Message List: 11,309
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 8931 | Advisory on Sunflower | ବର୍ତ୍ତମାନ ସୂର୍ଯ୍ୟମୁଖୀ ଫସଲ ଫୁଲ ଫୁଟି ସାରି ମଞ୍ଜି ଧାରଣ ଅବସ୍ଥାରେ ଅଛି । ଏହି ଅଦିନିଆ ବର୍ଷା ପୃଷ୍ଟ ମଞ୍ଜି ଗଠନରେ ସହାୟକ ହେବ । ଅଥବା ଜମିର ବତର ଦେଖି ଆବଶ୍ଯକ ମାତ୍ରାରେ ଜଳ ସେଚନ କରନ୍ତୁ ଅମଳ ହୋଇଥିବା ସୂର୍ୟ୍ଯମୁଖୀ ମଂଜିକୁ ଖରାରେ ଭଲଭାବେ ସୁଖାଇ ଜଳୀୟ ଅଂଶ ୮% ରୁ ୧୦% ହୋଇଜିବା ପରେ ତାହାକୁ ଏକ ବାୟୁ ରୁଦ୍ଧ ପାତ୍ରରେ ସଂଗ୍ରହ କରି ରଖନ୍ତୁ। ପରବର୍ତ୍ତୀ ଖରିଫ ଫସଲ ପାଇଁ ଗୋଟିଏ ଗଭୀର ଖରାଟିଆ ଚାଷ ନିତାନ୍ତ ଜରୁରୀ। ସେଥିପାଇଁ ମୋଡପତ୍ର ଲଂଗଳ ରେ (MOULD BOARD PLOUGH) ମାଟିକୁ ଭଲ ଭବେ ଚାଷ କରି ଦିଅନ୍ତୁ। ଏହାଦ୍ୱାରା ଜମିରେ ଥିବା ଅନିଷ୍ଟକାରୀ ଜୀବାଣୁ, ବିଜାଣୁ ତଥା ରୋଗ ପୋକମାନଙ୍କର ପ୍ରାଦୁର୍ଭାବ କମିଥଏ ତାଛଡା ଅନାବନା ଘାସ ବାଳୁଂଗା ର ସଂଖ୍ଯା ମଧ୍ଯ ବହୁତ ମାତ୍ରାରେ କମି ଥାଏ। | Orissa | Orissa | 17-05-2023 | Disable |
|
| 8932 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 18/05/23) | জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ মে লৈ মুঠ ৪৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে পৰামৰ্শ দিয়া মাত্ৰাত দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 17-05-2023 | Disable |
|
| 8933 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 18/05/23) | জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ মে লৈ মুঠ ২৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে পৰামৰ্শ দিয়া মাত্ৰাত দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 17-05-2023 | Disable |
|
| 8934 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 18/05/23) | জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০% আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ মে লৈ মুঠ ৮০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে পৰামৰ্শ দিয়া মাত্ৰাত দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 17-05-2023 | Disable |
|
| 8935 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 18/05/23) | জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩, বতৰ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০% আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ মে লৈ মুঠ ৩৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে পৰামৰ্শ দিয়া মাত্ৰাত দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 17-05-2023 | Disable |
|
| 8936 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 18/05/23) | জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ মে লৈ মুঠ ১০৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে আমাৰ অফিচৰ পৰা সকলোলৈ দিয়া দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 17-05-2023 | Disable |
|
| 8937 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 18/05/23) | জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ মে লৈ মুঠ ৭৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে আমাৰ অফিচৰ পৰা সকলোলৈ দিয়া দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 17-05-2023 | Disable |
|
| 8938 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 18/05/23) | জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি অত্যন্ত তীব্ৰ সামুদ্রিক ঘূৰ্ণীবতাহ Mochaৰ (মোকা) প্ৰভাৱত ওচৰৰ অঞ্চলবোৰত, ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৩-২৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৯-১৯ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ মে লৈ মুঠ ৮১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে আমাৰ অফিচৰ পৰা সকলোলৈ দিয়া দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 17-05-2023 | Disable |
|
| 8939 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 18/05/23) | জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি অত্যন্ত তীব্ৰ সামুদ্রিক ঘূৰ্ণীবতাহ Mochaৰ (মোকা) প্ৰভাৱত ওচৰৰ অঞ্চলবোৰত, ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২২-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১৯ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ মে লৈ মুঠ ৫০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে আমাৰ অফিচৰ পৰা সকলোলৈ দিয়া দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 17-05-2023 | Disable |
|
| 8940 | May 4 Week 23 Advisory Moholi | 17-5-23 प्रिय किसान साथियों, आगामी 22 से 28 मई के दौरान शाहजहांपुर जिले के मोहोली क्षेत्र में गर्मी से थोड़ी रहत मिलेगीI इस दौरान दिन का अधिकतम तापमान 38 से 43 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 25 से 26 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI सप्ताह के दौरान धुंध और बादल छाये रहेंगे और 25 तथा 26 मई के दौरान कहीं-कहीं तेज हवा के साथ वर्षा की सम्भावना हैI पूरे सप्ताह पूर्व और पश्चिम दिशा से 2 से 16 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI वायुमंडल में आर्द्रता 50 से 60% तक रहेगीI सप्ताह के मौसम को देखते हुए किसान साथियों को सलाह डी जाती है कि अपने खेतों में खर-पतवार नियंत्रण का काम इस हफ्ते गन्ने के खेतों की लाइनों में हल या पॉवर टिलर की सहायता से अवश्य कर लेंI गन्ने के खेतों को टॉप बोरर, पायरिल्ला और शूट बोरर जैसे कीड़ों से बचने के लिए अपने खेतों का नियमित निरीक्षण करते रहें और जरूरी होने पर कीट नियंत्रण का काम करेंI ऐसे खेतों में ट्राईकोकार्ड या अन्य ट्रैप का उपयोग किया जा सकता हैI प्रकोप बढ़ने की स्थिति में 150 मिली प्रति एकड़ की दर से कोराजेन को 400 लीटर पानी में घोल कर गन्ने के तनों को ड्रेंच करें और इसके तुरंत बाद पानी लगायेंI इस समय गन्ने के खेतों में लाल सडन रोग के लक्षण दिखने लगेंगेI यदि किसी खेत में लाल सडन या रेड-रॉट की बीमारी के लक्षण दिखाई दें तो ऐसे गन्नो को जड़ से उखाड़ कर खेत से दूर ले जाकर जला देंI उखाड़े गए स्थान पर 4 किलो ग्राम प्रति एकड़ की दर से ट्राईकोडर्मा को गोबर की सडी खाद में मिला कर नमी की अवस्था में खेतों में मिलाएंI ऐसे खेतों के सिंचाई का पानी दूसरे खतों में न जाने देंI शरद काल में बोये गए गन्ने में यूरिया की अंतिम डोज़ देकर पौधों पर भरपूर मिट्टी चढ़ाएं जिससे अच्छे गन्ने तैयार होंगेI इन खेतों में घुलनशील एन.पी.के. का छिडकाव किया जा सकता हैI खाली खेतों में मूंग, ढैंचा, सनई की बुवाई करके हरी खाद बनायेंI बारिश के बाद इन खेतों में गन्ने की बोवाई की जा सकती हैI यह समय अपने खेत की मिट्टी की जाँच करने के किये बहुत अनुकूल है अतः अपने खेत की मिट्टी की जाँच अवश्य करा लेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI | Uttar Pradesh | Uttar Pradesh | 17-05-2023 | Disable |
|