Message List: 11,355
S.No Message Title Message State Created By Creation Date Status Action
7851 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 10/08/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৮০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত জুলাই মাহত মুঠ ৩৬৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 09-08-2023 Disable
7852 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 10/08/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৮০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত জুলাই মাহত মুঠ ৪৬৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 09-08-2023 Disable
7853 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 10/08/23) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত জুলাই মাহত মুঠ ৩২৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 09-08-2023 Disable
7854 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 10/08/23) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত জুলাই মাহত মুঠ ২৮৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 09-08-2023 Disable
7855 सोयाबीन मे रोग प्रबंधन Vidisha वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Pali जिला Vidisha ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 8 August - 14 August के दौरान दिन में 28 और रात में 24 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। पिछले सप्ताह 25.2 mm बारिश दर्ज हुई है। जून माह में अबतक कुल 460.2mm बारिश दर्ज हुई है। आगामी सप्ताह मे गुरुवार से सोमवार को 35-80% बारिश होने की संभावना हे। मूंगफली की फसल में चूर्णिल आसिता (पाउडरी मिल्ड्यू) रोग के प्रभाव को कम करने के लिए एजॉक्सीस्ट्रोबिन 9 प्रतिशत या सल्फर धूल की 40 किलो ग्राम मात्रा प्रति हेक्टेयर की दर से प्रयोग करना चाहिये I किसानों को यह भी सलाह दी जाती है कि वे I मूंगफली की फसल में कम लागत मे प्रभावी कीट प्रबंधन के लिये 6 पीले चिपचिपे कार्ड ( येलो स्टिकी ट्रैप ) प्रति एकड़ लगाये एवं विभिन्न स्थानों पर (बर्ड पर्च) लकडी् की “T” आकार की खूंटी स्थापित करें जिससे कीटभक्षी पक्षी के बैठने की व्यवस्था हो I जो पत्ती खाने वाले कैटरपिलर को खाती हैं स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I इस सन्देश को दोबारा सुनने के लिये शून्य दबाए I Madhya Pradesh MP 09-08-2023 Disable
7856 सोयाबीन मे रोग प्रबंधन Sadakhedi वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Sadakhedi जिला Ratlam ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 8 August - 14 August के दौरान दिन में 27 और रात में 23 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। पिछले सप्ताह 19.4 mm बारिश दर्ज हुई है। जून माह में अबतक कुल 710mm बारिश दर्ज हुई है। आगामी सप्ताह मे गुरुवार से सोमवार को 30-85% बारिश होने की संभावना हे। मूंगफली की फसल में चूर्णिल आसिता (पाउडरी मिल्ड्यू) रोग के प्रभाव को कम करने के लिए एजॉक्सीस्ट्रोबिन 9 प्रतिशत या सल्फर धूल की 40 किलो ग्राम मात्रा प्रति हेक्टेयर की दर से प्रयोग करना चाहिये I किसानों को यह भी सलाह दी जाती है कि वे I मूंगफली की फसल में कम लागत मे प्रभावी कीट प्रबंधन के लिये 6 पीले चिपचिपे कार्ड ( येलो स्टिकी ट्रैप ) प्रति एकड़ लगाये एवं विभिन्न स्थानों पर (बर्ड पर्च) लकडी् की “T” आकार की खूंटी स्थापित करें जिससे कीटभक्षी पक्षी के बैठने की व्यवस्था हो I जो पत्ती खाने वाले कैटरपिलर को खाती हैं स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I इस सन्देश को दोबारा सुनने के लिये शून्य दबाए I Madhya Pradesh MP 09-08-2023 Disable
7857 सोयाबीन मे रोग प्रबंधन Bolai वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Bolai जिला Shajapur ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 8 August - 14 August के दौरान दिन में 29 और रात में 24 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। पिछले सप्ताह 11.2 mm बारिश दर्ज हुई है। जून माह में अबतक कुल 980.9mm बारिश दर्ज हुई है। आगामी सप्ताह मे गुरुवार से सोमवार को 35-75% बारिश होने की संभावना हे। मूंगफली की फसल में चूर्णिल आसिता (पाउडरी मिल्ड्यू) रोग के प्रभाव को कम करने के लिए एजॉक्सीस्ट्रोबिन 9 प्रतिशत या सल्फर धूल की 40 किलो ग्राम मात्रा प्रति हेक्टेयर की दर से प्रयोग करना चाहिये I किसानों को यह भी सलाह दी जाती है कि वे I मूंगफली की फसल में कम लागत मे प्रभावी कीट प्रबंधन के लिये 6 पीले चिपचिपे कार्ड ( येलो स्टिकी ट्रैप ) प्रति एकड़ लगाये एवं विभिन्न स्थानों पर (बर्ड पर्च) लकडी् की “T” आकार की खूंटी स्थापित करें जिससे कीटभक्षी पक्षी के बैठने की व्यवस्था हो I जो पत्ती खाने वाले कैटरपिलर को खाती हैं स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I इस सन्देश को दोबारा सुनने के लिये शून्य दबाए I Madhya Pradesh MP 09-08-2023 Disable
