Message List: 11,701
S.No Message Title Message State Created By Creation Date Status Action
8371 26th July23 JAM Jamaldha :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জুলাই মাসের ২৬ তারিখ থেকে আগস্ট মাসের ১ তারিখ পর্যন্ত আকাশ আংশিক মেঘলা থাকার সম্ভবনা আছে । তবে কোথাও কোথাও হাল্কা থেকে মাঝারি বৃষ্টি পাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩১ ডিগ্রি সেন্টিগ্রেড থেকে ৩৩ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৭ % এবং ৭৫%, বাতাস প্রধানত দক্ষিণ- পূর্ব দিক থেকে প্রবাহিত হবে এবং বাতাসের গতিবেগ গড়ে ৩ থেকে ১০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৯.১ ডিগ্রি সেণ্টিগ্রেড থেকে ২৭.৫ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২২.১ শতাংশ থাকবে বলে অনুমান করা হচ্ছে বাগানে পাতা তোলার সময় বাঞ্জি পাতা উঠিয়ে এক রাউন্ড কমপিনিয়ন ২৫০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । পোকা ও মাকড় না থাকলে এক রাঊন্ড ফোলিয়ার ইউরিয়া ১কেজি + পটাশ ১ কেজি + চিলেটেট জিংক ১০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 27-07-2023 Disable
8372 26th July23 BB Berubari :-সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জুলাই মাসের ২৬ তারিখ থেকে আগস্ট মাসের ১ তারিখ পর্যন্ত আকাশ আংশিক মেঘলা থাকার সম্ভবনা আছে । তবে কোথাও কোথাও হাল্কা থেকে মাঝারি বৃষ্টি পাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩১ ডিগ্রি সেন্টিগ্রেড থেকে ৩৩ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৭ % এবং ৮০%, বাতাস প্রধানত দক্ষিণ- পূর্ব দিক থেকে প্রবাহিত হবে এবং বাতাসের গতিবেগ গড়ে ৪ থেকে ১৫ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ৩১.৭ ডিগ্রি সেণ্টিগ্রেড থেকে ২৯.৪ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৮.৪ শতাংশ থাকবে বলে অনুমান করা হচ্ছে বাগানে পাতা তোলার সময় বাঞ্জি পাতা উঠিয়ে এক রাউন্ড কমপিনিয়ন ২৫০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । পোকা ও মাকড় না থাকলে এক রাঊন্ড ফোলিয়ার ইউরিয়া ১কেজি + পটাশ ১ কেজি + চিলেটেট জিংক ১০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 27-07-2023 Disable
8373 26th July23 BK Baikur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জুলাই মাসের ২৬ তারিখ থেকে আগস্ট মাসের ১ তারিখ পর্যন্ত আকাশ আংশিক মেঘলা থাকার সম্ভবনা আছে । তবে কোথাও কোথাও হাল্কা থেকে মাঝারি বৃষ্টি পাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩১ ডিগ্রি সেন্টিগ্রেড থেকে ৩৩ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৭ % এবং ৭৫%, বাতাস প্রধানত দক্ষিণ- পূর্ব দিক থেকে প্রবাহিত হবে এবং বাতাসের গতিবেগ গড়ে ৩ থেকে ১০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৯.১ ডিগ্রি সেণ্টিগ্রেড থেকে ২৭.৫ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২২.১ শতাংশ থাকবে বলে অনুমান করা হচ্ছে বাগানে পাতা তোলার সময় বাঞ্জি পাতা উঠিয়ে এক রাউন্ড কমপিনিয়ন ২৫০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । পোকা ও মাকড় না থাকলে এক রাঊন্ড ফোলিয়ার -ইউরিয়া ১কেজি + পটাশ ১ কেজি + চিলেটেট জিংক ১০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 27-07-2023 Disable
