনুসৰি নৱেম্বৰৰ মাজভাগৰ পৰা Pruningৰ বাবে পৰিকল্পনা আৰম্ভ কৰিব লাগিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। অন্যান্য শস্যৰ বাবে: • ব্রকলীৰ খেতিৰ বাবে ওখ, সাৰুৱা, যেথষ্ট পৰিমাণে জৈৱিক সাৰ থকা পলসুৱা মাটি নিৰ্বাচন কৰি “Green Sprouting Medium” নামৰ মধ্যমীয়া সঁচৰ বীজ বিঘাই প্রতি ৭০-৯০ গ্রাম হাৰত ফৰকাল বতৰ চাই সিঁচা অব্যাহত ৰাখিব পাৰে। পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত আঢ়ৈ ফুট আৰু প্রতিটো পুলিৰ মাজত ডেৰ ফুটৰ ব্যৱধান ৰাখিব লাগে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 15-11-2023 Disable
6895 सरसों मे कीट एवं रोग प्रबंधन Nagoniya वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Nagoniya Jhalawar 14 November - 20 November के दौरान दिन में 29 और रात में 16 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। सरसो की फसल में सघनता कम करने के लिये फसल बोनीं के 15 से 20 दिन बाद थिनिंग का कार्य (अतिरिक्त पौधों को निकलना ) कर पौधो से पौधों के दुरी 10 से 15 सेंटीमीटर की जाती है । जिससे पौधे की बढ़वार अच्छी हो । सरसों में माहू कीट नाजुक पत्तों कलियों एवं फलियों का रस चूसते हैं कीट का प्रकोप ज्यादा होने पर इमिडाक्लोप्रिड अथवा थायमेथाक्सोम 50 से 60 ग्राम प्रति एकड़ की दर से 400 लीटर पानी में घोलकर छिड़काव करें । सरसों में डाउनी मिल्डयू रोग में पत्ते के निचले भाग पर मध्यम उजले रंग का पाउडरनुमा दाग दिखते हैं रोग की शुरुआत में मैनकोज़ेब 70% डब्ल्यू पी दवा का 2 ग्राम प्रति लीटर पानी की दर से 10 दिनों के अंतराल से दो-तीन बार छिड़काव करें । स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 15-11-2023 Disable
6896 सरसों मे कीट एवं रोग प्रबंधन Anwalikalan वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Anwalikalan Jhalawar 14 November - 20 November के दौरान दिन में 29 और रात में 16 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। सरसो की फसल में सघनता कम करने के लिये फसल बोनीं के 15 से 20 दिन बाद थिनिंग का कार्य (अतिरिक्त पौधों को निकलना ) कर पौधो से पौधों के दुरी 10 से 15 सेंटीमीटर की जाती है । जिससे पौधे की बढ़वार अच्छी हो । सरसों में माहू कीट नाजुक पत्तों कलियों एवं फलियों का रस चूसते हैं कीट का प्रकोप ज्यादा होने पर इमिडाक्लोप्रिड अथवा थायमेथाक्सोम 50 से 60 ग्राम प्रति एकड़ की दर से 400 लीटर पानी में घोलकर छिड़काव करें । सरसों में डाउनी मिल्डयू रोग में पत्ते के निचले भाग पर मध्यम उजले रंग का पाउडरनुमा दाग दिखते हैं रोग की शुरुआत में मैनकोज़ेब 70% डब्ल्यू पी दवा का 2 ग्राम प्रति लीटर पानी की दर से 10 दिनों के अंतराल से दो-तीन बार छिड़काव करें । स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 15-11-2023 Disable
6897 सरसों मे कीट एवं रोग प्रबंधन Bagher वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Bagher Jhalawar 14 November - 20 November के दौरान दिन में 29 और रात में 16 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। सरसो की फसल में सघनता कम करने के लिये फसल बोनीं के 15 से 20 दिन बाद थिनिंग का कार्य (अतिरिक्त पौधों को निकलना ) कर पौधो से पौधों के दुरी 10 से 15 सेंटीमीटर की जाती है । जिससे पौधे की बढ़वार अच्छी हो । सरसों में माहू कीट नाजुक पत्तों कलियों एवं फलियों का रस चूसते हैं कीट का प्रकोप ज्यादा होने पर इमिडाक्लोप्रिड अथवा थायमेथाक्सोम 50 से 60 ग्राम प्रति एकड़ की दर से 400 लीटर पानी में घोलकर छिड़काव करें । सरसों में डाउनी मिल्डयू रोग में पत्ते के निचले भाग पर मध्यम उजले रंग का पाउडरनुमा दाग दिखते हैं रोग की शुरुआत में मैनकोज़ेब 70% डब्ल्यू पी दवा का 2 ग्राम प्रति लीटर पानी की दर से 10 दिनों के अंतराल से दो-तीन बार छिड़काव करें । स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 15-11-2023 Disable
