Message List: 11,355
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 7701 | advisory on rice | ନମସ୍କାର ମାହାଙ୍ଗା ଓ ଡେରାବିଶ ଅଞ୍ଚଳ ର କୃଷକ ମାନଙ୍କୁ ସଲିଡାରିଡlଡ ଏବଂ ଶରତ କର ଫାଣ୍ଡେସନ ତରଫରୁ ଭୋଡlଫୋନ ଓ ଇଣ୍ଡସ ଟାୱାର ସହଯୋଗ ରେ ଚାଲୁଥିବା ଆଧୁନିକ କୃଷି ପ୍ରଣାଳି ପ୍ରକଳ୍ପ କୁ ସ୍ବାଗତ କରାଯାଉଛି।ଯଦି ବର୍ତ୍ତମାନ ଦିନ ଓ ରାତି ତାପମାତ୍ରା ତାରତମ୍ୟ ଯୋଗୁଁ ଧାନ ଗଛ ରେ ବିରିହା ପୋକ ର ସମସ୍ୟା ଦେଖାଯାଏ ତେବେ କ୍ଲୋରୋପାଇରିଫସ ୪୦୦ ମିଲି କିମ୍ବା ଲାମଡାସାଇହାଲୋଥ୍ରିନ୍ ୨.୫% ଇ.ସି ୨୦୦ମି.ଲି କୁ ୨୦୦ ଲିଟର ପାଣି ରେ ମିଶାଇ ଏକର ପ୍ରତି ସିଞ୍ଚନ କରନ୍ତୁ।ଯଦି ବର୍ଷା ପରେ ଲେଡା ପୋକ ଲାଗେ ତେବେ ଟ୍ରାଇଜୋଫସ୍ ୪୦% ଇ.ସି ୨ ମି.ଲି କୁ ପ୍ରତି ଲିଟର ପାଣିରେ ମିଶାଇ ପ୍ରୟୋଗ କରନ୍ତୁ କିମ୍ବା କ୍ଲୋରୋପାଇ ରିଫସ୍ ୨୦ ଇ.ସି ୨୫ ମି.ଲି କୁ ପ୍ରତି ଲିଟର ପାଣି ରେ ଜମି ହୁଡାରେ ସିଞ୍ଚନ କରନ୍ତୁ। ବର୍ତ୍ତମାନ ସାପ୍ତାହିକ ୩୦-୩୫ ଡିଗ୍ରୀ ସି .ଦିନ ଓ ୨୨-୨୫ ଡ଼ିଗ୍ରୀ ସି. ରାତି ତାପମାତ୍ରା ଓ ବାୟୁମଣ୍ଡଳ ର ଅଧିକ ଆଦ୍ରତା ଯାହା ଧାନ ଗଛରେ ବର୍ତ୍ତମାନ କlଣ୍ଡବିନ୍ଧା ପୋକ ର ସମସ୍ୟା ଦେଖାଯାଏ ତେବେ ଏକର ପ୍ରତି କ୍ଲୋରୋନିଲିପ୍ରୋଲ ୧୮.୫% ଏସସି ୬୦ ମି.ଲି କିମ୍ବା କାଟ୍ରାପ ହାଇଡ୍ରୋକ୍ଲୋରାଇଡ ୪ ଜି ୧୦ କିଗ୍ରା ୨୦୦ଲି . ପାଣିରେ ମିଶାଇ ଶୁଷ୍କ ପାଗ ଦେଖି ପ୍ରୟୋଗ କରନ୍ତୁ। ଅଧିକ ସୂଚନା ପାଇଁ ଆମ ଟୋଲ ଫ୍ରି ନମ୍ବର ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ କଲ୍ କରନ୍ତୁ। ଧନ୍ୟବାଦ୍ | Orissa | Orissa | 23-08-2023 | Disable |
|
| 7702 | मक्का पर सलाह | ସୋଲିଡାରିଦାଡ, ଭୋଡଫୋନ ଆଇଡିଆ ଫାଉଣ୍ଡେସନ, ଇଣ୍ଡସ ଟାୱାର ଓ ଲାଇଭଲିହୁଡ ଅଲ୍ଟର ନେଟିଭ ତରଫରୁ ପରିଚାଳିତ ହେଉଥିବା ଆଧୁନିକ କୃଷି କାଯ୍ୟକ୍ରମରେ ଗଜପତି ଜିଲ୍ଲା ର ଘୁମା ବ୍ଲକ ର କୃଷକ ମାନଙ୍କୁ ସ୍ଵାଗତ କରାଯାଉଅଛି।ମକା ଚାଷ କରୁଥିବା କୃଷକ ମାନଙ୍କୁ ସାପ୍ତାହିକ କୃଷି ସୂଚନା ମକା ରେ ବର୍ତ୍ତମାନ ୨୫-୩୦ ଡିଗ୍ରୀ ତାପମାତ୍ରା ଓ ୭0% ରୁ ଅଧିକ ଆଦ୍ରତା ଯୋଗୁ କାଣ୍ଡ ମାଛି ର ସମ୍ଭାବନା ଅଛି। ଅଙ୍ଗୀୟ ଅବସ୍ଥାରେ ଏହାର ନିରାକରଣ ପାଇଁ ମିଥାଇଲ - ଡିମେଟନ ୧ ମି ଲି କିମ୍ବା ଡାଇମିଥୋଏଟ ୨ ମି.ଲି କୁ ପ୍ରତି ଲିଟର ପାଣି ରେ ମିଶାଇ ସିଂଚନ କରନ୍ତୁ। ଅଧିକା ବର୍ଷା ଓ ମେଘୁଆ ପାଗ ଯୋଗୁଁ କାଣ୍ଡ ପଚା ରୋଗ ଲାଗିବାର ସମ୍ଭାବନା ଥାଏ। ଏହା ଦେଖାଗଲେ କପର ଅକ୍ସିକ୍ଲୋରାଇଡ ୫୦% ଡବ୍ଲୁପି ୩ ଗ୍ରାମ କୁ ପ୍ରତି ଲିଟର ପାଣି ରେ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ। ଅଧିକ ସୂଚନା ପାଇଁ ଆମ ଟୋଲ ଫ୍ରି ନମ୍ବର ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ୍ କଲ କରନ୍ତୁ ଧନ୍ୟବାଦ୍। | Orissa | Orissa | 23-08-2023 | Disable |
|
| 7703 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 24/08/23) | জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৪ৰ পৰা ৩০ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৪ৰ পৰা ৩০ আগষ্টলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৮০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰে কৰিব। Spraying pressure ১৫ psi হব লাগে। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 23-08-2023 | Disable |
|
| 7704 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 24/08/23) | জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৪ৰ পৰা ৩০ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৪ৰ পৰা ৩০ আগষ্টলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৮০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰে কৰিব। Spraying pressure ১৫ psi হব লাগে। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 23-08-2023 | Disable |
