Message List: 11,307
S.No Message Title Message State Created By Creation Date Status Action
9541 April 2nd Week Advisory Bilgram प्रिय किसान साथियों, अप्रैल माह की 10 से 16 तारीख के दौरान हरदोई जिले के बिलग्राम के मौसम में बदलाव आयेगा और गर्मी बढ़ेगीI दिन का अधिकतम तापमान 38 से 40 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 23 डिग्री सेंटीग्रेड तक बढेगा I वायुमंडल में आर्द्रता कम होकर 40% तक रह जाएगीI इस दौरान पश्चिम दिशा से 4 से 17 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI तेज हवा के कारण जमीं से नमी भी तेजी से कम होगीI दिन में गर्म हवा चलने और रात में तापमान कम होने के कारण शूट बोरर, टॉप बोरर और पिंक बोरर की गतिविधियाँ तेज होती हैं और इनके बढ़ने के सम्भावना ज्यादा हो जाती हैI इनको ध्यान में रखकर कीट नियंत्रण का काम करेंI इसके लिए ट्राईकोकार्ड या अन्य ट्रैप का उपयोग किया जा सकता हैI प्रकोप बढ़ने की स्थिति में 150 मिली प्रति एकड़ की दर से कोराजेन को 400 लीटर पानी में घोल कर गन्ने के तनों को ड्रेंच करें और इसके 24 घनते के अंदर सिंचाई अवश्य करेंI इस समय काटे जा रहे गन्ने के खेतों गैप फिलिंग का कम जरुर करेंI इसके लिए नर्सरी में तैयार गन्ने के 30 से ४० दिन के पौधों की रोपाई लाइनों में खाली जगह पर करेंI बेहतर पेडी प्रबंधन के लिए गन्ने की सूखी पत्तियों को खेत में बिछाकर उसे रोटावेटर की सहायता से जमीन में मिलायेंI गन्ना काटने के दो सप्ताह के अन्दर 50 किलो यूरिया, 75 किलो डी ए पी और 50 किलो पोटाश के साथ मिलाकर खूडों में डालेंI शरद काल में बोये गए गन्ने की अवधि अगर 200 दिनों की हो गयी हो और तो इस फसल में 75 किलोग्राम एन.पी.के. का प्रयोग प्रति एकड़ की दर से करें और हल्की मिट्टी चढ़ाएंI जो किसान साथी गेंहू की कटाई के बाद गन्ने की बुवाई करना चाहते हैं तो उनके लिए यह बेहतर होगा कि लाइन से लाइन की दूरी 4 फीट रखते हुए अन्तः फसल के रूप में मूंग, ढैंचा, सनई की भी बुवाई करेंI इन फसलों को काटने के बाद बचे अवशेष को खेत में मिलाने से अच्छी हरी खाद खेत को मिलेगीI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 06-04-2023 Disable
9542 April 2nd week Advisory Barkhani प्रिय किसान साथियों, अप्रैल माह की 10 से 16 तारीख के दौरान हरदोई जिले के बरखनी के मौसम में बदलाव आयेगा और गर्मी बढ़ेगीI दिन का अधिकतम तापमान 38 से 40 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 23 डिग्री सेंटीग्रेड तक बढेगा I वायुमंडल में आर्द्रता कम होकर 40% तक रह जाएगीI इस दौरान पश्चिम दिशा से 4 से 17 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI तेज हवा के कारण जमीं से नमी भी तेजी से कम होगीI दिन में गर्म हवा चलने और रात में तापमान कम होने के कारण शूट बोरर, टॉप बोरर और पिंक बोरर की गतिविधियाँ तेज होती हैं और इनके बढ़ने के सम्भावना ज्यादा हो जाती हैI इनको ध्यान में रखकर कीट नियंत्रण का काम करेंI इसके लिए ट्राईकोकार्ड या अन्य ट्रैप का उपयोग किया जा सकता हैI प्रकोप बढ़ने की स्थिति में 150 मिली प्रति एकड़ की दर से कोराजेन को 400 लीटर पानी में घोल कर गन्ने के तनों को ड्रेंच करें और इसके 24 घनते के अंदर सिंचाई अवश्य करेंI इस समय काटे जा रहे गन्ने के खेतों गैप फिलिंग का कम जरुर करेंI इसके लिए नर्सरी में तैयार गन्ने के 30 से ४० दिन के पौधों की रोपाई लाइनों में खाली जगह पर करेंI बेहतर पेडी प्रबंधन के लिए गन्ने की सूखी पत्तियों को खेत में बिछाकर उसे रोटावेटर की सहायता से जमीन में मिलायेंI गन्ना काटने के दो सप्ताह के अन्दर 50 किलो यूरिया, 75 किलो डी ए पी और 50 किलो पोटाश के साथ मिलाकर खूडों में डालेंI शरद काल में बोये गए गन्ने की अवधि अगर 200 दिनों की हो गयी हो और तो इस फसल में 75 किलोग्राम एन.पी.के. का प्रयोग प्रति एकड़ की दर से करें और हल्की मिट्टी चढ़ाएंI जो किसान साथी गेंहू की कटाई के बाद गन्ने की बुवाई करना चाहते हैं तो उनके लिए यह बेहतर होगा कि लाइन से लाइन की दूरी 4 फीट रखते हुए अन्तः फसल के रूप में मूंग, ढैंचा, सनई की भी बुवाई करेंI इन फसलों को काटने के बाद बचे अवशेष को खेत में मिलाने से अच्छी हरी खाद खेत को मिलेगीI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 06-04-2023 Disable
9543 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 6/04/23) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু ৬ এপ্ৰিলত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-১৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত মাৰ্চ মাহত মুঠ ৯৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 05-04-2023 Disable
9544 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 6/04/23) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু ৬ এপ্ৰিলত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-১৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত মাৰ্চ মাহত মুঠ ৭৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 05-04-2023 Disable
9545 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 6/04/23) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ৬ এপ্ৰিলত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত মাৰ্চ মাহত মুঠ ২০৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 05-04-2023 Disable
9546 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 6/04/23) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ৬ এপ্ৰিলত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত মাৰ্চ মাহত মুঠ ১৫৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 05-04-2023 Disable
9547 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 6/04/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ৬ এপ্ৰিলত অতি পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-১১ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত মাৰ্চ মাহত মুঠ ১৬৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 05-04-2023 Disable
9548 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 6/04/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ৬ এপ্ৰিলত অতি পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-১১ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত মাৰ্চ মাহত মুঠ ১৬২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 05-04-2023 Disable
9549 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 6/04/23) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-২০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত মাৰ্চ মাহত মুঠ ১০৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 05-04-2023 Disable
9550 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 6/04/23) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ৬ এপ্ৰিলত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৯-২২ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত মাৰ্চ মাহত মুঠ ৬৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 05-04-2023 Disable