6898 सरसों मे कीट एवं रोग प्रबंधन Khumariya वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Khumariya जिला Bundi ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 14 November - 20 November के दौरान दिन में 28 और रात में 17 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। सरसो की फसल में सघनता कम करने के लिये फसल बोनीं के 15 से 20 दिन बाद थिनिंग का कार्य (अतिरिक्त पौधों को निकलना ) कर पौधो से पौधों के दुरी 10 से 15 सेंटीमीटर की जाती है । जिससे पौधे की बढ़वार अच्छी हो । सरसों में माहू कीट नाजुक पत्तों कलियों एवं फलियों का रस चूसते हैं कीट का प्रकोप ज्यादा होने पर इमिडाक्लोप्रिड अथवा थायमेथाक्सोम 50 से 60 ग्राम प्रति एकड़ की दर से 400 लीटर पानी में घोलकर छिड़काव करें । सरसों में डाउनी मिल्डयू रोग में पत्ते के निचले भाग पर मध्यम उजले रंग का पाउडरनुमा दाग दिखते हैं रोग की शुरुआत में मैनकोज़ेब 70% डब्ल्यू पी दवा का 2 ग्राम प्रति लीटर पानी की दर से 10 दिनों के अंतराल से दो-तीन बार छिड़काव करें । स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 15-11-2023 Disable
6899 सरसों मे कीट एवं रोग प्रबंधन Badanayagoan वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Badanayagoan जिला Bundi ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 14 November - 20 November के दौरान दिन में 28 और रात में 17 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। सरसो की फसल में सघनता कम करने के लिये फसल बोनीं के 15 से 20 दिन बाद थिनिंग का कार्य (अतिरिक्त पौधों को निकलना ) कर पौधो से पौधों के दुरी 10 से 15 सेंटीमीटर की जाती है । जिससे पौधे की बढ़वार अच्छी हो । सरसों में माहू कीट नाजुक पत्तों कलियों एवं फलियों का रस चूसते हैं कीट का प्रकोप ज्यादा होने पर इमिडाक्लोप्रिड अथवा थायमेथाक्सोम 50 से 60 ग्राम प्रति एकड़ की दर से 400 लीटर पानी में घोलकर छिड़काव करें । सरसों में डाउनी मिल्डयू रोग में पत्ते के निचले भाग पर मध्यम उजले रंग का पाउडरनुमा दाग दिखते हैं रोग की शुरुआत में मैनकोज़ेब 70% डब्ल्यू पी दवा का 2 ग्राम प्रति लीटर पानी की दर से 10 दिनों के अंतराल से दो-तीन बार छिड़काव करें । स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 15-11-2023 Disable
6900 सरसों मे कीट एवं रोग प्रबंधन Ramgarh वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Ramgarh Baran 14 November - 20 November के दौरान दिन में 29 और रात में 15 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। सरसो की फसल में सघनता कम करने के लिये फसल बोनीं के 15 से 20 दिन बाद थिनिंग का कार्य (अतिरिक्त पौधों को निकलना ) कर पौधो से पौधों के दुरी 10 से 15 सेंटीमीटर की जाती है । जिससे पौधे की बढ़वार अच्छी हो । सरसों में माहू कीट नाजुक पत्तों कलियों एवं फलियों का रस चूसते हैं कीट का प्रकोप ज्यादा होने पर इमिडाक्लोप्रिड अथवा थायमेथाक्सोम 50 से 60 ग्राम प्रति एकड़ की दर से 400 लीटर पानी में घोलकर छिड़काव करें । सरसों में डाउनी मिल्डयू रोग में पत्ते के निचले भाग पर मध्यम उजले रंग का पाउडरनुमा दाग दिखते हैं रोग की शुरुआत में मैनकोज़ेब 70% डब्ल्यू पी दवा का 2 ग्राम प्रति लीटर पानी की दर से 10 दिनों के अंतराल से दो-तीन बार छिड़काव करें । स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 15-11-2023 Disable