Message List: 12,436
S.No Message Title Message State Created By Creation Date Status Action
7961 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 26/10/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ২৬ আৰু ২৭ অক্টোবৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । দিনৰ উষ্ণতা প্ৰায় ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সপ্তাহটোত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । UP ৰাখিব লগা বাগান বোৰ যাতে টেবুলটো ওখোৰা মোখোৰা নহয় তাৰ বাবে বিশেষ যত্ন লব লাগিব । • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-10-2023 Disable
7962 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 26/10/23) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৯-২১ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সপ্তাহটোত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । UP ৰাখিব লগা বাগান বোৰ যাতে টেবুলটো ওখোৰা মোখোৰা নহয় তাৰ বাবে বিশেষ যত্ন লব লাগিব । • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-10-2023 Disable
7963 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 26/10/23) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৯-২০ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১১ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সপ্তাহটোত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । UP ৰাখিব লগা বাগান বোৰ যাতে টেবুলটো ওখোৰা মোখোৰা নহয় তাৰ বাবে বিশেষ যত্ন লব লাগিব । • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 25-10-2023 Disable
7964 26-10-2023 - Kotagiri Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். அக்டோபர் மாதம் 18ம் தேதி முதல் 24ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 13.6mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 22.4 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 13.1 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற அக்டோபர் மாதம் 25ம் தேதி முதல் 31ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிக லேசானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 21 முதல் 23 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 15 முதல் 16 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 98 சதவீதமாகவும் மாலை நேரத்தில் 60 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது கிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 7 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். கவாத்து செய்த தோட்டங்களில் இலை சுருட்டு புழு காணப்படுகிறது. இதனை கட்டுப்படுத்த குயினால்பாஸ் (Quinalphos) 200 மி. லிட்டர் மருந்தை 80 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் கட்டுப்படுத்தலாம். நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் உடன் 40 லிட்டர் தண்ணீர் கலந்து விசைதெளிப்பான் மூலம் இருபுறமும் இருவரிசையும், கைத்தெளிப்பான் மூலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 25-10-2023 Disable