|
| 7705 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 24/08/23) | জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৪ৰ পৰা ৩০ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৪ৰ পৰা ৩০ আগষ্টলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰে কৰিব। Spraying pressure ১৫ psi হব লাগে। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 23-08-2023 | Disable |
|
| 7706 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 24/08/23) | জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৪ৰ পৰা ৩০ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৪ৰ পৰা ৩০ আগষ্টলৈ, ২০২৩, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰে কৰিব। Spraying pressure ১৫ psi হব লাগে। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 23-08-2023 | Disable |
|
| 7707 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 24/08/23) | জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৪ৰ পৰা ৩০ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৪ৰ পৰা ৩০ আগষ্টলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৮০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২- ৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰে কৰিব। Spraying pressure ১৫ psi হব লাগে। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 23-08-2023 | Disable |
|
| 7708 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 24/08/23) | জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৪ৰ পৰা ৩০ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৪ৰ পৰা ৩০ আগষ্টলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৮০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰে কৰিব। Spraying pressure ১৫ psi হব লাগে। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 23-08-2023 | Disable |
|
| 7709 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 24/08/23) | জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৪ৰ পৰা ৩০ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৪ৰ পৰা ৩০ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰে কৰিব। Spraying pressure ১৫ psi হব লাগে। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 23-08-2023 | Disable |
|
| 7710 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 24/08/23) | জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৪ৰ পৰা ৩০ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৪ৰ পৰা ৩০ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৭ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰে কৰিব। Spraying pressure ১৫ psi হব লাগে। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 23-08-2023 | Disable |
|