Message List: 12,436
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 9601 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 22/06/23) | জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব। ২২ জুনত প্ৰবল বৰষুণৰ আৰু ২৩ৰ পৰা ২৮ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিহেতু এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • এই সময়ত গ্রীম্মকা্লিন শাকপাচলি খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) @ ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 22-06-2023 | Disable |
|
| 9602 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 22/06/23) | জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব। ২২ জুনত প্ৰবল বৰষুণৰ আৰু ২৩ৰ পৰা ২৮ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ- পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিহেতু এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • এই সময়ত গ্রীম্মকা্লিন শাকপাচলি খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) @ ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 22-06-2023 | Disable |
|
| 9603 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 22/06/23) | জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩, বতৰ ডাৱৰীয়া হৈ থাকিব। ২২ জুনত প্ৰবল বৰষুণৰ আৰু ২৩ৰ পৰা ২৮ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিহেতু এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • এই সময়ত গ্রীম্মকা্লিন শাকপাচলি খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) @ ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 22-06-2023 | Disable |
|
| 9604 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 22/06/23) | জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব। ২২ জুনত প্ৰবল বৰষুণৰ আৰু ২৪ৰ পৰা ২৮ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিহেতু এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • এই সময়ত গ্রীম্মকা্লিন শাকপাচলি খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) @ ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 21-06-2023 | Disable |
|
| 9605 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 22/06/23) | জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব। ২২ জুনত প্ৰবল বৰষুণৰ আৰু ২৪ৰ পৰা ২৮ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ- পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিহেতু এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • এই সময়ত গ্রীম্মকা্লিন শাকপাচলি খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) @ ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 21-06-2023 | Disable |
|
| 9606 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 22/06/23) | জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব। ২২ জুনত প্ৰবল বৰষুণৰ আৰু ২৩ৰ পৰা ২৮ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ- পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • এই সময়ত গ্রীম্মকা্লিন শাকপাচলি খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) @ ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 21-06-2023 | Disable |
|
| 9607 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 22/06/23) | জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব। ২২ জুনত প্ৰবল বৰষুণৰ আৰু ২৩ৰ পৰা ২৮ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • এই সময়ত গ্রীম্মকা্লিন শাকপাচলি খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) @ ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 21-06-2023 | Disable |
|
| 9608 | 20th June23 JBR | 20/06/2023--Jaburapara :-সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জুন মাসের ২৭ তারিখ অবধি আকাশ আংশিক মেঘলা থাকার সম্ভবনা আছে । তবে কোথাও কোথাও মাঝারি থেকে ভারী বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে অনুমান করা হচ্ছে । তবে ২১থেকে ২৩ তারিখ পর্যন্ত বৃষ্টিপাতের সম্ভবনা আছে এবং সপ্তাহের বাকি দিনগুলিতে হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাত হবে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৭ ডিগ্রি সেন্টিগ্রেড থেকে ৩২ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৬ % এবং ৭৫%, বাতাস প্রধানত উত্তর- পূর্ব দিক থেকে প্রবাহিত হবে এবং বাতাসের গতিবেগ গড়ে ৮ থেকে ১৭ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । বাগানে এই সপ্তাহের শেষের দিকে দ্বিতীয় দফার সার প্রয়োগ করতে পারেন ।পাতা তোলার পর যত তাড়াতাড়ি সম্ভব পাতা ফ্যাক্টরিতে পাঠিয়ে দিন।পাতা তোলার পর এক রাউন্ড ছত্রাক নাশক কারবেন্ডেজাইম + ম্যাঙ্কোজেব অথবা হেক্সাকোনাজল + জিনেব স্প্রে করে দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 21-06-2023 | Disable |
|
| 9609 | 20th June23 JHR | 20/06/2023--Jharbaragila:-সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জুন মাসের ২৭ তারিখ অবধি আকাশ আংশিক মেঘলা থাকার সম্ভবনা আছে । তবে কোথাও কোথাও মাঝারি থেকে ভারী বৃষ্টি পাত হওয়ার সম্ভবনা আছে বলে অনুমান করা হচ্ছে । তবে ২১থেকে ২৩ তারিখ পর্যন্ত বৃষ্টিপাতের সম্ভবনা আছে এবং সপ্তাহের বাকি দিনগুলিতে হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাত হবে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৭ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৫ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৮ % এবং ৭৫%, বাতাস প্রধানত উত্তর- পূর্ব দিক থেকে প্রবাহিত হবে এবং বাতাসের গতিবেগ গড়ে ৭ থেকে ১৩ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । বাগানে এই সপ্তাহের শেষের দিকে দ্বিতীয় দফার সার প্রয়োগ করতে পারেন ।পাতা তোলার পর যত তাড়াতাড়ি সম্ভব পাতা ফ্যাক্টরিতে পাঠিয়ে দিন।পাতা তোলার পর এক রাউন্ড ছত্রাক নাশক কারবেন্ডেজাইম + ম্যাঙ্কোজেব অথবা হেক্সাকোনাজল + জিনেব স্প্রে করে দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 21-06-2023 | Disable |
|
| 9610 | 20th June23 JAM | 20/06/2023--Jamaldha :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জুন মাসের ২৭ তারিখ অবধি আকাশ আংশিক মেঘলা থাকার সম্ভবনা আছে । তবে কোথাও কোথাও মাঝারি থেকে ভারী বৃষ্টি পাত হওয়ার সম্ভবনা আছে বলে অনুমান করা হচ্ছে । তবে ২১থেকে ২৩ তারিখ পর্যন্ত বৃষ্টিপাতের সম্ভবনা আছে এবং সপ্তাহের বাকি দিনগুলিতে হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাত হবে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৭ ডিগ্রি সেন্টিগ্রেড থেকে ৩২ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৫ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৭ % এবং ৭৫%, বাতাস প্রধানত পূর্ব দিক থেকে প্রবাহিত হবে এবং বাতাসের গতিবেগ গড়ে ৮ থেকে ১৫ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৬.১ ডিগ্রি সেণ্টিগ্রেড থেকে ২৭.৪ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৮.৯ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগানে এই সপ্তাহের শেষের দিকে দ্বিতীয় দফার সার প্রয়োগ করতে পারেন ।পাতা তোলার পর যত তাড়াতাড়ি সম্ভব পাতা ফ্যাক্টরিতে পাঠিয়ে দিন।পাতা তোলার পর এক রাউন্ড ছত্রাক নাশক কারবেন্ডেজাইম + ম্যাঙ্কোজেব অথবা হেক্সাকোনাজল + জিনেব স্প্রে করে দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 21-06-2023 | Disable |
|