7965 26-10-2023 - Coonoor Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். அக்டோபர் மாதம் 18ம் தேதி முதல் 24ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 8.8mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 21.6 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 12.2 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற அக்டோபர் மாதம் 25ம் தேதி முதல் 31ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிக லேசானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 18 முதல் 20 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 13 முதல் 14 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 98 சதவீதமாகவும் மாலை நேரத்தில் 60 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 6 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். கவாத்து செய்த தோட்டங்களில் இலை சுருட்டு புழு காணப்படுகிறது. இதனை கட்டுப்படுத்த குயினால்பாஸ் (Quinalphos) 200 மி. லிட்டர் மருந்தை 80 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் கட்டுப்படுத்தலாம். நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் உடன் 40 லிட்டர் தண்ணீர் கலந்து விசைதெளிப்பான் மூலம் இருபுறமும் இருவரிசையும், கைத்தெளிப்பான் மூலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 25-10-2023 Disable
7966 26-10-2023 - Gudalur Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். அக்டோபர் மாதம் 18ம் தேதி முதல் 24ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் 18.2mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 28.5 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 18.8 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற அக்டோபர் மாதம் 25ம் தேதி முதல் 31ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிக லேசானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 26 முதல் 28 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 19 முதல் 20 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 99 சதவீதமாகவும் மாலை நேரத்தில் 50 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு மற்றும் தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 8 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். கவாத்து செய்த தோட்டங்களில் இலை சுருட்டு புழு காணப்படுகிறது. இதனை கட்டுப்படுத்த குயினால்பாஸ் (Quinalphos) 200 மி. லிட்டர் மருந்தை 80 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் கட்டுப்படுத்தலாம். நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் உடன் 40 லிட்டர் தண்ணீர் கலந்து விசைதெளிப்பான் மூலம் இருபுறமும் இருவரிசையும், கைத்தெளிப்பான் மூலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 25-10-2023 Disable
7967 VIL-Adilabad-Bela-25-10-2023 VIL-Adilabad-Bela-25-10-2023- నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 19 నుంచి 20 డిగ్రీల సెల్సియస్‌, గరిష్ట ఉష్ణోగ్రత 32 నుంచి 33 డిగ్రీల సెల్సియస్‌గా ఉండి ఆకాశం మేఘావృతమై ఉండే అవకాశం ఉందని ఆదిలాబాద్‌లోని బేల వద్ద ఆటోమేటెడ్ వాతావరణ కేంద్రం వాతావరణ సూచన. ఈ వారం వాతావరణం క్లియర్ అయ్యే అవకాశం ఉంది.రైతులకు సలహాలు -ప్రస్తుత వాతావరణ పరిస్థితులు పత్తిని పీల్చే కీటకాల (మావా, బొల్లి పురుగు మరియు తెల్లదోమ) సోకడానికి అనుకూలంగా ఉంటాయి. వాటి నివారణకు లీటరు నీటికి ఇమిడాక్లోప్రిడ్ @ 0.25 మి.లీ లేదా ఫిప్రోనిల్ @ 2 మి.