Message List: 12,201
S.No Message Title Message State Created By Creation Date Status Action
6971 पाले से बचाव पर सलाह Jamdoli वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Jamdoli जिला Tonk ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 5 December- 11 December के दौरान दिन में 24 और रात में 14 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। विश्व मृदा दिवस की सभी को शुभकामनाए ! हम सभी अपनी मिट्टी को स्वास्थ रखने संकल्प ले। सरसों की फसल में माहू (एफिड) के प्रकोप के जैविक नियंत्रण के लिये खेत में 5 से 6 पीले चिपचिपे कार्ड (जाल) अवश्य लगायें। एफिड का प्रकोप दिखने पर नीम सीड करनाल एक्सट्रेक्ट (5%) या नीम तेल (2 %)) का छिडकाव कर प्रभावी प्रबंधन कर सकते है। पिछले मे सप्ताह मौसम में होने वाले परिवर्तन को ध्यान रखकर सभी फसलों में कीट-व्याधियों को प्रकोप बढ़ने की संभावना है अतह उनका उचित प्रबन्धन सुनिश्चित करें I सरसों की फसलों पर माहू (एफिड)मुख्य कीट हैं। माहूं कीट लगभग 35 से 70 प्रतिशत तक उपज में हानि एवं 5-10 प्रतिशत तक तेल की प्राप्ति में कमी करता है। जब कीट का प्रकोप औसतन 25 कीट प्रति पौधा या 10 प्रतिशत पौधों पर हो जाए, तो निम्न से किसी एक कीटनाशक का प्रयोग जैसे इमीडाक्लोरोप्रिड (17.8 प्रतिशत) का 20-25 ग्राम या डाइमेथोएट 30 ई.सी. या मिथाइल डिमेटान 25 ई.सी. 1000 मि.ली. प्रति हैक्टर की दर से 600-800 लीटर पानी में घोल बनाकर छिड़काव करें। सरसों की फसल में माहू (एफिड) के प्रकोप के जैविक नियंत्रण के लिये खेत में 5 से 6 पीले चिपचिपे कार्ड प्रति एकड़ अवश्य लगायें एवं नीम सीड करनाल एक्सट्रेक्ट (5%) या नीम तेल (2 %) का छिडकाव कर प्रभावी प्रबंधन कर सकते है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 13-12-2023 Disable
6972 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 14/12/23) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-12-2023 Disable
6973 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 14/12/23) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-12-2023 Disable
6974 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 14/12/23) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৬ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-12-2023 Disable
6975 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 14/12/23) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩, বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-12-2023 Disable
6976 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 14/12/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৬০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-12-2023 Disable
6977 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 14/12/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-12-2023 Disable
6978 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 14/12/23) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-12-2023 Disable
6979 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 14/12/23) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-12-2023 Disable
6980 14-12-2023 - Kotagiri Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். டிசம்பர் மாதம் 6ம் தேதி முதல் 12ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 157.2mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 21.1 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14.9 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற டிசம்பர் மாதம் 13ம் தேதி முதல் 19ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிக லேசானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 18 முதல் 20 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 12 முதல் 15 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 75 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்கிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 11 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Ammonia Sulphate 120 கிலோ மற்றும் 30 கிலோ MOP கலந்து இட வேண்டும். நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் உடன் 40 லிட்டர் தண்ணீர் கலந்து விசைதெளிப்பான் மூலம் இருபுறமும் இருவரிசையும், கைத்தெளிப்பான் மூலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். பொதுவாக டிசம்பர் மாதத்தில் நீலகிரி மாவட்டத்தில் கடும் உறைபனி காணப்படும். இந்த சமயத்தில் மகசூல் இழப்பானது மிக அதிகமாக ஏற்படும். இதை கட்டுப்படுத்த தேயிலை செடியின் மேற்பரப்பை பரணி என்ற செடி வகையை கொண்டு மூடுவதினால் தேயிலை செடியை ஓரளவிற்கு பனி பொழிவிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 13-12-2023 Disable