Message List: 12,436
S.No Message Title Message State Created By Creation Date Status Action
6991 January 1st week advisory 2024 Bharkhani प्रिय किसान साथियों, नब वर्ष की हार्दिक शुभकामनाये | 30 दिसम्बर से 5 जनवरी वाले सप्ताह के दौरान हरदोई जिले के बरखनी क्षेत्र के तापमान में कमी आयेगी I सप्ताह के दौरान दिन का अधिकतम तापमान 21 से 26 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 9 से 11 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI इस सप्ताह के दौरान दक्षिण तथा पश्चिम दिशा से 1 से 6 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI इस सप्ताह के दौरान ठंड बढ़ेगी तथा कोहरा छाया रहेगा किन्तु वर्षा की कोई सम्भावना नहीं है | इस दौरान वायुमंडल में आर्द्रता 34 से 76 प्रतिशत तक रहेगीI गन्ने की खेती में लाल सडन रोग के लिए यह मौसम बहुत अनुकूल हैI जिन गन्नो की ऊपर से तीसरी या चौथी पत्ती पीली पड़ रही हैं या सूख रही हैं, उन पर विशेष ध्यान देंI लाल सडन रोग की पुष्टि होने पर ऐसे पौधों को जड़ से निकाल लें और उन्हें खेत से दूर ले जाकर तीन से चार फूट गहरे गड्ढे में दबा देंI उखाड़े गये स्थान पर ब्लीचिंग पाउडर को भरें और मिट्टी से दबा देंI ऐसे खेतों में 4 किग्रा ट्राईकोडर्मा को 4-5 कुंटल गोबर की सडी खाद में मिला कर खेतो में डालें और हल्की सिंचाई करेंI याद रहे कि लाल सडन रोग से प्रभावित गन्ने के खेतों का पानी दूसरे स्वस्थ गन्ने वाले खेतों में न जाने पाये I जो किसान भाई गन्ने की पेड़ी लेना चाहते है उनसे यह अनुरोध है कि गन्ने की कटाई जमीन की सतह से करे तथा सूखी पत्तियों को खेतो में फैलाकर वेस्ट डीकम्पोजर का प्रयोग कर हल्की सिचाई करे | गन्ना कटाई के 15 दिन के अंदर 75 किलो ग्राम डी ए पी, 50 किलो ग्राम यूरिया, 50 किलो ग्राम पोटाश को 25 किलो ग्राम माइक्रो न्यूट्रयंट में मिलाकर गन्ने की जड़ो के पास डाले | गन्ने की पेड़ी में फुटाव आने के बाद पहले से तैयार की गई नर्सरी से गैप फिलिंग अवश्य करे | मौसम को ध्यान में रखते हुए शरदकालीन में बोये गए गन्ने की नालियों में हल्की सिचाई करे | खरपतवार नियंत्रण के लिए नियमित रूप से निराई गुड़ाई अवश्य करते रहे | गन्ने में फुटाव शुरू होने पर 50 किलो ग्राम यूरिया प्रति एकड की दर से गन्ने की जड़ो के पास डाले | यह मौसम खड़े गन्ने की परिपक्वता के लिए अनुकूल है ऐसे में किसान गन्ने के खेतो में उचित नमी अवश्य बनाये रखे | जिन किसान साथियों ने सहफसल के रूप में सरसों की बुवाई की है उनसे यह अनुरोध है कि वे सरसों की पत्तियों की छटाई करे तथा सरसों की फसल में फूल आने पर माहू रोग लगने की सम्भावना अधिक हो जाती है ऐसे में किसान भाई 100 मिली मेटासिस्टोक्स को 200 लीटर पानी में घोल बनाकर प्रति एकड की दर से छिडकाव करे | आलू तथा सरसों की फसल यदि 45 दिन की हो गयी हो तो उसमे 50 किलो ग्राम यूरिया प्रति एकड की दर से जड़ो के पास डाले | ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 28-12-2023 Disable
6992 Namsissu 28-12-2023 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব । দিনৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-12-2023 Disable
6993 Alengi 28-12-2023 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-12-2023 Disable
6994 Betonibaam 28-12-2023 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-12-2023 Disable
6995 Nemupathar 28-12-2023 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪, বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-12-2023 Disable
6996 Dariabheti 28-12-2023 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-12-2023 Disable
6997 Rupjan 28-12-2023 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-12-2023 Disable
6998 Darogachuba 28-12-2023 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪ বতৰ ফৰকাল হৈ থাকিব । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-12-2023 Disable
6999 Amjuli 28-12-2023 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৮ ডিচেম্বৰ, ২০২৩ পৰা ৩ জানুৱাৰী, ২০২৪ বতৰ ফৰকাল হৈ থাকিব আৰু ৩ জানুৱাৰীত বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 27-12-2023 Disable
7000 ઘઉના પાકમો પિયત નમસ્કાર સોલીડારીડાડ અને વોડાફોન આઈડિયા ફાઉન્ડેશનના વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. આપના વિસ્તારમાં ગોઠવેલ હવામાન સ્ટેશનની માહિતીના આધારે તારીખ ૨૭ ડિસેમ્બર , 2023 થી૨ જાન્યુઆરી, ૨૦૨૪ સુધીમાં પવનની ગતિ ૧૪.૧ કિલોમીટર પ્રતિ કલાક રહેવાની સંભાવના છે.વાદળછાયું વાતાવરણ રહેવાની સંભાવના છે. વરસાદની કોઈ શક્યતા નથી.ઘઉના પાકમો વાવણી બાદ પ્રથમ પિયત ૨૧ દિવસે (મુકુટ મૂળ અવસ્થાએ) આપવું. Gujarat Gujrat 27-12-2023 Disable