లీ కలిపి పిచికారీ చేయాలి. పత్తిపై గులాబీ రంగు కాయతొలుచు పురుగు సోకడం గమనించవచ్చు. పరిశీలన కోసం ఎకరానికి నాలుగు ఫెరోమోన్ ఉచ్చులను ఉంచండి మరియు వరుసగా మూడు రోజుల పాటు 7-8 పెద్ద కీటకాలను గమనించిన తర్వాత నియంత్రణ చర్యలు తీసుకోవచ్చు. నివారణకు లీటరు నీటికి థయోడికార్బ్ @ 1.5 గ్రా లేదా ప్రొఫెనోఫాస్ @ 2 మి.లీ కలిపి పిచికారీ చేయాలి. బాండ్ వృద్ధి దశలో 2% డిఎపిని పిచికారీ చేయడం మెరుగైన ఉత్పాదకతకు అనుకూలంగా ఉంటుంది. 1% యూరియా మరియు 1% మెగ్నీషియం సల్ఫేట్‌ను బోల్ డెవలప్‌మెంట్ దశలో పిచికారీ చేయడం ద్వారా పంట తర్వాత దశలో పత్తిలో మొగ్గలను నియంత్రించడానికి సిఫార్సు చేయబడింది. పత్తిలో గోపురం మొగ్గలు మరియు ముడత: పూలను సేకరించి నాశనం చేయండి. ప్రోఫెనోఫాస్ 50% EC @ 20 ml లేదా క్లోర్‌పైరిఫాస్ 50% EC @ 20 ml 10 లీటర్ల నీటికి కలిపి పిచికారీ చేయడం 10% కంటే ఎక్కువ (ETL) ఉంటే మంచిది. ఎకరాకు ట్రైకోకార్డ్ 3ను పరాన్నజీవిగా వాడండి. తెల్లదోమ మరియు తెల్లదోమ కోసం ఎకరాకు 8 పసుపు జిగట ఉచ్చులు, ఫుల్సీడే కోసం 8/ఎకరానికి బ్లూ స్టిక్కీ ట్రాప్స్, NKE 5% లేదా వేప ఆధారిత పురుగుమందులను @ 5ml/లీటరు చొప్పున పిచికారీ చేయండి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telangana Telangana 23-10-2023 Disable
7968 VIL-Adilabad-Jainad-25-10-2023 VIL -Adilabad-Jainad-25-10-2023-నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 18 నుంచి 20 డిగ్రీల సెల్సియస్‌, గరిష్ట ఉష్ణోగ్రత 31 నుంచి 33 డిగ్రీల సెల్సియస్‌గా ఉండి ఆకాశం మేఘావృతమై ఉండే అవకాశం ఉందని ఆదిలాబాద్‌లోని జైనాద్‌లోని ఆటోమేటిక్ వాతావరణ కేంద్రం వాతావరణ సూచన. ఈ వారం వాతావరణం క్లియర్ అయ్యే అవకాశం ఉంది. రైతులకు సలహాలు -ప్రస్తుత వాతావరణ పరిస్థితులు పత్తిని పీల్చే కీటకాల (మావా, బొల్లి పురుగు మరియు తెల్లదోమ) సోకడానికి అనుకూలంగా ఉంటాయి. వాటి నివారణకు లీటరు నీటికి ఇమిడాక్లోప్రిడ్ @ 0.25 మి.లీ లేదా ఫిప్రోనిల్ @ 2 మి.లీ కలిపి పిచికారీ చేయాలి. పత్తిపై గులాబీ రంగు కాయతొలుచు పురుగు సోకడం గమనించవచ్చు. పరిశీలన కోసం ఎకరానికి నాలుగు ఫెరోమోన్ ఉచ్చులను ఉంచండి మరియు వరుసగా మూడు రోజుల పాటు 7-8 పెద్ద కీటకాలను గమనించిన తర్వాత నియంత్రణ చర్యలు తీసుకోవచ్చు. నివారణకు లీటరు నీటికి థయోడికార్బ్ @ 1.5 గ్రా లేదా ప్రొఫెనోఫాస్ @ 2 మి.లీ కలిపి పిచికారీ చేయాలి. బాండ్ వృద్ధి దశలో 2% డిఎపిని పిచికారీ చేయడం మెరుగైన ఉత్పాదకతకు అనుకూలంగా ఉంటుంది. 1% యూరియా మరియు 1% మెగ్నీషియం సల్ఫేట్‌ను బోల్ డెవలప్‌మెంట్ దశలో పిచికారీ చేయడం ద్వారా పంట తర్వాత దశలో పత్తిలో మొగ్గలను నియంత్రించడానికి సిఫార్సు చేయబడింది. పత్తిలో గోపురం మొగ్గలు మరియు ముడత: పూలను సేకరించి నాశనం చేయండి. ప్రోఫెనోఫాస్ 50% EC @ 20 ml లేదా క్లోర్‌పైరిఫాస్ 50% EC @ 20 ml 10 లీటర్ల నీటికి కలిపి పిచికారీ చేయడం 10% కంటే ఎక్కువ (ETL) ఉంటే మంచిది. ఎకరాకు ట్రైకోకార్డ్ 3ను పరాన్నజీవిగా వాడండి. తెల్లదోమ మరియు తెల్లదోమ కోసం ఎకరాకు 8 పసుపు జిగట ఉచ్చులు, ఫుల్సీడే కోసం 8/ఎకరానికి బ్లూ స్టిక్కీ ట్రాప్స్, NKE 5% లేదా వేప ఆధారిత పురుగుమందులను @ 5ml/లీటరు చొప్పున పిచికారీ చేయండి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telangana Telangana 23-10-2023 Disable
