Message List: 11,706
S.No Message Title Message State Created By Creation Date Status Action
9431 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 11/05/23) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১১ৰ পৰা ১৭ মে লৈ, ২০২৩, বতৰ সামান্যৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। ১২ৰ পৰা ১৪ মে লৈ বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ৫-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত এপ্ৰিল মাহত মুঠ ২৪৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে, গতিকে এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 10-05-2023 Disable
9432 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 11/05/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১১ৰ পৰা ১৭ মে লৈ, ২০২৩ বতৰ সামান্যৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। ১২ৰ পৰা ১৪ মে লৈ বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত এপ্ৰিল মাহত মুঠ ১৭৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে, গতিকে এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-05-2023 Disable
9433 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 11/05/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১১ৰ পৰা ১৭ মে লৈ, ২০২৩ বতৰ সামান্যৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। ১২ৰ পৰা ১৪ মে লৈ বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত এপ্ৰিল মাহত মুঠ ১১৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে, গতিকে এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-05-2023 Disable
9434 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 11/05/23) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১১ৰ পৰা ১৭ মে লৈ, ২০২৩ বতৰ ফৰকালৰ পৰা ডাৱৰীয়া হৈ থকাৰ লগতে ১৫ৰ পৰা ১৭ মে লৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২২-২৬ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ১০-২৩ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত এপ্ৰিল মাহত মুঠ ২৪৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে, গতিকে এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-05-2023 Disable
9435 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 11/05/23) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১১ৰ পৰা ১৭ মে লৈ, ২০২৩ বতৰ ফৰকালৰ পৰা ডাৱৰীয়া হৈ থকাৰ লগতে ১৫ৰ পৰা ১৭ মে লৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৩০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-২০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত এপ্ৰিল মাহত মুঠ ১৭৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে, গতিকে এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-05-2023 Disable
9436 May 3 Week 23 Advisory Moholi प्रिय किसान साथियों, मई माह की 14 से 21 तारीख के दौरान शाहजहांपुर जिले के मोहोली क्षेत्र में दिन का तापमान बढ़ने से गर्मी और बढ़ेगीI इस दौरान दिन का अधिकतम तापमान 41 से 43 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 25 से 27 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI सप्ताह के शुरुआत में बादल छायेगे, लेकिन वर्षा की सम्भावना नहीं हैI पूरे सप्ताह पश्चिम और उत्तर दिशा से 2 से 19 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI वायुमंडल में आर्द्रता 8 से 50% तक रहेगीI सप्ताह के दौरान बढती गर्मी को देखते हुए हुए साइल मोइस्चर इंडिकेटर की सहायता से अपने खेत में नमी की जाँच करे और खेतों में नमी बनाये रखने के लिए जरुरत के अनुसार सिंचाई करेंI सिंचाई फरो विधि के माध्यम से खुंडो या नाली में करें इससे पानी की बचत होती हैI पानी को बचाने के लिए खेतों