Message List: 12,201
S.No Message Title Message State Created By Creation Date Status Action
7791 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 19/10/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৩-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ অক্টোবৰলৈ মুঠ ২২২.২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত বিশেষকৈ বহল পাতৰ অপতৃণ যেনে মিকানিয়া, টেংগালাটা আদি দেখা যায়। এনে ক্ষেত্ৰত লতাবোৰৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই পেলাব। অন্যান্য অপতৃণবোৰ ১৫-২০ চে.মি. উচ্চতাত কাঁচিৰে কাটিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। • পূজা আৰু পূজাৰ পিছৰ বন্ধৰ বাবে প্লাকিং ৰাউণ্ড বৃদ্ধি পাব পাৰে। গতিকে পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। এই সময়ত প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • অহা বছৰত হব লগা UP বাগান বোৰৰ পাত তোলা টেবুলটো যাতে ওখ হৈ নাযায় তাৰ প্ৰতি যথেষ্ট চকু দিব লাগে। পাৰিলে এই বাগান বোৰত Step Up প্লাকিং অৰ্থাৎ এটা ডাঙৰ পাতৰ ওপৰত পাত তুলিব পাৰিলে গছ বোৰ পাত দিয়াৰ ক্ষমতা বাঢ়ি যাব। অন্যান্য শস্যৰ বাবে: • শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে আৰু নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ অব্যাহত ৰাখিব পাৰে। • ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ /পচন সাৰ, Urea @ ১৪.৭কি: গ্ৰা:, SSP @ ৪২ কি: গ্ৰা: আৰু MOP @ ১১.৩ কি: গ্ৰা:। সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ Urea এটা বা দুটা কিস্তিত প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 18-10-2023 Disable
7792 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 19/10/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৩-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ অক্টোবৰলৈ মুঠ ১৪৭.২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত বিশেষকৈ বহল পাতৰ অপতৃণ যেনে মিকানিয়া, টেংগালাটা আদি দেখা যায়। এনে ক্ষেত্ৰত লতাবোৰৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই পেলাব। অন্যান্য অপতৃণবোৰ ১৫-২০ চে.মি. উচ্চতাত কাঁচিৰে কাটিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। • পূজা আৰু পূজাৰ পিছৰ বন্ধৰ বাবে প্লাকিং ৰাউণ্ড বৃদ্ধি পাব পাৰে। গতিকে পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। এই সময়ত প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • অহা বছৰত হব লগা UP বাগান বোৰৰ পাত তোলা টেবুলটো যাতে ওখ হৈ নাযায় তাৰ প্ৰতি যথেষ্ট চকু দিব লাগে। পাৰিলে এই বাগান বোৰত Step Up প্লাকিং অৰ্থাৎ এটা ডাঙৰ পাতৰ ওপৰত পাত তুলিব পাৰিলে গছ বোৰ পাত দিয়াৰ ক্ষমতা বাঢ়ি যাব। অন্যান্য শস্যৰ বাবে: • শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে আৰু নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ অব্যাহত ৰাখিব পাৰে। • ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ /পচন সাৰ, Urea @ ১৪.৭কি: গ্ৰা:, SSP @ ৪২ কি: গ্ৰা: আৰু MOP @ ১১.৩ কি: গ্ৰা:। সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ Urea এটা বা দুটা কিস্তিত প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 18-10-2023 Disable
7793 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 19/10/23) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৭-২১ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ অক্টোবৰলৈ মুঠ ৮১.৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত বিশেষকৈ বহল পাতৰ অপতৃণ যেনে মিকানিয়া, টেংগালাটা আদি দেখা যায়। এনে ক্ষেত্ৰত লতাবোৰৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই পেলাব। অন্যান্য অপতৃণবোৰ ১৫-২০ চে.