7969 VIL 2-Yavatmal-Ner-25-10-2023 Yavatmal(2)-नमस्कार शेतकरी बंधूंनो.... नेर तालुक्यातील मोझर येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 19 ते 20 अंश तर कमाल 32 ते 34 अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण स्वच्छ शक्यता आहे. शेतकऱ्यांसाठी सूचना –कपाशीवरील शोषक कीड (मावा, तुडतुडे व पान्ढरी माशी) च्या प्रादुर्भावासाठी प्रचलित हवामान अनुकूल आहे. त्यांच्या नियंत्रणासाठी इमिडाक्लोप्रिड @ 0.25 मिली किंवा फिप्रोनिल @ 2 मिली प्रति लिटर पाण्यात मिसळून फवारणी करावी. कापसावर गुलाबी बोंडअळीचा प्रादुर्भाव दिसून येत आहे. निरीक्षण करण्यासाठी प्रति एकर चार फेरोमोन सापळे लावा आणि 7-8 प्रौढ कीटकांचे सलग तीन दिवस निरीक्षण केल्यानंतर नियंत्रणाचे उपाय केले जाऊ शकतात. नियंत्रणासाठी, थायोडीकार्ब @ 1.5 ग्रॅम किंवा प्रोफेनोफॉस @ 2 मिली प्रति लिटर पाण्यात मिसळून फवारणी करा. चांगल्या उत्पादकतेसाठी बोण्ड् वाढिच्या अवस्थेमध्ये 2% डीएपीची फवारणी करणे योग्य आहे. बोंडाच्या विकासाच्या अवस्थेत 1% युरिया आणि 1% मॅग्नेशियम सल्फेटची फवारणी नंतरच्या पिकाच्या अवस्थेत कपाशि मधील लाल्या टाळन्यासाठि सल्ला दिला जातो. कपाशि मधील डोम कळ्या व प्रादुर्भाव ग्रस्तः फ़ुले गोळा करून नष्ट करा. प्रादुर्भाव 10% (ETL) पेक्षा जास्त असल्यास प्रोफेनोफॉस 50% EC @ 20 ml किंवा chlorpyriphos 50% EC @ 20 ml प्रति 10 लिटर पाण्यात फवारणीचा सल्ला दिला जातो. अंडी अवस्थेत कीड मारण्यासाठी ट्रायकोकार्ड 3 / एकर परजीवी म्हणून वापरा. पांढऱ्या माशी आणि तुडतुडे साठी पिवळे चिकट सापळे 8/एकर, फ़ुल्किडेसाठी 8/एकर निळे चिकट सापळे, NKE 5% किंवा कडुनिंबावर आधारित कीटकनाशकांची @ 5ml/l पाण्यात फवारणी करा.सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 23-10-2023 Disable
7970 VIL 1-Yavatmal-Ghatanji-25-10-2023 Yavatmal (1)-नमस्कार शेतकरी बंधूंनो... घाटंजी तालुक्यातील मारेगाव येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 19 ते 20 अंश तर कमाल 32 ते 33 अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण स्वच्छ शक्यता आहे. शेतकऱ्यांसाठी सूचना –कपाशीवरील शोषक कीड (मावा, तुडतुडे व पान्ढरी माशी) च्या प्रादुर्भावासाठी प्रचलित हवामान अनुकूल आहे. त्यांच्या नियंत्रणासाठी इमिडाक्लोप्रिड @ 0.25 मिली किंवा फिप्रोनिल @ 2 मिली प्रति लिटर पाण्यात मिसळून फवारणी करावी. कापसावर गुलाबी बोंडअळीचा प्रादुर्भाव दिसून येत आहे. निरीक्षण करण्यासाठी प्रति एकर चार फेरोमोन सापळे लावा आणि 7-8 प्रौढ कीटकांचे सलग तीन दिवस निरीक्षण केल्यानंतर नियंत्रणाचे उपाय केले जाऊ शकतात. नियंत्रणासाठी, थायोडीकार्ब @ 1.5 ग्रॅम किंवा प्रोफेनोफॉस @ 2 मिली प्रति लिटर पाण्यात मिसळून फवारणी करा. चांगल्या उत्पादकतेसाठी बोण्ड् वाढिच्या अवस्थेमध्ये 2% डीएपीची फवारणी करणे योग्य आहे. बोंडाच्या विकासाच्या अवस्थेत 1% युरिया आणि 1% मॅग्नेशियम सल्फेटची फवारणी नंतरच्या पिकाच्या अवस्थेत कपाशि मधील लाल्या टाळन्यासाठि सल्ला दिला जातो. कपाशि मधील डोम कळ्या व प्रादुर्भाव ग्रस्तः फ़ुले गोळा करून नष्ट करा. प्रादुर्भाव 10% (ETL) पेक्षा जास्त असल्यास प्रोफेनोफॉस 50% EC @ 20 ml किंवा chlorpyriphos 50% EC @ 20 ml प्रति 10 लिटर पाण्यात फवारणीचा सल्ला दिला जातो. अंडी अवस्थेत कीड मारण्यासाठी ट्रायकोकार्ड 3 / एकर परजीवी म्हणून वापरा. पांढऱ्या माशी आणि तुडतुडे साठी पिवळे चिकट सापळे 8/एकर, फ़ुल्किडेसाठी 8/एकर निळे चिकट सापळे, NKE 5% किंवा कडुनिंबावर आधारित कीटकनाशकांची @ 5ml/l पाण्यात फवारणी करा.सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 23-10-2023 Disable