में खर-पतवार को लगातार निकलते रहेंI सप्ताह का तापमान गन्ने के खेतों में टॉप बोरर, पायरिल्ला और शूट बोरर जैसे कीड़ों को मदद करने वाला हैI ऐसे में किसान साथी अपने खेतों का नियमित निरीक्षण करते रहें और जरूरी होने पर कीट नियंत्रण का काम करेंI टॉप बोरर से प्रभावित गन्नों को जड़ से उखाड कर खेत से दूर ले जाकर नष्ट कर देंI ऐसे खेतों में ट्राईकोकार्ड या अन्य ट्रैप का उपयोग किया जा सकता हैI प्रकोप बढ़ने की स्थिति में 150 मिली प्रति एकड़ की दर से कोराजेन को 400 लीटर पानी में घोल कर गन्ने के तनों को ड्रेंच करें और इसके तुरंत बाद पानी लगायेंI पायरिल्ला के कीट मिलने पर इसके रोकथाम के लिए इसके परजीवी की व्यवस्था करें तो वह पायरिल्ला के कीटों को खुद नियंत्रित कर लेंगेI यदि किसी खेत में रेड रोत की बीमारी के लक्षण दिखाई दें तो ऐसे गन्नो को जड़ से उखाड़ कर खेत से दूर ले जाकर जला देंI उखाड़े गए स्थान पर 4 किलो ग्राम प्रति एकड़ की दर से ट्राईकोडर्मा को गोबर की सडी खाद में मिला कर नमी की अवस्था में खेतों में मिलाएंI ऐसे खेतों के सिंचाई का पानी दूसरे खतों में न जाने देंI शरद काल में बोये गए गन्ने में हल्की मिट्टी चढ़ाएं इससे अवांछित कल्लों को रोकने में मदद मिलेगी और अच्छे गन्ने तैयार होंगेI इन खेतों में घुलनशील एन.पी.के. का छिडकाव किया जा सकता हैI खाली खेतों में मूंग, ढैंचा, सनई की बुवाई करके हरी खाद बनायेंI बारिश के बाद इन खेतों में गन्ने की बोवाई की जा सकती हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 10-05-2023 Disable
9437 May 3 Week 23 Advisory Jalalabad प्रिय किसान साथियों, मई माह की 14 से 21 तारीख के दौरान शाहजहांपुर जिले के जलालाबाद क्षेत्र में दिन का तापमान बढ़ने से गर्मी और बढ़ेगीI इस दौरान दिन का अधिकतम तापमान 41 से 43 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 25 से 27 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI सप्ताह के शुरुआत में बादल छायेगे, लेकिन वर्षा की सम्भावना नहीं हैI पूरे सप्ताह पश्चिम और उत्तर दिशा से 2 से 19 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI वायुमंडल में आर्द्रता 8 से 50% तक रहेगीI सप्ताह के दौरान बढती गर्मी को देखते हुए हुए साइल मोइस्चर इंडिकेटर की सहायता से अपने खेत में नमी की जाँच करे और खेतों में नमी बनाये रखने के लिए जरुरत के अनुसार सिंचाई करेंI सिंचाई फरो विधि के माध्यम से खुंडो या नाली में करें इससे पानी की बचत होती हैI पानी को बचाने के लिए खेतों में खर-पतवार को लगातार निकलते रहेंI सप्ताह का तापमान गन्ने के खेतों में टॉप बोरर, पायरिल्ला और शूट बोरर जैसे कीड़ों को मदद करने वाला हैI ऐसे में किसान साथी अपने खेतों का नियमित निरीक्षण करते रहें और जरूरी होने पर कीट नियंत्रण का काम करेंI टॉप बोरर से प्रभावित गन्नों को जड़ से उखाड कर खेत से दूर ले जाकर नष्ट कर देंI ऐसे खेतों में ट्राईकोकार्ड या अन्य ट्रैप का उपयोग किया जा सकता हैI प्रकोप बढ़ने की स्थिति में 150 मिली प्रति एकड़ की दर से कोराजेन को 400 लीटर पानी में घोल कर गन्ने के तनों को ड्रेंच करें और इसके तुरंत बाद पानी लगायेंI पायरिल्ला के कीट मिलने पर इसके रोकथाम के लिए इसके परजीवी की व्यवस्था करें तो वह पायरिल्ला के कीटों को खुद नियंत्रित कर लेंगेI यदि किसी खेत में रेड रोत की बीमारी के लक्षण दिखाई दें तो ऐसे गन्नो को जड़ से उखाड़ कर खेत से दूर ले जाकर जला देंI उखाड़े गए स्थान पर 4 किलो ग्राम प्रति एकड़ की दर से ट्राईकोडर्मा को गोबर की सडी खाद में मिला कर नमी की अवस्था में खेतों में मिलाएंI ऐसे खेतों के सिंचाई का पानी दूसरे खतों में न जाने देंI शरद काल में बोये गए गन्ने में हल्की मिट्टी चढ़ाएं इससे अवांछित कल्लों को रोकने में मदद मिलेगी और अच्छे गन्ने तैयार होंगेI इन खेतों में घुलनशील एन.पी.के. का छिडकाव किया जा सकता हैI खाली खेतों में मूंग, ढैंचा, सनई की बुवाई करके हरी खाद बनायेंI बारिश के बाद इन खेतों में गन्ने की बोवाई की जा सकती हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 10-05-2023 Disable
