Message List: 12,201
S.No Message Title Message State Created By Creation Date Status Action
8691 9th Aug23 BB সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী আগস্ট মাসের ৯ তারিখ থেকে ১৫ তারিখ পর্যন্ত আকাশ মেঘলা থাকার সম্ভবনা আছে । তবে কোথাও কোথাও মাঝারি থেকে ভারী বৃষ্টিপাতের বৃষ্টি পাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৭ % এবং ৮০%, বাতাস প্রধানত উত্তর- পূর্ব দিক থেকে প্রবাহিত হবে এবং বাতাসের গতিবেগ গড়ে ৩ থেকে ৭ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ৩০.৯ ডিগ্রি সেণ্টিগ্রেড থেকে ২৯.৬ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২০.০ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগানে মশা এবং লুপারের উপদ্রব দেখা দিলে পাতা তোলার পর ইমামেক্টিন বেঞ্জুয়েট + থামেথোস্কাম + স্টিকার মিশিয়ে স্প্রে করে দিন । প্রয়োজন হলে দ্বিতীয় রাউন্ড বাইফেন্থ্রিন অথবা ডেলটামাইথ্রিন স্টিকার মিশিয়ে স্প্রে করে দিন । লুপারের উপদ্রব বেশী হলে ফুলুবেন্ডামাইট আর খুব বেশী হলে ফুলুবেন্ডামাইট + ডেলটামাইথ্রিন + স্টিকার এক সাথে মিশিয়ে স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 09-08-2023 Disable
8692 9th Aug23 BK Baikur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী আগস্ট মাসের ৯ তারিখ থেকে ১৫ তারিখ পর্যন্ত আকাশ মেঘলা থাকার সম্ভবনা আছে । তবে কোথাও কোথাও মাঝারি থেকে ভারী বৃষ্টিপাতের বৃষ্টি পাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৮ % এবং ৮০%, বাতাস প্রধানত উত্তর- পূর্ব দিক থেকে প্রবাহিত হবে এবং বাতাসের গতিবেগ গড়ে ৩ থেকে ৮ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৮.৬ ডিগ্রি সেণ্টিগ্রেড থেকে ২৮.২ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২৪.৫ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগানে মশা এবং লুপারের উপদ্রব দেখা দিলে পাতা তোলার পর ইমামেক্টিন বেঞ্জুয়েট + থামেথোস্কাম + স্টিকার মিশিয়ে স্প্রে করে দিন । প্রয়োজন হলে দ্বিতীয় রাউন্ড বাইফেন্থ্রিন অথবা ডেলটামাইথ্রিন স্টিকার মিশিয়ে স্প্রে করে দিন । লুপারের উপদ্রব বেশী হলে ফুলুবেন্ডামাইট আর খুব বেশী হলে ফুলুবেন্ডামাইট + ডেলটামাইথ্রিন + স্টিকার এক সাথে মিশিয়ে স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 09-08-2023 Disable
8693 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 10/08/23) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত জুলাই মাহত মুঠ ৪১৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 09-08-2023 Disable
8694 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 10/08/23) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত জুলাই মাহত মুঠ ১৪৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 09-08-2023 Disable
8695 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 10/08/23) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত জুলাই মাহত মুঠ ৪০৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 09-08-2023 Disable
8696 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 10/08/23) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩, বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত জুলাই মাহত মুঠ ৩৯১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 09-08-2023 Disable
8697 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 10/08/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৮০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত জুলাই মাহত মুঠ ৩৬৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 09-08-2023 Disable
8698 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 10/08/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৮০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত জুলাই মাহত মুঠ ৪৬৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 09-08-2023 Disable
8699 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 10/08/23) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত জুলাই মাহত মুঠ ৩২৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 09-08-2023 Disable
8700 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 10/08/23) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১০ৰ পৰা ১৬ আগষ্টলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত জুলাই মাহত মুঠ ২৮৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 09-08-2023 Disable