মি. উচ্চতাত কাঁচিৰে কাটিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। • পূজা আৰু পূজাৰ পিছৰ বন্ধৰ বাবে প্লাকিং ৰাউণ্ড বৃদ্ধি পাব পাৰে। গতিকে পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। এই সময়ত প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • অহা বছৰত হব লগা UP বাগান বোৰৰ পাত তোলা টেবুলটো যাতে ওখ হৈ নাযায় তাৰ প্ৰতি যথেষ্ট চকু দিব লাগে। পাৰিলে এই বাগান বোৰত Step Up প্লাকিং অৰ্থাৎ এটা ডাঙৰ পাতৰ ওপৰত পাত তুলিব পাৰিলে গছ বোৰ পাত দিয়াৰ ক্ষমতা বাঢ়ি যাব। অন্যান্য শস্যৰ বাবে: • শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে আৰু নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ অব্যাহত ৰাখিব পাৰে। • ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ /পচন সাৰ, Urea @ ১৪.৭কি: গ্ৰা:, SSP @ ৪২ কি: গ্ৰা: আৰু MOP @ ১১.৩ কি: গ্ৰা:। সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ Urea এটা বা দুটা কিস্তিত প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 18-10-2023 Disable
7794 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 19/10/23) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৭-২০ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ অক্টোবৰলৈ মুঠ ৯১.৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত বিশেষকৈ বহল পাতৰ অপতৃণ যেনে মিকানিয়া, টেংগালাটা আদি দেখা যায়। এনে ক্ষেত্ৰত লতাবোৰৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই পেলাব। অন্যান্য অপতৃণবোৰ ১৫-২০ চে.মি. উচ্চতাত কাঁচিৰে কাটিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। • পূজা আৰু পূজাৰ পিছৰ বন্ধৰ বাবে প্লাকিং ৰাউণ্ড বৃদ্ধি পাব পাৰে। গতিকে পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। এই সময়ত প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • অহা বছৰত হব লগা UP বাগান বোৰৰ পাত তোলা টেবুলটো যাতে ওখ হৈ নাযায় তাৰ প্ৰতি যথেষ্ট চকু দিব লাগে। পাৰিলে এই বাগান বোৰত Step Up প্লাকিং অৰ্থাৎ এটা ডাঙৰ পাতৰ ওপৰত পাত তুলিব পাৰিলে গছ বোৰ পাত দিয়াৰ ক্ষমতা বাঢ়ি যাব। অন্যান্য শস্যৰ বাবে: • শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে আৰু নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ অব্যাহত ৰাখিব পাৰে। • ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ /পচন সাৰ, Urea @ ১৪.৭কি: গ্ৰা:, SSP @ ৪২ কি: গ্ৰা: আৰু MOP @ ১১.৩ কি: গ্ৰা:। সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ Urea এটা বা দুটা কিস্তিত প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 18-10-2023 Disable
7795 गेहू मे बुवाई पर सलाह Nagoniya वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Nagoniya जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह के दौरान दिन में 31 और रात में 22 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की बुवाई का सिंचित अवस्था में उपयुक्त समय नवंबर का प्रथम पखवाड़ा है। बारानी क्षेत्रों में अक्टूबर के अंतिम सप्ताह से नवंबर के प्रथम सप्ताह तक बुवाई करना उत्तम रहता है। यदि भूमि की ऊपरी सतह में संरक्षित नमी प्रचुर मात्रा में है तो गेहूं की बुवाई 15 नवंबर तक कर सकते हैं। गेहूं का बीज साफ स्वस्थ एवं खरपतवार के बीजों से रहित होना चाहिए । सिकुड़े तथा छोटे एवं कटे बीजों को निकाल देना चाहिए । हमेशा प्रमाणित या आधार बीज या विश्वसनीय स्रोत से प्राप्त बीज का उपयोग करना चाहिए। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 18-10-2023 Disable
7796 गेहू मे बुवाई पर सलाह Anwalikalan वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Anwalikalan जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह के दौरान दिन में 33 और रात में 22 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की बुवाई का सिंचित अवस्था में उपयुक्त समय नवंबर का प्रथम पखवाड़ा है। बारानी क्षेत्रों में अक्टूबर के अंतिम सप्ताह से नवंबर के प्रथम सप्ताह तक बुवाई करना उत्तम रहता है। यदि भूमि की ऊपरी सतह में संरक्षित नमी प्रचुर मात्रा में है तो गेहूं की बुवाई 15 नवंबर तक कर सकते हैं। गेहूं का बीज साफ स्वस्थ एवं खरपतवार के बीजों से रहित होना चाहिए । सिकुड़े तथा छोटे एवं कटे बीजों को निकाल देना चाहिए । हमेशा प्रमाणित या आधार बीज या विश्वसनीय स्रोत से प्राप्त बीज का उपयोग करना चाहिए। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 18-10-2023 Disable