9438 May 3 Week 23 Advisory Allaganj प्रिय किसान साथियों, मई माह की 14 से 21 तारीख के दौरान शाहजहांपुर जिले के अल्लागंज क्षेत्र में दिन का तापमान बढ़ने से गर्मी और बढ़ेगीI इस दौरान दिन का अधिकतम तापमान 41 से 43 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 25 से 27 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI सप्ताह के शुरुआत में बादल छायेगे, लेकिन वर्षा की सम्भावना नहीं हैI पूरे सप्ताह पश्चिम और उत्तर दिशा से 2 से 19 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI वायुमंडल में आर्द्रता 8 से 50% तक रहेगीI सप्ताह के दौरान बढती गर्मी को देखते हुए हुए साइल मोइस्चर इंडिकेटर की सहायता से अपने खेत में नमी की जाँच करे और खेतों में नमी बनाये रखने के लिए जरुरत के अनुसार सिंचाई करेंI सिंचाई फरो विधि के माध्यम से खुंडो या नाली में करें इससे पानी की बचत होती हैI पानी को बचाने के लिए खेतों में खर-पतवार को लगातार निकलते रहेंI सप्ताह का तापमान गन्ने के खेतों में टॉप बोरर, पायरिल्ला और शूट बोरर जैसे कीड़ों को मदद करने वाला हैI ऐसे में किसान साथी अपने खेतों का नियमित निरीक्षण करते रहें और जरूरी होने पर कीट नियंत्रण का काम करेंI टॉप बोरर से प्रभावित गन्नों को जड़ से उखाड कर खेत से दूर ले जाकर नष्ट कर देंI ऐसे खेतों में ट्राईकोकार्ड या अन्य ट्रैप का उपयोग किया जा सकता हैI प्रकोप बढ़ने की स्थिति में 150 मिली प्रति एकड़ की दर से कोराजेन को 400 लीटर पानी में घोल कर गन्ने के तनों को ड्रेंच करें और इसके तुरंत बाद पानी लगायेंI पायरिल्ला के कीट मिलने पर इसके रोकथाम के लिए इसके परजीवी की व्यवस्था करें तो वह पायरिल्ला के कीटों को खुद नियंत्रित कर लेंगेI यदि किसी खेत में रेड रोत की बीमारी के लक्षण दिखाई दें तो ऐसे गन्नो को जड़ से उखाड़ कर खेत से दूर ले जाकर जला देंI उखाड़े गए स्थान पर 4 किलो ग्राम प्रति एकड़ की दर से ट्राईकोडर्मा को गोबर की सडी खाद में मिला कर नमी की अवस्था में खेतों में मिलाएंI ऐसे खेतों के सिंचाई का पानी दूसरे खतों में न जाने देंI शरद काल में बोये गए गन्ने में हल्की मिट्टी चढ़ाएं इससे अवांछित कल्लों को रोकने में मदद मिलेगी और अच्छे गन्ने तैयार होंगेI इन खेतों में घुलनशील एन.पी.के. का छिडकाव किया जा सकता हैI खाली खेतों में मूंग, ढैंचा, सनई की बुवाई करके हरी खाद बनायेंI बारिश के बाद इन खेतों में गन्ने की बोवाई की जा सकती हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 10-05-2023 Disable
9439 May 3 Week 23 Advisory Puwaya प्रिय किसान साथियों, मई माह की 14 से 21 तारीख के दौरान शाहजहांपुर जिले के पुवाया क्षेत्र में दिन का तापमान बढ़ने से गर्मी और बढ़ेगीI इस दौरान दिन का अधिकतम तापमान 41 से 43 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 25 से 27 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI सप्ताह के शुरुआत में बादल छायेगे, लेकिन वर्षा की सम्भावना नहीं हैI पूरे सप्ताह पश्चिम और उत्तर दिशा से 2 से 19 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI वायुमंडल में आर्द्रता 8 से 50% तक रहेगीI सप्ताह के दौरान बढती गर्मी को देखते हुए हुए साइल मोइस्चर इंडिकेटर की सहायता से अपने खेत में नमी की जाँच करे और खेतों में नमी बनाये रखने के लिए जरुरत के अनुसार सिंचाई करेंI सिंचाई फरो विधि के माध्यम से खुंडो या नाली में करें इससे पानी की बचत होती हैI पानी को बचाने के लिए खेतों में खर-पतवार को लगातार निकलते रहेंI सप्ताह का तापमान गन्ने के खेतों में टॉप बोरर, पायरिल्ला और शूट बोरर जैसे कीड़ों को मदद करने वाला हैI ऐसे में किसान साथी अपने खेतों का