7858 सोयाबीन मे रोग प्रबंधन Satgoan वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Satgoan जिला Shajapur ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 8 August - 14 August के दौरान दिन में 29 और रात में 24 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। पिछले सप्ताह 0.2 mm बारिश दर्ज हुई है। जून माह में अबतक कुल 691mm बारिश दर्ज हुई है। आगामी सप्ताह मे गुरुवार से सोमवार को 35-75% बारिश होने की संभावना हे। मूंगफली की फसल में चूर्णिल आसिता (पाउडरी मिल्ड्यू) रोग के प्रभाव को कम करने के लिए एजॉक्सीस्ट्रोबिन 9 प्रतिशत या सल्फर धूल की 40 किलो ग्राम मात्रा प्रति हेक्टेयर की दर से प्रयोग करना चाहिये I किसानों को यह भी सलाह दी जाती है कि वे I मूंगफली की फसल में कम लागत मे प्रभावी कीट प्रबंधन के लिये 6 पीले चिपचिपे कार्ड ( येलो स्टिकी ट्रैप ) प्रति एकड़ लगाये एवं विभिन्न स्थानों पर (बर्ड पर्च) लकडी् की “T” आकार की खूंटी स्थापित करें जिससे कीटभक्षी पक्षी के बैठने की व्यवस्था हो I जो पत्ती खाने वाले कैटरपिलर को खाती हैं स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I इस सन्देश को दोबारा सुनने के लिये शून्य दबाए I Madhya Pradesh MP 09-08-2023 Disable
7859 10-08-2023 - Kotagiri Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஆகஸ்ட் மாதம் 2ம் தேதி முதல் 8ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 48.2mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 24.0 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14.2 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஆகஸ்ட் மாதம் 9ம் தேதி முதல் 15ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிதமானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 23 முதல் 24 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 16 முதல் 17 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 60 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடமேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 23 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். இந்த மாதத்தில் தேயிலை தோட்டங்களில் இலைப்பேன் தாக்குதல் காணப்படும். இலையின் மைய நரம்பிற்கு இரண்டு பக்கங்களிலும் இரு இணை கோடுகள் காணப்படும். இதனை கட்டுப்படுத்த ஏகலக்ஸ் மருந்தினை 10 லிட்டர் தண்ணீரில் 10 மில்லி கலந்து 10 நாட்கள் இடைவெளியில் இரண்டு முறை தெளிக்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 09-08-2023 Disable
7860 10-08-2023 - Coonoor Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஆகஸ்ட் மாதம் 2ம் தேதி முதல் 8ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 5.0mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 23.0 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14.0 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஆகஸ்ட் மாதம் 9ம் தேதி முதல் 15ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிதமானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 20 முதல் 21 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14 முதல் 15 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 55 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடமேற்கு திசையில் மணிக்கு சுமார் 5 முதல் 20 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். இந்த மாதத்தில் தேயிலை தோட்டங்களில் இலைப்பேன் தாக்குதல் காணப்படும். இலையின் மைய நரம்பிற்கு இரண்டு பக்கங்களிலும் இரு இணை கோடுகள் காணப்படும். இதனை கட்டுப்படுத்த ஏகலக்ஸ் மருந்தினை 10 லிட்டர் தண்ணீரில் 10 மில்லி கலந்து 10 நாட்கள் இடைவெளியில் இரண்டு முறை தெளிக்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 09-08-2023 Disable