7797 गेहू मे बुवाई पर सलाह Bagher वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Bagher जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह के दौरान दिन में 32 और रात में 23 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की बुवाई का सिंचित अवस्था में उपयुक्त समय नवंबर का प्रथम पखवाड़ा है। बारानी क्षेत्रों में अक्टूबर के अंतिम सप्ताह से नवंबर के प्रथम सप्ताह तक बुवाई करना उत्तम रहता है। यदि भूमि की ऊपरी सतह में संरक्षित नमी प्रचुर मात्रा में है तो गेहूं की बुवाई 15 नवंबर तक कर सकते हैं। गेहूं का बीज साफ स्वस्थ एवं खरपतवार के बीजों से रहित होना चाहिए । सिकुड़े तथा छोटे एवं कटे बीजों को निकाल देना चाहिए । हमेशा प्रमाणित या आधार बीज या विश्वसनीय स्रोत से प्राप्त बीज का उपयोग करना चाहिए। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 18-10-2023 Disable
7798 गेहू मे बुवाई पर सलाह Khumariya वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Khumariya जिला Bundi ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह के दौरान दिन में 32 और रात में 22 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की बुवाई का सिंचित अवस्था में उपयुक्त समय नवंबर का प्रथम पखवाड़ा है। बारानी क्षेत्रों में अक्टूबर के अंतिम सप्ताह से नवंबर के प्रथम सप्ताह तक बुवाई करना उत्तम रहता है। यदि भूमि की ऊपरी सतह में संरक्षित नमी प्रचुर मात्रा में है तो गेहूं की बुवाई 15 नवंबर तक कर सकते हैं। गेहूं का बीज साफ स्वस्थ एवं खरपतवार के बीजों से रहित होना चाहिए । सिकुड़े तथा छोटे एवं कटे बीजों को निकाल देना चाहिए । हमेशा प्रमाणित या आधार बीज या विश्वसनीय स्रोत से प्राप्त बीज का उपयोग करना चाहिए। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 18-10-2023 Disable
7799 गेहू मे बुवाई पर सलाह Badanayagoan वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Badanayagoan जिला Bundi ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह के दौरान दिन में 31 और रात में 22 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की बुवाई का सिंचित अवस्था में उपयुक्त समय नवंबर का प्रथम पखवाड़ा है। बारानी क्षेत्रों में अक्टूबर के अंतिम सप्ताह से नवंबर के प्रथम सप्ताह तक बुवाई करना उत्तम रहता है। यदि भूमि की ऊपरी सतह में संरक्षित नमी प्रचुर मात्रा में है तो गेहूं की बुवाई 15 नवंबर तक कर सकते हैं। गेहूं का बीज साफ स्वस्थ एवं खरपतवार के बीजों से रहित होना चाहिए । सिकुड़े तथा छोटे एवं कटे बीजों को निकाल देना चाहिए । हमेशा प्रमाणित या आधार बीज या विश्वसनीय स्रोत से प्राप्त बीज का उपयोग करना चाहिए। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 18-10-2023 Disable
7800 गेहू मे बुवाई पर सलाह Ramgarh वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Ramgarh जिला Baran ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह के दौरान दिन में 33 और रात में 22 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की बुवाई का सिंचित अवस्था में उपयुक्त समय नवंबर का प्रथम पखवाड़ा है। बारानी क्षेत्रों में अक्टूबर के अंतिम सप्ताह से नवंबर के प्रथम सप्ताह तक बुवाई करना उत्तम रहता है। यदि भूमि की ऊपरी सतह में संरक्षित नमी प्रचुर मात्रा में है तो गेहूं की बुवाई 15 नवंबर तक कर सकते हैं। गेहूं का बीज साफ स्वस्थ एवं खरपतवार के बीजों से रहित होना चाहिए । सिकुड़े तथा छोटे एवं कटे बीजों को निकाल देना चाहिए । हमेशा प्रमाणित या आधार बीज या विश्वसनीय स्रोत से प्राप्त बीज का उपयोग करना चाहिए। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 18-10-2023 Disable