8374 insect management in Paddy ନମସ୍କାର ମାହାଙ୍ଗା ଓ ଡେରାବିଶ ଅଞ୍ଚଳ ର କୃଷକ ମାନଙ୍କୁ ଶୋଲିଦାରିଡlଡ ଏବଂ ଶରତ କର ଫାଣ୍ଡେସନ ତରଫରୁ ଭୋଡଫୋନ ଓ ଇଣ୍ଡସ ଟାୱାର ସହଯୋଗ ରେ ଚାଲୁଥିବା ଆଧୁନିକ କୃଷି ପ୍ରଣାଳି ପ୍ରକଳ୍ପ କୁ ସ୍ବାଗତ କରାଯାଇଛି। ଧାନ ରୋଇବl ପୂର୍ବରୁ ମୁଖ୍ୟ ଜମିକୁ ୭ରୁ୧୦ଦିନ ବ୍ୟବଧାନ ରେ ଦୁଇଥର କାଦୁଅ କରି ଭଲଭାବରେ ସମତଳ କରି ଦିଅନ୍ତୁ। ପ୍ରଥମ କାଦୁଅ ପୂର୍ବରୁ ଏକର ପ୍ରତି ୮ କ୍ୱିଣ୍ଟାଲ ସଢା ଗୋବର ଖତ ପ୍ରୟୋଗ କରନ୍ତୁ। ମୁଖ୍ୟ ଜମିରେ ପ୍ରଥମ ଥର କାଦୁଅ କରିବା ସମୟରେ ଧଣ୍ଡିଚା ଗଛକୁ ଭଲଭାବରେ ମିଶାଇ ଦିଅନ୍ତୁ। ଅଧିକ ଅମଳକ୍ଷମ ଫସଲ ପାଇଁ ଏକର ପିଛା (୩୫କିଗ୍ରା ଡି. ଏ.ପି+୨୭କିଗ୍ରା ଏମ୍.ଓ.ପି)କିମ୍ବା (୧୮କିଗ୍ରା ୟୁରିଆ +୧୦୦କିଗ୍ରା ଏସ୍. ଏସ୍. ପି+୨୭କିଗ୍ରା ଏମ୍ .ଓ.ପି)ଶେଷ ଓଡ କାଦୁଅ କରିବା ସମୟରେ ମୂଳ ସାର ଭାବେ ପ୍ରୟୋଗ କରନ୍ତୁ।ବାଲିଆ ମାଟି ହୋଇଥିଲେ ଏକର ପିଛା (୩୫କିଗ୍ରା ଡି. ଏ.ପି+୧୩ ୫କିଗ୍ରା ଏମ୍.ଓ.ପି) କିମ୍ୱା (୧୮କିଗ୍ରା ୟୁରିଆ +୧୦୦କିଗ୍ରା ଏସ୍ . ଏସ.ପି+୧୩. ୫କିଗ୍ରା ଏମ୍.ଓ.ପି) ମୂଳସାର ଭାବେ ପ୍ରୟୋଗ କରନ୍ତୁ। ଶଙ୍କର ଜାତୀୟ ଧାନ କିସମ ପାଇଁ (୫୩ କୀଗ୍ରା ଡି.ଏ.ପି+୨୭କିଗ୍ରା ଏମ୍.ଓ.ପି କିମ୍ଵା ୨୭କିଗ୍ରା ୟୁରିଆ+ ୧୫୦କିଗ୍ରା ଏସ .ଏସ.ପି+ ୩୦କିଗ୍ରା ଏମ୍.ଓ.ପି) ମୂଳସାର ଭାବେ ଶେଷ ଓଡ଼ କାଦୁଅ କରିବା ସମୟରେ ପ୍ରାୟୋଗ କରନ୍ତୁ। ଅଧିକ ସୂଚନା ପାଇଁ ଆମ ଟୋଲ ଫ୍ରି ନମ୍ବର ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ କଲ୍ କରନ୍ତୁ। ଧନ୍ୟବାଦ୍ Orissa Orissa 27-07-2023 Disable
8375 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 27/07/23) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 26-07-2023 Disable
8376 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 27/07/23) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 26-07-2023 Disable
8377 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 27/07/23) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 26-07-2023 Disable
8378 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 27/07/23) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩, বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 26-07-2023 Disable
8379 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 27/07/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব। ২৭ৰ পৰা ২৯ জুলাইলৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণ আৰু ৩০ জুলাইৰ পৰা ২ আগষ্টলৈ অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ১-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 26-07-2023 Disable
8380 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 27/07/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব। ২৭ৰ পৰা ২৯ জুলাইলৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণ আৰু ৩০ জুলাইৰ পৰা ২ আগষ্টলৈ অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ১-৫ কিলোমিটাৰ বেগত উত্তৰ-পশ্চিম আৰু পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 26-07-2023 Disable