नियमित निरीक्षण करते रहें और जरूरी होने पर कीट नियंत्रण का काम करेंI टॉप बोरर से प्रभावित गन्नों को जड़ से उखाड कर खेत से दूर ले जाकर नष्ट कर देंI ऐसे खेतों में ट्राईकोकार्ड या अन्य ट्रैप का उपयोग किया जा सकता हैI प्रकोप बढ़ने की स्थिति में 150 मिली प्रति एकड़ की दर से कोराजेन को 400 लीटर पानी में घोल कर गन्ने के तनों को ड्रेंच करें और इसके तुरंत बाद पानी लगायेंI पायरिल्ला के कीट मिलने पर इसके रोकथाम के लिए इसके परजीवी की व्यवस्था करें तो वह पायरिल्ला के कीटों को खुद नियंत्रित कर लेंगेI यदि किसी खेत में रेड रोत की बीमारी के लक्षण दिखाई दें तो ऐसे गन्नो को जड़ से उखाड़ कर खेत से दूर ले जाकर जला देंI उखाड़े गए स्थान पर 4 किलो ग्राम प्रति एकड़ की दर से ट्राईकोडर्मा को गोबर की सडी खाद में मिला कर नमी की अवस्था में खेतों में मिलाएंI ऐसे खेतों के सिंचाई का पानी दूसरे खतों में न जाने देंI शरद काल में बोये गए गन्ने में हल्की मिट्टी चढ़ाएं इससे अवांछित कल्लों को रोकने में मदद मिलेगी और अच्छे गन्ने तैयार होंगेI इन खेतों में घुलनशील एन.पी.के. का छिडकाव किया जा सकता हैI खाली खेतों में मूंग, ढैंचा, सनई की बुवाई करके हरी खाद बनायेंI बारिश के बाद इन खेतों में गन्ने की बोवाई की जा सकती हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 10-05-2023 Disable
9440 May 3 Week 23 Advisory Madnapur प्रिय किसान साथियों, मई माह की 14 से 21 तारीख के दौरान शाहजहांपुर जिले के मदनपुर क्षेत्र में दिन का तापमान बढ़ने से गर्मी और बढ़ेगीI इस दौरान दिन का अधिकतम तापमान 41 से 43 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 25 से 27 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI सप्ताह के शुरुआत में बादल छायेगे, लेकिन वर्षा की सम्भावना नहीं हैI पूरे सप्ताह पश्चिम और उत्तर दिशा से 2 से 19 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI वायुमंडल में आर्द्रता 8 से 50% तक रहेगीI सप्ताह के दौरान बढती गर्मी को देखते हुए हुए साइल मोइस्चर इंडिकेटर की सहायता से अपने खेत में नमी की जाँच करे और खेतों में नमी बनाये रखने के लिए जरुरत के अनुसार सिंचाई करेंI सिंचाई फरो विधि के माध्यम से खुंडो या नाली में करें इससे पानी की बचत होती हैI पानी को बचाने के लिए खेतों में खर-पतवार को लगातार निकलते रहेंI सप्ताह का तापमान गन्ने के खेतों में टॉप बोरर, पायरिल्ला और शूट बोरर जैसे कीड़ों को मदद करने वाला हैI ऐसे में किसान साथी अपने खेतों का नियमित निरीक्षण करते रहें और जरूरी होने पर कीट नियंत्रण का काम करेंI टॉप बोरर से प्रभावित गन्नों को जड़ से उखाड कर खेत से दूर ले जाकर नष्ट कर देंI ऐसे खेतों में ट्राईकोकार्ड या अन्य ट्रैप का उपयोग किया जा सकता हैI प्रकोप बढ़ने की स्थिति में 150 मिली प्रति एकड़ की दर से कोराजेन को 400 लीटर पानी में घोल कर गन्ने के तनों को ड्रेंच करें और इसके तुरंत बाद पानी लगायेंI पायरिल्ला के कीट मिलने पर इसके रोकथाम के लिए इसके परजीवी की व्यवस्था करें तो वह पायरिल्ला के कीटों को खुद नियंत्रित कर लेंगेI यदि किसी खेत में रेड रोत की बीमारी के लक्षण दिखाई दें तो ऐसे गन्नो को जड़ से उखाड़ कर खेत से दूर ले जाकर जला देंI उखाड़े गए स्थान पर 4 किलो ग्राम प्रति एकड़ की दर से ट्राईकोडर्मा को गोबर की सडी खाद में मिला कर नमी की अवस्था में खेतों में मिलाएंI ऐसे खेतों के सिंचाई का पानी दूसरे खतों में न जाने देंI शरद काल में बोये गए गन्ने में हल्की मिट्टी चढ़ाएं इससे अवांछित कल्लों को रोकने में मदद मिलेगी और अच्छे गन्ने तैयार होंगेI इन खेतों में घुलनशील एन.पी.के. का छिडकाव किया जा सकता हैI खाली खेतों में मूंग, ढैंचा, सनई की बुवाई करके हरी खाद बनायेंI बारिश के बाद इन खेतों में गन्ने की बोवाई की जा सकती हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 10-05-2023 Disable